Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 296 results
46.
File Path Specifications
2012-08-28
ফাইল পথৰ ধাৰ্য্যকৰণসমূহ
2011-09-27
নথিপত্ৰ পথৰ ধাৰ্য্যকৰণসমূহ
2011-05-20
নথিপত্ৰ পাথৰ সুনিৰ্দিষ্ট বিৱৰণ
47.
Filename format:
2012-08-28
ফাইলনাম বিন্যাস:
2011-09-27
নথিপত্ৰনাম বিন্যাস:
48.
Options
2011-05-20
বিকল্পসমূহ
49.
Rename from:
2011-09-27
ইয়াৰ পৰা পুনৰ নামকৰণ কৰক:
52.
Start counter at:
2011-09-27
ইয়াত গণক আৰম্ভ কৰক:
53.
To:
2011-09-27
লৈ:
55.
As check _pattern
2011-09-27
চেক বিন্যাস হিচাপে (_p)
56.
As custom c_olor:
2011-09-27
স্বনিৰ্বাচিত ৰঙ হিচাপে: (_o)
57.
As custom color:
2011-09-27
স্বনিৰ্বাচিত ৰঙ হিচাপে:
2011-05-20
নিজৰ পছন্দৰ ৰং হিচাপে:
58.
Background
2011-05-20
পটভূমি
59.
Background Color
2011-05-20
পটভূমি ৰঙ
60.
Color for Transparent Areas
2011-09-27
স্বচ্ছ অংশসমূহৰ বাবে ৰঙ
61.
E_xpand images to fit screen
2011-09-27
পৰ্দাত খাপ খুৱাব বাবে ছবি ডাঙৰ কৰক (_x)
63.
Image Enhancements
2011-09-27
ছবিৰ বৃদ্ধিসমূহ
2011-05-20
ছবিৰ এনহান্চমেন্টসমূহ
64.
Image View
2011-09-27
ছবি দৰ্শন
65.
Image Zoom
2011-05-20
ছবিৰ জুম
66.
Plugins
2011-09-27
প্লাগিনসমূহ
67.
Sequence
2011-09-27
ক্ৰম
2011-05-20
ক্ৰমপৰ্যায়
69.
Smooth images when zoomed-_in
2011-09-27
ডাঙৰকৈ প্ৰদৰ্শনৰ সময়ত ছবিসমূহ নিমজ কৰক (_i)
70.
Smooth images when zoomed-_out
2011-09-27
সৰুকৈ প্ৰদৰ্শনৰ সময়ত ছবিসমূহ নিমজ কৰক (_o)
71.
Transparent Parts
2011-05-20
স্বচ্ছ অংশবোৰ
72.
_Automatic orientation
2011-09-27
স্বচালিতভাবে দিশ নিৰ্ণয় কৰা (_A)
73.
_Loop sequence
2011-09-27
চক্ৰাকাৰ আবৰ্তনৰ ক্ৰম (_L)
76.
A value greater than 0 determines the seconds an image stays on screen until the next one is shown automatically. Zero disables the automatic browsing.
2011-09-27
০ ৰ পৰা ডাঙৰ মানে নিৰ্দেশ কৰে কিমান ছেকেণ্ডৰ পিছত স্ক্ৰিনত ছবি সলনি কৰা হব। ০ ৰ মান স্বচালিত ব্ৰাউছিং অসামৰ্থবান কৰে।
77.
Active plugins
2011-09-27
সক্ৰিয় প্লাগিনসমূহ
78.
Allow zoom greater than 100% initially
2012-06-13
আৰম্ভণিত ডাঙৰ কৰি চোৱাৰ মাত্ৰা ১০০ % ত কে অধিকৰ অনুমতি দিয়ক
2011-09-27
আৰম্ভণিত ডাঙৰ কৰি চোৱাৰ মাত্ৰা ১০০ % -ত কে অধিকৰ অনুমতি দিয়ক
79.
Automatic orientation
2011-09-27
স্বচালিত দিশ নিৰ্ধাৰণ
80.
Delay in seconds until showing the next image
2011-09-27
পিছৰ ছবি চোৱাৰ সময়ৰ ব্যৱধান ছেকেণ্ডসমূহত
81.
Determines how transparency should be indicated. Valid values are CHECK_PATTERN, COLOR and NONE. If COLOR is chosen, then the trans-color key determines the color value used.
