Translations by Robert Ancell

Robert Ancell has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 171 results
~
This option determines the effects of right-clicking on the title bar. Current valid options are 'toggle_shade', which will shade/unshade the window, 'toggle_maximize' which will maximize/unmaximize the window, 'toggle_maximize_horizontally' and 'toggle_maximize_vertically' which will maximize/unmaximize the window in that direction only, 'minimize' which will minimize the window, 'shade' which will roll the window up, 'menu' which will display the window menu, 'lower' which will put the window behind all the others, and 'none' which will not do anything.
2009-09-24
শিৰোনাম-বাৰৰ ওপৰত মাউছৰ সোঁফালৰ বুটাম সহযোগে ক্লিক কৰাৰ সম্ভাব্য ফলাফল এই বিকল্প দ্বাৰা নিৰ্ধাৰিত হয় । বৰ্তমানে বৈধ বিকল্পসমূহ হল: উইন্ডোকে ছায়াবৃত/ছায়ামুক্ত কৰাৰ বাবে 'toggle_shade', সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize', চিহ্নিত দিশত সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize_horizontally' আৰু 'toggle_maximize_vertically', সৰ্বনিম্ন মাপত উইন্ডো স্থাপন কৰাৰ বাবে 'minimize', উইন্ডো ৰ'ল আপ কৰাৰ বাবে 'shade', উইন্ডোৰ মেনু প্ৰদৰ্শনৰ বাবে 'menu', অন্যান্য সকলো উইন্ডোৰ তলত উইন্ডো স্থাপন কৰাৰ বাবে 'lower', আৰু 'none' ধাৰ্য কৰিলে একো কৰা ন'হ'ব ।
~
This option determines the effects of double-clicking on the title bar. Current valid options are 'toggle_shade', which will shade/unshade the window, 'toggle_maximize' which will maximize/unmaximize the window, 'toggle_maximize_horizontally' and 'toggle_maximize_vertically' which will maximize/unmaximize the window in that direction only, 'minimize' which will minimize the window, 'shade' which will roll the window up, 'menu' which will display the window menu, 'lower' which will put the window behind all the others, and 'none' which will not do anything.
2009-09-24
শিৰোনাম-বাৰৰ ওপৰত দুবাৰ ক্লিক কৰাৰ সম্ভাব্য ফলাফল এই বিকল্প দ্বাৰা নিৰ্ধাৰিত হয় । বৰ্তমানে বৈধ বিকল্পসমূহ হল: উইন্ডোকে ছায়াবৃত/ছায়ামুক্ত কৰাৰ বাবে 'toggle_shade', সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize', চিহ্নিত দিশত সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize_horizontally' আৰু 'toggle_maximize_vertically', সৰ্বনিম্ন মাপত উইন্ডো স্থাপন কৰাৰ বাবে 'minimize', উইন্ডো ৰ'ল আপ কৰাৰ বাবে 'shade', উইন্ডোৰ মেনু প্ৰদৰ্শনৰ বাবে 'menu', অন্যান্য সকলো উইন্ডোৰ তলত উইন্ডোটি স্থাপন কৰাৰ বাবে 'lower', আৰু 'none' ধাৰ্য কৰিলে একো কৰা ন'হ'ব ।
~
The /apps/metacity/global_keybindings/run_command_N keys define keybindings that correspond to these commands. Pressing the keybinding for run_command_N will execute command_N.
2009-09-24
/apps/metacity/global_keybindings/run_command_N কিসমূহ দ্বাৰা এই সমস্ত আদেশেৰ ক্ষেত্ৰত সংশ্লিস্ট কি-বাইন্ডিং ব্যাখ্যা কৰা হয় ।run_command_N'ৰ কি-বাইন্ডিং প্ৰয়োগ কৰিলে command_N সঞ্চালিত হ'ব ।
~
This option determines the effects of middle-clicking on the title bar. Current valid options are 'toggle_shade', which will shade/unshade the window, 'toggle_maximize' which will maximize/unmaximize the window, 'toggle_maximize_horizontally' and 'toggle_maximize_vertically' which will maximize/unmaximize the window in that direction only, 'minimize' which will minimize the window, 'shade' which will roll the window up, 'menu' which will display the window menu, 'lower' which will put the window behind all the others, and 'none' which will not do anything.
