Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 272 results
79.
The keyboard shortcuts generated when a touchring or touchstrip is used for custom actions (up followed by down).
2012-12-24
যেতিয়া স্বনিৰ্বাচিত কাৰ্য্যসমূহৰ বাবে এটা touchring অথবা touchstrip ব্যৱহাৰ কৰা হয় তেতিয়া সৃজন কৰা কি'বৰ্ড চৰ্টকাটসমূহ (ওপৰৰ পিছত তল)।
80.
Button label for OLED display.
2014-10-01
OLED প্ৰদৰ্শনৰ বাবে বুটাম লেবেল।
81.
Label will be rendered to OLED display belonging to the button
2014-10-01
বুটামৰ OLED প্ৰদৰ্শনলৈ লেবেল ৰেণ্ডাৰ কৰা হব
82.
The duration a display profile is valid
2012-12-24
এটা প্ৰদৰ্শন আলেখ্যৰ অৱধি বৈধ
83.
This is the number of days after which the display color profile is considered invalid.
2012-12-24
ই দিনৰ সংখ্যা যাৰ পিছত প্ৰদৰ্শন ৰঙ আলেখ্য বৈধ ধৰা হয়।
84.
The duration a printer profile is valid
2012-12-24
এটা প্ৰিন্টাৰ আলেখ্যৰ অৱধি বৈধ
85.
This is the number of days after which the printer color profile is considered invalid.
2012-12-24
ই দিনৰ সংখ্যা যাৰ পিছত প্ৰিন্টাৰ ৰঙ আলেখ্য অবৈধ ধৰা হয়।
98.
List of plugins that are allowed to be loaded
2013-09-09
ল'ড হব পৰা অনুমতি থকা প্লাগিনসমূহৰ তালিকা
101.
Specify a list of mount paths to ignore when they run low on space.
2012-12-24
অৱশিষ্ট স্থান হ্ৰাস হ'লে উপেক্ষা কৰাৰ বাবে চিহ্নিত মাউন্ট পইন্টৰ তালিকা।
103.
Percentage free space threshold for initial warning of low disk space. If the percentage free space drops below this, a warning will be shown.
2012-12-24
নিম্ন ডিস্ক স্থানৰ আৰম্ভণি সতৰ্কবাৰ্তাৰ বাবে শতাংশ মুক্ত স্থানৰ ডেউৰী। যদি শতাংশ মুক্ত স্থান ইয়াৰ তল পৰে, এটা সতৰ্কবাৰ্তা দেখুৱা হব।
104.
Subsequent free space percentage notify threshold
2012-12-24
পৰৱৰ্তী মুক্ত স্থান শতাংশ অধিসূচনা ডেউৰী
105.
Specify the percentage that the free disk space should reduce by before issuing a subsequent warning.
2012-12-24
এটা পৰৱৰ্তী সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ আগত মুক্ত ডিস্ক স্থান কমাৰ শতাংশ ধাৰ্য্য কৰক।
106.
Free space notify threshold
2012-12-24
মুক্ত স্থান অধিসূচনা ডেউৰী
107.
Specify an amount in GB. If the amount of free space is more than this, no warning will be shown.
2012-12-24
GB এটা পৰিমাণ ধাৰ্য্য কৰক। যদি মুক্ত স্থানৰ পৰিমাণ ইয়াতকৈ বেছি, কোনো সতৰ্কবাৰ্তা দেখুৱা নহব।
109.
Specify a time in minutes. Subsequent warnings for a volume will not appear more often than this period.
2012-12-24
মিনিট অনুযায়ী সময় ধাৰ্য কৰক। কোনো ভলিউম সম্পৰ্কে সতৰ্কতামূলক বাৰ্তাসমূহ প্ৰদৰ্শন এই সময়ৰ অবকাল অবধি সীমিত ৰখা হ'ব।
110.
Custom keybindings
2012-12-24
স্বনিৰ্বাচিত কি-বাইন্ডিংসমূহ
111.
List of custom keybindings
2012-12-24
স্বনিৰ্বাচিত কি'বাইণ্ডিংসমূহৰ তালিকা
113.
Binding to launch the calculator.
2012-12-24
কেলকুলেটৰ আৰম্ভৰ বাবে বাইন্ড কৰক।
114.
Launch settings
2015-01-06
লঞ্চ সংহতিসমূহ
115.
Binding to launch GNOME settings.
2015-01-06
GNOME সংহতিসমূহ লঞ্চ কৰিবলে বাইণ্ডিং।
117.
Binding to launch the email client.
