Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 635 results
~
Format…
2013-09-16
ফৰমেট কৰক (_F)…
~
Benchmark…
2013-09-16
ধাপ…
~
Error determing size of file
2012-09-21
ফাইলৰ আকাৰ নিৰ্ধাৰণ কৰোতে ত্ৰুটি
2012-06-20
নথিপত্ৰৰ আকাৰ নিৰ্ধাৰণ কৰোতে ত্ৰুটি
1.
Disk Image Mounter
2012-08-09
ডিস্ক ছবি মাউন্টাৰ
2.
Mount Disk Images
2012-08-09
ডিস্ক ছবিসমূহ মাউন্ট কৰক
3.
Disk Image Writer
2013-12-14
ডিস্ক ছবি লেখক
4.
Write Disk Images to Devices
2013-12-14
ডিস্ক ছবিক ডিভাইচলৈ লিখক
6.
Manage Drives and Media
2012-08-09
ড্ৰাইভ আৰু মাধ্যম ব্যৱস্থাপনা কৰক
7.
disk;drive;volume;harddisk;hdd;disc;cdrom;dvd;partition;iso;image;backup;restore;benchmark;raid;luks;encryption;S.M.A.R.T.;smart;
2013-09-16
disk;drive;volume;harddisk;hdd;disc;cdrom;dvd;partition;iso;image;backup;restore;benchmark;raid;luks;encryption;S.M.A.R.T.;smart;
8.
Default location for the Create/Restore disk image dialogs
2012-09-21
ডিস্ক ছবি ডাইলগসমূহ সৃষ্টি কৰক/পুনৰুদ্ধাৰ কৰকৰ বাবে অবিকল্পিত অৱস্থান
9.
Default location for the Create/Restore disk image dialogs. If blank the ~/Documents folder is used.
2012-09-21
ডিস্ক ছবি ডাইলগসমূহ সৃষ্টি কৰক/পুনৰুদ্ধাৰ কৰকৰ বাবে অবিকল্পিত অৱস্থান। যদি ৰিক্ত ~/Documents ফোল্ডাৰ ব্যৱহাৰ কৰা হয়।
10.
Activation of this plugin
2013-09-16
এই প্লাগিনৰ সক্ৰিয়কৰণ
11.
Whether this plugin would be activated by gnome-settings-daemon or not
2013-09-16
এই প্লাগিন gnome-settings-daemon দ্বাৰা সামৰ্থবান কৰা হব নে
12.
Priority to use for this plugin
2013-09-16
এই প্লাগিনৰ বাবে ব্যৱহাৰ কৰিব লগিয়া প্ৰাথমিকতা
13.
Priority to use for this plugin in gnome-settings-daemon startup queue
2013-09-16
gnome-settings-daemon আৰম্ভণি শাৰীত এই প্লাগিনৰ বাবে ব্যৱহাৰ কৰিব লগিয়া প্ৰাথমিকতা
14.
An error occurred
2012-08-09
এটা ত্ৰুটি দেখা দিছে
15.
Allow writing to the image
2012-08-09
ছবিলে লিখাৰ অনুমতি দিয়ক
16.
Select Disk Image(s) to Mount
2012-08-09
মাউন্ট কৰিবলে ডিস্ক ছবি(সমূহ) বাছক
17.
_Cancel
2014-11-26
বাতিল কৰক (_C)
19.
Set up _read-only mount
2012-08-09
কেৱল-পঢ়িব মাউন্ট সংস্থাপন কৰক (_r)
20.
If checked, the mount will be read-only. This is useful if you don't want the underlying disk image to be modified
2012-09-21
যদি নীৰিক্ষিত, মাউন্ট কেৱল-পঢ়িব পৰা থাকিব। ই উপযোগী যদি আপুনি নিম্নলেখিত ডিস্ক ছবিক পৰিবৰ্তন কৰিব নিবিচাৰে
2012-08-09
যদি নীৰিক্ষিত, মাউন্ট কেৱল-পঢ়িব পৰা থাকিব। ই উপযোগী যদি আপুনি নিম্নলেখিত ডিস্ক ছবিক পৰিৱৰ্তন কৰিব নিবিচাৰে
21.
Error connecting to udisks daemon: %s (%s, %d)
2012-08-09
udisks ডিমনলে সংযোগ কৰোতে ত্ৰুটি: %s (%s, %d)
22.
Attach and mount one or more disk image files.
2012-09-21
এটা বা অধিক ডিস্ক ছবি ফাইলসমূহ সংলগ্ন আৰু মাউন্ট কৰক।
2012-08-09
এটা বা অধিক ডিস্ক ছবি নথিপত্ৰসমূহ সংলগ্ন আৰু মাউন্ট কৰক।
23.
Cannot open `%s' - maybe the volume isn't mounted?
2012-08-09
'%s' খোলিব নোৱাৰি - হয়তো আয়তন মাউন্ট কৰা নাই?
24.
Error opening `%s': %m
2012-08-09
'%s' খোলোতে ত্ৰুটি: %m
25.
Error attaching disk image: %s (%s, %d)
2012-08-09
ডিস্ক ছবি সংলগ্ন কৰোতে ত্ৰুটি: %s (%s, %d)
26.
Error opening %s: %s
2013-12-14
%s খোলোতে ত্ৰুটি: %s
27.
Error looking up block device for %s
2013-12-14
%s ৰ বাবে খণ্ড ডিভাইচ চাওতে ত্ৰুটি
28.
Select device
2013-09-16
ডিভাইচ বাছক
29.
Format selected device
2013-09-16
নিৰ্বাচিত ডিভাইচ ফৰমেট কৰক
30.
Parent window XID for the format dialog
2013-09-16
ফৰমেট ডাইলগৰ বাবে উপধায়ক উইন্ডো XID
31.
Restore disk image
2013-12-14
ডিস্ক ছবি পুনৰুদ্ধাৰ কৰক
32.
Show help options
2013-09-16
সহায় বিকল্পসমূহ দেখুৱাওক
33.
--format-device must be used together with --block-device
2013-09-16
--format-device ক --block-device ৰ সৈতে একেলগে ব্যৱহাৰ কৰিব লাগিব
34.
--format-device must be specified when using --xid
2013-09-16
--format-device ক --xid ব্যৱহাৰ কৰোতে ধাৰ্য্য কৰিব লাগিব
35.
gnome-disk-utility %s UDisks %s (built against %d.%d.%d)
2013-09-16
gnome-disk-utility %s UDisks %s (%d.%d.%d ৰ বাবে নিৰ্মিত)
37.
Frequency of errors while reading raw data from the disk. A non-zero value indicates a problem with either the disk surface or read/write heads
2012-06-20
ডিস্কৰ raw তথ্য পঢ়াৰ সময় উৎপন্ন ত্ৰুটিৰ হাৰ। শূণ্য ব্যতীত অন্য কোনো সংখ্যা প্ৰাপ্ত হ'লে, ডিস্কৰ পাৰ্শ্ব অথবা পঢ়া/লিখাৰ হেডত সমস্যাৰ ইঙ্গিত দিয়া হয়
38.
Throughput Performance
2012-08-09
থ্ৰুপুটৰ কাৰ্য্যক্ষমতা
39.
Average efficiency of the disk
2012-08-09
ডিস্কৰ কাৰ্য্যক্ষমতাৰ গড় পৰিমাণ
41.
Time needed to spin up the disk
2012-08-09
ডিস্ক স্পিন-আপ কৰোতে প্ৰয়োজনীয় সময়
44.
Reallocated Sector Count
2012-08-09
পুনৰ বিতৰণ কৰা অংশৰ গণনা
45.
Count of remapped sectors. When the hard drive finds a read/write/verification error, it marks the sector as “reallocated” and transfers data to a special reserved area (spare area)
2013-09-16
পুনৰ মেপ কৰা অংশবোৰৰ সংখ্যা। যেতিয়া হাৰ্ড ড্ৰাইভে এটা পঢ়া/লিখা/ সতাসত্য নিৰূপণ ত্ৰুটি পায়, ই অংশক “পুনৰআবন্টিত“ হিচাপে চিহ্নিত কৰে আৰু তথ্যক এটা বিশেষ সংৰক্ষিত স্থান (ৰেহাই স্থান) লে স্থানান্তৰ কৰে
48.
Seek Error Rate
2012-08-09
Seek ভুলৰ হাৰ
50.
Seek Timer Performance
2012-08-09
Seek সময়ৰ কাৰ্য্যক্ষমতা
51.
Average efficiency of operations while positioning
2012-06-20
অৱস্থিত কৰাৰ সময়ত কাৰ্য্যসমূহৰ গড় দক্ষতা
54.
Spinup Retry Count
2012-08-09
স্পিনআপ পুনৰ চেষ্টাৰ গণনা
55.
Number of retry attempts to spin up
2012-08-09
স্পিন-আপ কৰাৰ সময় পুনৰ চেষ্টাৰ সংখ্যা