Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 365 results
1.
Terminal
2009-03-17
টাৰ্মিনেল
2.
Use the command line
2009-03-17
আদেশ লাইন ব্যৱহাৰ কৰক
3.
Disable connection to session manager
2009-03-17
অধিবেশন পৰিচালন ব্যৱস্থাৰ সৈতে সংযোগ বিচ্ছিন্ন কৰা হ'ব
4.
Specify file containing saved configuration
2009-03-17
সংৰক্ষিত বিন্যাস সহ নথিপত্ৰ চিহ্নিত কৰক
5.
FILE
2009-03-17
নথিপত্ৰ
6.
Specify session management ID
2009-03-17
অধিবেশন পৰিচালনাৰ ID উল্লেখ কৰক
7.
ID
2009-03-17
ID
8.
Session management options:
2009-03-17
অধিবেশন পৰিচালনা সংক্ৰান্ত বিকল্প:
9.
Show session management options
2009-03-17
অধিবেশন পৰিচালনা সংক্ৰান্ত বিকল্প প্ৰদৰ্শন কৰা হ'ব
11.
Add or Remove Terminal Encodings
2009-03-17
টাৰ্মিনেলত ব্যৱহাৰযোগ্য এনকোডিং যোগ বা অপসাৰণ কৰক
13.
Find
2010-08-18
অনুসন্ধান
14.
Match _entire word only
2010-08-18
অকল সম্পূৰ্ণ শব্দ অনুসন্ধান কৰা হ'ব (_e)
16.
Search _backwards
2010-08-18
বিপৰীত দিশায় অনুসন্ধান কৰা হ'ব (_b)
17.
_Match case
2010-08-18
কেছ মিলোৱা হ'ব (_M)
18.
_Search for:
2010-08-18
অনুসন্ধান কৰা হ'ব (_S):
19.
_Wrap around
2010-08-18
বিভাজন কৰা হ'ব (_W)
20.
A subset of possible encodings are presented in the Encoding submenu. This is a list of encodings to appear there. The special encoding name "current" means to display the encoding of the current locale.
2009-03-17
সম্ভাব্য এনকোডিং ৰ এটা ক্ষুদ্ৰ তালিকা এনকোডিং নামক উপ-তালিকাত উপস্থিত কৰা হয় । এই তালিকাত প্ৰদৰ্শনযোগ্য এনকোডিং-সমূহ এই স্থানত প্ৰস্তুত কৰা হৈছে । "current" ৰূপে প্ৰদৰ্শিত বিশেষ এনকোডিং দ্বাৰা বৰ্তমান লোকেইলত ব্যৱহৃত এনকোডিং দেখুৱা হয় ।
21.
A value between 0.0 and 1.0 indicating how much to darken the background image. 0.0 means no darkness, 1.0 means fully dark. In the current implementation, there are only two levels of darkness possible, so the setting behaves as a boolean, where 0.0 disables the darkening effect.
2009-03-17
পটভূমিৰ চিত্ৰ ছায়াচ্ছন্ন কৰাৰ মাত্ৰা হিচাপে 0.0 আৰু 1.0 ৰ মধ্যবৰ্তী এটা মান । মান 0.0 হ'লে ছায়াচ্ছন্ন কৰা ন'হ'ব, 1.0 মান নিৰ্ধাৰিত হ'লে চিত্ৰ সম্পূৰ্ণৰূপে ছায়াচ্ছন্ন হ'ব । বৰ্তমানে এই বৈশিষ্ট্যৰ অকল দুটা স্তৰ উপলব্ধ হৈছে, যাৰ ফলত এই বৈশিষ্ট্যৰ বাবে বুলিয়েনৰ অনুৰূপ মান ধাৰ্য হয় । অৰ্থাৎ 0.0 মান প্ৰয়োগ কৰি এই বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা যাব ।
22.
Accelerator key to detach current tab. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string "disabled", then there will be no keybinding for this action.
2009-03-17
বৰ্তমান টেব বিচ্ছিন্ন কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক চাবি । GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী পংক্তিৰূপে উল্লিখিত হয় । এই বিকল্পৰ বাবে "disabled" মান নিৰ্ধাৰিত হ'লে চিহ্নিত কামৰ বাবে কোনো চাবি ফলক শৰ্টকাট যুক্ত কৰা ন'হ'ব ।
23.
Accelerator key to move the current tab to the left. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string "disabled", then there will be no keybinding for this action.
