Browsing Assamese translation

Don't show this notice anymore
Before translating, be sure to go through Ubuntu Translators instructions.
110 of 337 results
3.
A custom font that will be used for the editing area. This will only take effect if the "Use Default Font" option is turned off.
সম্পাদন ক্ষেত্ৰত ব্যৱহাৰৰ কৰিব লগা আপোনাৰ পছন্দৰ কোনো আখৰ । এইটো প্ৰয়োগ কৰাৰ বাবে "অবিকল্পিত আখৰ ব্যৱহাৰ কৰক" বিকল্পটো বন্ধ থকা আৱশ্যক ।
Translated by Amitakhya Phukan
Shared:
সম্পাদন উইন্ডোত ব্যৱহাৰৰ কৰিব লগা আপোনাৰ পছন্দৰ কোনো আখৰ। এইটো প্ৰয়োগ কৰাৰ বাবে "অবিকল্পিত আখৰ ব্যৱহাৰ কৰক" বিকল্পটো বন্ধ থকা আৱশ্যক।
Suggested by Nilamdyuti Goswami
Located in ../data/org.gnome.gedit.gschema.xml.in.h:5
15.
Editor Font
সম্পাদকে ব্যৱহাৰ কৰা আখৰ
Translated by Amitakhya Phukan
Shared:
সম্পাদকৰ ফণ্ট
Suggested by Nilamdyuti Goswami
Located in data/org.gnome.gedit.gschema.xml.in:42
17.
Enable Syntax Highlighting
চিন্টেক্সৰ আলোকপাত সক্ৰিয় কৰক
Translated by Amitakhya Phukan
Shared:
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ সক্ৰিয় কৰক
Suggested by Nilamdyuti Goswami
Located in data/org.gnome.gedit.gschema.xml.in:157
19.
Extension or suffix to use for backup file names. This will only take effect if the "Create Backup Copies" option is turned on.
বেক-আপ নথিপত্ৰৰ নামৰ অন্তত ব্যৱহৃত সম্প্ৰসাৰণ বা উপপদ । এইটো প্ৰয়োগ কৰাৰ বাবে "বেক-আপ নকল নিৰ্মাণ কৰা হ'ব" বিকল্পটো চলি থকা আৱশ্যক ।
Translated by Amitakhya Phukan
Shared:
বেকআপ ফাইলৰ নামৰ অন্তত ব্যৱহৃত সম্প্ৰসাৰণ বা উপপদ। এইটো প্ৰয়োগ কৰাৰ বাবে "বেকআপ কপি সৃষ্টি কৰা হ'ব" বিকল্পটো চলি থকা আৱশ্যক।
Suggested by Nilamdyuti Goswami
Located in ../data/gedit.schemas.in.h:18
23.
If this value is 0, then no line numbers will be inserted when printing a document. Otherwise, gedit will print line numbers every such number of lines.
মান ০ হ'লে, মূদ্ৰণৰ সময়ত আলেখ্যনত কোনো শাৰী সংখ্যা উল্লেখ কৰা ন'হ'ব । নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা মূদ্ৰণ কৰিব ।
Translated by Amitakhya Phukan
Shared:
মান ০ হ'লে, প্ৰিণ্টৰ সময়ত দস্তাবেজত কোনো শাৰী সংখ্যা উল্লেখ কৰা নহব। নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা প্ৰিণ্ট কৰিব।
Suggested by Nilamdyuti Goswami
Located in data/org.gnome.gedit.gschema.xml.in:215
27.
List of VFS schemes gedit supports in write mode. The 'file' scheme is writable by default.
লিখাৰ ধৰণত gedit দ্বাৰা সমৰ্থিত VFS আঁচনি । অবিকল্পিপতৰূপে 'file' স্কিম লিখাৰ যোগ্য।
Translated by Amitakhya Phukan
Shared:
লিখাৰ ধৰণত gedit দ্বাৰা সমৰ্থিত VFS আঁচনি। অবিকল্পিতৰূপে 'file' স্কিম লিখাৰ যোগ্য।
Suggested by Nilamdyuti Goswami
Located in ../data/gedit.schemas.in.in.h:23
28.
List of active plugins. It contains the "Location" of the active plugins. See the .gedit-plugin file for obtaining the "Location" of a given plugin.
সক্ৰিয় প্লাগ-ইনৰ তালিকা । ইয়াত সক্ৰিয় প্লাগ-ইনৰ "স্থান" আছে । কোনো নিৰ্দিষ্ট প্লাগ-ইনৰ "অৱস্থান" জানিবলৈ .gedit-plugin নথিপত্ৰ চাওক ।
Translated by Amitakhya Phukan
Shared:
সক্ৰিয় প্লাগিনৰ তালিকা। ইয়াত সক্ৰিয় প্লাগিনৰ "স্থান" আছে। কোনো নিৰ্দিষ্ট প্লাগিনৰ "অৱস্থান" জানিবলৈ .gedit-plugin ফাইল চাওক।
Suggested by Nilamdyuti Goswami
Located in ../data/org.gnome.gedit.gschema.xml.in.h:88
32.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions.
gedit-ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব । অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যে "-1" মান প্ৰয়োগ কৰক ।
Translated by Amitakhya Phukan
Shared:
gedit ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব। অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যি "-1" মান প্ৰয়োগ কৰক।
Suggested by Nilamdyuti Goswami
Located in ../data/org.gnome.gedit.gschema.xml.in.h:15
33.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions. Deprecated since 2.12.0
gedit-ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব । অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যে "-1" মান প্ৰয়োগ কৰক । 2.12.0 সংস্কৰণৰ পৰা হ্ৰাস কৰা হৈছে
Translated by Amitakhya Phukan
Shared:
gedit ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব। অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যি "-1" মান প্ৰয়োগ কৰক। 2.12.0 সংস্কৰণৰ পৰা হ্ৰাস কৰা হৈছে
Suggested by Nilamdyuti Goswami
Located in ../data/org.gnome.gedit.gschema.xml.in.h:15
36.
Number of minutes after which gedit will automatically save modified files. This will only take effect if the "Auto Save" option is turned on.
পৰিবৰ্ত্তিত নথিপত্ৰ যি সংখ্যক মিনিটৰ পিছত gedit-ৰ দ্বাৰা স্বয়ংক্ৰিয়ভাবে সংৰক্ষিত হ'ব । এইটোকাৰ্যকৰি কৰাৰ বাবে "স্বয়ংক্ৰিয় সংৰক্ষণ ব্যৱস্থা" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক।
Translated by Amitakhya Phukan
Shared:
পৰিবৰ্ত্তিত নথিপত্ৰ যি সংখ্যক মিনিটৰ পিছত gedit-ৰ দ্বাৰা স্বয়ংক্ৰিয়ভাবে সংৰক্ষিত হ'ব । এইটো কাৰ্যকৰি কৰাৰ বাবে "স্বয়ংক্ৰিয় সংৰক্ষণ ব্যৱস্থা" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক ।
Suggested by Sebastien Bacher
Located in ../data/gedit.schemas.in.h:44
110 of 337 results

This translation is managed by Registry Administrators, assigned by Ubuntu Translators.

You are not logged in. Please log in to work on translations.

Contributors to this translation: Amitakhya Phukan, Amitakhya Phukan, Nilamdyuti Goswami, Sebastien Bacher.