Translations by Chris Coulson

Chris Coulson has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 50 results
~
Enable mouse clicks with touchpad
2009-09-23
টাচ-পেডৰ সৈতে মাউছ ক্লিক সক্ৰিয় কৰা হ'ব
~
You can free up disk space by removing unused programs or files, or by moving files to an external disk.
2009-09-23
অব্যৱহৃত প্ৰোগ্ৰাম, নথিপত্ৰ আঁতৰাই আৰু কোনো বহিস্থিত ডিস্কত নথিপত্ৰ আঁতৰাই ডিস্কৰ স্থান বৃদ্ধি কৰা যাব ।
~
You can free up disk space by emptying the Trash, removing unused programs or files, or moving files to an external disk.
2009-09-23
আবৰ্জনাৰ বক্স ৰিক্ত কৰি আপুনি ডিস্কৰ স্থান বৃদ্ধি কৰিব কৰিব পাৰিব । অব্যৱহৃত প্ৰোগ্ৰাম, নথিপত্ৰ আঁতৰাই আৰু কোনো বহিস্থিত ডিস্কত নথিপত্ৰ আঁতৰাইও ডিস্কৰ স্থান বৃদ্ধি কৰা যাব ।
~
You can free up disk space by removing unused programs or files, or by moving files to another disk or partition.
2009-09-23
অব্যৱহৃত প্ৰোগ্ৰাম, নথিপত্ৰ আঁতৰাই আৰু অন্য কোনো ডিস্ক অথবা বিভাজনত নথিপত্ৰ আঁতৰাই ডিস্কৰ স্থান বৃদ্ধি কৰা যাব ।
~
You can free up disk space by emptying the Trash, removing unused programs or files, or moving files to another disk or partition.
2009-09-23
আবৰ্জনাৰ বক্স ৰিক্ত কৰি আপুনি ডিস্কৰ স্থান বৃদ্ধি কৰিব পাৰিব । অব্যৱহৃত প্ৰোগ্ৰাম, নথিপত্ৰ আঁতৰাই আৰু অন্য কোনো ডিস্ক অথবা বিভাজনত নথিপত্ৰ আঁতৰাইও ডিস্কৰ স্থান বৃদ্ধি কৰা যাব ।
~
The volume "%s" has only %s disk space remaining.
2009-09-23
"%s" ভলিউমত অকল %s স্থান ডিস্কত অৱশিষ্ট আছে ।
~
Don't show any warnings again
2009-09-23
পুনৰায় সতৰ্কবাৰ্তা প্ৰদৰ্শন কৰা ন'হ'ব
~
Set this to TRUE to be able to send mouse clicks by tapping on the touchpad.
2009-09-23
টাচ-পেডত টেপ কৰি মাউছৰ ক্লিকেৰ অনুকৰণৰ বাবে এই মান TRUE ধাৰ্য কৰক ।
~
Set this to TRUE to allow horizontal scrolling by the same method selected with the scroll_method key.
2009-09-23
scroll_method চাবি দ্বাৰা নিৰ্বাচিত পদ্ধতি দ্বাৰা অনুভূমিক স্ক্ৰোলিং ব্যৱস্থাৰ অনুমতি প্ৰদান কৰাৰ উদ্দেশ্যে এই মান TRUE ধাৰ্য কৰক ।
~
Set this to TRUE if you have problems with accidentally hitting the touchpad while typing.
2009-09-23
টাইপ কৰাৰ সময় ভুলবসত টাচ-পেড চুই দিয়াৰ সমস্যা থাকিলে এই মান TRUE ধাৰ্য কৰক ।
~
Select the touchpad scroll method
2009-09-23
টাচ-পেড স্ক্ৰোলৰ ব্যৱস্থা নিৰ্বাচন কৰা হ'ব
~
Disable touchpad while typing
2009-09-23
টাইপ কৰাৰ সময় টাচ-পেড নিষ্ক্ৰিয় কৰা হ'ব
~
Enable horizontal scrolling
2009-09-23
অনুভূমিক দিশত স্ক্ৰোলিং ব্যৱস্থা সক্ৰিয় কৰক
55.
Mount paths to ignore
2009-09-23
উপেক্ষা কৰাৰ বাবে চিহ্নিত মাউন্ট পথ
56.
Specify a list of mount paths to ignore when they run low on space.
2009-09-23
অৱশিষ্ট স্থান হ্ৰাস হ'লে উপেক্ষা কৰাৰ বাবে চিহ্নিত মাউন্ট পইন্টৰ তালিকা ।
57.
Free percentage notify threshold
2009-09-23
সতৰ্কতামূলক সূচনা উৎপন্ন কৰাৰ বাবে চিহ্নিত অৱশিষ্ট শতাংশৰ পৰিমাণৰ প্ৰান্তিক মাপ
63.
Minimum notify period for repeated warnings
2009-09-23
নিয়মিত সৰ্তকতামূলক বাৰ্তাৰ ক্ষেত্ৰত সৰ্বনিম্ন সূচনাপ্ৰদানৰ সময়কাল
64.
Specify a time in minutes. Subsequent warnings for a volume will not appear more often than this period.
2009-09-23
মিনিট অনুযায়ী সময় ধাৰ্য কৰক । কোনো ভলিউম সম্পৰ্কে সতৰ্কতামূলক বাৰ্তাসমূহ প্ৰদৰ্শন এই সময়ৰ অবকাল অবধি সীমিত ৰখা হ'ব ।
68.
Binding to launch the calculator.
2009-09-23
কেলকুলেটৰ আৰম্ভৰ বাবে বাইন্ড কৰক ।
72.
Binding to launch the email client.
