Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 677 results
53.
Specifies the font to use for page headers when printing a document. This will only take effect if the "Print Header" option is turned on.
2012-07-23
দস্তাবেজ প্ৰিন্ট কৰাৰ সময় পৃষ্ঠাৰ হেডাৰ প্ৰিন্ট কৰোঁতে ব্যৱহৃত আখৰ ধাৰ্য্য কৰে। এইটো প্ৰয়োগ কৰাৰ বাবে "হেডাৰ প্ৰিন্ট কৰা হ'ব" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক।
54.
Specifies the maximum number of recently opened files that will be displayed in the "Recent Files" submenu.
2012-09-07
"শেহতীয়া ফাইল" উপমেনুত শেহতীয়া সৰ্বাধিক যি সংখ্যক ফাইল প্ৰদৰ্শিত হ'ব সেইটো ধাৰ্য্য কৰে।
2012-07-23
"শেহতীয়া নথিপত্ৰ" উপমেনুত শেহতীয়া সৰ্বাধিক যি সংখ্যক নথিপত্ৰ প্ৰদৰ্শিত হ'ব সেইটো ধাৰ্য্য কৰে।
55.
Specifies the number of spaces that should be displayed instead of Tab characters.
2012-07-23
টেব আখৰৰ পৰিবৰ্তে যি সংখ্যক শূণ্যস্থান ব্যৱহৃত হ'ব সেইটো উল্লেখ কৰি।
56.
Specifies the position of the right margin.
2012-07-23
সোঁ ফালৰ অৱস্থান ধাৰ্য্য কৰে।
57.
Status Bar is Visible
2012-07-23
অৱস্থাবাৰ দৃশ্যমান
59.
Style for the toolbar buttons. Possible values are "GEDIT_TOOLBAR_SYSTEM" to use the system's default style, "GEDIT_TOOLBAR_ICONS" to display icons only, "GEDIT_TOOLBAR_ICONS_AND_TEXT" to display both icons and text, and "GEDIT_TOOLBAR_ICONS_BOTH_HORIZ" to display prioritized text beside icons. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2015-11-10
টুল-বাৰৰ ওপৰত অৱস্থিত বুটামৰ বিন্যাস। সাম্ভাব্য মানসমূহ হ'ল, চিস্টেমৰ অবিকল্পিত বিন্যাস প্ৰয়োগ কৰাৰ বাবে "GEDIT_TOOLBAR_SYSTEM", কেৱল আইকন প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS", আইকন আৰু লিখনি প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_AND_TEXT" আৰু আইকনৰ ওচৰত গুৰুত্বপূৰ্ণ লিখনি প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_BOTH_HORIZ"। উল্লেখ্য এই মানসমূহ লিখোঁতে আখৰৰ ফলা অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
2012-07-23
টুল-বাৰৰ ওপৰত অৱস্থিত বুটামৰ বিন্যাস। সাম্ভাব্য মানসমূহ হ'ল, চিস্টেমৰ অবিকল্পিত বিন্যাস প্ৰয়োগ কৰাৰ বাবে "GEDIT_TOOLBAR_SYSTEM", কেৱল আইকন প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS", আইকন আৰু লিখনী প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_AND_TEXT" আৰু আইকনৰ ওচৰত গুৰুত্বপূৰ্ণ লিখনী প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_BOTH_HORIZ"। উল্লেখ্য এই মানসমূহ লিখোঁতে আখৰৰ ফলা অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
63.
Toolbar is Visible
2012-07-23
টুল-বাৰ প্ৰদৰ্শন কৰক
64.
Undo Actions Limit (DEPRECATED)
2012-07-23
কাৰ্য্য বাতিলৰ সীমা (অবচিত)
67.
Whether gedit should create backup copies for the files it saves. You can set the backup file extension with the "Backup Copy Extension" option.
