Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 774 results
1.
Edit text files
2015-11-10
লিখনি ফাইল সম্পাদনা
2012-09-07
লিখনী ফাইল সম্পাদনা
2012-07-23
লিখনী নথিপত্ৰ সম্পাদনা
2.
gedit is the official text editor of the GNOME desktop environment. While aiming at simplicity and ease of use, gedit is a powerful general purpose text editor.
2015-11-10
gedit হল GNOME ডেস্কটপ পৰিৱেশৰ অনুমোদিত লিখনি সম্পাদক। gedit সাধাৰণ ব্যৱহাৰৰ বাবে এটা শক্তিশালী লিখনি সম্পাদক যাৰ লক্ষ্য সৰলতা আৰু সহজ ব্যৱহাৰ।
2013-12-15
gedit হল GNOME ডেস্কটপ পৰিৱেশৰ অনুমোদিত লিখনী সম্পাদক। gedit সাধাৰণ ব্যৱহাৰৰ বাবে এটা শক্তিশালী লিখনী সম্পাদক যাৰ লক্ষ্য সৰলতা আৰু সহজ ব্যৱহাৰ।
3.
Whether you are writing the next bestseller, programming an innovative application, or simply taking some quick notes, gedit will be a reliable tool to accomplish your task.
2013-12-15
যদি আপুনি পৰৱৰ্তী জনপ্ৰিয় কিতাপ লিখি আছে, এটা উদ্ভাৱনমূলক এপ্লিকেচন প্ৰগ্ৰাম কৰি আছে, অথবা সাধাৰণভাৱে কিছুমান দ্ৰুত টোকা লৈ আছে, gedit আপোনাৰ কাৰ্য্য কৰিবলৈ এটা ভৰষাবান সঁজুলি হব।
4.
Its flexible plugin system allows you to tailor the application to your needs and adapt it to your workflow.
2013-12-15
ইয়াৰ স্থিতিস্থাপক প্লাগিন চিস্টেমে আপোনাৰ প্ৰয়োজন সাপেক্ষে এপ্লিকেচনক পৰিবৰ্তন কৰি আপোনাৰ কাৰ্য্যপ্ৰক্ৰিয়ালৈ সংগত কৰাৰ অনুমতি দিয়ে।
5.
Text Editor
2015-11-10
লিখনি সম্পাদক
2012-07-23
লিখনী সম্পাদক
10.
Whether to use the system's default fixed width font for editing text instead of a font specific to gedit. If this option is turned off, then the font named in the "Editor Font" option will be used instead of the system font.
2015-11-10
লিখনি সম্পাদনাৰ কামত gedit ৰ বাবে সুনিশ্চিত কোনো আখৰৰ পৰিবৰ্তে চিস্টেমৰ অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব নে নহয়। এই বিকল্পটো নিষ্ক্ৰিয় কৰা হ'লে চিস্টেম আখৰৰ পৰিবৰ্তে "সম্পাদকত ব্যৱহৃত আখৰ" বিকল্পত চিহ্নিত আখৰ ব্যৱহৃত হ'ব ।
2012-07-23
লিখনী সম্পাদনাৰ কামত gedit ৰ বাবে সুনিশ্চিত কোনো আখৰৰ পৰিবৰ্তে চিস্টেমৰ অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব নে নহয়। এই বিকল্পটো নিষ্ক্ৰিয় কৰা হ'লে চিস্টেম আখৰৰ পৰিবৰ্তে "সম্পাদকত ব্যৱহৃত আখৰ" বিকল্পত চিহ্নিত আখৰ ব্যৱহৃত হ'ব ।
11.
'Monospace 12'
2013-12-15
'Monospace 12'
12.
Editor Font
2015-11-10
সম্পাদকৰ ফণ্ট
2012-07-23
সম্পাদকৰ ফন্ট
13.
A custom font that will be used for the editing area. This will only take effect if the "Use Default Font" option is turned off.
2012-07-23
সম্পাদন উইন্ডোত ব্যৱহাৰৰ কৰিব লগা আপোনাৰ পছন্দৰ কোনো আখৰ। এইটো প্ৰয়োগ কৰাৰ বাবে "অবিকল্পিত আখৰ ব্যৱহাৰ কৰক" বিকল্পটো বন্ধ থকা আৱশ্যক।
15.
The ID of a GtkSourceView Style Scheme used to color the text.