2009-09-24
শিৰোনাম-বাৰৰ ওপৰত মাউছৰ মাজৰ বুটাম সহযোগে ক্লিক কৰাৰ সম্ভাব্য ফলাফল এই বিকল্প দ্বাৰা নিৰ্ধাৰিত হয় । বৰ্তমানে বৈধ বিকল্পসমূহ হল: উইন্ডোকে ছায়াবৃত/ছায়ামুক্ত কৰাৰ বাবে 'toggle_shade', সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize', চিহ্নিত দিশত সৰ্বাধিক মাপত উইন্ডো স্থাপন বা সৰ্বাধিক মাপ বাতিল কৰাৰ বাবে 'toggle_maximize_horizontally' আৰু 'toggle_maximize_vertically', সৰ্বনিম্ন মাপত উইন্ডো স্থাপন কৰাৰ বাবে 'minimize', উইন্ডো ৰ'ল আপ কৰাৰ বাবে 'shade', উইন্ডোৰ মেনু প্ৰদৰ্শনৰ বাবে 'menu', অন্যান্য সকলো উইন্ডোৰ তলত উইন্ডো স্থাপন কৰাৰ বাবে 'lower', আৰু 'none' ধাৰ্য কৰিলে একো কৰা ন'হ'ব ।
~
The theme determines the appearance of window borders, titlebar, and so forth.
2009-09-24
থিম দ্বাৰা উইন্ডোৰ প্ৰান্ত, শিৰোনামৰ-বাৰ প্ৰভৃতিৰ বিন্যাস নিৰ্ধাৰিত হ'ব ।
~
Switch to workspace 12
2009-09-24
কামক্ষেত্ৰ ১২'এ পৰিবৰ্তন কৰক
~
System Bell is Audible
2009-09-24
ব্যৱস্থাপ্ৰণালী ঘন্টি শোনা যাব
~
Tells Metacity how to implement the visual indication that the system bell or another application 'bell' indicator has been rung. Currently there are two valid values, "fullscreen", which causes a fullscreen white-black flash, and "frame_flash" which causes the titlebar of the application which sent the bell signal to flash. If the application which sent the bell is unknown (as is usually the case for the default "system beep"), the currently focused window's titlebar is flashed.
2009-09-24
এৰ দ্বাৰা Metacity'কে ব্যৱস্থাপ্ৰণালী ঘন্টি বা অন্য কোনো অনুপ্ৰয়োগেৰ 'ঘন্টি'ৰ পৰা উৎপন্ন শব্দেৰ সংকেত প্ৰদৰ্শনৰ নিৰ্দেশ প্ৰদান কৰা হয় । বৰ্তমানে দুটা বৈধ মান উপস্থিত আছে, "fullscreen" যাৰ ফলত সম্পূৰ্ণ পৰ্দা জুড়ে সাদা-কালো ঝলকানি হয় আৰু "frame_flash" যাৰ ফলত ঘন্টিৰ শব্দ উৎপন্নকৰ্তা অনুপ্ৰয়োগেৰ শিৰোনাম-বাৰে ঝলকানি সৃষ্টি কৰা হ'ব । শব্দ উৎপন্নকৰ্তা অনুপ্ৰয়োগেৰ পৰিচয় জানিবলৈ পাৰা না গেলে (অবিকল্পিত "system beep (ব্যৱস্থাপ্ৰণালী বিপ)"'ৰ ক্ষেত্ৰত) বৰ্তমানে উজ্জ্বলিত উইন্ডোৰ শিৰোনামৰ বাৰে ঝলকানি সৃষ্টি কৰা হ'ব ।
~
The name of a workspace.
2009-09-24
কামক্ষেত্ৰতৰ নাম
~
The keybinding that runs the correspondingly-numbered command in /apps/metacity/keybinding_commands The format looks like "<Control>a" or "<Shift><Alt>F1". The parser is fairly liberal and allows lower or upper case, and also abbreviations such as "<Ctl>" and "<Ctrl>". If you set the option to the special string "disabled", then there will be no keybinding for this action.