2012-09-07
gedit ৰ দ্বাৰা সংৰক্ষিত ফাইলৰ বেকআপ কপি সৃষ্টি হ'ব নে নহয়। "বেকআপ কপিৰ বাবে ব্যৱহৃত সম্প্ৰসাৰণ" বিকল্পৰ সহায়ত আপুনি বেকআপ ফাইলৰ সম্প্ৰসাৰণ নিৰ্ধাৰণ কৰিব পাৰিব।
2012-07-23
gedit ৰ দ্বাৰা সংৰক্ষিত নথিপত্ৰৰ বেকআপ কপি সৃষ্টি হ'ব নে নহয়। "বেকআপ কপিৰ বাবে ব্যৱহৃত সম্প্ৰসাৰণ" বিকল্পৰ সহায়ত আপুনি বেকআপ নথিপত্ৰৰ সম্প্ৰসাৰণ নিৰ্ধাৰণ কৰিব পাৰিব।
68.
Whether gedit should display line numbers in the editing area.
2012-07-23
সম্পাদনাৰ স্থানত gedit ৰ দ্বাৰা শাৰী সংখ্যা প্ৰদৰ্শিত হ'ব নে নহয়।
69.
Whether gedit should display the right margin in the editing area.
2012-07-23
সম্পাদন উইন্ডোত gedit ৰ দ্বাৰা সোঁ ফালৰ প্ৰান্ত প্ৰদৰ্শিত হ'ব নে নহয়।
71.
Whether gedit should enable syntax highlighting.
2012-07-23
gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ বিভিন্ন অংশ পৃথকৰূপে প্ৰদৰ্শিত হ'ব নে নহয়।
72.
Whether gedit should highlight all the occurrences of the searched text.
2015-11-10
সন্ধান কৰা লিখনিৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয়।
2012-07-23
সন্ধান কৰা লিখনীৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয়।
74.
Whether gedit should highlight the current line.
2012-07-23
gedit ৰ দ্বাৰা বৰ্তমান শাৰী উজ্জ্বল কৰা হ'ব নে নহয়।
75.
Whether gedit should include a document header when printing documents.
2015-11-10
দস্তাবেজ প্ৰিণ্ট কৰাৰ সময় gedit ৰ দ্বাৰা দস্তাবেজৰ হেডাৰ প্ৰিণ্ট কৰা হ'ব নে নহয়।
2012-07-23
দস্তাবেজ প্ৰিন্ট কৰাৰ সময় gedit ৰ দ্বাৰা দস্তাবেজৰ হেডাৰ প্ৰিন্ট কৰা হ'ব নে নহয়।
76.
Whether gedit should insert spaces instead of tabs.
2012-07-23
টেবৰ পৰিবৰ্তে gedit ৰ দ্বাৰা শূণ্যস্থান সুমুৱাওক নে নহয়।
77.
Whether gedit should print syntax highlighting when printing documents.
2015-11-10
দস্তাবেজ প্ৰিণ্ট কৰাৰ সময় gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ পৃথক বিন্যাস প্ৰিণ্ট কৰা হ'ব নে নহয়।
2012-07-23
দস্তাবেজ প্ৰিন্ট কৰাৰ সময় gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ পৃথক বিন্যাস প্ৰিন্ট কৰা হ'ব নে নহয়।
78.
Whether gedit should restore the previous cursor position when a file is loaded.
2012-09-07
ফাইল ল'ড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয়।
2012-07-23
নথিপত্ৰ ল'ড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয়।
79.
Whether the bottom panel at the bottom of editing windows should be visible.
2012-07-23
সম্পাদন উইন্ডোৰ উইন্ডোৰ তলৰ অংশত পেনেল প্ৰদৰ্শিত হ'ব নে নহয়।
81.
Whether the status bar at the bottom of editing windows should be visible.
2012-07-23
সম্পাদন উইন্ডোৰ উইন্ডোৰ তলত অৱস্থাবাৰ প্ৰদৰ্শিত হ'ব নে নহয়।
82.
Whether the toolbar should be visible in editing windows.
2012-07-23
সম্পাদন উইন্ডোৰ উইন্ডোত টুল-বাৰ প্ৰদৰ্শিত হ'ব নে নহয়।
83.
Whether to use the system's default fixed width font for editing text instead of a font specific to gedit. If this option is turned off, then the font named in the "Editor Font" option will be used instead of the system font.
