Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 294 results
102.
Do you want to delete your registered fingerprints so fingerprint login is disabled?
2012-12-25
আঙ্গুলিৰ ছাপ লগিন ব্যবস্থা নিষ্ক্ৰিয় কৰাৰ উদ্দেশ্যে নিবন্ধিত আঙ্গুলিৰ ছাপসমূহ আঁতৰুৱা হ'ব নেকি ?
2012-03-27
আঙ্গুলিৰ ছাপ সহযোগে লগিন ব্যবস্থা নিষ্ক্ৰিয় কৰাৰ উদ্দেশ্যে নিবন্ধিত আঙ্গুলিৰ ছাপসমূহ আঁতৰুৱা হ'ব নেকি ?
104.
Could not access '%s' device
2012-03-27
'%s' ডিভাইচ ব্যবহাৰ কৰিবলৈ ব্যৰ্থ
105.
Could not start finger capture on '%s' device
2012-03-27
'%s' ডিভাইচত আঙ্গুলিৰ ছাপ প্ৰাপ্ত কৰিবলৈ ব্যৰ্থ
106.
Could not access any fingerprint readers
2012-12-25
কোনো আঙ্গুলিৰ ছাপ ৰিডাৰ অভিগম কৰিব নোৱাৰি
2012-03-27
আঙ্গুলিৰ ছাপ পাঠৰ কোনো ব্যবস্থা প্ৰয়োগ কৰা নাযায়
107.
Please contact your system administrator for help.
2012-12-25
অনুগ্ৰহ কৰি সহায়তাৰ বাবে আপোনাৰ চিস্টেম প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।
2012-03-27
অনুগ্ৰহ কৰি সহায়তাৰ বাবে আপোনাৰ প্ৰণালী প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।
108.
Enable Fingerprint Login
2012-12-25
আঙ্গুলিৰ ছাপ লগিন সক্ৰিয় কৰক
2012-03-27
আঙ্গুলিৰ ছাপ সহযোগে লগিন সক্ৰিয় কৰক
109.
To enable fingerprint login, you need to save one of your fingerprints, using the '%s' device.
2012-12-25
আঙ্গুলিৰ ছাপ লগিন ব্যবস্থা সামৰ্থবান কৰাৰ বাবে, '%s' সহযোগে অন্তত এটা আঙ্গুলিৰ ছাপ সংৰক্ষণ কৰা আবশ্যক।
2012-03-27
আঙ্গুলিৰ ছাপ সহযোগে লগিন ব্যবস্থা সক্ৰিয় কৰাৰ বাবে, '%s' সহযোগে অন্তত এটা আঙ্গুলিৰ ছাপ সংৰক্ষণ কৰা আবশ্যক।
113.
Left little finger
2012-03-27
বাঁওহাতৰ কনিষ্ঠা
114.
Left middle finger
2012-03-27
বাঁওহাতৰ মধ্যমা
115.
Left ring finger
2012-03-27
বাঁওহাতৰ অনামিকা
116.
Left thumb
2012-03-27
বাঁওহাতৰ বৃদ্ধাঙ্গুলি
119.
Right little finger
2012-03-27
সোঁহাতৰ কনিষ্ঠা
120.
Right middle finger
2012-03-27
সোঁহাতৰ মধ্যমা
121.
Right ring finger
2012-03-27
সোঁহাতৰ অনামিকা
122.
Right thumb
2012-03-27
সোঁহাতৰ বৃদ্ধাঙ্গুলি
124.
Your fingerprint was successfully saved. You should now be able to log in using your fingerprint reader.
2012-03-27
সাফল্যেৰ সৈতে আপোনাৰ আঙ্গুলিৰ ছাপ সংৰক্ষিত হৈছে। আঙ্গুলিৰ ছাপ পাঠৰ ব্যবস্থা (ৰিডাৰ) সহযোগে আপুনি এতিয়া লগিন কৰিবলৈ সক্ষম হ'ব।
132.
System error: %s.