2009-09-24
যে কি-বাইন্ডিং দ্বাৰা /apps/metacity/keybinding_commandsৰ পৰা সংশ্লিষ্ট সংখ্যা দ্বাৰা চিহ্নিত আদেশ সঞ্চালিত হ'ব । "<Control>a" বা "<Shift><Alt>F1" বিন্যাস ব্যৱহৃত হ'ব । বিশ্লেষণাৰ আখৰৰ সৰু ডাঙৰ সম্পৰ্কে সচেতন নহয় আৰু প্ৰয়োজনত "<Ctl>" আৰু "<Ctrl>"'ৰ অনুৰূপ সংক্ষিপ্ত ৰূপো ব্যৱহাৰ কৰা যাব । বিকল্পৰ ক্ষেত্ৰত বিশেষ পংক্তি "disabled" প্ৰয়োগ কৰিলে এই কামৰ বাবে কোনো কি-বাইন্ডিং ব্যৱহাৰ কৰা হ'ব না ।
~
Switch to workspace 9
2009-09-24
কামক্ষেত্ৰ ৯'এ পৰিবৰ্তন কৰক
~
GConf key "%s" is set to an invalid type
2009-09-24
GConf চাবি "%s"'ৰ ধৰণ বৈধ নহয়
~
Move window to workspace 7
2009-09-24
কামক্ষেত্ৰ ৭'এ স্থানান্তৰ কৰক
~
Could not parse font description "%s" from GConf key %s
2009-09-24
"%s" ফন্টৰ বিৱৰণ GConf চাবি %sৰ পৰা বিশ্লেষণ কৰোঁতে ব্যৰ্থ
~
Move window to workspace 9
2009-09-24
কামক্ষেত্ৰ ৯'এ স্থানান্তৰ কৰক
~
Switch to workspace 5
2009-09-24
কামক্ষেত্ৰ ৫'এ পৰিবৰ্তন কৰক
~
Switch to workspace 7
2009-09-24
কামক্ষেত্ৰ ৭'এ পৰিবৰ্তন কৰক
~
Switch to workspace 8
2009-09-24
কামক্ষেত্ৰ ৮'এ পৰিবৰ্তন কৰক
~
The /apps/metacity/global_keybindings/run_command_screenshot key defines a keybinding which causes the command specified by this setting to be invoked.
2009-09-24
/apps/metacity/global_keybindings/run_command_screenshot কি দ্বাৰা এটা কি-বাইন্ডিং ব্যাখ্যা কৰা হয় যাৰ ফলত এই বৈশিষ্ট্য দ্বাৰা চিহ্নিত আদেশ সঞ্চালিত হ'ব ।
~
The /apps/metacity/global_keybindings/run_command_window_screenshot key defines a keybinding which causes the command specified by this setting to be invoked.
2009-09-24
/apps/metacity/global_keybindings/run_command_window_screenshot কি দ্বাৰা এটা কি-বাইন্ডিং ব্যাখ্যা কৰা হয় যাৰ ফলত এই বৈশিষ্ট্য দ্বাৰা চিহ্নিত আদেশ সঞ্চালিত হ'ব ।
~
No terminal command has been defined.
2009-09-24
টাৰ্মিনেলত ব্যৱহাৰযোগ্য কোনো আদেশ ব্যাখ্যা কৰা নহয় ।
~
Name of workspace
2009-09-24
কামক্ষেত্ৰতৰ নাম
~
/Windows/_Top dock
2009-09-24
/উইন্ডো/ওপৰত আটকানো হ'ব (_T)
~
Action on title bar right-click
2009-09-24
কাজ চলি আছে সোঁফালে ক্লিক কৰক
~
Arrangement of buttons on the titlebar. The value should be a string, such as "menu:minimize,maximize,spacer,close"; the colon separates the left corner of the window from the right corner, and the button names are comma-separated. Duplicate buttons are not allowed. Unknown button names are silently ignored so that buttons can be added in future metacity versions without breaking older versions. A special spacer tag can be used to insert some space between two adjacent buttons.
2009-09-24
শিৰোনাম বাৰত বুটামৰ বিন্যাস । চিহ্নিত মান এটা পংক্তি হোৱা আৱশ্যক যেনে "menu:minimize,maximize,spacer,close"; কোলোন চিহ্ন দ্বাৰা উইন্ডোৰ বাওঁফালৰ কোণৰ আৰু সোঁফালৰ কোণৰ মান বিভাজিত কৰা হয় আৰু বুটামৰ নামসমূহ কমা-চিহ্ন দ্বাৰা বিভক্ত । দুটা বুটাম অনুৰূপ হোৱা সম্ভব নহয় । অজ্ঞাত বুটামৰ নাম সতৰ্কবাণী নোহোৱাকে অগ্ৰাহ্য কৰা হয় যাৰ ফলত ভবিষ্যতে প্ৰকাশিত metacity ৰ সংস্কৰণৰ সৈতে নোহোৱাকে দ্বন্দ্বত বুটাম যোগ কৰা সম্ভব হ'ব । ওচৰাওচৰি স্থাপিত দুটা বুটামত ব্যৱধান সৃষ্টি কৰাৰ বাবে এটা বিশেষ spacer টেগ যোগ কৰা যাব ।
~
Commands to run in response to keybindings
2009-09-24
কি-বাইন্ডিং ব্যৱহৃত হ'লে সঞ্চালনযোগ্য আদেশ
~
Determines whether applications or the system can generate audible 'beeps'; may be used in conjunction with 'visual bell' to allow silent 'beeps'.
