Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 566 results
1.
Disk Image Mounter
2012-08-09
ডিস্ক ছবি মাউন্টাৰ
2.
Mount Disk Images
2012-08-09
ডিস্ক ছবিসমূহ মাউন্ট কৰক
4.
Manage Drives and Media
2012-08-09
ড্ৰাইভ আৰু মাধ্যম ব্যৱস্থাপনা কৰক
5.
Default location for the Create/Restore disk image dialogs
2012-09-21
ডিস্ক ছবি ডাইলগসমূহ সৃষ্টি কৰক/পুনৰুদ্ধাৰ কৰকৰ বাবে অবিকল্পিত অৱস্থান
6.
Default location for the Create/Restore disk image dialogs. If blank the ~/Documents folder is used.
2012-09-21
ডিস্ক ছবি ডাইলগসমূহ সৃষ্টি কৰক/পুনৰুদ্ধাৰ কৰকৰ বাবে অবিকল্পিত অৱস্থান। যদি ৰিক্ত ~/Documents ফোল্ডাৰ ব্যৱহাৰ কৰা হয়।
7.
Copyright © 2008-2012 Red Hat, Inc. Copyright © 2008-2012 David Zeuthen
2012-06-20
স্বত্বাধিকাৰ © ২০০৮-২০১২ Red Hat, Inc. স্বত্বাধিকাৰ © ২০০৮-২০১২ ডেভিড জিউথেন
8.
View, modify and configure disks and media
2012-09-21
ডিস্ক আৰু মাধ্যম দৰ্শন, পৰিবৰ্তন আৰু সংৰূপণ কৰক
2012-06-20
ডিস্ক আৰু মাধ্যম দৰ্শন, পৰিৱৰ্তন আৰু সংৰূপণ কৰক
9.
translator-credits
2012-06-20
অমিতাক্ষ ফুকন (aphukan@fedoraproject.org), নীলমদ্যুতি গোস্বামী (ngoswami@redhat.com)
10.
Attach Disk _Image...
2012-08-09
ডিস্ক ছবি সংলগ্ন কৰক (_I)...
2012-06-20
ডিস্ক ছবি সংলঘ্ন কৰক (_I)...
11.
_About Disks
2012-06-20
ডিস্কসমূহৰ বিষয়ে (_A)
12.
_Quit
2012-08-09
প্ৰস্থান কৰক (_Q)
13.
Benchmark
2012-09-21
ধাপ
14.
_Start Benchmark...
2012-08-09
ধাপ আৰম্ভ কৰক (_S)...
15.
_Abort Benchmark
2012-08-09
ধাপ বাদ দিয়ক (_A)
16.
Last Benchmarked
2012-08-09
সৰ্বশেষ ধাপ
17.
Average Read Rate
2012-08-09
গড় পঢ়াৰ হাৰ
18.
Average Write Rate
2012-08-09
গড় লিখাৰ হাৰ
19.
Average Access Time
2012-08-09
গড় অভিগম সময়
20.
Disk Drive or Device
2012-08-09
ডিস্ক ড্ৰাইভ অথবা ডিভাইচ
21.
Sample Size
2012-08-09
নমুনা আকাৰ
22.
_Start Benchmarking...
2012-08-09
ধাপ সৃষ্টি আৰম্ভ কৰক (_S)...
23.
Benchmarking involves measuring the transfer rate on various area of the device as well as measuring how long it takes to seek from one random area to another. Please back up important data before using the write benchmark.
2012-08-09
ধাপ সৃষ্টি কৰাত ডিভাইচৰ বিভিন্ন স্থানত স্থানান্তৰ হাৰ গণনা লগতে এটা যাদৃচ্ছইক স্থানৰ পৰা আন এটালে সন্ধানৰ সময় অন্তৰ্ভুক্ত হয়। অনুগ্ৰহ কৰি লিখা ধাপ ব্যৱহাৰ কৰাৰ আগত গুৰুত্বপূৰ্ণ তথ্যৰ বেকআপ লব।
24.
Transfer Rate
2012-09-21
স্থানান্তৰ হাৰ
25.
Number of S_amples
2012-08-09
নমুনাৰ সংখ্যা (_a)
26.
Sample S_ize (MiB)
2012-08-09
নমুনাৰ আকাৰ (MiB) (_i)
27.
Also perform _write-benchmark
2012-08-09
লগতে write-benchmark পৰিৱেশন কৰিব (_w)
28.
Bechmarking the write-rate of a disk requires exclusive access to the disk (e.g. the disk or its partitions cannot be mounted or in use) and involves reading data and then writing it back. As a result, the contents of the disk is not changed. If not checked, the write-part of the benchmark will not be done but on the other hand exclusive access to the device is not needed (e.g. the disk or device can be in use) .
