Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 275 results
~
My provider uses C_DMA-based technology (i.e. 1xRTT, EVDO)
2010-11-30
আপোনাৰ সেৱা উপলব্ধকৰ্তা দ্বাৰা CDMA-ভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় (অৰ্থাৎ 1xRTT, EVDO) (_D)
~
WEP 40/128-bit Key
2010-08-14
WEP ৪০/১২৮-বিট কি
~
Save this connection for all users of this machine.
2010-08-14
এই যন্ত্ৰৰ সকলো ব্যৱহাৰকৰ্তাৰ বাবে এই সংযোগ সংৰক্ষণ কৰক ।
3.
Disable WiFi Create
2010-08-14
ৱাই-ফাই নিৰ্মাণ নিষ্ক্ৰিয় কৰক
4.
Disable connected notifications
2010-08-14
সংযুক্ত হোৱাৰ বিজ্ঞপ্তি নিষ্ক্ৰিয় কৰা হ'ব
5.
Disable disconnected notifications
2010-08-14
বিচ্ছিন্ন হোৱাৰ বিজ্ঞপ্তি নিষ্ক্ৰিয় কৰা হ'ব
6.
Set this to TRUE to disable notifications when connecting to a network.
2010-08-14
নে'টৱৰ্কৰ সৈতে সংযুক্ত কৰাৰ সময়ত বিজ্ঞপ্তিৰ ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে এই মান TRUE নিৰ্ধাৰণ কৰক ।
7.
Set this to TRUE to disable notifications when disconnecting from a network.
2010-08-14
নে'টৱৰ্কৰ সৈতে সংযোগ বিচ্ছিন্ন কৰাৰ সময়ত বিজ্ঞপ্তিৰ ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে এই মান TRUE নিৰ্ধাৰণ কৰক ।
8.
Set this to TRUE to disable notifications when wireless networks are available.
2010-08-14
বেতাঁৰ নে'টৱৰ্ক থাকিলে বিজ্ঞপ্তিৰ ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে এই মান TRUE নিৰ্ধাৰণ কৰক ।
9.
Set to TRUE to disable creation of adhoc networks when using the applet.
2010-08-14
এই এপ্লেটৰ সহায়ত এড-হক নে'টৱৰ্ক নিৰ্মাণৰ ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে এই মান TRUE নিৰ্ধাৰণ কৰক ।
10.
Stamp
2010-08-14
স্টেম্প
11.
Suppress networks available notifications
2010-08-14
উপলব্ধ নে'টৱৰ্কৰ বিজ্ঞপ্তি প্ৰদৰ্শন লুকুৱা হ'ব
12.
Used to determine whether settings should be migrated to a new version.
2010-08-14
নতুন সংস্কৰণত গুণ মাইগ্ৰেট কৰা হ'ব নে নহয় নিৰ্ধাৰণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ।
13.
Manage and change your network connection settings
2010-08-14
আপোনাৰ নে'টৱৰ্ক সংযোগক পৰিচালন আৰু সলনি কৰক
15.
An instance of nm-applet is already running.
2010-08-14
nm-applet ৰ এটা চানেকি বৰ্তমানে চলি আছে ।
16.
Could not acquire the %s service. (%d)
2010-08-14
%s সেৱা গ্ৰহণ কৰিবলৈ ব্যৰ্থ । (%d)
17.
Available
2010-08-14
উপলব্ধ
18.
You are now connected to '%s'.
2010-08-14
আপুনি এতিয়া '%s' লৈ সংযুক্ত ।
20.
You are now connected to the mobile broadband network.
2010-08-14
আপুনি এতিয়া মোবাইল ব্ৰড-বেন্ড নে'টৱৰ্কৰ সৈতে সংযুক্ত ।
30.
You are now connected to the CDMA network.
2010-08-14
আপুনি এতিয়া CDMA নে'টৱৰ্কলৈ সংযুক্ত ।
31.
Mobile broadband connection '%s' active: (%d%%%s%s)
2010-08-14
'%s' মোবাইল ব্ৰড-বেন্ড সংযোগ বৰ্তমানে সক্ৰিয়: (%d%%%s%s)
32.
roaming
2010-08-14
ৰোমিং
40.
Wrong PIN code; please contact your provider.
2010-08-14
ভুল PIN কোড; অনুগ্ৰহ কৰি সেৱা উপলব্ধকৰ্তাৰ সৈতে যোগাযোগ কৰক ।
41.