2015-11-10
লিখনিত ৰঙ দিবলৈ ব্যৱহাৰ কৰা এটা GtkSourceView Style Scheme ৰ ID।
2012-07-23
লিখনীত ৰঙ দিবলৈ ব্যৱহাৰ কৰা এটা GtkSourceView Style Scheme ৰ ID।
2011-05-21
লিপিত ৰং দিবলৈ ব্যৱহাৰ কৰা এটা GtkSourceView Style Scheme ৰ ID।
16.
Create Backup Copies
2012-07-23
বেকআপ কপি সৃষ্টি কৰক
17.
Whether gedit should create backup copies for the files it saves.
2015-11-24
gedit এ ই সৃষ্টি কৰা ফাইলসমূহৰ বাবে বেকআপ কপিসমূহ সৃষ্টি কৰিব লাগে নে।
18.
Autosave
2012-07-23
স্বসংৰক্ষণ
2011-05-21
স্বয়ংক্ৰিয় সংৰক্ষণ ব্যৱস্থা
19.
Whether gedit should automatically save modified files after a time interval. You can set the time interval with the "Autosave Interval" option.
2012-09-07
নিৰ্দিষ্ট সময়ৰ অন্তৰালত gedit ৰ দ্বাৰা স্বচালিতভাবে পৰিবৰ্তিত ফাইল সংৰক্ষণ কৰা হ'ব নে নহয়। "স্বচালিত সংৰক্ষণৰ অন্তৰাল" বিকল্পৰ সহায়ত আপুনি সময়ৰ ব্যৱধান নিৰ্ধাৰণ কৰিব পাৰিব।
2012-07-23
নিৰ্দিষ্ট সময়ৰ অন্তৰালত gedit ৰ দ্বাৰা স্বচালিতভাবে পৰিবৰ্তিত নথিপত্ৰ সংৰক্ষণ কৰা হ'ব নে নহয়। "স্বচালিত সংৰক্ষণৰ অন্তৰাল" বিকল্পৰ সহায়ত আপুনি সময়ৰ ব্যৱধান নিৰ্ধাৰণ কৰিব পাৰিব।
2011-05-21
নিৰ্দিষ্ট সময়ৰ অন্তৰালত gedit-ৰ দ্বাৰা স্বয়ংক্ৰিয়ভাবে পৰিবৰ্তিত নথিপত্ৰ সংৰক্ষণ কৰা হ'ব নে নহয় । "স্বয়ংক্ৰিয় সংৰক্ষণৰ অন্তৰাল" বিকল্পৰ সহায়ত আপুনি সময়ৰ ব্যৱধান নিৰ্ধাৰণ কৰিব পাৰিব ।
20.
Autosave Interval
2012-07-23
অন্তৰাল স্বসংৰক্ষণ কৰক
2011-05-21
অন্তৰাল স্বয়ংক্ৰিয়ভাবে সংৰক্ষণ কৰক
21.
Number of minutes after which gedit will automatically save modified files. This will only take effect if the "Autosave" option is turned on.
2012-09-07
পৰিবৰ্ত্তিত ফাইল যি সংখ্যক মিনিটৰ পিছত gedit ৰ দ্বাৰা স্বচালিতভাবে সংৰক্ষিত হ'ব। এইটো কাৰ্যকৰি কৰাৰ বাবে "স্বসংৰক্ষণ" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক।
2012-07-23
পৰিবৰ্ত্তিত নথিপত্ৰ যি সংখ্যক মিনিটৰ পিছত gedit ৰ দ্বাৰা স্বচালিতভাবে সংৰক্ষিত হ'ব। এইটো কাৰ্যকৰি কৰাৰ বাবে "স্বসংৰক্ষণ" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক।
2011-05-21
পৰিবৰ্ত্তিত নথিপত্ৰ যি সংখ্যক মিনিটৰ পিছত gedit-ৰ দ্বাৰা স্বয়ংক্ৰিয়ভাবে সংৰক্ষিত হ'ব । এইটো কাৰ্যকৰি কৰাৰ বাবে "স্বয়ংক্ৰিয় সংৰক্ষণ ব্যৱস্থা" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক ।
22.
Maximum Number of Undo Actions
2012-07-23
বাতিলৰ আগত সম্পন্ন কৰ্মৰ সৰ্বাধিক সংখ্যা
2011-05-21
বাতিলৰ পূৰ্বে সম্পন্ন কৰ্মৰ সৰ্বাধিক সংখ্যা
23.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions.
2012-07-23
gedit ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব। অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যি "-1" মান প্ৰয়োগ কৰক।
25.