2009-09-24
অনুপ্ৰয়োগ বা ব্যৱস্থাপ্ৰণালীেৰ দ্বাৰা শ্ৰুতিগম্য 'beeps' শব্দ উৎপন্ন কৰা হ'ব নে নহয় সেইটো নিৰ্ধাৰণ কৰি; নিঃশব্দ 'beeps' শব্দেৰ বাবে 'visual bell' ৰ সৈতে ব্যৱহাৰযোগ্য ।
~
Disable misfeatures that are required by old or broken applications
2009-09-24
পুৰোনো বা ক্ষতিগ্ৰস্ত অনুপ্ৰয়োগেৰ ক্ষেত্ৰত আৱশ্যক ত্ৰুটিপূৰ্ণ বৈশিষ্ট্যেৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰা হ'ব
~
If set to true, and the focus mode is either "sloppy" or "mouse" then the focused window will be automatically raised after a delay specified by the auto_raise_delay key. This is not related to clicking on a window to raise it, nor to entering a window during drag-and-drop.
2009-09-24
মান true ধাৰ্য কৰিলে আৰু উজ্জ্বল কৰাৰ মোড "sloppy" বা "mouse" হয়ে থাকিলে auto_raise_delay কি দ্বাৰা চিহ্নিত মিলিসেকেন্ড পৰে উজ্জ্বলিত উইন্ডোটি স্বয়ংক্ৰিয়ৰূপে বড় কৰা হ'ব । উইন্ডোৰ ওপৰত ক্লিক কৰি উইন্ডো বড় কৰাৰ বৈশিষ্ট্য বা ড্ৰ্যাগ-ড্ৰপ কাম সঞ্চালনকালে উইন্ডোত প্ৰবেশেৰ সৈতে এৰ কোনো সম্পৰ্ক নেই ।
~
If true, ignore the titlebar_font option, and use the standard application font for window titles.
2009-09-24
মান true হ'লে, titlebar_font বিকল্পটি অগ্ৰাহ্য কৰা হ'ব আৰু উইন্ডোৰ শিৰোনামৰ বাবে অনুপ্ৰয়োগেৰ ক্ষেত্ৰত চিহ্নিত প্ৰমিত ফন্ট ব্যৱহৃত হ'ব ।
~
Error setting number of workspaces to %d: %s
2009-09-24
কামক্ষেত্ৰতৰ সংখ্যা %d ৰূপে নিৰ্ধাৰণ কৰোঁতে ব্যৰ্থ: %s
~
If true, then Metacity works in terms of applications rather than windows. The concept is a bit abstract, but in general an application-based setup is more like the Mac and less like Windows. When you focus a window in application-based mode, all the windows in the application will be raised. Also, in application-based mode, focus clicks are not passed through to windows in other applications. Application-based mode is, however, largely unimplemented at the moment.
2009-09-24
মান true হ'লে, উইন্ডোৰ পৰিবৰ্তে Metacity অনুপ্ৰয়োগ অনুযায়ী কাম সঞ্চালন কৰবে । অনুপ্ৰয়োগ-ভিত্তিক পৰিবেশ Mac'ৰ অনুৰূপ আৰু Windows'ৰ সৈতে এৰ সাদৃশ্য কম । অনুপ্ৰয়োগ-ভিত্তিক মোডে কোনে উইন্ডো উজ্জ্বল কৰিলে সংশ্লিষ্ট অনুপ্ৰয়োগেৰ সমস্ত উইন্ডো বড় কৰা হ'ব । ওপৰতন্তু উজ্জ্বল কৰাৰ সময় কৃত ক্লিক, উইন্ডোৰ মাধ্যমে অন্যান্য অনুপ্ৰয়োগে প্ৰৰিত নহয় । বাস্তবে অনুপ্ৰয়োগ-ভিত্তিক মোড বৰ্তমানে বিশেষ প্ৰয়োগ কৰা নহয় ।
~
Error setting name for workspace %d to "%s": %s
2009-09-24
কামক্ষেত্ৰ %d'ৰ নাম "%s" ৰূপে নিৰ্ধাৰণ কৰোঁতে ব্যৰ্থ: %s
~
Move window to workspace 8
2009-09-24
কামক্ষেত্ৰ ৮'এ স্থানান্তৰ কৰক
~
Some applications disregard specifications in ways that result in window manager misfeatures. This option puts Metacity in a rigorously correct mode, which gives a more consistent user interface, provided one does not need to run any misbehaving applications.
