Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 657 results
~
Character Encoding:
2015-11-24
আখৰ এনক'ডিং:
~
Line Ending:
2015-11-24
শাৰী সমাপ্তি:
~
gedit is the official text editor of the GNOME desktop environment. While aiming at simplicity and ease of use, gedit is a powerful general purpose text editor.
2015-11-10
gedit হল GNOME ডেস্কটপ পৰিৱেশৰ অনুমোদিত লিখনি সম্পাদক। gedit সাধাৰণ ব্যৱহাৰৰ বাবে এটা শক্তিশালী লিখনি সম্পাদক যাৰ লক্ষ্য সৰলতা আৰু সহজ ব্যৱহাৰ।
~
gedit is a small and lightweight text editor for the GNOME Desktop
2015-11-10
GNOME Desktop ত ব্যৱহাৰৰ বাবে gedit এটা সহজ সৰল লিখনি সম্পাদক
~
Insert often-used pieces of text in a fast way
2015-11-10
নিয়মিতৰূপে ব্যৱহৃত লিখনি এটা দ্ৰুত পদ্ধতিত সুমুৱাওক
~
Whether you are writing the next bestseller, programming an innovative application, or simply taking some quick notes, gedit will be a reliable tool to accomplish your task.
2013-12-15
যদি আপুনি পৰৱৰ্তী জনপ্ৰিয় কিতাপ লিখি আছে, এটা উদ্ভাৱনমূলক এপ্লিকেচন প্ৰগ্ৰাম কৰি আছে, অথবা সাধাৰণভাৱে কিছুমান দ্ৰুত টোকা লৈ আছে, gedit আপোনাৰ কাৰ্য্য কৰিবলৈ এটা ভৰষাবান সঁজুলি হব।
~
Drop Changes and _Reload
2013-12-15
পৰিবৰ্তনসমূহ ড্ৰপ কৰক আৰু পুনৰ ল'ড কৰক (_R)
~
Changes to document “%s” will be permanently lost.
2013-12-15
“%s” দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
~
Some invalid chars have been detected while saving “%s”
2013-12-15
“%s” সংৰক্ষণ কৰোতে কিছুমান অবৈধ আখৰ পোৱা গৈছে
~
Could not create a backup file while saving “%s”
2013-12-15
“%s” সংৰক্ষণৰ সময়ত বেকআপ ফাইল সৃষ্টি কৰিব পৰা নগল।
~
gedit is the official text editor of the GNOME desktop environment. While aiming at simplicity and ease of use, gedit is a powerful general purpose text editor.
2013-12-15
gedit হল GNOME ডেস্কটপ পৰিৱেশৰ অনুমোদিত লিখনী সম্পাদক। gedit সাধাৰণ ব্যৱহাৰৰ বাবে এটা শক্তিশালী লিখনী সম্পাদক যাৰ লক্ষ্য সৰলতা আৰু সহজ ব্যৱহাৰ।
~
The file “%s” changed on disk.
2013-12-15
ফাইল “%s” ডিস্কত পৰিবৰ্তিত হৈছে।
~
This file “%s” is already open in another window.
2013-12-15
এই ফাইল “%s” ইতিমধ্যে অন্য উইন্ডোত খোলা আছে।
~
Could not back up the old copy of the file before saving the new one. You can ignore this warning and save the file anyway, but if an error occurs while saving, you could lose the old copy of the file. Save anyway?
2013-12-15
ফাইলৰ নতুন সংস্কৰণ সংৰক্ষণৰ আগত ফাইলৰ পুৰনি সংস্কৰণ বেকআপ লব পৰা নগল। আপুনি এই সতৰ্কবাৰ্তা উপেক্ষা কৰি ফাইল তথাপিও সংৰক্ষণ কৰিব পাৰে, কিন্তু সংৰক্ষণৰ সময়ত কোনো সমস্যাৰ ফলত ফাইলৰ পুৰনি কপি হেৰুৱাব পাৰে। তথাপিও সংৰক্ষণ কৰিব নে?
~
Could not create a temporary backup file while saving “%s”
2013-12-15
“%s” সংৰক্ষণৰ সময়ত অস্থায়ী বেকআপ ফাইল সৃষ্টি কৰিব পৰা নগল
~
Its flexible plugin system allows you to tailor the application to your needs and adapt it to your workflow.
2013-12-15
ইয়াৰ স্থিতিস্থাপক প্লাগিন চিস্টেমে আপোনাৰ প্ৰয়োজন সাপেক্ষে এপ্লিকেচনক পৰিবৰ্তন কৰি আপোনাৰ কাৰ্য্যপ্ৰক্ৰিয়ালৈ সংগত কৰাৰ অনুমতি দিয়ে।
~
Do you want to edit it anyway?
2013-12-15
ইয়াক তথাপিও সম্পাদন কৰিব বিচাৰে নে?
~
Check update
2012-09-07
আপডেইট পৰীক্ষা কৰক
~
If you continue saving this file you can corrupt the document. Save anyway?
2012-09-07
আপুনি যদি এইখন ফাইলৰ সংৰক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বিচাৰে তেনেহলে দস্তাবেজখন ক্ষতিগ্ৰস্থ হ'ব পাৰে। তথাপিও সংৰক্ষণ কৰিব?
~
Quickly open files
2012-09-07
দ্ৰুত ফাইলসমূহ খোলক
~
Easy file access from the side panel
2012-09-07
কাষৰ পেনেলৰ পৰা সহজ ফাইল অভিগম
~
Changes to %d document will be permanently lost.
