Browsing Assamese translation

52 of 499 results
52.
If the application in the terminal sets the title (most typically people have their shell set up to do this), the dynamically-set title can erase the configured title, go before it, go after it, or replace it. The possible values are "replace", "before", "after", and "ignore".
টাৰ্মিনেলত অনুপ্ৰয়োগৰ দ্বাৰা শীৰ্ষক ধাৰ্য্য কৰিলে (অধিকাংশ শ্বেলৰ ক্ষেত্ৰত এই বৈশিষ্ট্য সামৰ্থবান কৰা থাকে), পৰিবৰ্তনশীল এই শীৰ্ষকৰ সংৰূপ কৰা পূৰ্ববৰ্তী শীৰ্ষক আঁতৰুৱা হ'ব পাৰে, বা সংৰূপ কৰা শীৰ্ষকৰ পূৰ্বে, পিছত বা পৰিবৰ্তে প্ৰয়োগ কৰিব পাৰে। সম্ভাব্য মান হ'ল "replace", "before", "after" আৰু "ignore"।
Translated by Nilamdyuti Goswami
Located in ../src/gnome-terminal.schemas.in.h:34
52 of 499 results

This translation is managed by Registry Administrators, assigned by Ubuntu Translators.

You are not logged in. Please log in to work on translations.