Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

51100 of 774 results
39.
Whether gedit should highlight matching brackets.
2011-05-21
gedit-ৰ দ্বাৰা অনুৰূপ বন্ধনীচিহ্ন উজ্জ্বল কৰা হ'ব নে নহয় ।
40.
Display Right Margin
2012-07-23
সোঁ সীমা দেখাওক
41.
Whether gedit should display the right margin in the editing area.
2012-07-23
সম্পাদন উইন্ডোত gedit ৰ দ্বাৰা সোঁ ফালৰ প্ৰান্ত প্ৰদৰ্শিত হ'ব নে নহয়।
42.
Right Margin Position
2012-07-23
সোঁ ফালৰ অৱস্থান
43.
Specifies the position of the right margin.
2012-07-23
সোঁ ফালৰ অৱস্থান ধাৰ্য্য কৰে।
48.
Smart Home End
2012-07-23
স্মাৰ্ট ঘৰ অন্ত
49.
Specifies how the cursor moves when the HOME and END keys are pressed. Use "disabled" to always move at the start/end of the line, "after" to move to the start/end of the line the first time the keys are pressed and to the start/end of the text ignoring whitespaces the second time the keys are pressed, "before" to move to the start/end of the text before moving to the start/end of the line and "always" to always move to the start/end of the text instead of the start/end of the line.
2015-11-10
HOME আৰু END কি টিপোতে কাৰ্ছাৰ কেনেকৈ গমন কৰিব তাকে ধাৰ্য্য কৰে। শাৰীৰ আৰম্ভণি/অন্তলৈ সদায়ে যাবলৈ "DISABLED" ব্যৱহাৰ কৰক, "AFTER" প্ৰথম বাৰ কি টিপিলে শাৰীৰ আৰম্ভণি/অন্তলৈ যাবলৈ আৰু দ্বিতীয় বাৰ কি টিপিলে ৰিক্তস্থান আওকাণ কৰি লিখনিৰ আৰম্ভণি/অন্তলৈ যাবলৈ, "BEFORE" শাৰীৰ আৰম্ভণি/অন্তলৈ যোৱাৰ আগতে লিখনিৰ আৰম্ভণি/অন্তলৈ যাবলৈ আৰু "ALWAYS" শাৰীৰ আৰম্ভণি/অন্তলৈ যোৱাৰ আগতে সদায়ে লিখনিৰ আৰম্ভণি/অন্তলৈ যাবলৈ।
2012-07-23
HOME আৰু END কি টিপোতে কাৰ্ছাৰ কেনেকৈ গমন কৰিব তাকে ধাৰ্য্য কৰে। শাৰীৰ আৰম্ভণি/অন্তলৈ সদায়ে যাবলৈ "DISABLED" ব্যৱহাৰ কৰক, "AFTER" প্ৰথম বাৰ কি টিপিলে শাৰীৰ আৰম্ভণি/অন্তলৈ যাবলৈ আৰু দ্বিতীয় বাৰ কি টিপিলে ৰিক্তস্থান আওকাণ কৰি লিখনীৰ আৰম্ভণি/অন্তলৈ যাবলৈ, "BEFORE" শাৰীৰ আৰম্ভণি/অন্তলৈ যোৱাৰ আগতে লিখনীৰ আৰম্ভণি/অন্তলৈ যাবলৈ আৰু "ALWAYS" শাৰীৰ আৰম্ভণি/অন্তলৈ যোৱাৰ আগতে সদায়ে লিখনীৰ আৰম্ভণি/অন্তলৈ যাবলৈ।
2011-05-21
HOME আৰু END চাবি পোঁতে কাৰ্ছাৰ কেনেকৈ গমন কৰি তাকে নিৰ্ধাৰিত কৰি । শাৰীৰ আৰম্ভনি/অন্তলৈ সদায়ে যাবলৈ "DISABLED" ব্যৱহাৰ কৰক, "AFTER" প্ৰথম বাৰ চাবি পিলে শাৰীৰ আৰম্ভনি/অন্তলৈ যাবলৈ আৰু দ্বিতীয় বাৰ চাবি পিলে ৰিক্তস্থান আওকাণ কৰি লিপিৰ আৰম্ভনি/অন্তলৈ যাবলৈ, "BEFORE" শাৰীৰ আৰম্ভনি/অন্তলৈ যোৱাৰ আগতে লিপিৰ আৰম্ভনি/অন্তলৈ যাবলৈ আৰু "ALWAYS" শাৰীৰ আৰম্ভনি/অন্তলৈ যোৱাৰ আগতে সদায়ে লিপিৰআৰম্ভনি/অন্তলৈ যাবলৈ ।
51.