2012-12-25
চিস্টেম সমস্যা: %s।
2012-03-27
চিস্টেম সংক্ৰান্ত সমস্যা: %s।
139.
Unable to launch backend
2012-12-25
বেকএন্ড আৰম্ভ কৰা নাযায়
140.
A system error has occurred
2012-12-25
চিস্টেম সমস্যা ‍হৈছে
2012-03-27
চিস্টেম সংক্ৰান্ত সমস্যা ‍হৈছে
142.
Click <b>Change password</b> to change your password.
2015-01-06
পাছৱৰ্ড পৰিবৰ্তনৰ বাবে <b>পাছৱৰ্ড পৰিবৰ্তন</b> টিপক।
2012-03-27
গুপ্তশব্দ পৰিবৰ্তনৰ বাবে <b>গুপ্তশব্দ পৰিবৰ্তন</b> টিপক।
144.
Please type your password again in the <b>Retype new password</b> field.
2015-01-06
অনুগ্ৰহ কৰি <b>নতুন পাছৱৰ্ড আকৌ লিখক</b> শীৰ্ষক ক্ষেত্ৰত পাছৱৰ্ড আকৌ লিখক।
2012-03-27
অনুগ্ৰহ কৰি <b>নতুন গুপ্তশব্দ আকৌ লিখক</b> শীৰ্ষক ক্ষেত্ৰত গুপ্তশব্দ আকৌ লিখক।
148.
Change your password
2012-03-27
পাসওয়ার্ড পৰিবর্তন কৰুন
150.
To change your password, enter your current password in the field below and click <b>Authenticate</b>. After you have authenticated, enter your new password, retype it for verification and click <b>Change password</b>.
2015-01-06
পাছৱৰ্ড পৰিবৰ্তনৰ বাবে নিম্নলিখিত ক্ষেত্ৰত নিজৰ বৰ্তমান পাছৱৰ্ড লিখক আৰু <b>অনুমোদন</b> টিপক। অনুমোদিত হ'লে, নতুন পাছৱৰ্ড লিখক, সুনিশ্চিত কৰাৰ বাবে পুনঃ পাছৱৰ্ড লিখি, <b>পাছৱৰ্ড পৰিবৰ্তন</b> টিপক।
2012-03-27
গুপ্তশব্দ পৰিবৰ্তনৰ বাবে নিম্নলিখিত ক্ষেত্ৰত নিজৰ বৰ্তমান গুপ্তশব্দ লিখক আৰু <b>অনুমোদন</b> টিপক। অনুমোদিত হ'লে, নতুন গুপ্তশব্দ লিখক, সুনিশ্চিত কৰাৰ বাবে পুনঃ গুপ্তশব্দ লিখি, <b>গুপ্তশব্দ পৰিবৰ্তন</b> টিপক।
154.
Accessible Lo_gin
2012-03-27
ব্যৱহাৰযোগ্য লগিন (_g)
157.
Changes to enable assistive technologies will not take effect until your next log in.
2012-12-25
আকৌ লগিন নকৰালৈকে সহায়ক প্ৰযুক্তি এই পৰিবৰ্তনসমূহ প্ৰয়োগ কৰা ন'হ'ব।
2012-03-27
আকৌ লগিন নকৰালৈকে সহায়ক প্ৰযুক্তি সংক্ৰান্ত এই পৰিবৰ্তনসমূহ প্ৰয়োগ কৰা ন'হ'ব।
159.
Jump to Preferred Applications dialog
2012-12-25
পছন্দৰ এপ্লিকেচনৰ সম্বাদলৈ যাওক
160.
Jump to the Accessible Login dialog
2012-03-27
ব্যৱহাৰযোগ্য লগিন সম্বাদেলৈ যাওক
161.
Jump to the Keyboard Accessibility dialog
2012-03-27
কি ফলকৰ সহায়ক প্ৰযুক্তি সম্বাদেলৈ যাওক
163.
Preferences
2014-05-29
পছন্দসমূহ
165.
