Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 168 results
1.
There was an error showing the URL "%s"
2012-08-22
URL "%s" প্ৰদৰ্শন কৰোতে এটা ত্ৰুটি হৈছিল
2.
There was an error displaying help: %s
2012-08-22
সহায় প্ৰদৰ্শনত কৰোতে এটা ত্ৰুটি হৈছিল: %s
3.
Checking the connectivity of this machine...
2012-08-22
এই মেচিনৰ সংযোগ ব্যৱস্থা পৰীক্ষা কৰা হৈছে...
2011-09-29
বৰ্তমান মেচিনৰ সংযোগ ব্যৱস্থা পৰীক্ষা কৰক...
4.
Your desktop is only reachable over the local network.
2012-08-22
অকল স্থানীয় নেটৱাৰ্কৰ মাধ্যমে আপোনাৰ ডেস্কটপৰ সৈতে সংযোগ স্থাপন কৰা সম্ভৱ।
2011-09-29
অকল স্থানীয় নেটৱাৰ্কৰ মাধ্যমে আপোনাৰ ডেস্কট'পৰ সৈতে সংযোগ স্থাপন কৰা সম্ভৱ ।
6.
Others can access your computer using the address %s.
2012-08-22
%s ঠিকনাৰ মাধ্যমে অন্য ব্যক্তিয়ে আপোনাৰ কমপিউটাৰ অভিগম কৰিব পাৰিব।
7.
Nobody can access your desktop.
2012-08-22
আপোনাৰ ডেস্কটপ অন্য কোনো ব্যক্তিয়ে অভিগম কৰিব নোৱাৰে।
8.
Desktop Sharing
2011-09-29
ডেস্কটপ অংশীদাৰী
9.
Choose how other users can remotely view your desktop
2012-08-22
দূৰবৰ্তী ব্যৱহাৰকাৰীৰ বাবে আপোনাৰ ডেস্কটপ প্ৰদৰ্শনৰ প্ৰণালী নিৰ্ধাৰণ কৰক
2011-09-29
দূৰবৰ্তী ব্যৱহাৰকাৰীৰ বাবে আপোনাৰ ডেস্কট'প প্ৰদৰ্শনৰ প্ৰণালী নিৰ্ধাৰণ কৰক
10.
Desktop Sharing Preferences
2011-09-29
ডেস্কটপ অংশীদাৰী পছন্দসমূহ
11.
Sharing
2012-08-22
অংশীদাৰী
13.
Allow other users to _view your desktop
2012-08-22
অন্য ব্যৱহাৰকাৰীক আপোনাৰ ডেস্কটপ চোৱাৰ অনুমতি প্ৰদান কৰক (_v)
2011-09-29
অনেন্য ব্যৱহাৰকাৰীক আপোনাৰ ডেস্কট'প চোৱাৰ অনুমতি প্ৰদান কৰক (_v)
14.
Your desktop will be shared
2012-08-22
অন্য ব্যৱহাৰকাৰীৰ সৈতে আপোনাৰ ডেস্কটপ অংশীদাৰী কৰা হ'ব
2011-09-29
অন্য ব্যৱহাৰকাৰীৰ সৈতে আপোনাৰ ডেস্কট'প অংশীদাৰী কৰা হ'ব
15.
_Allow other users to control your desktop
2012-08-22
অন্য ব্যৱহাৰকাৰীৰ দ্বাৰা আপোনাৰ ডেস্কটপ নিয়ন্ত্ৰণৰ অনুমতি প্ৰদান কৰক (_A)
2011-09-29
অনেন্য ব্যৱহাৰকাৰীৰ দ্বাৰা আপোনাৰ ডেস্কট'প নিয়ন্ত্ৰণেৰ অনুমতি প্ৰদান কৰক (_A)
16.
Remote users are able to control your mouse and keyboard
2012-08-22
দূৰবৰ্তী ব্যৱহাৰকাৰীয়ে, আপোনাৰ প্ৰণালীৰ মাউছ আৰু কিবৰ্ড নিয়ন্ত্ৰণ কৰিব পাৰিব
2011-09-29
দূৰবৰ্তী ব্যৱহাৰকাৰীই, আপোনাৰ প্ৰণালীৰ মাউছ আৰু চাবিৰ ফলক নিয়ন্ত্ৰণ কৰিব পাৰিব
17.
Security
2012-08-22
সুৰক্ষা
18.
_You must confirm each access to this machine
2012-08-22
আপুনি এই মেচিনলে প্ৰতিটো অভিগম সুনিশ্চিত কৰিব লাগিব (_Y)
2011-09-29
বৰ্তমান মেচিনৰ সৈতে সংযোগ স্থাপন কৰিব ইচ্ছুক প্ৰতিটি অনুৰোধ প্ৰমাণীকৰণ কৰা হ'ব (_Y)
19.
_Require the user to enter this password:
2012-08-22
ব্যৱহাৰকাৰীজনক পাছৱাৰ্ড লিখা প্ৰয়োজনীয় হ'ব (_R):
2011-09-29
ব্যৱহাৰকাৰীজনক বাধ্যতামূলকভাবে পাছওৱাৰ্ড লিখিব'লৈ হ'ব:(_R)
20.
Automatically _configure UPnP router to open and forward ports
2012-08-22
UPnP ৰাউটাৰক স্বচালিতভাৱে মুক্ত আৰু সন্মুখ পৰ্টসমূহত সংৰূপণ কৰক (_c)
2011-09-29
UPnP ৰাউটাৰক স্বচালিতভাৱে মুক্ত আৰু সন্মুখ পোৰ্টসমূহত সংৰূপণ কৰক (_c)
21.
The router must have the UPnP feature enabled
2012-08-22
ৰাউটাৰত UPnP বৈশিষ্ট্য সামৰ্থবান থকা আৱশ্যক
22.