2015-11-10
লিখনি সম্পাদনাৰ কামত gedit ৰ বাবে সুনিশ্চিত কোনো আখৰৰ পৰিবৰ্তে চিস্টেমৰ অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব নে নহয়। এই বিকল্পটো নিষ্ক্ৰিয় কৰা হ'লে চিস্টেম আখৰৰ পৰিবৰ্তে "সম্পাদকত ব্যৱহৃত আখৰ" বিকল্পত চিহ্নিত আখৰ ব্যৱহৃত হ'ব ।
2012-07-23
লিখনী সম্পাদনাৰ কামত gedit ৰ বাবে সুনিশ্চিত কোনো আখৰৰ পৰিবৰ্তে চিস্টেমৰ অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব নে নহয়। এই বিকল্পটো নিষ্ক্ৰিয় কৰা হ'লে চিস্টেম আখৰৰ পৰিবৰ্তে "সম্পাদকত ব্যৱহৃত আখৰ" বিকল্পত চিহ্নিত আখৰ ব্যৱহৃত হ'ব ।
88.
_Cancel Logout
2012-07-23
প্ৰস্থান বাতিল কৰক (_C)
89.
Close _without Saving
2012-07-23
সংৰক্ষণ নকৰি বন্ধ কৰক (_w)
91.
If you don't save, changes from the last %ld second will be permanently lost.
If you don't save, changes from the last %ld seconds will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে সৰ্বশেষ %ld ছেকেণ্ডত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
সংৰক্ষণ নকৰিলে সৰ্বশেষ %ld ছেকেণ্ডত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
92.
If you don't save, changes from the last minute will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা এক মিনিটত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
93.
If you don't save, changes from the last minute and %ld second will be permanently lost.
If you don't save, changes from the last minute and %ld seconds will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
সংৰক্ষণ নকৰিলে যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
94.
If you don't save, changes from the last %ld minute will be permanently lost.
If you don't save, changes from the last %ld minutes will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা %ld মিনিটত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
সংৰক্ষণ নকৰিলে যোৱা %ld মিনিটত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
95.
If you don't save, changes from the last hour will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টাত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
96.
If you don't save, changes from the last hour and %d minute will be permanently lost.
If you don't save, changes from the last hour and %d minutes will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টা আৰু %d মিনিটত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব ।
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টা আৰু %d মিনিটত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব ।
97.
If you don't save, changes from the last %d hour will be permanently lost.
If you don't save, changes from the last %d hours will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে যোৱা %d ঘন্টাত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
সংৰক্ষণ নকৰিলে যোৱা %d ঘন্টাত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
98.
Changes to document "%s" will be permanently lost.
2012-07-23
"%s" দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
100.
Saving has been disabled by the system administrator.
2012-07-23
চিস্টেম প্ৰশাসক দ্বাৰা সংৰক্ষণৰ বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা হৈছে।
101.
Changes to %d document will be permanently lost.
Changes to %d documents will be permanently lost.
2012-07-23
%d দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
%d দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
102.
There is %d document with unsaved changes. Save changes before closing?
There are %d documents with unsaved changes. Save changes before closing?
2012-07-23
%d দস্তাবেজত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয়। বন্ধ কৰাৰ আগত কি দস্তাবেজ সংৰক্ষণ কৰা হ'ব?
%d দস্তাবেজত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয়। বন্ধ কৰাৰ আগত দস্তাবেজ সংৰক্ষণ কৰা হ'ব নেকি?
103.
Docum_ents with unsaved changes:
2012-07-23
অসংৰক্ষিত পৰিবৰ্তনসহ দস্তাবেজসমূহ (_e):
104.
S_elect the documents you want to save:
2012-07-23
যি দস্তাবেজসমূহ সংৰক্ষণ কৰা হ'ব সেইসমূহ নিৰ্বাচন কৰক (_e):
105.
If you don't save, all your changes will be permanently lost.
2012-07-23
সংৰক্ষণ নকৰিলে সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
106.
Character Codings
2012-07-23
আখৰ এনক'ডিং
108.
_Encoding
2012-07-23
এনক'ডিং (_E)
109.
A_vailable encodings:
2012-07-23
উপস্থিত এনক'ডিং (_v):
111.
E_ncodings shown in menu:
2012-07-23
মেনুত প্ৰদৰ্শিত এনক'ডিং (_n):