Wrong PUK code; please contact your provider.
2010-08-14
ভুল PUK কোড; অনুগ্ৰহ কৰি সেৱা উপলব্ধকৰ্তাৰ সৈতে যোগাযোগ কৰক ।
42.
Sending unlock code...
2010-08-14
আন-লক কৰাৰ কোড পঠিওৱা হৈছে...
43.
SIM PIN unlock required
2010-08-14
SIM PIN আন-লক কৰা প্ৰয়োজন
44.
SIM PIN Unlock Required
2010-08-14
SIM PIN আন-লক কৰা প্ৰয়োজন
45.
The mobile broadband device '%s' requires a SIM PIN code before it can be used.
2010-08-14
'%s' মোবাইল ব্ৰড-বেন্ড যন্ত্ৰ ব্যৱহাৰ কৰাৰ আগতে এটা SIM PIN কোড উপলব্ধ থকা আৱশ্যক ।
48.
SIM PUK unlock required
2010-08-14
SIM PUK আন-লক কৰা প্ৰয়োজন
49.
SIM PUK Unlock Required
2010-08-14
SIM PUK আন-লক কৰা প্ৰয়োজন
50.
The mobile broadband device '%s' requires a SIM PUK code before it can be used.
2010-08-14
'%s' মোবাইল ব্ৰড-বেন্ড যন্ত্ৰ ব্যৱহাৰ কৰাৰ আগতে এটা SIM PUK কোড উপলব্ধ থকা আৱশ্যক ।
74.
More networks
2010-08-14
অতিৰিক্ত নে'টৱৰ্ক
90.
None
2010-08-14
একো নাই
91.
None
2010-08-14
একো নাই
92.
Unknown
2010-08-14
অজ্ঞাত
110.
No valid active connections found!
2010-08-14
কোনো বৈধ সক্ৰিয় সংযোগ চিনাক্ত কৰা নাযায়!
111.
Copyright © 2004-2008 Red Hat, Inc. Copyright © 2005-2008 Novell, Inc.
2010-08-14
Copyright © 2004-2008 Red Hat, Inc. Copyright © 2005-2008 Novell, Inc.
112.
Notification area applet for managing your network devices and connections.
2010-08-14
নে'টৱৰ্ক যন্ত্ৰ আৰু সংযোগ পৰিচালনৰ বাবে ব্যৱহাৰযোগ্য বিজ্ঞপ্তিস্থলৰ এপ্লেট ।
113.
NetworkManager Website
2010-08-14
NetworkManager ৱেব-ছাইট
115.
Missing resources
2010-08-14
অনুপস্থিত সম্পদ
117.
A password is required to connect to '%s'.
2010-08-14
'%s' লৈ সংযোগ কৰিবলৈ এটা গুপ্তশব্দৰ প্ৰয়োজন ।
119.
The VPN connection '%s' failed because the network connection was interrupted.
2010-08-14
নে'টৱৰ্ক সংযোগ বিঘ্নিত হোৱাৰ ফলত VPN সংযোগ '%s' বিফল হৈছে ।
120.
The VPN connection '%s' failed because the VPN service stopped unexpectedly.
2010-08-14
VPN সেৱা অপ্ৰত্যাশিতভাবে বন্ধ হোৱাৰ ফলত VPN সংযোগ '%s' বিফল হৈছে ।
121.
The VPN connection '%s' failed because the VPN service returned invalid configuration.
2010-08-14
The VPN connection '%s' failed because the VPN service returned invalid configuration.
128.
The VPN connection '%s' disconnected because the network connection was interrupted.
2010-08-14
The VPN connection '%s' disconnected because the network connection was interrupted.
133.
The VPN connection '%s' failed because the VPN service failed to start. %s
2010-08-14
The VPN connection '%s' failed because the VPN service failed to start. %s
134.
The VPN connection '%s' failed to start. %s
2010-08-14
The VPN connection '%s' failed to start. %s
142.
_Disconnect VPN
2010-08-14
VPN ৰ সৈতে সংযোগ বিচ্ছিন্ন কৰক (_D)...
147.
Enable _Mobile Broadband
2010-08-14
মোবাইল ব্ৰড-বেন্ড সক্ৰিয় কৰক (_M)
148.
Enable N_otifications
2010-08-14
বিজ্ঞপ্তি প্ৰদানৰ ব্যৱস্থা সক্ৰিয় কৰক (_o)