Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 1019 results
~
Access Options
2015-01-06
অভিগমৰ বিকল্পসমূহ
~
Login;Name;Fingerprint;Avatar;Logo;Face;Password;
2015-01-06
লগিন;নাম;আঙ্গুলিৰ ছাপ;অৱতাৰ;লগো;মূখ;পাছৱৰ্ড;
~
Type the URL into your browser to download and install the profile.
2014-09-30
আলেখ্যক ডাউনল'ড কৰি ইনস্টল কৰিবলে URL ক আপোনাৰ ব্ৰাউছাৰত টাইপ কৰক।
~
Upload profile
2014-09-30
আলেখ্য আপল'ড কৰক
~
Restart this computer and boot your normal operating system.
2014-09-30
এই কমপিউটাৰ পুনৰাম্ভ কৰক আৰু আপোনাৰ স্বাভাৱিক অপাৰেটিং চিস্টেম বুট কৰক।
~
Requires Internet connection
2014-09-30
ইন্টাৰনেট সংযোগৰ প্ৰয়োজন
~
Record a short screencast
2014-09-30
এটা সৰু স্ক্ৰিনকাস্ট ৰেকৰ্ড কৰক
~
Write down this URL.
2014-09-30
এই URL লিখি ৰাখক।
~
The profile has been uploaded to:
2014-09-30
আলেখ্যক চিহ্নিত স্থানলৈ আপল'ড কৰা হৈছে:
~
Failed to upload file: %s
2014-09-30
ফাইল আপল'ড কৰিবলে ব্যৰ্থ: %s
~
Screen Sharing
2014-05-29
পৰ্দা অংশীদাৰী
~
Power Saving
2014-05-29
শক্তি সংৰক্ষণ কৰা
~
Save a screenshot to $PICTURES
2014-05-29
এটা স্ক্ৰিনশ্বটক $PICTURES সংৰক্ষণ কৰক
~
Save a screenshot of a window to $PICTURES
2014-05-29
এটা উইন্ডোৰ স্ক্ৰিনশ্বটক $PICTURES ত সংৰক্ষণ কৰক
~
View and change keyboard shortcuts and set your typing preferences
2014-05-29
কিবৰ্ড চৰ্টকাটসমূহ দৰ্শন কৰক আৰু পৰিবৰ্তন কৰক আৰু আপোনাৰ টাইপিং পছন্দসমূহ সংহতি কৰক
~
Select your display language, formats, keyboard layouts and input sources
2014-05-29
আপোনাৰ প্ৰদৰ্শন ভাষা, বিন্যাসসমূহ, কিবৰ্ড বিন্যাসসমূহ আৰু ইনপুট উৎসসমূহ বাছক
~
Save a screenshot of an area to $PICTURES
2014-05-29
এটা স্থানৰ স্ক্ৰিনশ্বটক $PICTURES ত সংৰক্ষণ কৰক
~
_Bluetooth
2014-05-29
ব্লুটুথ (_B)
~
_Wi-Fi
2014-05-29
Wi-Fi (_W)
~
Login;Name;Fingerprint;Avatar;Logo;Face;Password;
2012-12-25
লগিন;নাম;আঙ্গুলিৰ ছাপ;অৱতাৰ;লগো;মূখ;পাছৱাৰ্ড;
~
Copy a screenshot of a window to clipboard
2012-12-25
এটা উইন্ডোৰ স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক
~
Copy a screenshot to clipboard
2012-03-27
এটা স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক
~
Login;Name;Fingerprint;Avatar;Logo;Face;Password;
2012-03-27
লগিন;নাম;ফিংগাৰপ্ৰিন্ট;অৱতাৰ;লগো;মূখ;পাছৱাৰ্ড;
~
Copy a screenshot of a window to clipboard
2012-03-27
এটা উইন্ডোৰ স্ক্ৰিনশ্বটক ক্লিপব্ৰডলে কপি কৰক
~
Copy a screenshot of an area to clipboard
2012-03-27
এটা স্থানৰ স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক
~
Screenshots
2012-03-27
স্ক্ৰিনশ্বটসমূহ
4.
Devices
2012-12-25
ডিভাইচ
6.
Network
2015-01-06
নেটৱৰ্ক
2012-03-27
নেটৱাৰ্ক
10.
File System
2012-12-25
ফাইল-চিস্টেম
2012-03-27
নথিপত্ৰ-চিস্টেম
11.
Settings
2014-05-29
সংহতিসমূহ
28.
Applications
2012-12-25
এপ্লিকেচনসমূহ
2012-03-27
অনুপ্ৰয়োগসমূহ
43.
Notifications
2014-05-29
অধিসূচনাসমূহ
50.
Reset
2014-05-29
পুনৰসংহতি কৰক
68.
_Cancel
2012-03-27
বাতিল কৰক (_C)
71.
%d × %d
2012-03-27
%d × %d
72.
No Desktop Background
2012-12-25
কোনো ডেস্কটপ পটভূমি নাই
73.
Current background
2012-03-27
বৰ্তমান পটভূমী
77.
Change your background image to a wallpaper or photo
2014-05-29
আপোনাৰ পটভূমি ছবিক এটা ৱালপেপাৰ অথবা ফ'টোলে পৰিবৰ্তন কৰক
78.
Wallpaper;Screen;Desktop;
2014-05-29
ৱালপেপাৰ;পৰ্দা;ডেস্কটপ;
2013-04-08
ৱালপেপাৰ;পৰ্দা;ডেস্কটপ
88.
Bluetooth
2012-03-27
ব্লুটুথ
89.
Turn Bluetooth on and off and connect your devices
2014-05-29
ব্লুটুথ অন বা অফ কৰক আৰু আপোনাৰ ডিভাইচসমূহ সংযোগ কৰক
97.
screen;lock;diagnostics;crash;private;recent;temporary;tmp;index;name;network;identity;
2014-05-29
screen;lock;diagnostics;crash;private;recent;temporary;tmp;index;name;network;identity;
101.
Shut the laptop lid
2014-05-29
লেপটপ লিড বন্ধ কৰক
102.
An internal error occurred that could not be recovered.
2014-05-29
এটা অভ্যন্তৰীক ত্ৰুটি দেখা দিছে যাক উদ্ধাৰ কৰিব নোৱাৰি।
103.
Tools required for calibration are not installed.
2014-05-29
মানাংকনৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ ইনস্টল্ড নাই।
104.
The profile could not be generated.
2014-05-29
আলেখ্য সৃজন কৰিব পৰা নগল।