Changes to %d documents will be permanently lost.
2012-07-23
%d দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
%d দস্তাবেজত কৰা সকলো পৰিবৰ্তন স্থায়ীৰূপে হেৰাই যাব।
~
Interactive Python console standing in the bottom panel
2012-07-23
নিম্নবৰ্তী পেনেলত অৱস্থিত ভাৱবিনিময়ী python কনচৌল
~
There is a new version of gedit
2012-07-23
gedit ৰ নতুন সংস্কৰণ উপলব্ধ আছে
~
A_dd Scheme
2012-07-23
আঁচনি যোগ কৰক (_d)
~
Quickly open files
2012-07-23
দ্ৰুত নথিপত্ৰসমূহ খোলক
~
You can download the new version of gedit by clicking on the download button or ignore that version and wait for a new one
2012-07-23
আপুনি ডাউনল'ড বুটামত ক্লিক কৰি gedit ৰ নতুন সংস্কৰণ ডাউনল'ড কৰিব পাৰিব অথবা সেই সংস্কৰণক উপেক্ষা কৰক আৰু নতুন এটাৰ বাবে অপেক্ষা কৰক
~
Version to Ignore
2012-07-23
উপেক্ষা কৰিব লগিয়া সংস্কৰণ
~
_Download
2012-07-23
ডাউনল'ড কৰক (_D)
~
Docum_ents with unsaved changes:
2012-07-23
অসংৰক্ষিত পৰিবৰ্তনসহ দস্তাবেজসমূহ (_e):
~
Easy file access from the side panel
2012-07-23
কাষৰ পেনেলৰ পৰা সহজ নথিপত্ৰ অভিগম
~
gedit is a small and lightweight text editor for the GNOME Desktop
2012-07-23
GNOME Desktop ত ব্যৱহাৰৰ বাবে gedit এটা সহজ সৰল লিখনী সম্পাদক
~
Check for latest version of gedit
2012-07-23
gedit ৰ সৰ্বশেষ সংস্কৰণৰ উপস্থিতি পৰীক্ষা কৰক
~
_Ignore Version
2012-07-23
সংস্কৰণ উপেক্ষা কৰক (_I)
~
If you continue saving this file you can corrupt the document. Save anyway?
2012-07-23
আপুনি যদি এইখন নথিপত্ৰৰ সংৰক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বিচাৰে তেনেহলে দস্তাবেজখন ক্ষতিগ্ৰস্থ হ'ব পাৰে। তথাপিও সংৰক্ষণ কৰিব?
~
Insert often-used pieces of text in a fast way
2012-07-23
নিয়মিতৰূপে ব্যৱহৃত লিখনী এটা দ্ৰুত পদ্ধতিত সুমুৱাওক
~
Version to ignore until a newer version is released.
2012-07-23
উপেক্ষা কৰিব লগিয়া সংস্কৰণ যেতিয়া লৈকে এটা নতুন সংস্কৰণৰ উন্মেচন নহয়।
~
Add Scheme
2012-07-23
আঁচনি যোগ কৰক
~
Saving has been disabled by the system administrator.
2012-07-23
চিস্টেম প্ৰশাসক দ্বাৰা সংৰক্ষণৰ বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা হৈছে।
~
Version to Ignore
2011-05-21
অগ্ৰায্য কৰিব পৰা সংস্কৰণ
~
There was an error displaying the URI.
2011-05-21
URL প্ৰদৰ্শনত এটা ত্ৰুটি হৈছিল।
~
_Ignore Version
2011-05-21
সংস্কৰণ অগ্ৰায্য কৰক (_I)
~
Interactive Python console standing in the bottom panel
2011-05-21
নিম্নবৰ্তী পেনেলত অৱস্থিত ইন্টাৰেক্ভ python কনসোল
~
Insert often-used pieces of text in a fast way
2011-05-21
নিয়মিতৰূপে ব্যৱহৃত শাৰী দ্ৰুত সন্নিবেশেৰ প্ৰণালী
~
You can download the new version of gedit by clicking on the download button or ignore that version and wait for a new one
2011-05-21
ডাউনলোড বুটামত ক্লিক কৰি gedit-ৰ নতুন সংস্কৰণ ডাউনলোড কৰা পাৰিব সেই সংস্কৰণক অগ্ৰায্য কৰক আতৰু নতুন এটাৰ বাবে অপেক্ষা কৰক
~
If you continue saving this file you can corrupt the document. Save anyway?
2011-05-21
আপুনি যদি এইখন নথিপত্ৰৰ সঞ্চয় প্ৰক্ৰিয়া অব্যাহত ৰাখিব বিচাৰে তেনেহলে দস্তাবেজখন ক্ষতিগ্ৰস্থ হ'ব পাৰে। তথাপিও সঞ্চয় কৰিব?
~
Version to ignore until a newer version is released.
2011-05-21
অগ্ৰায্য কৰিব লগা সংস্কৰণ যেতিয়া লৈকে এটা নতুন সংস্কৰণৰ উন্মেচন নহয়।
~
Easy file access from the side panel
2011-05-21
কাষৰ পেনেলৰ পৰা নথিপত্ৰ ব্যৱহাৰৰে সুবিধাজনক প্ৰণালী
2.
Edit text files
2015-11-10
লিখনি ফাইল সম্পাদনা
2012-09-07
লিখনী ফাইল সম্পাদনা