Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

251296 of 296 results
240.
Changes the visibility of the statusbar in the current window
2012-06-13
বৰ্তমান উইন্ডোত অৱস্থাবাৰৰ উপস্থিতি সলনি কৰে
2011-09-27
বৰ্তমান উইন্ডোত অৱস্থাসূচক বাৰৰ উপস্থিতি সলনি কৰে
244.
Changes the visibility of the side pane in the current window
2011-09-27
বৰ্তমান উইন্ডোত কাষৰ পেইনৰ উপস্থিতি সলনি কৰে
245.
_Save
2011-09-27
সংৰক্ষণ কৰক (_S)
248.
Open the selected image with a different application
2012-08-28
নিৰ্বাচিত ছবিক অন্য এটা এপ্লিকেচনেৰে খোলক
249.
Save _As…
2011-05-20
এই ধৰণে সংৰক্ষণ কৰক (_A)...
251.
_Print…
2011-09-27
প্ৰিন্ট কৰক (_P)...
2011-05-20
প্ৰিন্ট (_P)...
252.
Print the selected image
2011-09-27
নিৰ্বাচিত ছবি প্ৰিন্ট কৰক
253.
Prope_rties
2011-09-27
বৈশিষ্টসমূহ (_r)
254.
Show the properties and metadata of the selected image
2011-09-27
নিৰ্বাচিত ছবিৰ বৈশিষ্টসমূহ আৰু মেটাডাটা দেখাওক
257.
Flip _Horizontal
2011-09-27
আনুভূমিক দিশত ওলোটাওক (_H)
258.
Mirror the image horizontally
2011-09-27
ছবিৰ আনুভূমিক ভাবে মিৰৰ কৰক
261.
_Rotate Clockwise
2011-09-27
ঘড়িৰ কটাৰ দিশত ঘূৰাওক (_R)
265.
Set as _Desktop Background
2012-06-13
ডেষ্কট'পৰ পটভূমি ৰূপে স্থাপন কৰক (_D)
2011-09-27
ডেষ্কট'পৰ পটভূমি ৰূপে নিৰ্ধাৰণ কৰক (_D)
266.
Set the selected image as the desktop background
2012-06-13
নিৰ্বাচিত ছবি ডেস্কট'পৰ পটভূমি ৰূপে স্থাপন কৰক
2011-09-27
নিৰ্বাচিত ছবি ডেস্কট'পৰ পটভূমি ৰূপে ধাৰ্য্য কৰক
268.
_Zoom In
2011-09-27
ডাঙৰ কৰি প্ৰদৰ্শন কৰক (_Z)
270.
Zoom _Out
2011-09-27
সৰু কৰি প্ৰদৰ্শন কৰক(_O)
272.
_Normal Size
2011-09-27
স্বাভাবিক আকাৰ (_N)
273.
Show the image at its normal size
2011-09-27
স্বাভাবিক আকাৰত ছবি দেখুৱাওক
275.
Fit the image to the window
2011-09-27
ছবিক উইন্ডোত খাপ খোৱাওক
276.
_Fullscreen
2011-05-20
সম্পূৰ্ণ পৰ্দাত প্ৰদৰ্শন (_F)
277.
Show the current image in fullscreen mode
2012-06-13
বৰ্তমানৰ ছবিক সম্পূৰ্ণ পৰ্দাত দেখুৱাওক
2011-09-27
বৰ্ত্তমানৰ ছবিক সম্পূৰ্ণ পৰ্দাত দেখুৱাওক
278.
Pause Slideshow
2011-05-20
স্লাইডশ্ব' বিৰতি দিয়ক
279.
Pause or resume the slideshow
2011-05-20
স্লাইডশ্ব'ক বিৰতি দিয়ক বা পুনৰ আৰম্ভ কৰক
288.
_Random Image
2011-05-20
যাদৃচ্ছিক ছবি (_R)
291.
Start a slideshow view of the images
2011-09-27
ছবিসমূহৰ এটা স্লাইডশ্ব' প্ৰদৰ্শন আৰম্ভ কৰক
299.
Fit
2011-09-27
সৰ্বোত্তম আকাৰ
302.
Edit the current image using %s
2012-06-13
বৰ্তমানৰ ছবিক %s ব্যৱহাৰ কৰি সম্পাদন কৰক
2011-05-20
বৰ্ত্তমানৰ ছবিক %s ব্যৱহাৰ কৰি সম্পাদন কৰক
303.
Edit Image
2011-05-20
ছবি সম্পাদন কৰক
314.
Open in fullscreen mode
2012-06-13
সম্পূৰ্ণ পৰ্দাৰ অৱস্থাত খোলক
2011-09-27
সম্পূৰ্ণ পৰ্দাৰ মোডত খোলক
316.
Open in slideshow mode
2011-09-27
স্লাইডশ্ব' অৱস্থাত খোলক
2011-05-20
স্লাইড-ছো অৱস্থাত খোলক
317.
Start a new instance instead of reusing an existing one
2012-06-13
উপস্থিত উদাহৰণ পুনৰ ব্যৱহাৰ নকৰি এটা নতুন উদাহৰণ নিৰ্মাণ কৰক
2011-09-27
উপস্থিত চানেকি পুনৰ ব্যৱহাৰ নকৰি এটা নতুন চানেকি নিৰ্মাণ কৰক
318.
Show the application's version
2012-08-28
এপ্লিকেচনৰ সংস্কৰণ দেখুৱাওক
2011-05-20
অনুপ্ৰয়োগৰ সংস্কৰণ দেখুৱাওক
319.
[FILE…]
2012-06-13
[FILE…]
2011-05-20
[নথিপত্ৰ...]
320.
Run '%s --help' to see a full list of available command line options.
2012-06-13
কমান্ড শাৰীৰ পৰা ব্যৱহাৰযোগ্য সকলো বিকল্পৰ সম্পূৰ্ণ তালিকা চোৱাৰ বাবে '%s --help' চলাওক।
2011-09-27
আদেশ-শাৰীৰ পৰা ব্যৱহাৰযোগ্য সকলো বিকল্পৰ সম্পূৰ্ণ তালিকা চোৱাৰ বাবে '%s --help' প্ৰয়োগ কৰক।