Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 677 results
1.
Edit text files
2015-11-10
লিখনি ফাইল সম্পাদনা
2012-09-07
লিখনী ফাইল সম্পাদনা
2012-07-23
লিখনী নথিপত্ৰ সম্পাদনা
2.
Text Editor
2015-11-10
লিখনি সম্পাদক
2012-07-23
লিখনী সম্পাদক
3.
A custom font that will be used for the editing area. This will only take effect if the "Use Default Font" option is turned off.
2012-07-23
সম্পাদন উইন্ডোত ব্যৱহাৰৰ কৰিব লগা আপোনাৰ পছন্দৰ কোনো আখৰ। এইটো প্ৰয়োগ কৰাৰ বাবে "অবিকল্পিত আখৰ ব্যৱহাৰ কৰক" বিকল্পটো বন্ধ থকা আৱশ্যক।
4.
Active plugins
2012-07-23
সক্ৰিয় প্লাগিনসমূহ
9.
Backup Copy Extension
2012-07-23
বেকআপ কপিৰ সম্প্ৰসাৰণ
10.
Body Font for Printing
2015-11-10
প্ৰিণ্টৰ সময়ত ব্যৱহৃত মূল আখৰ
2012-07-23
প্ৰিন্টৰ সময়ত ব্যৱহৃত মূল আখৰ
12.
Create Backup Copies
2012-07-23
বেকআপ কপি সৃষ্টি কৰক
14.
Display Right Margin
2012-07-23
সোঁ সীমা দেখাওক
15.
Editor Font
2015-11-10
সম্পাদকৰ ফণ্ট
2012-07-23
সম্পাদকৰ ফন্ট
16.
Enable Search Highlighting
2012-07-23
সন্ধানৰ সময়ত আখৰৰ উজ্জ্বলকৰণ সক্ৰিয় কৰা হ'ব
17.
Enable Syntax Highlighting
2012-07-23
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ সক্ৰিয় কৰক
18.
Encodings shown in menu
2012-07-23
মেনুত প্ৰদৰ্শিত এনক'ডিং
19.
Extension or suffix to use for backup file names. This will only take effect if the "Create Backup Copies" option is turned on.
2012-09-07
বেকআপ ফাইলৰ নামৰ অন্তত ব্যৱহৃত সম্প্ৰসাৰণ বা উপপদ। এইটো প্ৰয়োগ কৰাৰ বাবে "বেকআপ কপি সৃষ্টি কৰা হ'ব" বিকল্পটো চলি থকা আৱশ্যক।
2012-07-23
বেকআপ নথিপত্ৰৰ নামৰ অন্তত ব্যৱহৃত সম্প্ৰসাৰণ বা উপপদ। এইটো প্ৰয়োগ কৰাৰ বাবে "বেকআপ কপি সৃষ্টি কৰা হ'ব" বিকল্পটো চলি থকা আৱশ্যক।
20.
Header Font for Printing
2015-11-10
প্ৰিণ্টৰ বাবে হেডাৰৰ আখৰ
2012-07-23
প্ৰিন্টৰ বাবে হেডাৰৰ আখৰ
21.
Highlight Current Line
2012-07-23
বৰ্তমানৰ শাৰী উজ্জ্বল কৰক
23.
If this value is 0, then no line numbers will be inserted when printing a document. Otherwise, gedit will print line numbers every such number of lines.
2015-11-10
মান ০ হ'লে, প্ৰিণ্টৰ সময়ত দস্তাবেজত কোনো শাৰী সংখ্যা উল্লেখ কৰা নহব। নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা প্ৰিণ্ট কৰিব।
2012-07-23
মান ০ হ'লে, প্ৰিন্টৰ সময়ত দস্তাবেজত কোনো শাৰী সংখ্যা উল্লেখ কৰা নহব। নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা প্ৰিন্ট কৰিব।
24.
Insert spaces
2012-09-07
শূণ্যস্থান সুমুৱাওক
25.
Line Number Font for Printing
2015-11-10
প্ৰিণ্টৰ সময়ত শাৰী সংখ্যাৰ বাবে ব্যৱহৃত আখৰ
2012-07-23
প্ৰিন্টৰ সময়ত শাৰী সংখ্যাৰ বাবে ব্যৱহৃত আখৰ
27.
List of VFS schemes gedit supports in write mode. The 'file' scheme is writable by default.
2012-07-23
লিখাৰ ধৰণত gedit দ্বাৰা সমৰ্থিত VFS আঁচনি। অবিকল্পিতৰূপে 'file' স্কিম লিখাৰ যোগ্য।
28.
