Translations by Robert Ancell

Robert Ancell has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 171 results
~
Error setting number of workspaces to %d: %s
2009-09-24
কামক্ষেত্ৰতৰ সংখ্যা %d ৰূপে নিৰ্ধাৰণ কৰোঁতে ব্যৰ্থ: %s
~
A font description string describing a font for window titlebars. The size from the description will only be used if the titlebar_font_size option is set to 0. Also, this option is disabled if the titlebar_uses_desktop_font option is set to true.
2009-09-24
উইন্ডোৰ শিৰোনামে ব্যৱহৃত ফন্টেৰ ব্যাখ্যা ৰূপে এটা পংক্তি । titlebar_font_size বিকল্পৰ মান 0 ৰূপে ধাৰ্য কৰিলে ফন্টেৰ ব্যাখ্যায় উল্লিখিত ফন্টেৰ মাপ ব্যৱহৃত হ'ব । titlebar_uses_desktop_font বিকল্পৰ মান true হ'লে এই বিকল্পৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰা হ'ব ।
~
Action on title bar double-click
2009-09-24
শিৰোনামৰ বাৰে দুবাৰ ক্লিক কৰিলে কৰণীয় কাম
~
/Windows/_Bottom dock
2009-09-24
/উইন্ডো/তলত আটকানো হ'ব (_B)
~
Arrangement of buttons on the titlebar. The value should be a string, such as "menu:minimize,maximize,spacer,close"; the colon separates the left corner of the window from the right corner, and the button names are comma-separated. Duplicate buttons are not allowed. Unknown button names are silently ignored so that buttons can be added in future metacity versions without breaking older versions. A special spacer tag can be used to insert some space between two adjacent buttons.
2009-09-24
শিৰোনাম বাৰত বুটামৰ বিন্যাস । চিহ্নিত মান এটা পংক্তি হোৱা আৱশ্যক যেনে "menu:minimize,maximize,spacer,close"; কোলোন চিহ্ন দ্বাৰা উইন্ডোৰ বাওঁফালৰ কোণৰ আৰু সোঁফালৰ কোণৰ মান বিভাজিত কৰা হয় আৰু বুটামৰ নামসমূহ কমা-চিহ্ন দ্বাৰা বিভক্ত । দুটা বুটাম অনুৰূপ হোৱা সম্ভব নহয় । অজ্ঞাত বুটামৰ নাম সতৰ্কবাণী নোহোৱাকে অগ্ৰাহ্য কৰা হয় যাৰ ফলত ভবিষ্যতে প্ৰকাশিত metacity ৰ সংস্কৰণৰ সৈতে নোহোৱাকে দ্বন্দ্বত বুটাম যোগ কৰা সম্ভব হ'ব । ওচৰাওচৰি স্থাপিত দুটা বুটামত ব্যৱধান সৃষ্টি কৰাৰ বাবে এটা বিশেষ spacer টেগ যোগ কৰা যাব ।
~
Commands to run in response to keybindings
2009-09-24
কি-বাইন্ডিং ব্যৱহৃত হ'লে সঞ্চালনযোগ্য আদেশ
~
Determines whether applications or the system can generate audible 'beeps'; may be used in conjunction with 'visual bell' to allow silent 'beeps'.
2009-09-24
অনুপ্ৰয়োগ বা ব্যৱস্থাপ্ৰণালীেৰ দ্বাৰা শ্ৰুতিগম্য 'beeps' শব্দ উৎপন্ন কৰা হ'ব নে নহয় সেইটো নিৰ্ধাৰণ কৰি; নিঃশব্দ 'beeps' শব্দেৰ বাবে 'visual bell' ৰ সৈতে ব্যৱহাৰযোগ্য ।
~
Disable misfeatures that are required by old or broken applications
2009-09-24
পুৰোনো বা ক্ষতিগ্ৰস্ত অনুপ্ৰয়োগেৰ ক্ষেত্ৰত আৱশ্যক ত্ৰুটিপূৰ্ণ বৈশিষ্ট্যেৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰা হ'ব
~
If set to true, and the focus mode is either "sloppy" or "mouse" then the focused window will be automatically raised after a delay specified by the auto_raise_delay key. This is not related to clicking on a window to raise it, nor to entering a window during drag-and-drop.
2009-09-24
মান true ধাৰ্য কৰিলে আৰু উজ্জ্বল কৰাৰ মোড "sloppy" বা "mouse" হয়ে থাকিলে auto_raise_delay কি দ্বাৰা চিহ্নিত মিলিসেকেন্ড পৰে উজ্জ্বলিত উইন্ডোটি স্বয়ংক্ৰিয়ৰূপে বড় কৰা হ'ব । উইন্ডোৰ ওপৰত ক্লিক কৰি উইন্ডো বড় কৰাৰ বৈশিষ্ট্য বা ড্ৰ্যাগ-ড্ৰপ কাম সঞ্চালনকালে উইন্ডোত প্ৰবেশেৰ সৈতে এৰ কোনো সম্পৰ্ক নেই ।
~
If true, ignore the titlebar_font option, and use the standard application font for window titles.
