Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

29012950 of 2995 results
4401.
Welcome to the Evolution Import Assistant. With this assistant you will be guided through the process of importing external files into Evolution.
2014-10-08
Evolution ইমপোৰ্ট সহায়কলৈ স্বাগতম। এই সহায়কৰ সৈতে আপেনাক বহিৰ্তম ফাইলসমূহ Evolution লৈ ইমপোৰ্ট কৰাৰ প্ৰক্ৰিয়াৰ সৈতে সহায় কৰা হব।
4402.
Importer Type
2014-10-08
ইমপোৰ্টাৰৰ ধৰণ
4403.
Select Information to Import
2014-10-08
ইমপোৰ্ট কৰাৰ উদ্দেশ্যে তথ্য নিৰ্বাচন কৰক
4404.
Select a File
2014-10-08
এটা ফাইল বাছক
4405.
Click "Apply" to begin importing the file into Evolution.
2014-10-08
Evolution লে ফাইলৰ ইমপোৰ্ট আৰম্ভ কৰিবলে "প্ৰয়োগ কৰক" ক্লিক কৰক।
4407.
Mouse-based interactive map widget for selecting timezone. Keyboard users should instead select the timezone from the drop-down combination box below.
2014-10-08
সময়অঞ্চল নিৰ্বাচনৰ উদ্দেশ্যে ব্যবহৃত এটা মাউস-ভিত্তিক ইন্টাৰেকটিভ ম্যাপ উইজেট। কি-বোৰ্ড ব্যবহাৰকাৰীসকলৰ ক্ষেত্ৰ সময়অঞ্চল নিৰ্বাচনৰ বাবে তলত অৱস্থিত কম্বো বক্স ব্যবহাৰ কৰা আবশ্যক।
4408.
Evolution is currently online. Click this button to work offline.
2014-10-08
Evolution বৰ্তমানে অনলাইন। অফলাইন কাৰ্য্য কৰিবলে এই বুটাম ক্লিক কৰক।
4409.
Evolution is currently offline. Click this button to work online.
2014-10-08
Evolution বৰ্তমানে অফলাইন। অনলাইন কাৰ্য্য কৰিবলে এই বুটাম ক্লিক কৰক।
4410.
Evolution is currently offline because the network is unavailable.
2017-07-20
নেটৱাৰ্ক উপলব্ধ নথকা বাবে Evolution বৰ্তমানে অফলাইন।
2014-10-08
নেটৱৰ্ক উপলব্ধ নথকা বাবে Evolution বৰ্তমানে অফলাইন।
4411.
Evolution Preferences
2014-10-08
Evolution পছন্দসমূহ
4413.
Close the find bar
2014-10-08
সন্ধান বাৰ বন্ধ কৰক
4414.
Fin_d:
2014-10-08
সন্ধান কৰক (_n):
4415.
Clear the search
2014-10-08
সন্ধান পৰিষ্কাৰ কৰক
4417.
Find the previous occurrence of the phrase
2014-10-08
বাক্যাংশৰ পূৰ্বৱৰ্তী উপস্থিতি সন্ধান কৰক
4419.
Find the next occurrence of the phrase
2014-10-08
বাক্যাংশৰ পৰৱৰ্তী উপস্থিতি সন্ধান কৰক
4420.
Mat_ch case
2014-10-08
ফলা মিল খোৱাওক (_c)
4421.
Reached bottom of page, continued from top
2014-10-08
পৃষ্ঠাৰ তল প্ৰাপ্ত হল, ওপৰৰ পৰা অব্যাহত ৰখা হৈছে
4422.
Reached top of page, continued from bottom
2014-10-08
পৃষ্ঠাৰ ওপৰ প্ৰাপ্ত হল, তলৰ পৰা অব্যাহত ৰখা হৈছে
4423.
When de_leted:
2014-10-08
আঁতৰুৱাৰ সময় (_l):
4424.
A_uto-delete sent item
2014-10-08
প্ৰেৰিত বস্তু স্বচালিতৰূপে মচি পেলাওক(_u)
4425.
Creat_e a sent item to track information
2014-10-08
তথ্য অনুসৰণ কৰাৰ বাবে এটা প্ৰেৰিত বস্তু নিৰ্মাণ কৰক (_e)
4426.
Deli_vered and opened
2014-10-08
প্ৰেৰিত আৰু পঢ়া হৈছে (_v)
4427.
Delivery Options
2014-10-08
প্ৰেৰণৰ বিকল্পসমূহ
4428.
_Until
2014-10-08
যেতিয়ালৈকে (_U)
4429.
_After
2014-10-08
পিছত (_A)
4430.
days
2014-10-08
দিনবোৰ
4431.
Wi_thin
2014-10-08
ভিতৰত (_t)
4432.
days
2014-10-08
দিনবোৰ
4433.
For Your Eyes Only
2014-10-08
কেৱল তোমাৰ চঁকুৰ বাবে
4434.
Gene_ral Options
2014-10-08
সাধাৰণ বিকল্প (_r)
4435.
Mail Receipt
2014-10-08
মেইল প্ৰাপ্ত
4436.
Proprietary
2014-10-08
মালিকবৰ্গ
4437.
R_eply requested
2014-10-08
উত্তৰৰ অনুৰোধ জনোৱা হৈছে (_e)
4438.
Return Notification
2014-10-08
ঘুৰোৱাৰ অধিসূচনা
4440.
Standard
2014-10-08
প্ৰামাণিক
4441.
Status Tracking
2014-10-08
অৱস্থা অনুকৰণ
4442.
Top Secret
2014-10-08
অতিমাত্ৰাত গোপন
4446.
_All information
2014-10-08
সকলো তথ্য (_A)
4447.
_Classification:
2014-10-08
শ্ৰেণীবিভাজন (_C):
4449.
_Delivered
2014-10-08
প্ৰেৰিত হৈছে (_D)
4451.
_When convenient
2014-10-08
সুবিধাজনক সময় (_W)
4453.
None
2014-10-08
কোনো নহয়
4457.
_Signature Name:
2014-10-08
স্বাক্ষৰৰ নাম (_S):
4458.
Add Signature Script
2014-10-08
স্বাক্ষৰ স্ক্ৰিপ্ট যোগ কৰক
4459.
Edit Signature Script
2014-10-08
স্বাক্ষৰ স্ক্ৰিপ্ট সম্পাদন কৰক
4461.
The output of this script will be used as your signature. The name you specify will be used for display purposes only.
2014-10-08
এই স্ক্ৰিপ্টৰ আউটপুটক আপোনাৰ স্বাক্ষৰ ৰূপত ব্যৱহাৰ কৰা হব। আপুনি ধাৰ্য্য কৰা নাম কেৱল প্ৰদৰ্শন কাৰণসমূহৰ বাবে ব্যৱহাৰ কৰা হব।
4462.
S_cript:
2014-10-08
স্ক্ৰিপ্ট (_c):
4463.
Script file must be executable.
2014-10-08
স্ক্ৰিপ্ট ফাইল এক্সিকিউটেবুল হব লাগিব।
4465.
_Copy Link Location
2014-10-08
সংযোগ অৱস্থান কপি কৰক (_C)