Browsing Assamese translation

14 of 94 results
14.
Lists the authentication methods with which remote users may access the desktop.

There are two possible authentication methods; "vnc" causes the remote user to be prompted for a password (the password is specified by the vnc-password key) before connecting and "none" which allows any remote user to connect.
There are line breaks here. Each one represents a line break. Start a new line in the equivalent position in the translation.
দূৰবৰ্তী ব্যৱহাৰকাৰীসমূহ যি সকলো প্ৰমাণীকৰণ প্ৰক্ৰিযাৰ মাধ্যমে ডেস্কটপ ব্যৱহাৰ কৰোঁতে সক্ষম হ'ব সেইসমূহ তালিকাভুক্ত কৰে।

দুটা সম্ভাব্য প্ৰমাণীকৰণ প্ৰক্ৰিয়া উপস্থিত অাছে; "vnc" ৰ দ্বাৰা দূৰবৰ্তী ব্যৱহাৰকাৰীক সংযোগৰ পূৰ্বে পাছৱাৰ্ডৰ বাবে অনুৰোধ কৰা হ'ব (এই পাছৱাৰ্ডটো vnc_password কি' ৰ দ্বাৰা নিৰ্ধাৰিত হয়) আৰু "none" যাৰ দ্বাৰা যি কোনো দূৰবৰ্তী ব্যৱহাৰকাৰী সংযোগ কৰাৰ অনুমতি পাবো।
Translated by Nilamdyuti Goswami
Located in ../common/org.gnome.Vino.gschema.xml.h:16
14 of 94 results

This translation is managed by Registry Administrators, assigned by Ubuntu Translators.

You are not logged in. Please log in to work on translations.