2009-03-17
বৰ্তমান টেব বাওঁফালে স্থানান্তৰ কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক চাবি । GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী পংক্তিৰূপে উল্লিখিত হয় । এই বিকল্পৰ বাবে "disabled" মান নিৰ্ধাৰিত হ'লে চিহ্নিত কামৰ বাবে কোনো চাবি ফলক শৰ্টকাট যুক্ত কৰা ন'হ'ব ।
24.
Accelerator key to move the current tab to the right. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string "disabled", then there will be no keybinding for this action.
2009-03-17
বৰ্তমান টেব সোঁফালে স্থানান্তৰ কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক চাবি । GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী পংক্তিৰূপে উল্লিখিত হয় । এই বিকল্পৰ বাবে "disabled" মান নিৰ্ধাৰিত হ'লে চিহ্নিত কামৰ বাবে কোনো চাবি ফলক শৰ্টকাট যুক্ত কৰা ন'হ'ব ।
25.
Accelerator to detach current tab.
2009-03-17
বৰ্তমান টেব বিচ্ছিন্ন কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক ।
26.
Accelerator to move the current tab to the left.
2009-03-17
বৰ্তমান টেব বাওঁফালে স্থানান্তৰ কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক ।
27.
Accelerator to move the current tab to the right.
2009-03-17
বৰ্তমান টেব সোঁফালে স্থানান্তৰ কৰিবলৈ ব্যৱহৃত গতিবৰ্ধক ।
28.
An Pango font name. Examples are "Sans 12" or "Monospace Bold 14".
2009-03-17
এটা Pango ফন্টৰ নাম । উদাহৰণ, "Sans 12" বা "Monospace Bold 14" ।
31.
Characters that are considered "part of a word"
2009-03-17
"শব্দৰ অংশ" হিচাপে ধাৰ্য অক্ষৰ
32.
Custom command to use instead of the shell
2009-03-17
শ্বেলৰ পৰিবৰ্তে ব্যৱহাৰৰ বাবে চিহ্নিত স্বনিৰ্বাচিত আদেশ
33.
Default
2009-03-17
অবিকল্পিত
36.
Default color of terminal background
2009-03-17
টাৰ্মিনেল পটভূমিৰ অবিকল্পিত ৰং
37.
Default color of terminal background, as a color specification (can be HTML-style hex digits, or a color name such as "red").
2009-03-17
টাৰ্মিনেলৰ পটভূমিৰ অবিকল্পিত ৰং, ৰঙৰ সুনিৰ্দিষ্ট মান হিচাপে চিহ্নিত (HTML ত ব্যৱহৃত hex অক্ষৰ বা ৰঙৰ নাম যেনে "red") ।
38.
Default color of text in the terminal
2009-03-17
টাৰ্মিনেলত ব্যৱহৃত শব্দৰ অবিকল্পিত ৰং
39.
Default color of text in the terminal, as a color specification (can be HTML-style hex digits, or a color name such as "red").
2009-03-17
টাৰ্মিনেলত ব্যৱহৃত শব্দৰ অবিকল্পিত ৰং, ৰঙৰ সুনিৰ্দিষ্ট মান হিচাপে চিহ্নিত (HTML তব্যৱহৃত hex অক্ষৰ বা ৰঙৰ নাম যেনে "red") ।
42.
Effect of the Backspace key
2009-03-17
Backspace চাবিৰ প্ৰতিক্ৰিয়া
43.
Effect of the Delete key
2009-03-17
Delete চাবিৰ প্ৰতিক্ৰিয়া
44.
Filename of a background image.
2009-03-17
পটভূমিৰ চিত্ৰ হিচাপে ব্যৱহৃত নথিপত্ৰৰ নাম ।
46.
Highlight S/Key challenges
2009-03-17
S/Key challenges উজ্জ্বল কৰা হ'ব
47.
How much to darken the background image
2009-03-17
পটভূমিৰ চিত্ৰ চিহ্নিত মাত্ৰা অনুযায়ী নিষ্প্ৰভ কৰা হ'ব
48.
Human-readable name of the profile
2009-03-17
পাৰ্শ্বৰূপ বাবে নিৰ্ধাৰিত পাঠযোগ্য নাম
49.
Human-readable name of the profile.
2009-03-17
পাৰ্শ্বৰূপ বাবে নিৰ্ধাৰিত পাঠযোগ্য নাম ।
50.
Icon for terminal window
2009-03-17
টাৰ্মিনেল সংযোগক্ষেত্ৰৰ আইকন
51.
Icon to use for tabs/windows containing this profile.