2009-09-23
ই-মেইল ক্লায়েন্ট আৰম্ভ কৰাৰ বাবে বাইন্ড কৰক ।
76.
Binding to launch the help browser.
2009-09-23
সহায়ক তথ্যেৰ ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
78.
Binding to open the Home folder.
2009-09-23
ব্যক্তিগত ফোল্ডাৰ খোলাৰ বাবে বাইন্ড কৰক ।
80.
Binding to launch the media player.
2009-09-23
মিডিয়া প্লেয়াৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
82.
Binding to skip to next track.
2009-09-23
পৰবৰ্তী গানে এৰি চলনাৰ বাবে বাইন্ড কৰক ।
84.
Binding to pause playback.
2009-09-23
প্লে-বেক স্থগিত কৰাৰ বাবে বাইন্ড কৰক ।
86.
Binding to start playback (or toggle play/pause).
2009-09-23
প্লে-বেক অৰ্থাৎ চালনাৰ আৰম্ভৰ বাবে বাইন্ড কৰক (অথবা চালনা/স্থগিত কৰ্মত পৰিবৰ্তন) ।
88.
Binding to log out.
2009-09-23
লগ-আউটৰ বাবে বাইন্ড কৰক ।
90.
Binding to skip to previous track.
2009-09-23
পূৰ্ববৰ্তী গান পিছলৈ যাবলৈ বাবে বাইন্ড কৰক ।
92.
Binding to lock the screen.
2009-09-23
পৰ্দা লক কৰাৰ বাবে বাইন্ড কৰক ।
94.
Binding to launch the search tool.
2009-09-23
অনুসন্ধানৰ সামগ্ৰী আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
96.
Binding to stop playback.
2009-09-23
প্লে-বেক বন্ধ কৰাৰ বাবে বাইন্ড কৰক ।
100.
Binding to lower the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ হ্ৰাস কৰাৰ বাবে বাইন্ড কৰক ।
102.
Binding to mute the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ নিঃশব্দ কৰাৰ বাবে বাইন্ড কৰক ।
104.
Binding to raise the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ বৃদ্ধিৰ বাবে বাইন্ড কৰক ।
121.
Binding to launch the web browser.
2009-09-23
ৱেব ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাউন্ড কৰক ।
195.
The type of hinting to use when rendering fonts. Possible values are: "none" for no hinting, "slight" for basic, "medium" for moderate, and "full" for maximum hinting (may cause distortion of letter forms).
2009-09-23
ফন্ট ৰেণ্ডাৰ কৰোঁতে ব্যৱহৃত hinting ৰ ধৰণ । সাম্ভাব্য মান হ'ল: "none" hinting নকৰাৰ বাবে, "slight" মৌলিকৰ বাবে, "medium" মধ্যমৰ বাবে, আৰু "full" সৰ্বাধিক hinting ৰ কাৰণে(আখৰৰ আকাৰ বেয়া কৰিবও পাৰে) ।
202.
Enable debugging code
2009-09-23
কোড ডিবাগ ব্যৱস্থা সক্ৰিয় কৰা হ'ব
205.
Accessibility Keyboard
2009-09-23
সহায়ক প্ৰযুক্তি বিশিষ্ট চাবিৰ ফলক
206.
Accessibility keyboard plugin
2009-09-23
সহায়ক প্ৰযুক্তি বিশিষ্ট চাবিৰ ফলকৰ প্লাগ-ইন
209.
You just held down the Shift key for 8 seconds. This is the shortcut for the Slow Keys feature, which affects the way your keyboard works.
2009-09-23
আপুনি এইমাত্ৰ শিফ্‌ট কী-কে ৮ ছেকেণ্ড যাবত চেপে ৰেখেছিলেন । এটি হ'ল ধীৰ কী সক্ৰিয়কাৰক ছৰ্টকাট যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি ।
217.
You just pressed the Shift key 5 times in a row. This is the shortcut for the Sticky Keys feature, which affects the way your keyboard works.
2009-09-23
আপুনি এইমাত্ৰ শিফ্‌ট কী-কে ৫ ছেকেণ্ড যাবত চেপে ৰেখেছিলেন । এটি হ'ল স্টিকি কী সক্ৰিয়কাৰক ছৰ্টকাট যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি ।
218.
You just pressed two keys at once, or pressed the Shift key 5 times in a row. This turns off the Sticky Keys feature, which affects the way your keyboard works.
2009-09-23
আপুনি এইমাত্ৰ দুটি কীকে একত্ৰে চেপে ৰেখেছিলেন কিংবা শিফ্‌ট কীকে পৰপৰ ৫ বাৰ চেপেছেন । এৰ ফলে স্টিকি কী নিষ্ক্ৰিয় হৈ যায় যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি ।
222.
Clipboard plugin
2009-09-23
ক্লিপ-বোৰ্ডৰ প্লাগ-ইন
245.
This computer has only %s disk space remaining.
2009-09-23
এই কম্পিউটাৰত অকল %s স্থান ডিস্কত অৱশিষ্ট আছে ।
248.
Empty Trash
2009-09-23
আবৰ্জনাৰ বক্স ৰিক্ত কৰক
249.
Ignore
2009-09-23
অগ্ৰাহ্য কৰা হ'ব
253.
Keyboard plugin
2009-09-23
চাবিৰ ফলক প্লাগ-ইন
258.
Disabled
2009-09-23
নিষ্ক্ৰিয়
259.
%u Output
%u Outputs
2009-09-23
%u আউটপুট
%u আউটপুট
260.
%u Input
%u Inputs
2009-09-23
%u ইনপুট
%u ইনপুট