Browsing Assamese translation

3 of 314 results
3.
A simple GNOME 3 application to access remote or virtual systems. Unlike some other virtual machine management software, Boxes is targeted towards typical desktop end-users. For this reason, Boxes will not provide many advanced options to tweak virtual machines. Instead Boxes will focus on getting things working out of the box with very little input from user.
দূৰৱৰ্তী অথবা ভাৰছুৱেল চিস্টেমসমূহ অভিগম কৰিবলৈ এটা সহজ GNOME 3 এপ্লিকেচন। অন্য কিছুমান ভাৰছুৱেল মেচিন ব্যৱস্থাপনা চফ্টৱেৰৰ পৰিৱৰ্তে, বাকচসমূহ সাধাৰণ ডেস্কটপ অন্ত-ব্যৱহাৰকাৰীসকলৰ বাবে। এই কাৰণৰ বাবে, বাকচসমূহে ভাৰছুৱেল মেচিনসমূহ পৰিবৰ্তন কৰিবলৈ বহুতো উন্নত বিকল্প প্ৰদান নকৰে। ইয়াৰ পৰিৱৰ্তে বাকচসমূহে ব্যৱহাৰকাৰীৰ পৰা অতি কম ইনপুট লৈ কাৰ্য্যসমূহ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব।
Translated by Nilamdyuti Goswami
Located in data/org.gnome.Boxes.appdata.xml.in:10
3 of 314 results

This translation is managed by Registry Administrators, assigned by Ubuntu Translators.

You are not logged in. Please log in to work on translations.