Show Notification Area Icon
2012-08-22
অধিসূচনা স্থান আইকন দেখুৱাওক
2011-09-29
সঙ্কত স্থান আইকন দেখুৱাওক
23.
Al_ways
2011-09-29
সদায় (_w)
24.
_Only when someone is connected
2012-08-22
কেৱল তেতিয়ায় যেতিয়া কোনোবা সংযুক্ত (_O)
2011-09-29
কৱল তেতিয়ায় যেতিয়া কোনোবা সংযুক্ত (_O)
25.
_Never
2012-08-22
কেতিয়াও নহয় (_N)
2011-09-29
কতিয়াও নহয় (_N)
26.
Enable remote access to the desktop
2011-09-29
ডেস্কটপলে দূৰৱৰ্তী অভিগম সামৰ্থবান কৰক
27.
If true, allows remote access to the desktop via the RFB protocol. Users on remote machines may then connect to the desktop using a VNC viewer.
2012-08-22
মান সত্য হ'লে, RFB প্ৰটকলৰ মাধ্যমে দূৰবৰ্তী ডেস্কটপ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব। দূৰবৰ্তী মেচিনৰ ব্যৱহাৰকাৰীয়ে VNC দৰ্শকৰ মাধ্যমে ডেস্কটপৰ সৈতে সংযোগ কৰিব পাৰিব।
2011-09-29
মান সত্য হ'লে, RFB প্ৰটকলৰ মাধ্যমে দূৰবৰ্তী ডেস্কট'প ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব। দূৰবৰ্তী মেচিনৰ ব্যৱহাৰকাৰীয়ে VNC দৰ্শকৰ মাধ্যমে ডেস্কট'পৰ সৈতে সংযোগ কৰিব পাৰিব।
28.
Prompt the user before completing a connection
2011-09-29
সংযোগ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে ব্যৱহাৰকাৰীজনক সচেতন কৰা হ'ব
29.
If true, remote users accessing the desktop are not allowed access until the user on the host machine approves the connection. Recommended especially when access is not password protected.
2012-08-22
মান সত্য হ'লে, ডেস্কটপ অভিগম কৰা দূৰৱৰ্তী ব্যৱহাৰকাৰীসমূহক অভিগমৰ অনুমতি দিয়া নহয় যেতিয়ালৈকে হস্ট মেচিনৰ ব্যৱহাৰকাৰীয়ে সংযোগৰ অনুমতি নিদিয়ে। বিশেষভাৱে উপদেশিত যেতিয়া অভিগম পাছৱাৰ্ড দ্বাৰা সুৰক্ষিত নহয়।
2011-09-29
মান সত্য হ'লে, হস্ট মেচিনৰ অনুমতিৰ বাহিৰে, ডেস্কট'প ব্যৱহাৰ কৰোঁতে ইচ্ছুক দূৰবৰ্তী ব্যৱহাৰকাৰীৰ সংযোগ প্ৰমাণীকৰণ কৰা ন'হ'ব । পাছওৱাৰ্ড দ্বাৰা সুৰক্ষিত না থাকিলে এটা ব্যৱহাৰ কৰা বাঞ্ছনীয় ।
30.
Only allow remote users to view the desktop
2012-08-22
অকল দূৰবৰ্তী ব্যৱহাৰকাৰীজনক ডেস্কটপ চোৱাৰ প্ৰমাণীকৰণ প্ৰদান কৰা হ'ব
2011-09-29
অকল দূৰবৰ্তী ব্যৱহাৰকাৰীজনক ডেস্কট'প চোৱাৰ প্ৰমাণীকৰণ প্ৰদান কৰা হ'ব
31.
If true, remote users accessing the desktop are only allowed to view the desktop. Remote users will not be able to use the mouse or keyboard.
2012-08-22
মান সত্য হ'লে, ডেস্কটপ অভিগম কৰা দূৰৱৰ্তী ব্যৱহাৰকাৰীসমূহৰ কেৱল ডেস্কটপ দৰ্শন কৰাৰ অনুমতি থাকিব। দূৰবৰ্তী ব্যৱহাৰকাৰীসমূহ মাউছ অথবা কিবৰ্ড ব্যৱহাৰ কৰোঁতে সক্ষম নহব।
2011-09-29
মান সত্য হ'লে, দূৰবৰ্তী ব্যৱহাৰকাৰীসমূহ ডেস্কট'প অকল প্ৰত্যক্ষ কৰোঁতে সক্ষম হ'বন । দূৰবৰ্তী ব্যৱহাৰকাৰীসমূহ মাউস অথবা চাবিৰ ফলক ব্যৱহাৰ কৰোঁতে সক্ষম হ'বন না ।
32.
Network interface for listening
2012-08-22
অপেক্ষা কৰাৰ বাবে নেটৱাৰ্ক আন্তঃপৃষ্ট
2011-09-29
অপেক্ষা কৰাৰ বাবে চিহ্নিত নেটৱাৰ্ক আন্তঃপৃষ্ট
33.
If not set, the server will listen on all network interfaces. Set this if you want to accept connections only from some specific network interface. For example, eth0, wifi0, lo and so on.
2013-12-14
যদি সংহিত নাই, চাৰ্ভাৰে সকলো নেটৱাৰ্ক আন্তঃপৃষ্টত শুনিব। ইয়াক সংহতি কৰক যদি আপুনি কেৱল কিছুমান বিশেষ নেটৱাৰ্ৰক পৰা সংযোগ গ্ৰহণ কৰিব বিচাৰে। উদাহৰণস্বৰূপ, eth0, wifi0, lo, আৰু তেনেকুৱা।
34.
Listen on an alternative port
2012-08-22
বিকল্প পৰ্টত শুনক