Specifies how to wrap long lines in the editing area. Use "none" for no wrapping, "word" for wrapping at word boundaries, and "char" for wrapping at individual character boundaries. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2012-07-23
সম্পাদন উইন্ডোত দীঘল শাৰী কি পদ্ধতিত বিভক্ত কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰে। বিভাজন নকৰিলে "none" ব্যৱহাৰ কৰক, শব্দৰ শেষত বিভাজন কৰোঁতে "word" আৰু আখৰৰ প্ৰান্ত বিভাজন কৰোঁতে "char" ব্যৱহাৰ কৰক। উল্লেখ্য এই মানসমূহ ফলা সংবেদ্য, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
2011-05-21
সম্পাদন ক্ষেত্ৰত দীঘল শাৰী কি পদ্ধতিত বিভক্ত কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰে। বিভাজন নকৰিলে "none" ব্যৱহাৰ কৰক, শব্দৰ শেষত বিভাজন কৰোঁতে "word" আৰু অক্ষৰৰ প্ৰান্তে বিভাজন কৰোঁতে "char" ব্যৱহাৰ কৰক । উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত।
26.
Last split mode choice for line wrapping mode
2015-11-24
শাৰী মেৰিওৱা অৱস্থাৰ বাবে সৰ্বশেষ বিভাজন অৱস্থা পছন্দ
27.
Specifies the last split mode used with line wrapping mode, so that when wrapping mode is off we still remember the split mode choice. Use "word" for wrapping at word boundaries, and "char" for wrapping at individual character boundaries.
2015-11-24
শাৰী মেৰিওৱা অৱস্থাৰ সৈতে ব্যৱহৃত সৰ্বশেষ বিভাজন অৱস্থা ধাৰ্য্য কৰে, যাতে মেৰিওৱা অৱস্থা বন্ধ থাকোতেও আমি বিভাজন অৱস্থা পছন্দ মনত ৰাখো। শব্দৰ সীমাত মেৰিৱাবলে "word" ব্যৱহাৰ কৰক, সূকীয়া আখৰ সীমাসমূহত মেৰিৱাবলে "char" ব্যৱহাৰ কৰক।
29.
Specifies the number of spaces that should be displayed instead of Tab characters.
2012-07-23
টেব আখৰৰ পৰিবৰ্তে যি সংখ্যক শূণ্যস্থান ব্যৱহৃত হ'ব সেইটো উল্লেখ কৰি।
30.
Insert spaces
2012-09-07
শূণ্যস্থান সুমুৱাওক
31.
Whether gedit should insert spaces instead of tabs.
2012-07-23
টেবৰ পৰিবৰ্তে gedit ৰ দ্বাৰা শূণ্যস্থান সুমুৱাওক নে নহয়।
32.
Automatic indent
2012-07-23
স্বচালিত প্ৰান্ত নিৰ্ধাৰণ
2011-05-21
স্বয়ংক্ৰিয় প্ৰান্ত নিৰ্ধাৰণ
33.
Whether gedit should enable automatic indentation.
2012-07-23
gedit ৰ দ্বাৰা স্বচালিত প্ৰান্ত নিৰ্ধাৰণ ব্যৱস্থা সক্ৰিয় কৰা হ'ব নে নহয়।
2011-05-21
gedit-ৰ দ্বাৰা স্বয়ংক্ৰিয় প্ৰান্ত নিৰ্ধাৰণ ব্যৱস্থা সক্ৰিয় কৰা হ'ব নে নহয় ।
35.
Whether gedit should display line numbers in the editing area.
2012-07-23
সম্পাদনাৰ স্থানত gedit ৰ দ্বাৰা শাৰী সংখ্যা প্ৰদৰ্শিত হ'ব নে নহয়।
36.
Highlight Current Line
2012-07-23
বৰ্তমানৰ শাৰী উজ্জ্বল কৰক
37.
Whether gedit should highlight the current line.
2012-07-23
gedit ৰ দ্বাৰা বৰ্তমান শাৰী উজ্জ্বল কৰা হ'ব নে নহয়।
38.
Highlight Matching Brackets
2012-07-23
অনুৰূপ ব্ৰেকেট উজ্জ্বল কৰক
2011-05-21
অনুৰূপ বন্ধনীচিহ্ন উজ্জ্বল কৰক
39.
Whether gedit should highlight matching brackets.
2012-07-23
gedit ৰ দ্বাৰা অনুৰূপ ব্ৰেকেট উজ্জ্বল কৰা হ'ব নে নহয়।