2009-09-24
কয়েকটি অনুপ্ৰয়োগ দ্বাৰা সুনিৰ্দিষ্ট বৈশিষ্ট্যেৰ মান অগ্ৰাহ্য কৰা হয় যাৰ ফলত উইন্ডো পৰিচালন ব্যৱস্থা ক্ষতিগ্ৰস্ত হয় । এই বিকল্পৰ দ্বাৰা Metacity সুস্পষ্টৰূপে সঠিক চালনাৰ মোডে স্থাপিত হ'ব যাৰ ফলত ইউজাৰ ইন্টাৰফেস তুলনামূলকৰূপে স্থায়ী হ'ব যদি কোনো অনুপ্ৰয়োগেৰ গতিবিধি উশৃঙ্খল না হয়ে থাকে ।
~
Switch to workspace 10
2009-09-24
কামক্ষেত্ৰ ১'এ পৰিবৰ্তন কৰক
~
Modifier to use for modified window click actions
2009-09-24
পৰিবৰ্তিত উইন্ডো ক্লিক কামৰ ফলত ব্যৱহাৰযোগ্য পৰিবৰ্তক
~
Switch to workspace 6
2009-09-24
কামক্ষেত্ৰ ৬'এ পৰিবৰ্তন কৰক
~
No command %d has been defined.
2009-09-24
%d আদেশ ব্যাখ্যা কৰা নহয় ।
~
Number of workspaces. Must be more than zero, and has a fixed maximum to prevent making the desktop unusable by accidentally asking for too many workspaces.
2009-09-24
কামক্ষেত্ৰতৰ সংখ্যা । শূণ্যেৰ অধিক হোৱা আৱশ্যক আৰু সৰ্বোচ্চ অনুমোদিত কামক্ষেত্ৰতৰ সংখ্যা চিহ্নিত হোৱা আৱশ্যক যাৰ ফলত ভুলবসত অত্যাধিক কামক্ষেত্ৰতৰ উপস্থিতিৰ ফলত ডেস্কটপ ক্ষতিগ্ৰস্ত না হয় ।
~
Switch to workspace 11
2009-09-24
কামক্ষেত্ৰ ১১'এ পৰিবৰ্তন কৰক
~
Number of workspaces
2009-09-24
কামক্ষেত্ৰতৰ সংখ্যা
~
Move window to workspace 10
2009-09-24
কামক্ষেত্ৰ ১০'এ স্থানান্তৰ কৰক
~
Move window to workspace 11
2009-09-24
কামক্ষেত্ৰ ১১'এ স্থানান্তৰ কৰক
~
Move window to workspace 12
2009-09-24
কামক্ষেত্ৰ ১২'এ স্থানান্তৰ কৰক
~
A font description string describing a font for window titlebars. The size from the description will only be used if the titlebar_font_size option is set to 0. Also, this option is disabled if the titlebar_uses_desktop_font option is set to true.
2009-09-24
উইন্ডোৰ শিৰোনামে ব্যৱহৃত ফন্টেৰ ব্যাখ্যা ৰূপে এটা পংক্তি । titlebar_font_size বিকল্পৰ মান 0 ৰূপে ধাৰ্য কৰিলে ফন্টেৰ ব্যাখ্যায় উল্লিখিত ফন্টেৰ মাপ ব্যৱহৃত হ'ব । titlebar_uses_desktop_font বিকল্পৰ মান true হ'লে এই বিকল্পৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰা হ'ব ।
~
Action on title bar double-click
2009-09-24
শিৰোনামৰ বাৰে দুবাৰ ক্লিক কৰিলে কৰণীয় কাম
~
GConf key '%s' is set to an invalid value
2009-09-24
GConf চাবি "%s"'ৰ মান বৈধ নহয়
~
Move window to workspace 5
2009-09-24
কামক্ষেত্ৰ ৫'এ স্থানান্তৰ কৰক
~
Move window to workspace 6
2009-09-24
কামক্ষেত্ৰ ৬'এ স্থানান্তৰ কৰক