Ubuntu

Translations by Martin Pitt

Martin Pitt has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 602 results
~
A hard disk may be failing
2009-09-19
এটা হাৰ্ড-ডিস্কে সম্ভৱতঃ বিপৰ্যয় দেখা দিছে
~
One or more hard disks report health problems. Click the icon to get more information.
2009-09-19
এক অথবা একাধিক হাৰ্ড-ডিস্কৰ স্বাস্থ্য সম্বন্ধীয় সূচনা প্ৰদান কৰা হৈছে । অধিক তথ্য প্ৰাপ্ত কৰাৰ বাবে আইকনৰ ওপৰত ক্লিক কৰক ।
~
One or more disks are failing
2009-09-19
এক অথবা অধিক ডিস্কত বিপৰ্যয় দেখা দিছে
1.
Disk Utility
2009-09-19
Disk Utility
2.
Manage Drives and Media
2009-09-19
ড্ৰাইভ আৰু মিডিয়া পৰিচালন কৰক
3.
Disk Notifications
2009-09-19
ডিস্ক সংক্ৰান্ত সূচনা
4.
Provides notifications related to disks
2009-09-19
ডিস্ক সংক্ৰান্ত সূচনা প্ৰদান কৰিবলৈ ব্যৱহৃত হয়
5.
To prevent data corruption, wait until this has finished before removing media or disconnecting the device.
2009-09-19
তথ্যৰ ক্ষতি প্ৰতিৰোধ কৰাৰ বাবে মিডিয়া অপসাৰণ অথবা যন্ত্ৰ বিচ্ছিন্ন কৰাৰ আগতে কাম সমাপ্ত হোৱাৰ অপেক্ষা কৰক ।
6.
Device
2009-09-19
যন্ত্ৰ
7.
The device to show the dialog for
2009-09-19
চিহ্নিত যন্ত্ৰৰ বাবে সম্বাদ প্ৰদৰ্শন কৰা হ'ব
8.
text
2009-09-19
text
9.
Text to show
2009-09-19
প্ৰদৰ্শনযোগ্য টেক্সট
10.
Error launching Disk Utility
2009-09-19
Disk Utility আৰম্ভ কৰিবলৈ ত্ৰুটি
11.
Device to format
2009-09-19
পুনৰাকৃত কৰাৰ উদ্দেশ্যে চিহ্নিত যন্ত্ৰ
12.
DEVICE
2009-09-19
DEVICE
13.
Operation was canceled
2009-09-19
কাম বাতিল কৰা হৈছে
14.
Gnome Disk Utility formatting tool
2009-09-19
Gnome Disk Utility পুনৰাকৃত কৰাৰ সৰঞ্জাম
15.
Format partition %d of %s (%s)
2009-09-19
বিভাজন %d, %s ড্ৰাইভ পুনৰাকৃত কৰক (%s)
16.
Formatting partition %d of %s (%s)
2009-09-19
বিভাজন %d, %s ড্ৰাইভৰ পুনৰাকৃত কৰা হৈছে (%s)
17.
Format %s (%s)
2009-09-19
%s পুনৰাকৃত কৰক (%s)
18.
Formatting %s (%s)
2009-09-19
%s পুনৰাকৃত কৰা হৈছে (%s)
19.
Format %s Volume (%s)
2009-09-19
%s ভলিউম পুনৰাকৃত কৰা হৈছে (%s)
20.
Formatting %s Volume (%s)
2009-09-19
%s ভলিউম পুনৰাকৃত কৰা হৈছে (%s)
21.
Preparing...
2009-09-19
প্ৰস্তুত কৰা হৈছে...
22.
Unmounting...
2009-09-19
আন-মাউন্ট কৰা হৈছে...
23.
Unable to format '%s'
2009-09-19
'%s' পুনৰাকৃত কৰিবলৈ ব্যৰ্থ
24.
Formatting...
2009-09-19
পুনৰাকৃত কৰা হৈছে...
25.
Cancelling...
2009-09-19
বাতিল কৰা হৈছে...
26.
Error formatting volume
2009-09-19
ভলিউম পুনৰাকৃত কৰিবলৈ ত্ৰুটি
27.
Mounting volume...
2009-09-19
ভলিউম মাউন্ট কৰা হৈছে...
28.
Error mounting device
2009-09-19
যন্ত্ৰ মাউন্ট কৰিবলৈ সমস্যা
29.
Error storing passphrase in keyring
2009-09-19
কি-ৰিঙত পৰিচয় পংক্তি সংৰক্ষণ কৰিবলৈ ত্ৰুটি
38.
_Size:
2009-09-19
মাপ: (_S)
39.
Read Error Rate
2009-09-19
পঢ়াৰ সময় ত্ৰুটিৰ হাৰ
40.
Frequency of errors while reading raw data from the disk. A non-zero value indicates a problem with either the disk surface or read/write heads
2009-09-19
ডিস্কৰ raw তথ্য পঢ়াৰ সময় উৎপন্ন ত্ৰুটিৰ হাৰ । শূণ্য ব্যতীত অন্য কোনো সংখ্যা প্ৰাপ্ত হ'লে, ডিস্কৰ পাৰ্শ্ব অথবা পঢ়া/লিখাৰ হেডত সমস্যাৰ ইঙ্গিত দিয়া হয়
41.
Throughput Performance
2009-09-19
থ্ৰুপুটৰ কামক্ষমতা
42.
Average efficiency of the disk
2009-09-19
ডিস্কৰ কামক্ষমতাৰ গড় পৰিমাণ
43.
Spinup Time
2009-09-19
স্পিন-আপৰ সময়
44.
Time needed to spin up the disk
2009-09-19
ডিস্ক স্পিন-আপ কৰিবলৈ প্ৰয়োজনীয় সময়
45.
Start/Stop Count
2009-09-19
আৰম্ভ/বন্ধৰ গণনা
46.
Number of spindle start/stop cycles
2009-09-19
স্পিন্ডল আৰম্ভ/বন্ধ কৰাৰ চক্ৰৰ সংখ্যা
47.
Reallocated Sector Count
2009-09-19
পুনৰায় বিতৰণ কৰা ছেক্টৰৰ গণনা
49.
Read Channel Margin
2009-09-19
পঢ়াৰ সময় চেনেলৰ প্ৰান্তিক মাপ
50.
Margin of a channel while reading data.
2009-09-19
তথ্য পঢ়াৰ সময় চেনেলৰ প্ৰান্তিক মাপ
51.
Seek Error Rate
2009-09-19
ছিক ভুলৰ হাৰ
52.
Frequency of errors while positioning
2009-09-19
স্থান নিৰ্ধাৰণৰ সময় ত্ৰুটিৰ হাৰ
53.
Seek Timer Performance
2009-09-19
অনুসন্ধানৰ সময়ৰ কামক্ষমতা
55.
Power-On Hours
2009-09-19
চালিত অৱস্থাত অতিবাহিত ঘন্টাৰ গণনা
56.
Number of hours elapsed in the power-on state
2009-09-19
ঘন্টা অনুযায়ী চালিত অৱস্থাত অতিবাহিত সময়
57.
Spinup Retry Count
2009-09-19
স্পিনআপ ৰিট্ৰায়ৰ গণনা