Browsing Assamese translation

2 of 1058 results
2.
Nautilus supports all the basic functions of a file manager and more. It can search and manage your files and folders, both locally and on a network, read and write data to and from removable media, run scripts, and launch applications. It has three views: Icon Grid, Icon List, and Tree List. Its functions can be extended with plugins and scripts.
Nautilus এ এটা ফাইল ব্যৱস্থাপকৰ সকলো মৌলিক ফলন আৰু অধিক সমৰ্থন কৰে। ই আপোনাৰ ফাইল আৰু ফোল্ডাৰ সন্ধান আৰু ব্যৱস্থাপনা কৰিব পাৰে, স্থানীয়ভাৱে আৰু নেটৱৰ্কত, আতৰাব পৰা মাধ্যমৰ পৰা তথ্য পঢ়িব আৰু লিখিব পাৰে, স্ক্ৰিপ্টবোৰ চলাব পাৰে, আৰু এপ্লিকেচনসমূহ লঞ্চ কৰিব পাৰে। ইয়াৰ তিনিটা দৰ্শন আছে: আইকন গ্ৰিড, আইকন তালিকা, আৰু ট্ৰি তালিকা। ইয়াৰ কাৰ্য্যকৰীতাক প্লাগিনসমূহ আৰু স্ক্ৰিপ্টসমূহৰ সহায়ত প্ৰসাৰিত কৰিব পাৰি।
Translated by Nilamdyuti Goswami
Located in data/org.gnome.Nautilus.appdata.xml.in.in:12
2 of 1058 results

This translation is managed by Registry Administrators, assigned by Ubuntu Translators.

You are not logged in. Please log in to work on translations.