Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 1019 results
105.
The target whitepoint was not obtainable.
2014-05-29
লক্ষ্য বগাবিন্দু অপ্ৰাপ্য আছিল।
106.
Complete!
2014-05-29
সম্পূৰ্ণ!
107.
Calibration failed!
2014-05-29
মানাংকন ব্যৰ্থ হল!
108.
You can remove the calibration device.
2014-05-29
আপুনি মানাংকন ডিভাইচ আতৰাব পাৰে।
109.
Do not disturb the calibration device while in progress
2014-05-29
প্ৰগতিশীল অৱস্থাত মানাংকন ডিভাইচক অসুবিধা নিদিব
110.
Display Calibration
2014-05-29
মানাংকন প্ৰদৰ্শন কৰক
113.
_Done
2014-05-29
কৰা হল (_D)
114.
Laptop Screen
2014-05-29
লেপটপৰ পৰ্দা
115.
Built-in Webcam
2014-05-29
বিল্ট-ইন ৱেবকেম
116.
%s Monitor
2014-05-29
%s মনিটৰ
117.
%s Scanner
2014-05-29
%s স্কেনাৰ
118.
%s Camera
2014-05-29
%s কেমেৰা
119.
%s Printer
2014-05-29
%s প্ৰিন্টাৰ
120.
%s Webcam
2014-05-29
%s ৱেবকেম
121.
Enable color management for %s
2014-05-29
%s ৰ বাবে ৰঙ ব্যৱস্থাপনা সামৰ্থবান কৰক
122.
Show color profiles for %s
2014-05-29
%s ৰ বাবে ৰঙৰ আলেখ্যসমূহ দেখুৱাওক
123.
Not calibrated
2014-05-29
মানাংকিত নহয়
124.
Default:
2012-03-27
অবিকল্পিত:
125.
Colorspace:
2012-03-27
ৰঙস্থান:
126.
Test profile:
2015-01-06
আলেখ্য পৰীক্ষা কৰক:
2012-03-27
আলেখ্য পৰিক্ষা কৰক:
127.
Select ICC Profile File
2012-12-25
ICC আলেখ্য ফাইল বাছক
2012-03-27
ICC আলেখ্য নথিপত্ৰ বাছক
128.
_Import
2012-03-27
ইমপোৰ্ট কৰক (_I)
129.
Supported ICC profiles
2012-03-27
সমৰ্থিত ICC আলেখ্যসমূহ
130.
All files
2012-12-25
সৰ্বধৰণৰ ফাইল
131.
Screen
2014-05-29
পৰ্দা
132.
Save Profile
2014-05-29
আলেখ্য সংৰক্ষণ কৰক
134.
Create a color profile for the selected device
2012-03-27
নিৰ্বাচিত ডিভাইচৰ বাবে এটা ৰঙ আলেখ্য সৃষ্টি কৰক
135.
The measuring instrument is not detected. Please check it is turned on and correctly connected.
2015-01-06
মাপ লোৱা ডিভাইচ চিনাক্ত কৰা হোৱা নাই। অনুগ্ৰহ কৰি নিৰীক্ষণ কৰক ই চলি আছে আৰু সঠিকভাৱে সংযুক্ত।
2012-12-25
মাপ লোৱা ডিভাইচ চিনাক্ত কৰা হোৱা নাই। অনুগ্ৰহ কৰি নীৰিক্ষণ কৰক ই চলি আছে আৰু সঠিকভাৱে সংযুক্ত।
2012-03-27
মাপ লোৱা যন্ত্ৰ চিনাক্ত কৰা হোৱা নাই। অনুগ্ৰহ কৰি নীৰিক্ষণ কৰক ই চলি আছে আৰু সঠিকভাৱে সংযুক্ত।
136.
The measuring instrument does not support printer profiling.
2012-12-25
মাপ লোৱা ডিভাইচয় প্ৰিন্টাৰ আলেখ্যকৰণ সমৰ্থন নকৰে।
2012-03-27
মাপ লোৱা যন্ত্ৰয় প্ৰিন্টাৰ আলেখ্যকৰণ সমৰ্থন নকৰে।
137.
The device type is not currently supported.
2012-03-27
ডিভাইচ ধৰণ বৰ্তমানে সমৰ্থিত নহয়।
138.
Screen Calibration
2012-03-27
পৰ্দা মানাংকন
139.
Calibration will produce a profile that you can use to color manage your screen. The longer you spend on calibration, the better the quality of the color profile.
2014-05-29
মানাংকনে এটা আলেখ্য উৎপন্ন কৰিব যি আপুনি আপোনাৰ পৰ্দাৰ ৰঙ ব্যৱস্থাপনা কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। মানাংকনত যিমান অধিক সময় ব্যয় হব, ৰঙৰ আলেখ্য তিমান ভাল হব।
140.
You will not be able to use your computer while calibration takes place.
2014-05-29
মানাংকন হৈ থাকোতে আপুনি আপোনাৰ কমপিউটাৰ ব্যৱহাৰ কৰিব সক্ষম নহব।
141.
Quality
2014-05-29
গুণ
142.
Approximate Time
2014-05-29
আনুমানিক সময়
143.
Calibration Quality
2014-05-29
মানাংকনৰ গুণ
144.
Select the sensor device you want to use for calibration.
2014-05-29
মানাংকনৰ বাবে ব্যৱহাৰ কৰিব বিচৰা সংবেদনশীল ডিভাইচ বাছক।
145.
Calibration Device
2014-05-29
মানাংকন ডিভাইচ
146.
Select the type of display that is connected.
2014-05-29
সংযুক্ত থকা প্ৰদৰ্শনৰ ধৰণ বাছক।
147.
Display Type
2014-05-29
প্ৰদৰ্শনৰ ধৰণ
148.
Select a display target white point. Most displays should be calibrated to a D65 illuminant.
2014-05-29
এটা প্ৰদৰ্শন লক্ষ্য বগা বিন্দু বাছক। বেছিৰভাগ প্ৰদৰ্শনক এটা D65 illuminant লে মানাংকন কৰিব লাগিব।
149.
Profile Whitepoint
2014-05-29
আলেখ্য বগাবিন্দু
150.
Please set the display to a brightness that is typical for you. Color management will be most accurate at this brightness level.
2014-05-29
অনুগ্ৰহ কৰি আপোনাৰ বাবে অনুকূলিত এটা উজ্জ্বলতালে প্ৰদৰ্শন সংহতি কৰক। ৰঙ ব্যৱস্থাপনা এই উজ্জ্বলতা স্তৰত সঠিক হব।
151.
Alternatively, you can use the brightness level used with one of the other profiles for this device.
2014-05-29
বিকল্পভাৱে, আপুনি এই ডিভাইচৰ বাবে অন্য আলেখ্যসমূহৰ এটাৰ সৈতে ব্যৱহাৰ কৰা উজ্জ্বলতা স্তৰ ব্যৱহাৰ কৰিব পাৰিব।
152.
Display Brightness
2014-05-29
প্ৰদৰ্শনৰ উজ্জ্বলতা