Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 430 results
1.
Inverse
2012-03-22
উলোটা
2.
Factorize
2012-03-22
গৌণিকৰণ
5.
Subscript
2012-03-22
চাবস্ক্ৰিপ্ট
6.
Superscript
2012-03-22
চুপাৰস্ক্ৰিপ্ট
7.
Scientific Exponent
2012-07-03
বৈজ্ঞানিক ঘাতচিহ্ন
2012-03-22
বৈজ্ঞানিক সূচক
8.
Memory
2012-03-22
মেমৰি
9.
x
2012-03-22
x
10.
Absolute Value
2012-03-22
সম্পূৰ্ণ মান
11.
Exponent
2012-07-03
ঘাতচিহ্ন
2012-03-22
সূচক
12.
Store
2012-03-22
সংৰক্ষণ কৰক
13.
Compounding Term
2012-03-22
যৌগ ম্যাদ
14.
C_alculate
2012-07-03
গণনা কৰক (_a)
2012-03-22
গণক
15.
Present _Value:
2012-07-03
বৰ্তমান মান (_V):
2012-03-22
বৰ্তমান মান (_V)
16.
Periodic Interest _Rate:
2012-03-22
ম্যাদী সুদৰ হাৰ (_R):
17.
Calculates the number of compounding periods necessary to increase an investment of present value to a future value, at a fixed interest rate per compounding period.
2012-03-22
বৰ্তমান মানৰ এটা বিনিয়োগক এটা ভৱিষ্যত মানলে বৃদ্ধি কৰিবলে প্ৰয়োজনীয় যৌগ ম্যাদৰ সংখ্যা গণনা কৰে, প্ৰতি যৌগ ম্যাদ এটা নিৰ্দিষ্ট সুদৰ হাৰত।
18.
_Future Value:
2012-07-03
ভৱিষ্যত মান (_F):
2012-03-22
ভৱিষ্যত মান (_F)
19.
Double-Declining Depreciation
2012-03-22
দুবাৰ-নাকচ কৰা স্খলন
20.
Calculates the depreciation allowance on an asset for a specified period of time, using the double-declining balance method.
2012-03-22
এটা সম্পদত এটা ধাৰ্য্যত সময়ৰ বাবে স্খলিত অনুমোদন গণনা কৰে, দুবাৰ-নাকচ অৱশিষ্ট পদ্ধতি ব্যৱহাৰ কৰি।
21.
C_ost:
2012-03-22
দাম (_o):
22.
_Life:
2012-07-03
জীবনকাল (_L):
23.
_Period:
2012-07-03
ম্যাদ (_P):
25.
Calculates the future value of an investment based on a series of equal payments at a periodic interest rate over the number of payment periods in the term.
2012-03-22
এটা বিনিয়োগৰ ভৱিষ্যত মান ম্যাদৰ পৰিশোধ ম্যাদসমূহৰ সংখ্যাৰ উপৰত এটা ম্যাদী সুদত সমান পৰিশোধৰ এটা ক্ৰমৰ উপৰত ভিত্তি কৰি গণনা কৰে।
26.
_Periodic Payment:
2012-03-22
ম্যাদী পৰিশোধ (_P):
27.
_Number of Periods:
2012-03-22
ম্যাদৰ সংখ্যা (_N):
28.
Gross Profit Margin
2012-03-22
মোট লাভৰ সীমা
29.
Calculates the resale price of a product, based on the product cost and the wanted gross profit margin.
2012-03-22
এটা উৎপাদন পুনৰ বিক্ৰি মূল্য গণনা কৰে, উৎপাদনৰ দাম আৰু বিচৰা সৰ্বমূঠ লাভৰ সীমাৰ উপৰত নিৰ্ভৰ কৰি।
30.
_Margin:
2012-07-03
সীমা (_M):
2012-03-22
সীমা: (_M)
31.
Periodic Payment
2012-03-22
ম্যাদী পৰিশোধ
32.