2009-09-24
মান true হ'লে, titlebar_font বিকল্পটি অগ্ৰাহ্য কৰা হ'ব আৰু উইন্ডোৰ শিৰোনামৰ বাবে অনুপ্ৰয়োগেৰ ক্ষেত্ৰত চিহ্নিত প্ৰমিত ফন্ট ব্যৱহৃত হ'ব ।
~
If true, then Metacity works in terms of applications rather than windows. The concept is a bit abstract, but in general an application-based setup is more like the Mac and less like Windows. When you focus a window in application-based mode, all the windows in the application will be raised. Also, in application-based mode, focus clicks are not passed through to windows in other applications. Application-based mode is, however, largely unimplemented at the moment.
2009-09-24
মান true হ'লে, উইন্ডোৰ পৰিবৰ্তে Metacity অনুপ্ৰয়োগ অনুযায়ী কাম সঞ্চালন কৰবে । অনুপ্ৰয়োগ-ভিত্তিক পৰিবেশ Mac'ৰ অনুৰূপ আৰু Windows'ৰ সৈতে এৰ সাদৃশ্য কম । অনুপ্ৰয়োগ-ভিত্তিক মোডে কোনে উইন্ডো উজ্জ্বল কৰিলে সংশ্লিষ্ট অনুপ্ৰয়োগেৰ সমস্ত উইন্ডো বড় কৰা হ'ব । ওপৰতন্তু উজ্জ্বল কৰাৰ সময় কৃত ক্লিক, উইন্ডোৰ মাধ্যমে অন্যান্য অনুপ্ৰয়োগে প্ৰৰিত নহয় । বাস্তবে অনুপ্ৰয়োগ-ভিত্তিক মোড বৰ্তমানে বিশেষ প্ৰয়োগ কৰা নহয় ।
~
Modifier to use for modified window click actions
2009-09-24
পৰিবৰ্তিত উইন্ডো ক্লিক কামৰ ফলত ব্যৱহাৰযোগ্য পৰিবৰ্তক
~
Move window to workspace 10
2009-09-24
কামক্ষেত্ৰ ১০'এ স্থানান্তৰ কৰক
~
Move window to workspace 11
2009-09-24
কামক্ষেত্ৰ ১১'এ স্থানান্তৰ কৰক
2.
Move window to workspace 1
2009-09-24
কামক্ষেত্ৰ ১'এ স্থানান্তৰ কৰক
3.
Move window to workspace 2
2009-09-24
কামক্ষেত্ৰ ২'এ স্থানান্তৰ কৰক
4.
Move window to workspace 3
2009-09-24
কামক্ষেত্ৰ ৩'এ স্থানান্তৰ কৰক
5.
Move window to workspace 4
2009-09-24
কামক্ষেত্ৰ ৪'এ স্থানান্তৰ কৰক
6.
Move window one workspace to the left
2009-09-24
উইন্ডো বাওঁফালৰ পাৰ্শ্ববৰ্তী কামক্ষেত্ৰত স্থানান্তৰণ কৰা হ'ব
7.
Move window one workspace to the right
2009-09-24
উইন্ডো সোঁফালৰ পাৰ্শ্ববৰ্তী কামক্ষেত্ৰত স্থানান্তৰণ কৰা হ'ব
8.
Move window one workspace up
2009-09-24
উইন্ডো এটা কামক্ষেত্ৰ ওপৰত স্থানান্তৰণ কৰা হ'ব
9.
Move window one workspace down
2009-09-24
উইন্ডো এটা কামক্ষেত্ৰ তলত স্থানান্তৰণ কৰা হ'ব
17.
Switch to workspace 1
2009-09-24
কামক্ষেত্ৰ ১'এ পৰিবৰ্তন কৰক
18.
Switch to workspace 2
2009-09-24
কামক্ষেত্ৰ ১৩'এ পৰিবৰ্তন কৰক
19.
Switch to workspace 3
2009-09-24
কামক্ষেত্ৰ ৩'এ পৰিবৰ্তন কৰক
20.
Switch to workspace 4
2009-09-24
কামক্ষেত্ৰ ৪'এ পৰিবৰ্তন কৰক
31.
Toggle maximization state
2009-09-24
সৰ্বোচ্চ মাপত প্ৰদৰ্শনৰ অৱস্থা অদল-বদল কৰা হ'ব
34.
Toggle shaded state
2009-09-24
ছায়াবৃত প্ৰদৰ্শনৰ অৱস্থা অদল-বদল কৰা হ'ব
41.
Raise window above other windows
2009-09-24
অন্যান্য উইন্ডোৰ ওপৰত উইন্ডো উত্থাপন কৰা হ'ব
42.
Lower window below other windows
2009-09-24
উইন্ডোটিকে অন্য উইন্ডোৰ তলত নমোৱা হ'ব
43.
Maximize window vertically
2009-09-24
উইন্ডো উলম্ব দিশত বড় কৰক
44.