Whether gedit should restore the previous cursor position when a file is loaded.
2012-09-07
ফাইল ল'ড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয়।
2012-07-23
নথিপত্ৰ ল'ড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয়।
52.
Enable Syntax Highlighting
2012-07-23
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ সক্ৰিয় কৰক
53.
Whether gedit should enable syntax highlighting.
2012-07-23
gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ বিভিন্ন অংশ পৃথকৰূপে প্ৰদৰ্শিত হ'ব নে নহয়।
54.
Enable Search Highlighting
2012-07-23
সন্ধানৰ সময়ত আখৰৰ উজ্জ্বলকৰণ সক্ৰিয় কৰা হ'ব
55.
Whether gedit should highlight all the occurrences of the searched text.
2015-11-10
সন্ধান কৰা লিখনিৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয়।
2012-07-23
সন্ধান কৰা লিখনীৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয়।
56.
Ensure Trailing Newline
2012-03-20
অনুকৰণ কৰা নতুন শাৰী সুনিশ্চিত কৰক
57.
Whether gedit will ensure that documents always end with a trailing newline.
2012-03-20
দস্তাবেজসমূহ সদায় এটা অনুকৰণ কৰা নতুন শাৰীৰ সৈতে শেষ হবনে gedit এ সেয়া সুনিশ্চিত কৰিব নে।
58.
Toolbar is Visible
2012-07-23
টুল-বাৰ প্ৰদৰ্শন কৰক
59.
Whether the toolbar should be visible in editing windows.
2012-07-23
সম্পাদন উইন্ডোৰ উইন্ডোত টুল-বাৰ প্ৰদৰ্শিত হ'ব নে নহয়।
60.
Notebook Show Tabs Mode
2012-07-23
বহীয়ে টেব অৱস্থা দেখুৱায়
2011-05-21
নটবুকে টেব অৱস্থা দেখুৱায়
61.
Specifies when to show the notebook tabs. Use "never" to never show the tabs, "always" to always show the tabs, and "auto" to show the tabs only when there is more than one tab. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2012-07-23
বহী টেবসমূহ কেতিয়া দেখুৱা হব সেইটো নিৰ্ধাৰণ কৰে। টেব কেতিয়াও নেদেখুৱাবহলে "never" ব্যৱহাৰ কৰক, টেব সদায় দেখুৱাব হলে "always" আৰু যেতিয়া এটাতকৈ বেছি টেব থাকে তেতিয়া "auto" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ ফলা-সংবেদ্য, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
2011-05-21
নোটবুক টেবসমূহ কেতিয়া দেখুৱা হব সেইটো নিৰ্ধাৰণ কৰে। টেব কেতিয়াও নেদেকওৱাবহলে "never" ব্যৱহাৰ কৰক, টেব সদায় দেখুৱাব হলে "always" আৰু যেতিয়া এটাতকৈ বেছি টেব থাকে তেতিয়া "auto" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
62.
Status Bar is Visible
2012-07-23
অৱস্থাবাৰ দৃশ্যমান
63.
Whether the status bar at the bottom of editing windows should be visible.
2012-07-23
সম্পাদন উইন্ডোৰ উইন্ডোৰ তলত অৱস্থাবাৰ প্ৰদৰ্শিত হ'ব নে নহয়।
64.
Side panel is Visible
2011-05-21
কাষৰ পেন দৃশ্যমান
65.
Whether the side panel at the left of editing windows should be visible.
2012-07-23
সম্পাদন উইন্ডোৰ বাওঁ ফালে কাষৰ পেইন প্ৰদৰ্শিত হ'ব নে নহয়।
2011-05-21
সম্পাদন ক্ষেত্ৰৰ বাওঁ ফালে কাষৰ পেইন প্ৰদৰ্শিত হ'ব নে নহয় ।
66.
Maximum Recent Files
2012-09-07
শেহতীয়া ফাইলৰ সৰ্বাধিক সংখ্যা
2012-07-23
শেহতীয়া নথিপত্ৰৰ সৰ্বাধিক সংখ্যা
67.
Specifies the maximum number of recently opened files that will be displayed in the "Recent Files" submenu.