Calculates the amount of the periodic payment of a loan, where payments are made at the end of each payment period.
2012-03-22
এটা ধাৰৰ ম্যাদী পৰিশোধৰ পৰিমাণ গণনা কৰে, যত পৰিশোধসমূহ প্ৰতিটো পৰিশোধ ম্যাদৰ অন্তত কৰা হয়।
33.
_Principal:
2012-07-03
মূলধন (_F):
2012-03-22
অৰ্থনৈতিক অৱস্থা (_F)
34.
_Term:
2012-07-03
ম্যাদ (_T):
35.
Present Value
2012-03-22
বৰ্তমান মান
36.
Calculates the present value of an investment based on a series of equal payments discounted at a periodic interest rate over the number of payment periods in the term.
2012-03-22
এটা বিনিয়োগৰ বৰ্তমান মান ম্যাদৰ পৰিশোধ ম্যাদসমূহৰ সংখ্যাৰ উপৰত এটা ম্যাদী সুদত ৰেহাই কৰা সমান পৰিশোধৰ এটা ক্ৰমৰ উপৰত ভিত্তি কৰি গণনা কৰে।
37.
Periodic Interest Rate
2012-03-22
ম্যাদী সুদৰ হাৰ
38.
Calculates the periodic interest necessary to increase an investment to a future value, over the number of compounding periods.
2012-03-22
এটা বিনিয়োগক এটা ভৱিষ্যত মানলে বৃদ্ধি কৰিবলে প্ৰয়োজনীয় ম্যাদী হাৰ গণনা কৰে, যৌগ ম্যাদৰ সংখ্যাৰ উপৰত।
39.
Straight-Line Depreciation
2012-03-22
পোন-শাৰী স্খলন
40.
_Cost:
2012-03-22
দাম (_C):
41.
_Salvage:
2012-07-03
পুনৰুদ্ধাৰ মূল্য (_S):
2012-03-22
পুনৰুদ্ধাৰ মূল্য: (_S)
42.
Calculates the straight-line depreciation of an asset for one period. The straight-line method of depreciation divides the depreciable cost evenly over the useful life of an asset. The useful life is the number of periods, typically years, over which an asset is depreciated.
2012-03-22
এটা ম্যাদৰ বাবে এটা সম্পদৰ পোণ-শাৰী স্খলন গণনা কৰে। স্খলনৰ পোণ-শাৰী পদ্ধতিয়ে এটা সম্পদৰ উপযোগী জীৱনৰে স্খলিত দামক সমানভাৱে ভাগ কৰে। উপযোগী জীৱন হল ম্যাদৰ সংখ্যা, সাধাৰণত বছৰ, যাৰ উপৰত এটা সম্পদ স্খলন হয়।
43.
Sum-of-the-Years'-Digits Depreciation
2012-03-22
Sum-of-the-Years'-Digits স্খলন
44.
Calculates the depreciation allowance on an asset for a specified period of time, using the Sum-of-the-Years'-Digits method. This method of depreciation accelerates the rate of depreciation, so that more depreciation expense occurs in earlier periods than in later ones. The useful life is the number of periods, typically years, over which an asset is depreciated.
2012-03-22
এটা সম্পদৰ স্খলিত অনুমোদন Sum-of-the-Years'-Digits পদ্ধতি ব্যৱহাৰ কৰি, এটা ধাৰ্য্যত সময়ৰ বাবে গণনা কৰে। স্খলন এই পদ্ধতিয়ে স্খলনৰ হাৰ বৃদ্ধি কৰে, যাতে অধিক স্খলন ব্যয় পিছৰ সময়ৰ বাদে আগৰ সময়ত ঘটিত হয়। উপযোগী জীৱন হল ম্যাদৰ সংখ্যা, সাধাৰণত বছৰ, যত এটা সম্পদ স্খলিত হয়।
45.
Payment Period
2012-03-22
পৰিশোধৰ ম্যাদ