Maximize window horizontally
2009-09-24
উইন্ডো অনুভূমিক দিশত বড় কৰক
45.
Bell event
2009-09-24
ঘন্টা সম্পৰ্কিত ঘটনা
54.
Lost connection to the display '%s'; most likely the X server was shut down or you killed/destroyed the window manager.
2009-09-24
প্ৰদৰ্শন '%s' ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে; সম্ভৱত X সেৱক বন্ধ কৰা হৈছে বা উইন্ডো পৰিচালন ব্যৱস্থা kill/বন্ধ কৰা হৈছে ।
55.
Fatal IO error %d (%s) on display '%s'.
2009-09-24
গুৰুতৰ IO সমস্যা %d (%s) '%s' প্ৰদৰ্শনত ।
56.
Some other program is already using the key %s with modifiers %x as a binding
2009-09-24
এটা পৃথক প্ৰোগ্ৰাম দ্বাৰা বৰ্তমানে %s চাবি, %x বাইন্ডিং সহ ব্যৱহৃত হৈছে
57.
metacity %s Copyright (C) 2001-%s Havoc Pennington, Red Hat, Inc., and others This is free software; see the source for copying conditions. There is NO warranty; not even for MERCHANTABILITY or FITNESS FOR A PARTICULAR PURPOSE.
2009-09-24
metacity %s 
Copyright (C) 2001-%s Havoc Pennington, Red Hat, Inc., and others 
This is free software; see the source for copying conditions. 
There is NO warranty; not even for MERCHANTABILITY or FITNESS FOR A 
PARTICULAR PURPOSE.
65.
Turn compositing on
2009-09-24
কম্পোছিটিং ব্যৱস্থা আৰম্ভ কৰক
66.
Turn compositing off
2009-09-24
কম্পোছিটিং ব্যৱস্থা বন্ধ কৰক
67.
Don't make fullscreen windows that are maximized and have no decorations
2009-09-24
সৰ্বাধিক মাপত স্থাপিত সাজসজ্জাবিহীন উইন্ডোসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰ্দাত প্ৰদৰ্শন ব্যৱস্থা প্ৰয়োগ কৰা ন'হ'ব
71.
Workarounds for broken applications disabled. Some applications may not behave properly.
2009-09-24
ক্ষতিগ্ৰস্ত অনুপ্ৰয়োগেৰ ত্ৰুটি অগ্ৰাহ্য কৰাৰ প্ৰণালী নিষ্ক্ৰিয় কৰা হৈছে । কয়েকটি অনুপ্ৰয়োগ সম্ভৱত সঠিকৰূপে চলোৱা সম্ভৱ হ'ব না ।
75.
Workspace %d
2009-09-24
কামক্ষেত্ৰ %d
77.
Screen %d on display "%s" already has a window manager; try using the --replace option to replace the current window manager.
2009-09-24
পৰ্দা %d'ৰ ("%s" প্ৰদৰ্শন) ক্ষেত্ৰত এটা উইন্ডো পৰিচালনব্যৱস্থা বৰ্তমানে উপস্তিত আছে; বৰ্তমানে উইন্ডো পৰিচালন ব্যৱস্থা পৰিবৰ্তন কৰোঁতে --replace বিকল্প প্ৰয়োগ কৰক ।
82.
Could not open session file '%s' for writing: %s
2009-09-24
লিখাৰ উদ্দেশ্যে সেশান নথিপত্ৰ '%s' খোলোঁতে ব্যৰ্থ: %s
87.
Unknown attribute %s on <%s> element
2009-09-24
অজ্ঞাত বৈশিষ্ট্য %s <%s> পদাৰ্থত চিহ্নিত হৈছে
88.
nested <window> tag
2009-09-24
নেস্টেড <window> টেগ
90.
These windows do not support &quot;save current setup&quot; and will have to be restarted manually next time you log in.
2009-09-24
এই উইন্ডোসমূহৰ দ্বাৰা &quot;save current setup&quot; বৈশিষ্ট্য সমৰ্থিত নহয় আৰু পিছত প্ৰৱেশ কৰিলে ব্যৱহাৰকৰ্তাৰ দ্বাৰা পুনৰায় আৰম্ভ কৰা প্ৰয়োজন ।
100.
Window %s sets SM_CLIENT_ID on itself, instead of on the WM_CLIENT_LEADER window as specified in the ICCCM.
2009-09-24
উইন্ডো %s দ্বাৰা ICCCM'এ নিৰ্ধাৰিত WM_CLIENT_LEADER উইন্ডোৰ পৰিবৰ্তে নিজেৰ ওপৰত SM_CLIENT_ID নিৰ্ধাৰিত হৈছে ।
103.
%s (on %s)
2009-09-24
%s (%s'ৰ ওপৰত)
104.
Invalid WM_TRANSIENT_FOR window 0x%lx specified for %s.
2009-09-24
অবৈধ WM_TRANSIENT_FOR উইন্ডো 0x%lx, %s'ৰ বাবে নিৰ্ধাৰিত হৈছে ।