2012-12-24
ই-মেইল ক্লায়েন্ট আৰম্ভ কৰাৰ বাবে বাইন্ড কৰক।
119.
Binding to eject an optical disc.
2012-12-24
এটা অপ্টিকেল ডিস্ক বাহিৰ উলিয়াবলে বাইণ্ডিং।
121.
Binding to launch the help browser.
2012-12-24
সহায়ক তথ্যেৰ ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক।
123.
Binding to open the Home folder.
2012-12-24
ব্যক্তিগত ফোল্ডাৰ খোলাৰ বাবে বাইন্ড কৰক।
125.
Binding to launch the media player.
2012-12-24
মিডিয়া প্লেয়াৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক।
127.
Binding to skip to next track.
2012-12-24
পৰবৰ্তী গানে এৰি চলনাৰ বাবে বাইন্ড কৰক।
129.
Binding to pause playback.
2012-12-24
প্লে-বেক স্থগিত কৰাৰ বাবে বাইন্ড কৰক।
131.
Binding to start playback (or toggle play/pause).
2012-12-24
প্লে-বেক অৰ্থাৎ চালনাৰ আৰম্ভৰ বাবে বাইন্ড কৰক (অথবা চালনা/স্থগিত কৰ্মত পৰিবৰ্তন)।
133.
Binding to log out.
2012-12-24
লগ-আউটৰ বাবে বাইন্ড কৰক।
135.
Binding to skip to previous track.
2012-12-24
পূৰ্ববৰ্তী গান পিছলৈ যাবলৈ বাবে বাইন্ড কৰক।
137.
Binding to lock the screen.
2012-12-24
পৰ্দা লক কৰাৰ বাবে বাইন্ড কৰক।
139.
Binding to launch the search tool.
2012-12-24
অনুসন্ধানৰ সামগ্ৰী আৰম্ভ কৰিবলৈ বাইন্ড কৰক।
141.
Binding to stop playback.
2012-12-24
প্লে-বেক বন্ধ কৰাৰ বাবে বাইন্ড কৰক।
152.
Take a screenshot
2012-12-24
এটা স্ক্ৰিনশ্বট লওক
153.
Binding to take a screenshot.
2012-12-24
এটা স্ক্ৰিনশ্বট লবলে বাইণ্ডিং।
154.
Take a screenshot of a window
2012-12-24
এটা উইন্ডোৰ স্ক্ৰিনশ্বট লওক
155.
Binding to take a screenshot of a window.
2012-12-24
এটা উইন্ডোৰ স্ক্ৰিনশ্বট লবলে বাইণ্ডিং।
156.
Take a screenshot of an area
2012-12-24
এটা স্থানৰ স্ক্ৰিনশ্বট লওক
157.
Binding to take a screenshot of an area.
2012-12-24
এটা স্থানৰ এটা স্ক্ৰিনশ্বট লবলে বাইণ্ডিং।
158.
Copy a screenshot to clipboard
2012-12-24
এটা স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক
159.
Binding to copy a screenshot to clipboard.
2012-12-24
এটা স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰিবলে বাইণ্ডিং।
160.
Copy a screenshot of a window to clipboard
2012-12-24
এটা উইন্ডোৰ স্ক্ৰিনশ্বটক ক্লিপব্ৰডলে কপি কৰক
161.
Binding to copy a screenshot of a window to clipboard.
2012-12-24
এটা উইন্ডোৰ স্ক্ৰিনশ্বটক এটা ক্লিপবৰ্ডলে কপি কৰিবলে বাইণ্ডিং।
162.
Copy a screenshot of an area to clipboard
2012-12-24
এটা স্থানৰ স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক
163.
Binding to copy a screenshot of an area to clipboard.
2012-12-24
এটা স্থানৰ স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰিবলে বাইণ্ডিং।
164.
Record a short video of the screen
2014-10-01
পৰ্দাৰ এটা সমু ভিডিঅ' ৰেকৰ্ড কৰক
169.
Binding to launch the web browser.
2012-12-24
ৱেব ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাউন্ড কৰক।
171.
Binding to show the screen magnifier
2012-12-24
পৰ্দা মেগ্নিফায়াৰ দেখুৱাবলে বাইণ্ডিং
173.
Binding to start the screen reader
2012-12-24
স্ক্ৰিন ৰিডাৰ আৰম্ভ কৰিবলে বাইণ্ডিং
175.
Binding to show the on-screen keyboard
2012-12-24
অন-স্ক্ৰিন কি'বৰ্ড দেখুৱাবলে বাইণ্ডিং