2009-03-17
চিহ্নিত পাৰ্শ্বৰূপ ধাৰণকাৰী টেব/সংযোগক্ষেত্ৰৰ বাবে ব্যৱহৃত আইকন ।
52.
If the application in the terminal sets the title (most typically people have their shell set up to do this), the dynamically-set title can erase the configured title, go before it, go after it, or replace it. The possible values are "replace", "before", "after", and "ignore".
2009-03-17
টাৰ্মিনেলত চলমান অনুপ্ৰয়োগৰ দ্বাৰা শিৰোনাম ধাৰ্য কৰিলে (অধিকাংশ শ্বেলৰ ক্ষেত্ৰত এই বৈশিষ্ট্য সক্ৰিয় কৰা থাকে), পৰিবৰ্তনশীল এই শিৰোনামৰ বিন্যাস কৰা পূৰ্ববৰ্তী শিৰোনাম আঁতৰুৱা হ'ব পাৰে, বা বিন্যাস কৰা শিৰোনামৰ পূৰ্বে, পিছত বা পৰিবৰ্তে প্ৰয়োগ কৰা হ'ব । সম্ভাব্য মান হ'ল "replace", "before", "after" আৰু "ignore" ।
53.
If true, allow applications in the terminal to make text boldface.
2009-03-17
মান সত্য হ'লে, টাৰ্মিনেলত চলমান অনুপ্ৰয়োগসমূহৰ দ্বাৰা গাঢ় শব্দ প্ৰয়োগ কৰা যাব ।
55.
If true, don't make a noise when applications send the escape sequence for the terminal bell.
2009-03-17
মান সত্য হ'লে, অনুপ্ৰয়োগৰ দ্বাৰা ব্যৱস্থাপ্ৰণালীৰ ধ্বনিৰ বাবে এস্কেপ কেৰেক্টাৰ উল্লিখিত হ'লে শব্দ কৰা ন'হ'ব ।
57.
If true, pressing a key jumps the scrollbar to the bottom.
2009-03-17
মান সত্য হ'লে, কোনো চাবি টিপা হ'লে স্ক্ৰোলবাৰ তললৈ স্থানান্তৰ কৰা হয় ।
58.
If true, scroll the background image with the foreground text; if false, keep the image in a fixed position and scroll the text above it.
2009-03-17
মান সত্য হ'লে, অগ্ৰভূমিৰ শব্দৰ সৈতে পটভূমিৰ চিত্ৰ স্ক্ৰোল কৰা হ'ব; মান সত্য ন'হ'লে (false) পটভূমিৰ চিত্ৰৰ স্থান অপৰিবৰ্তিত ৰাখি অগ্ৰভূমিৰ শব্দ স্ক্ৰোল কৰা হ'ব ।
61.
If true, the command inside the terminal will be launched as a login shell. (argv[0] will have a hyphen in front of it.)
2009-03-17
মান সত্য হ'লে, টাৰ্মিনেলৰ আদেশ প্ৰৱেশ শ্বেল হিচাপে আৰম্ভ কৰা হ'ব । (argv[0] ৰ পূৰ্বে এটা হাইফেন চিহ্ন উপস্থিত থাকিব ।)
62.
If true, the system login records utmp and wtmp will be updated when the command inside the terminal is launched.
2009-03-17
মান সত্য হ'লে, টাৰ্মিনেলত আদেশ আৰম্ভ কৰিলে ব্যৱস্থাপ্ৰণালীৰ প্ৰৱেশ ৰেকৰ্ড utmp আৰু wtmp উন্নত কৰা হ'ব ।
63.
If true, the terminal will use the desktop-global standard font if it's monospace (and the most similar font it can come up with otherwise).
2009-03-17
মান সত্য হ'লে, টাৰ্মিনেলত ডেস্কটপ-সৰ্ববেপী প্ৰমিত মানৰ ফন্ট ব্যৱহাৰ কৰা হ'ব যদি সেইটো monospace হয় (বা নিকটতম মানৰ কোনো ফন্ট) ।
64.
If true, the theme color scheme used for text entry boxes will be used for the terminal, instead of colors provided by the user.
2009-03-17
মান সত্য হ'লে, ব্যৱহাৰকৰ্তাৰ দ্বাৰা উল্লিখিত ৰঙৰ পৰিবৰ্তে টেক্সট নিবেশ বাকচৰ বাবে ব্যৱহৃত থিমৰ ৰং টাৰ্মিনেলত প্ৰয়োগ কৰা হ'ব ।