List of active plugins. It contains the "Location" of the active plugins. See the .gedit-plugin file for obtaining the "Location" of a given plugin.
2012-09-07
সক্ৰিয় প্লাগিনৰ তালিকা। ইয়াত সক্ৰিয় প্লাগিনৰ "স্থান" আছে। কোনো নিৰ্দিষ্ট প্লাগিনৰ "অৱস্থান" জানিবলৈ .gedit-plugin ফাইল চাওক।
2012-07-23
সক্ৰিয় প্লাগিনৰ তালিকা। ইয়াত সক্ৰিয় প্লাগিনৰ "স্থান" আছে। কোনো নিৰ্দিষ্ট প্লাগিনৰ "অৱস্থান" জানিবলৈ .gedit-plugin নথিপত্ৰ চাওক।
31.
Maximum Recent Files
2012-09-07
শেহতীয়া ফাইলৰ সৰ্বাধিক সংখ্যা
2012-07-23
শেহতীয়া নথিপত্ৰৰ সৰ্বাধিক সংখ্যা
32.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions.
2012-07-23
gedit ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব। অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যি "-1" মান প্ৰয়োগ কৰক।
33.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions. Deprecated since 2.12.0
2012-07-23
gedit ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব। অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যি "-1" মান প্ৰয়োগ কৰক। 2.12.0 সংস্কৰণৰ পৰা হ্ৰাস কৰা হৈছে
37.
Print Header
2015-11-10
হেডাৰ প্ৰিণ্ট কৰক
2012-07-23
হেডাৰ প্ৰিন্ট কৰক
38.
Print Line Numbers
2015-11-10
শাৰী সংখ্যা প্ৰিণ্ট কৰক
2012-07-23
শাৰী সংখ্যা প্ৰিন্ট কৰক
39.
Print Syntax Highlighting
2015-11-10
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ প্ৰিণ্ট কৰক
2012-07-23
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ প্ৰিন্ট কৰক
40.
Printing Line Wrapping Mode
2015-11-10
শাৰী মেৰিওৱা অৱস্থাত প্ৰিণ্ট কৰা
2012-07-23
শাৰী মেৰিওৱা অৱস্থাত প্ৰিন্ট কৰা
42.
Right Margin Position
2012-07-23
সোঁ ফালৰ অৱস্থান
46.
Smart Home End
2012-07-23
স্মাৰ্ট ঘৰ অন্ত
51.
Specifies the font to use for a document's body when printing documents.
2015-11-10
ফাইল প্ৰিণ্ট কৰাৰ সময় মূল অংশত ব্যৱহৃত আখৰ ধাৰ্য্য কৰে।
2012-09-07
ফাইল প্ৰিন্ট কৰাৰ সময় মূল অংশত ব্যৱহৃত আখৰ ধাৰ্য্য কৰে।
2012-07-23
নথিপত্ৰ প্ৰিন্ট কৰাৰ সময় মূল অংশত ব্যৱহৃত আখৰ ধাৰ্য্য কৰে।
52.
Specifies the font to use for line numbers when printing. This will only take effect if the "Print Line Numbers" option is non-zero.
2015-11-10
শাৰী সংখ্যা প্ৰিণ্ট কৰোঁতে ব্যৱহৃত আখৰ ধাৰ্য্য কৰে। এইটো প্ৰয়োগ কৰাৰ বাবে "শাৰী সংখ্যা প্ৰিণ্ট কৰক" বিকল্পত শূণ্য নোহোৱা মান ব্যৱহাৰ কৰা আৱশ্যক।
2012-07-23
শাৰী সংখ্যা প্ৰিন্ট কৰোঁতে ব্যৱহৃত আখৰ ধাৰ্য্য কৰে। এইটো প্ৰয়োগ কৰাৰ বাবে "শাৰী সংখ্যা প্ৰিন্ট কৰক" বিকল্পত শূণ্য নোহোৱা মান ব্যৱহাৰ কৰা আৱশ্যক।
53.
Specifies the font to use for page headers when printing a document. This will only take effect if the "Print Header" option is turned on.
2015-11-10
দস্তাবেজ প্ৰিণ্ট কৰাৰ সময় পৃষ্ঠাৰ হেডাৰ প্ৰিণ্ট কৰোঁতে ব্যৱহৃত আখৰ ধাৰ্য্য কৰে। এইটো প্ৰয়োগ কৰাৰ বাবে "হেডাৰ প্ৰিণ্ট কৰা হ'ব" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক।