|
11.
|
|
|
Require encryption
|
|
|
|
এনক্ৰিপশন আৱশ্যক
|
|
Translated by
Amitakhya Phukan
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:13
|
|
12.
|
|
|
If true, remote users accessing the desktop are required to support encryption. It is highly recommended that you use a client which supports encryption unless the intervening network is trusted.
|
|
|
|
মান সত্য হ'লে, ডেস্কটপ অভিগম কৰা দূৰৱৰ্তী ব্যৱহাৰকাৰীসমূহে এনক্ৰিপশন সমৰ্থন কৰাৰ প্ৰয়োজন হব। ই উচ্চভাৱে উপদেশিত যে আপুনি এটা ক্লাএন্ট ব্যৱহাৰ কৰে যি ইনক্ৰিপষণ সমৰ্থন কৰে যদি মধ্যৱৰ্তী নেটৱাৰ্ক ভৰষাবান নহয়।
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:14
|
|
13.
|
|
|
Allowed authentication methods
|
|
|
|
ব্যৱহাৰযোগ্য প্ৰমাণীকৰণ পদ্ধতিবোৰ
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:15
|
|
14.
|
|
|
Lists the authentication methods with which remote users may access the desktop.
There are two possible authentication methods; "vnc" causes the remote user to be prompted for a password (the password is specified by the vnc-password key) before connecting and "none" which allows any remote user to connect.
|
|
|
represents a line break.
Start a new line in the equivalent position in the translation.
|
|
|
|
দূৰবৰ্তী ব্যৱহাৰকাৰীসমূহ যি সকলো প্ৰমাণীকৰণ প্ৰক্ৰিযাৰ মাধ্যমে ডেস্কটপ ব্যৱহাৰ কৰোঁতে সক্ষম হ'ব সেইসমূহ তালিকাভুক্ত কৰে।
দুটা সম্ভাব্য প্ৰমাণীকৰণ প্ৰক্ৰিয়া উপস্থিত অাছে; "vnc" ৰ দ্বাৰা দূৰবৰ্তী ব্যৱহাৰকাৰীক সংযোগৰ পূৰ্বে পাছৱাৰ্ডৰ বাবে অনুৰোধ কৰা হ'ব (এই পাছৱাৰ্ডটো vnc_password কি' ৰ দ্বাৰা নিৰ্ধাৰিত হয়) আৰু "none" যাৰ দ্বাৰা যি কোনো দূৰবৰ্তী ব্যৱহাৰকাৰী সংযোগ কৰাৰ অনুমতি পাবো।
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:16
|
|
15.
|
|
|
Password required for "vnc" authentication
|
|
|
|
"vnc" প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ বাবে পাছৱাৰ্ড প্ৰয়োজন
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:19
|
|
16.
|
|
|
The password which the remote user will be prompted for if the "vnc" authentication method is used. The password specified by the key is base64 encoded.
The special value of 'keyring' (which is not valid base64) means that the password is stored in the GNOME keyring.
|
|
|
represents a line break.
Start a new line in the equivalent position in the translation.
|
|
|
|
"vnc" প্ৰমাণীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হ'লে দূৰবৰ্তী ব্যৱহাৰকাৰীক যি পাছৱাৰ্ড লিখিব'লৈ অনুৰোধ কৰা হ'ব। কি'ৰে ধাৰ্য্যত পাছৱাৰ্ড base64 এনকড হয়।
'keyring' ৰ বিশেষ মান (যোনটো বৈধ base64 নহয়) বুজায় যে পাছৱাৰ্ডটো GNOME keyring ত সংৰক্ষিত।
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:20
|
|
17.
|
|
|
E-mail address to which the remote desktop URL should be sent
|
|
|
|
দূৰবৰ্তী ডেস্কটপৰ URL প্ৰেৰণৰ বাবে ই-মেইল ঠিকনা
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:23
|
|
18.
|
|
|
This key specifies the e-mail address to which the remote desktop URL should be sent if the user clicks on the URL in the Desktop Sharing preferences dialog.
|
|
|
|
ডেস্কটপ অংশীদাৰী পছন্দসমূহ ডাইলগৰ URL ত ব্যৱহাৰকাৰীয়ে ক্লিক কৰিলে, যি ই-মেইল ঠিকনাত দূৰবৰ্তী ডেস্কটপ ৰ URL প্ৰেৰণ কৰা হ'ব, সেইটোক এই কি'য়ে ধাৰ্য্য কৰে।
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:24
|
|
19.
|
|
|
Lock the screen when last user disconnect
|
|
|
|
সৰ্বশেষ ব্যৱহাৰকাৰী বিচ্ছিন্ন কৰাৰ পিছত পৰ্দা লক কৰা হ'ব
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:25
|
|
20.
|
|
|
If true, the screen will be locked after the last remote client disconnects.
|
|
|
|
যদি true, সৰ্বশেষ দূৰবৰ্তী ক্লাএন্ট বিচ্ছিন্ন হোৱাৰ পিছত পৰ্দা লক কৰা হ'ব।
|
|
Translated by
Nilamdyuti Goswami
|
|
|
|
Located in
../common/org.gnome.Vino.gschema.xml.h:26
|