Translations by Martin Pitt

Martin Pitt has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 602 results
58.
Number of retry attempts to spin up
2009-09-19
স্পিন-আপ কৰাৰ সময় পুনৰায় প্ৰচেষ্টাৰ সংখ্যা
59.
Calibration Retry Count
2009-09-19
পৰিমাপনৰ পুনৰায় প্ৰচেষ্টাৰ গণনা
60.
Number of attempts to calibrate the device
2009-09-19
যন্ত্ৰৰ পৰিমাপৰ প্ৰচেষ্টাৰ সংখ্যা
61.
Power Cycle Count
2009-09-19
বিদ্যুৎ সৰবৰাহ চালু/বন্ধৰ সংখ্যাৰ গণনা
62.
Number of power-on events
2009-09-19
বিদ্যুৎ সৰবৰাহ চালনাৰ সংখ্যা
63.
Soft read error rate
2009-09-19
পঢ়াৰ সময় উৎপন্ন সংশোধিত ত্ৰুটিৰ হাৰ
64.
Frequency of 'program' errors while reading from the disk
2009-09-19
ডিস্কৰ পৰা পঢ়াৰ সময় 'program' ত্ৰুটিৰ হাৰ
65.
Reported Uncorrectable Errors
2009-09-19
অসংশোধনযোগ্য ত্ৰুটিৰ সূচনা
66.
Number of errors that could not be recovered using hardware ECC
2009-09-19
হাৰ্ডৱেৰ ECC সহযোগত সংশোধন নকৰা ত্ৰুটিৰ সংখ্যা
67.
High Fly Writes
2009-09-19
সীমা বহিৰ্ভূত লিখাৰ গণনা
68.
Number of times a recording head is flying outside its normal operating range
2009-09-19
স্বাভাবিক সীমা বহিৰ্ভূত অৱস্থাত ৰেকৰ্ডিং হেড সঞ্চালিত হোৱাৰ সংখ্যা
69.
Airflow Temperature
2009-09-19
বায়ুৰ তাপমাত্ৰা
70.
Airflow temperature of the drive
2009-09-19
ড্ৰাইভত বায়ুৰ তাপমাত্ৰা
71.
G-sense Error Rate
2009-09-19
G-sense ত্ৰুটিৰ হাৰ
72.
Frequency of mistakes as a result of impact loads
2009-09-19
বহিস্থিত কম্পণ আৰু চাপৰ কাৰণে উৎপন্ন ত্ৰুটিৰ হাৰ
73.
Power-off Retract Count
2009-09-19
Power-off আন-লোড কৰাৰ সংখ্যা
74.
Number of power-off or emergency retract cycles
2009-09-19
বিদ্যুৎ সৰবৰাহ বন্ধে আৰু আপাতকালীন অৱস্থাত চক্ৰ বন্ধৰ সংখ্যা
75.
Load/Unload Cycle Count
2009-09-19
লোড/আন-লোড চক্ৰৰ গণনা
76.
Number of cycles into landing zone position
2009-09-19
স্থাপনা ক্ষেত্ৰত অৱস্থানত চক্ৰৰ সংখ্যা
77.
Temperature
2009-09-19
তাপমাত্ৰা
78.
Current internal temperature of the drive
2009-09-19
ড্ৰাইভৰ বৰ্তমানে অভ্যন্তৰীণ তাপমাত্ৰা
79.
Hardware ECC Recovered
2009-09-19
পুনৰুদ্ধাৰ কৰা হাৰ্ডৱেৰ ECC-ৰ সংখ্যা
80.
Number of ECC on-the-fly errors
2009-09-19
চলমান অৱস্থাত ECC ত্ৰুটিৰ সংখ্যা
81.
Reallocation Count
2009-09-19
পুনৰায় বিতৰণকৰণৰ গণনা
82.
Number of remapping operations. The raw value of this attribute shows the total number of (successful and unsuccessful) attempts to transfer data from reallocated sectors to a spare area
2009-09-19
পুনৰায় মেপ কৰাৰ কামৰ সংখ্যা । পুনৰায় বিতৰণ কৰা চেক্টৰৰ পৰা অতিৰিক্ত ক্ষেত্ৰতত তথ্য পৰিবহনৰ মুঠ (সফল আৰু বিফল) প্ৰয়াসেৰ সংখ্যা এই বৈশিষ্ট্যৰ raw মান দ্বাৰা চিহ্নিত কৰা হয়
83.
Current Pending Sector Count
2009-09-19
অস্থায়ী চেক্টৰৰ গণনা
84.
Number of sectors waiting to be remapped. If the sector waiting to be remapped is subsequently written or read successfully, this value is decreased and the sector is not remapped. Read errors on the sector will not remap the sector, it will only be remapped on a failed write attempt
2009-09-19
পুনৰায় মেপ কৰাৰ উদ্দেশ্যে অপেক্ষাৰত চেক্টৰৰ সংখ্যা । সফলতা সৈতে কোনো অপেক্ষাৰত চেক্টৰত লিখা হ'লে অথবা তাৰ পৰা পঢ়া হ'লে, অপেক্ষাৰত চেক্টৰৰ সংখ্যা হ্ৰাস কৰা হয় আৰু চেক্টৰটি পুনৰায় মেপ কৰা নহয় । পঢ়াৰ সময় কোনো ত্ৰুটি উৎপন্ন হ'লে চেক্টৰটি পুনৰায় মেপ কৰা নহয় কিন্তু লিখাৰ সময় বিফলতা হ'লে এইটো পুনঃ মেপ কৰা হ'ব
85.
Uncorrectable Sector Count
2009-09-19
অসংশোধনযোগ্য চেক্টৰৰ গণনা
86.
The total number of uncorrectable errors when reading/writing a sector. A rise in the value of this attribute indicates defects of the disk surface and/or problems in the mechanical subsystem
2009-09-19
চেক্টৰৰ পৰা পঢ়াৰ অথবা ইয়াত লিখাৰ সময় সংশোধন নকৰা ত্ৰুটিৰ মুঠ সংখ্যা । এই বৈশিষ্ট্যৰ মান বৃদ্ধি হ'লে ডিস্কৰ পাৰ্শ্বেত সমস্যা আৰু/অথবা যান্ত্ৰিক উপপ্ৰণালীৰ সমস্যাৰ ইঙ্গিত ৰূপে চিহ্নিত হয় ।
87.
UDMA CRC Error Rate
2009-09-19
UDMA CRC ত্ৰুটিৰ হাৰ
88.
Number of CRC errors during UDMA mode
2009-09-19
UDMA মোডত CRC ত্ৰুটিৰ সংখ্যা
89.
Write Error Rate
2009-09-19
লিখাৰ সময় ত্ৰুটিৰ হাৰ
90.
Number of errors while writing to disk (or) multi-zone error rate (or) flying-height
2009-09-19
ডিস্কে লিখাৰ সময় ত্ৰুটি (অথবা) একাধিক ক্ষেত্ৰত ত্ৰুটিৰ হাৰ (অথবা) স্থাপনাৰ উচ্চতা
91.
Soft Read Error Rate
2009-09-19
Soft Read ত্ৰুটিৰ হাৰ
92.
Number of off-track errors
2009-09-19
অফ-ট্ৰেক ত্ৰুটিৰ সংখ্যা
93.
Data Address Mark Errors
2009-09-19
ডাটা এড্ৰেস চিহ্নৰ ত্ৰুটি
94.
Number of Data Address Mark (DAM) errors (or) vendor-specific
2009-09-19
ডাটা ঠিকনাৰ চিহ্ন (DAM) সংক্ৰান্ত ত্ৰুটি (অথবা) বিক্ৰতাৰ-ক্ষেত্ৰত-প্ৰযোজ্য
95.
Run Out Cancel
2009-09-19
Run Out Cancel
96.
Number of ECC errors
2009-09-19
ECC ত্ৰুটিৰ সংখ্যা
97.
Soft ECC correction
2009-09-19
সংশোধিত ECC ত্ৰুটি
98.
Number of errors corrected by software ECC
2009-09-19
চালনাজ্ঞান ECC দ্বাৰা সংশোধিত ত্ৰুটিৰ সংখ্যা
99.
Thermal Asperity Rate
2009-09-19
উচ্চ তাপমাত্ৰাৰ কাৰণে ত্ৰুটি
100.
Number of Thermal Asperity Rate errors
2009-09-19
উচ্চ তাপমাত্ৰাৰ কাৰণে ত্ৰুটিৰ সংখ্যা
101.
Flying Height
2009-09-19
Flying Height
102.
Height of heads above the disk surface
2009-09-19
ডিস্কৰ পাৰ্শ্বৰ পৰা হেডৰ উচ্চতাৰ ব্যৱধান
103.
Spin High Current
2009-09-19
ড্ৰাইভ স্পিন কৰাৰ ছাৰ্জ কাৰেন্ট
104.
Amount of high current used to spin up the drive
2009-09-19
ড্ৰাইভ স্পিন-আপ কৰাৰ বাবে ব্যৱহৃত উচ্চ ধাৰাৰ পৰিমাণ
105.
Spin Buzz
2009-09-19
স্পিন বাজ
106.
Number of buzz routines to spin up the drive
2009-09-19
ড্ৰাইভ স্পিন আপ কৰাৰ সময় বাজ ৰুটিনৰ সংখ্যা
107.
Offline Seek Performance
2009-09-19
অফ-লাইন অনুসন্ধানৰ কামক্ষমতা