2012-09-07
"শেহতীয়া ফাইল" উপমেনুত শেহতীয়া সৰ্বাধিক যি সংখ্যক ফাইল প্ৰদৰ্শিত হ'ব সেইটো ধাৰ্য্য কৰে।
2012-07-23
"শেহতীয়া নথিপত্ৰ" উপমেনুত শেহতীয়া সৰ্বাধিক যি সংখ্যক নথিপত্ৰ প্ৰদৰ্শিত হ'ব সেইটো ধাৰ্য্য কৰে।
68.
Print Syntax Highlighting
2015-11-10
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ প্ৰিণ্ট কৰক
2012-07-23
বাক্যবিন্যাসৰ উজ্জ্বলকৰণ প্ৰিন্ট কৰক
69.
Whether gedit should print syntax highlighting when printing documents.
2015-11-10
দস্তাবেজ প্ৰিণ্ট কৰাৰ সময় gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ পৃথক বিন্যাস প্ৰিণ্ট কৰা হ'ব নে নহয়।
2012-07-23
দস্তাবেজ প্ৰিন্ট কৰাৰ সময় gedit ৰ দ্বাৰা বাক্যবিন্যাসৰ পৃথক বিন্যাস প্ৰিন্ট কৰা হ'ব নে নহয়।
70.
Print Header
2015-11-10
হেডাৰ প্ৰিণ্ট কৰক
2012-07-23
হেডাৰ প্ৰিন্ট কৰক
71.
Whether gedit should include a document header when printing documents.
2015-11-10
দস্তাবেজ প্ৰিণ্ট কৰাৰ সময় gedit ৰ দ্বাৰা দস্তাবেজৰ হেডাৰ প্ৰিণ্ট কৰা হ'ব নে নহয়।
2012-07-23
দস্তাবেজ প্ৰিন্ট কৰাৰ সময় gedit ৰ দ্বাৰা দস্তাবেজৰ হেডাৰ প্ৰিন্ট কৰা হ'ব নে নহয়।
72.
Printing Line Wrapping Mode
2015-11-10
শাৰী মেৰিওৱা অৱস্থাত প্ৰিণ্ট কৰা
2012-07-23
শাৰী মেৰিওৱা অৱস্থাত প্ৰিন্ট কৰা
73.
Specifies how to wrap long lines for printing. Use "none" for no wrapping, "word" for wrapping at word boundaries, and "char" for wrapping at individual character boundaries. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2015-11-10
প্ৰিণ্ট কৰাৰ সময় দীঘল শাৰী কি পদ্ধতিত মেৰিওৱা হ'ব সেইটো নিৰ্ধাৰণ কৰে। নেমেৰিয়াব হলে "none" ব্যৱহাৰ কৰক, শব্দৰ শেষত মেৰিৱাওতে "word" আৰু আখৰৰ প্ৰান্ত মেৰিৱাওতে "char" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ ফলা সংবেদ্য,এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
2012-07-23
প্ৰিন্ট কৰাৰ সময় দীঘল শাৰী কি পদ্ধতিত মেৰিওৱা হ'ব সেইটো নিৰ্ধাৰণ কৰে। নেমেৰিয়াব হলে "none" ব্যৱহাৰ কৰক, শব্দৰ শেষত মেৰিৱাওতে "word" আৰু আখৰৰ প্ৰান্ত মেৰিৱাওতে "char" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ ফলা সংবেদ্য,এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
2011-05-21
মূদ্ৰণ কৰাৰ সময় দীঘল শাৰী কি পদ্ধতিতে বিভক্ত কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰে। বিভাজন নকৰিলে "none" ব্যৱহাৰ কৰক, শব্দৰ শেষত বিভাজন কৰোঁতে "word" আৰু অক্ষৰৰ প্ৰান্তে বিভাজন কৰোঁতে "char" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
74.
Print Line Numbers
2015-11-10
শাৰী সংখ্যা প্ৰিণ্ট কৰক
2012-07-23
শাৰী সংখ্যা প্ৰিন্ট কৰক
75.
If this value is 0, then no line numbers will be inserted when printing a document. Otherwise, gedit will print line numbers every such number of lines.
2015-11-10
মান ০ হ'লে, প্ৰিণ্টৰ সময়ত দস্তাবেজত কোনো শাৰী সংখ্যা উল্লেখ কৰা নহব। নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা প্ৰিণ্ট কৰিব।
2012-07-23
মান ০ হ'লে, প্ৰিন্টৰ সময়ত দস্তাবেজত কোনো শাৰী সংখ্যা উল্লেখ কৰা নহব। নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা প্ৰিন্ট কৰিব।