2012-06-13
কিভাবে স্বচ্ছতা নিৰ্দেশ কৰা হব, সেইটো নিৰ্ধাৰণ কৰে। বৈধ মানসমূহ হ'ল CHECK_PATTERN, COLOR আৰু NONE। যদি COLOR বছা হয়, তেন্তে trans-color কিয়ে ব্যৱহৃত ৰঙৰ মান ঠিক কৰে।
2011-09-27
কিভাবে স্বচ্ছতা নিৰ্দেশ কৰক, সেইটো নিৰ্ধাৰণ কৰে। বৈধ মানসমূহ হ'ল CHECK_PATTERN, COLOR আৰু NONE। যদি COLOR বছা হয়, তেন্তে trans_color চাবিয়ে ব্যৱহৃত ৰঙৰ মান ঠিক কৰে।
2011-05-20
কিভাবে স্বচ্ছতা নিৰ্দেশ কৰা হ'ব, সেইটো নিৰ্ধাৰণ কৰে । বৈধ মানসমূহ হ'ল চেকযুক্ত নকশা, ৰং আৰু একো নাই । যদি ৰং বছা হয়, তেন্তে trans_color চাবিয়ে ব্যৱহৃত ৰঙৰ মান ঠিক কৰে ।
82.
External program to use for editing images
2011-05-20
ছবিসমূহ সম্পাদন কৰিবলে ব্যৱহৃত বহিৰ্তম প্ৰগ্ৰাম
83.
Extrapolate Image
2011-09-27
ছবি প্ৰক্ষিপ্ত কৰক
84.
If activated and no image is loaded in the active window, the file chooser will display the user's pictures folder using the XDG special user directories. If deactivated or the pictures folder has not been set up, it will show the current working directory.
2012-08-28
সক্ৰিয় থাকিলে আৰু সক্ৰিয় উইন্ডোত কোনো ছবি ল'ড নথাকিলে ফাইল নিৰ্বাচন ব্যৱস্থা দ্বাৰা XDG বিশেষ ব্যৱহাৰকাৰীৰ ডাইৰেকটৰি প্ৰয়োগ কৰি ব্যৱহাৰকাৰীৰ ছবিৰ ফোল্ডাৰ প্ৰদৰ্শন কৰক। যদি এই বৈশিষ্ট্য অসামৰ্থবান থাকে অথবা যদি এইটো প্ৰস্তুত নকৰা হয় তেনেহ'লে বৰ্তমানে ব্যৱহৃত ডাইৰেকটৰি প্ৰদৰ্শন কৰক।
2012-06-13
সক্ৰিয় থাকিলে আৰু সক্ৰিয় উইন্ডোত কোনো ছবি ল'ড নথাকিলে নথিপত্ৰ নিৰ্বাচন ব্যৱস্থা দ্বাৰা XDG বিশেষ ব্যৱহাৰকাৰীৰ ডাইৰেকটৰি প্ৰয়োগ কৰি ব্যৱহাৰকাৰীৰ ছবিৰ ফোল্ডাৰ প্ৰদৰ্শন কৰক। যদি এই বৈশিষ্ট্য অসামৰ্থবান থাকে অথবা যদি এইটো প্ৰস্তুত নকৰা হয় তেনেহ'লে বৰ্তমানে ব্যৱহৃত ডাইৰেকটৰি প্ৰদৰ্শন কৰক।
2011-09-27
সক্ৰিয় থাকিলে আৰু সক্ৰিয় উইন্ডোত কোনো ছবি লোড নথাকিলে নথিপত্ৰ নিৰ্বাচন ব্যৱস্থা দ্বাৰা XDG বিশেষ ব্যৱহাৰকাৰীৰ ডাইৰেকটৰি প্ৰয়োগ কৰি ব্যৱহাৰকাৰীৰ ছবিৰ ফোল্ডাৰ প্ৰদৰ্শন কৰক। যদি এই বৈশিষ্ট্য অসামৰ্থবান থাকে অথবা যদি এইটো প্ৰস্তুত নকৰা হয় তেনেহ'লে বৰ্তমানে ব্যৱহৃত ডাইৰেকটৰি প্ৰদৰ্শন কৰক।
2011-05-20
সক্ৰিয় কৰা হ'লে আৰু সক্ৰিয় উইন্ডোত কোনো ছবি লোড নকৰা হ'লে নথিপত্ৰ নিৰ্বাচন ব্যৱস্থা দ্বাৰা XDG বিশেষ ব্যৱহাৰকৰ্তাৰ পঞ্জিকা প্ৰয়োগ কৰি ব্যৱহাৰকৰ্তাৰ ছবিৰ ফোল্ডাৰ প্ৰদৰ্শন কৰা হ'ব । যদি এই বৈশিষ্ট্য নিষ্ক্ৰিয় থাকে অথবা যদি এইটো প্ৰস্তুত নকৰা হয় তেনেহ'লে বৰ্তমানে ব্যৱহৃত পঞ্জিকা প্ৰদৰ্শন কৰা হ'ব ।
85.