_Keyboard Accessibility
2012-03-27
কি ফলকৰ সহায়ক প্ৰযুক্ত (_K)
168.
_Preferred Applications
2012-12-25
পছন্দৰ এপ্লিকেচন (_P)
169.
Choose which accessibility features to enable when you log in
2012-03-27
লগিন কৰাৰ সময়, বিশেষ ব্যবহাৰৰ কোনো ব্যবস্থাসমূহ সক্ৰিয় কৰা হ'ব সেইটো নিৰ্বাচন কৰক
171.
All files
2012-12-25
সৰ্বধৰণৰ ফাইল
172.
Testing the new settings. If you don't respond in %d second the previous settings will be restored.
Testing the new settings. If you don't respond in %d seconds the previous settings will be restored.
2012-12-25
নতুন বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা হৈছে। আপুনি যদি %d ছেকেণ্ডত কোনো উত্তৰ নিদিয়ে তেন্তে পূৰণি মানসমূহকেই আকৌ ব্যৱহাৰ কৰা হ'ব।
নতুন বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা হৈছে। আপুনি যদি %d ছেকেণ্ডত কোনো উত্তৰ নিদিয়ে তেন্তে পূৰণি মানসমূহকেই আকৌ ব্যৱহাৰ কৰা হ'ব।
2012-03-27
নতুন বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা হৈছে। আপুনি যদি %d ছেকেণ্ডত কোনো উত্তৰ নিদিয়ে তেন্তে পূৰণি মানসমূহকেই আকৌ ব্যৱহাৰ কৰা হ'ব।
নতুন বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা হৈছে। আপুনি যদি %d ছেকেণ্ডত কোনো উত্তৰ নিদিয়ে তেন্তে পূৰণি মানসমূহকেই আকৌ ব্যৱহাৰ কৰা হ'ব।
180.
The font selected is %d point large, and may make it difficult to effectively use the computer. It is recommended that you select a size smaller than %d.
The font selected is %d points large, and may make it difficult to effectively use the computer. It is recommended that you select a size smaller than %d.
2012-03-27
নিৰ্ব্বাচত ফন্ট %d পইন্ট ডাঙৰ, আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ সহজ ন'হ'বও পাৰে। আপুনি %d ত কৈ সৰু আকাৰ বাচি লোৱাৰ উপদেশ দিওঁ।
নিৰ্ব্বাচত ফন্ট %d পইন্ট ডাঙৰ, আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ সহজ ন'হ'বও পাৰে। আপুনি %d ত কৈ সৰু আকাৰ বাচি লোৱাৰ উপদেশ দিওঁ।
181.
The font selected is %d point large, and may make it difficult to effectively use the computer. It is recommended that you select a smaller sized font.
The font selected is %d points large, and may make it difficult to effectively use the computer. It is recommended that you select a smaller sized font.
2012-03-27
বাচি লোৱা ফন্টৰ আকাৰ %d; কিন্তু ইমান ডাঙৰ আকাৰৰ ফন্ট বাচি ল'লে কম্পিউটাৰত ব্যৱহাৰ কৰা কঠিন হ'ব। সেইবাবে আপোনাক আৰু সৰু আকাৰৰ ফন্ট বাচি লোৱাৰ বাবে উপদেশ দিয়া হৈছে।
বাচি লোৱা ফন্টৰ আকাৰ %d; কিন্তু ইমান ডাঙৰ আকাৰৰ ফন্ট বাচি ল'লে কম্পিউটাৰত ব্যৱহাৰ কৰা কঠিন হ'ব। সেইবাবে আপোনাক আৰু সৰু আকাৰৰ ফন্ট বাচি লোৱাৰ বাবে উপদেশ দিয়া হৈছে।
185.
Specify the filename of a theme to install
2012-12-25
সংস্থাপন কৰাৰ বাবে কোনো থিম ফাইলৰ নাম উল্লেখ কৰক
186.
filename
2012-12-25
ফাইলৰ নাম