Translations by Mohsin Ali

Mohsin Ali has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

15 of 5 results
1.
Record your encryption passphrase
2018-09-11
আপোনাৰ এনক্ৰিপশ্বন পাছফ্ৰেজ ৰেকৰ্ড কৰক
2.
To encrypt your home directory or "Private" folder, a strong passphrase has been automatically generated. Usually your directory is unlocked with your user password, but if you ever need to manually recover this directory, you will need this passphrase. Please print or write it down and store it in a safe location. If you click "Run this action now", enter your login password at the "Passphrase" prompt and you can display your randomly generated passphrase. Otherwise, you will need to run "ecryptfs-unwrap-passphrase" from the command line to retrieve and record your generated passphrase.
2018-09-11
আপোনাৰ গৃহ ডাইৰেক্টৰী বা "ব্যক্তিগত" ফ'ল্ডাৰ এনক্ৰিপ্ট কৰিবলৈ, এটা শক্তিশালী পাছফ্ৰেজ স্বয়ংক্ৰিয়ভাৱে উত্পন্ন কৰা হৈছে। সচৰাচৰতে আপোনাৰ ডাইৰেক্টৰী আপোনাৰ ব্যৱহাৰকাৰী পাছৱৰ্ডেৰে অনবৰুদ্ধ কৰা হয়, কিন্তু যদি আপোনাৰ কেতিয়াবা এই ডাইৰেক্টৰীটো মেনুৱেলি পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজন হয়, তেতিয়া আপোনাৰ এই পাছফ্ৰেজটোৰ প্ৰয়োজন হ'ব। অনুগ্ৰহ কৰি এইটো মুদ্ৰণ কৰি লওক বা লিখি লওক আৰু কোনো নিৰাপদ স্থানত থৈ দিয়ক। যদি আপুনি "এই ক্ৰিয়াটো এতিয়াই চলাওক"ত ক্লিক কৰে, আপোনাৰ লগইন পাছৱৰ্ডটো "পাছফ্ৰেজ" সংকেতটোত প্ৰবিষ্ট কৰিব আৰু আপুনি আপোনাৰ যদৃচ্ছাভাৱে উত্পন্ন কৰা পাছফ্ৰেজ প্ৰদৰ্শন কৰিব পাৰিব। অন্যথা, আপোনাৰ উত্পন্ন কৰা পাছফ্ৰেজ পুনঃপ্ৰাপ্ত আৰু ৰেকৰ্ড কৰিবলৈ আপুনি আদেশ ৰেখাৰ পৰা "ecryptfs-unwrap-passphrase" চলাব লাগিব।
2018-09-11
আপোনাৰ গৃহ ডাইৰেক্টৰী বা "ব্যক্তিগত" ফ'ল্ডাৰ এনক্ৰিপ্ট কৰিবলৈ, এটা শক্তিশালী পাছফ্ৰেজ স্বয়ংক্ৰিয়ভাৱে উত্পন্ন কৰা হৈছে। সচৰাচৰতে আপোনাৰ ডাইৰেক্টৰী আপোনাৰ ব্যৱহাৰকাৰী পাছৱৰ্ডেৰে অনবৰুদ্ধ কৰা হয়, কিন্তু যদি আপোনাৰ কেতিয়াবা এই ডাইৰেক্টৰীটো মেনুৱেলি পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজন হয়, তেতিয়া আপোনাৰ এই পাছফ্ৰেজটোৰ প্ৰয়োজন হ'ব। অনুগ্ৰহ কৰি এইটো মুদ্ৰণ কৰি লওক বা লিখি থওক আৰু কোনো নিৰাপদ স্থানত থৈ দিয়ক। যদি আপুনি "এই ক্ৰিয়াটো এতিয়াই চলাওক"ত ক্লিক কৰে, আপোনাৰ লগইন পাছৱৰ্ডটো "পাছফ্ৰেজ" সংকেতটোত প্ৰবিষ্ট কৰিব আৰু আপুনি আপোনাৰ যদৃচ্ছাভাৱে উত্পন্ন কৰা পাছফ্ৰেজ প্ৰদৰ্শন কৰিব পাৰিব। অন্যথা, আপোনাৰ উত্পন্ন কৰা পাছফ্ৰেজ পুনঃপ্ৰাপ্ত আৰু ৰেকৰ্ড কৰিবলৈ আপুনি আদেশ ৰেখাৰ পৰা "ecryptfs-unwrap-passphrase" চলাব লাগিব।
3.
Access Your Private Data
2018-09-11
আপোনাৰ ব্যক্তিগত ডাটাত প্ৰবেশ কৰক
4.
Setup Your Encrypted Private Directory
2018-09-11
আপোনাৰ এনক্ৰিপ্টেড ডাইৰেক্টৰী ছেটআপ কৰক