If activated, Eye of GNOME won't ask for confirmation when moving images to the trash. It will still ask if any of the files cannot be moved to the trash and would be deleted instead.
2012-08-28
সক্ৰিয় থাকিলে, আবৰ্জনাৰ বাকচত ছবি স্থানান্তৰৰ সময়ত Eye of GNOME এ নিশ্চিতকৰণৰ বাবে নুশুধিব। ই কেৱল তেতিয়ায় শুধিব যেতিয়া কোনো ফাইল আবৰ্জনালে স্থানান্তৰ কৰিব নোৱাৰি আৰু মচি পেলোৱা হব।
2012-06-13
সক্ৰিয় থাকিলে, আবৰ্জনাৰ বাকচত ছবি স্থানান্তৰৰ সময়ত Eye of GNOME এ নিশ্চিতকৰণৰ বাবে নুশুধিব। ই কেৱল তেতিয়ায় শুধিব যেতিয়া কোনো নথিপত্ৰ আবৰ্জনালে স্থানান্তৰ কৰিব নোৱাৰি আৰু মচি পেলোৱা হব।
2011-09-27
সক্ৰিয় থাকিলে, আবৰ্জনাৰ বাকচত ছবি স্থানান্তৰৰ সময়ত Eye of GNOME -এ নিশ্চিতকৰণৰ বাবে নুশুধিব। ই কেৱল তেতিয়ায় শুধিব যেতিয়া কোনো নথিপত্ৰ আবৰ্জনালে স্থানান্তৰ কৰিব নোৱাৰি আৰু মচি পেলোৱা হব।
2011-05-20
সক্ৰিয় কৰা হ'লে, আবৰ্জনাৰ বক্সত ছবি স্থানান্তৰৰ সময় Eye of GNOME দ্বাৰা প্ৰশ্ন কৰা ন'হ'ব । অকল আবৰ্জনাত স্থানান্তৰ নকৰি অকল কোনো ছবি আঁতৰুৱাৰ প্ৰয়োজন চোৱা দিলে প্ৰশ্ন কৰা হ'ব ।
86.
If activated, the detailed metadata list in the properties dialog will be moved to its own page in the dialog. This should make the dialog more usable on smaller screens, e.g. as used by netbooks. If disabled, the widget will be embedded on the "Metadata" page.
2011-09-27
এই বৈশিষ্ট্য সক্ৰিয় থাকিলে, বিৱিধ বৈশিষ্ট্যৰ ডাইলগ বাকচত প্ৰদৰ্শিত মেটাডাটাৰ তালিকাৰ বাবে ডাইলগত এটা পৃথক পৃষ্ঠা নিৰ্মিত হ'ব। ইয়াৰ ফলত, সৰু আকাৰৰ পৰ্দাত যেনে নেটবুক ইত্যাদিত, এই ডাইলগ সহজে ব্যৱহাৰ কৰা সম্ভব হ'ব। অসামৰ্থবান থাকিলে, উইজেট "মেটাডাটা" পৃষ্ঠাত সংযোজন কৰক।
2011-05-20
এই বৈশিষ্ট্য সক্ৰিয় কৰা হ'লে, বিৱিধ বৈশিষ্ট্যৰ সম্বাদ বক্সত প্ৰদৰ্শিত মিটা-ডাটাৰ তালিকাৰ বাবে সম্বাদত এটা পৃথক পৃষ্ঠা নিৰ্মিত হ'ব । ইয়াৰ ফলত, সৰু মাপৰ পৰ্দাত যেনে নেটবুক ইত্যাদিত, এই সম্বাদ সহজে ব্যৱহাৰ কৰা সম্ভব হ'ব । নিষ্ক্ৰিয় কৰা হ'লে, উইজেট "মিটা-ডাটা" পৃষ্ঠাত সংযোজন কৰা হ'ব ।