2012-09-21
এটা ডিস্কৰ লিখা-হাৰৰ ধাপ সৃষ্টি কৰিবলে ডিস্কৰ উপৰত বিশেষ অভিগমৰ প্ৰয়োজন হয় (উদাহৰণস্বৰূপ ডিস্ক অথবা তাৰ বিভাজনসমূহ মাউন্ট কৰা অথবা ব্যৱহাৰ অৱস্থাত থাকিব নালাগিব) আৰু তথ্য পঢ়ি তাৰ পুনৰ লিখা অন্তৰ্ভুক্ত কৰে। ফলস্বৰূপ, ডিস্কৰ সমল পৰিবৰ্তন কৰা নহয়। যদি নীৰিক্ষণ কৰা নাথাকে, ধাপৰ লিখা-অংশ কৰা নহয় কিন্তু আনফালে ডিভাইচলে বিশেষ অভিগমৰ প্ৰয়োজন নাথাকিব (উদাহৰণস্বৰূপ ডিস্ক অথবা ডিভাইচ ব্যৱহাৰত থাকিব পাৰে)।
2012-08-09
এটা ডিস্কৰ লিখা-হাৰৰ ধাপ সৃষ্টি কৰিবলে ডিস্কৰ উপৰত বিশেষ অভিগমৰ প্ৰয়োজন হয় (উদাহৰণস্বৰূপ ডিস্ক অথবা তাৰ বিভাজনসমূহ মাউন্ট কৰা অথবা ব্যৱহাৰ অৱস্থাত থাকিব নালাগিব) আৰু তথ্য পঢ়ি তাৰ পুনৰ লিখা অন্তৰ্ভুক্ত কৰে। ফলস্বৰূপ, ডিস্কৰ সমল পৰিৱৰ্তন কৰা নহয়। যদি নীৰিক্ষণ কৰা নাথাকে, ধাপৰ লিখা-অংশ কৰা নহয় কিন্তু আনফালে ডিভাইচলে বিশেষ অভিগমৰ প্ৰয়োজন নাথাকিব (উদাহৰণস্বৰূপ ডিস্ক অথবা ডিভাইচ ব্যৱহাৰত থাকিব পাৰে)।
29.
Number of samples. Bigger number produces a more accurate picture of access time patterns but takes more time.
2012-08-09
নমুনাসমূহৰ সংখ্যা। ডাঙৰ সংখ্যায় অভিগম সময় বিন্যাসসমূহৰ এটা অধিক সঠিক ছবি প্ৰদান কৰে কিন্তু ইয়াৰ বাবে অধিক সময় ব্যয় হয়।
30.
The number of MiB (1048576 bytes) to read/write for each sample. Big sample sizes tend to produce more accurate benchmarks at the cost of the benchmark taking more time.
2012-08-09
প্ৰত্যক নমুনা পঢ়িব/লিখিবলে MiB (1048576 বাইট) ৰ সংখ্যা। ডাঙৰ নমুনা আকাৰসমূহে অধিক সঠিক ধাপ সৃষ্টি কৰে কিন্তু ধাপত অধিক সময় ব্যয় হয়।
31.
Access Time
2012-09-21
অভিগম সময়
32.
Number of Sampl_es
2012-08-09
নমুনাসমূহৰ সংখ্যা (_e)
33.
Number of samples. Bigger number produces more smooth graphs but the benchmark will take more time.
2012-08-09
নমুনাসমূহৰ সংখ্যা। ডাঙৰ সংখ্যায় অধিক নিমজ লেখচিত্ৰ প্ৰদান কৰে কিন্তু ধাপত অধিক সময় ব্যয় হয়।
34.
C_hange
2012-06-20
পৰিবৰ্তন কৰক (_h)
35.
Change Passphrase
2012-09-21
পাচফ্ৰেইছ পৰিবৰ্তন কৰক
36.
Curr_ent Passphrase
2012-06-20
বৰ্তমান পাচফ্ৰেইছ (_e)
37.
Enter current passphrase used to protect the data
2012-06-20
তথ্য সুৰক্ষিত কৰিবলে বৰ্তমান পাচফ্ৰেইছ সুমুৱাওক
38.
Sho_w Passphrases
2012-06-20
পাচফ্ৰেইছসমূহ দেখুৱাওক (_w)
39.
Check this box to see the passphrases entered above
2012-06-20
উপৰত সুমুৱা পাচফ্ৰেইছসমূহ চাবলে এই বাকচ চেক কৰক
40.
Confirm passphrase entered above
2012-06-20
উপৰত সুমুৱা পাচফ্ৰেইছ সুনিশ্চিত কৰক
41.
Enter new passphrase used to protect the data
2012-06-20
তথ্য সুৰক্ষিত কৰিবলে নতুন পাচফ্ৰেইছ সুমুৱাওক
42.
C_onfirm Passphrase
2012-06-20
পাচফ্ৰেইছ সুনিশ্চিত কৰক (_o)
43.
New _Passphrase
2012-06-20
নতুন পাচফ্ৰেইছ (_P)
44.
_Name
2012-06-20
নাম (_N)
45.
Save in _folder
2012-06-20
ফোল্ডাৰত সংৰক্ষণ কৰক (_f)
46.
Select a Folder
2012-06-20
এটা ফোল্ডাৰ বাছক
47.
Copying data to disk image...
2012-06-20
তথ্যক ডিস্ক ছবিলে কপি কৰা হৈ আছে...
48.
_Start Creating...
2012-06-20
সৃষ্টি কৰা আৰম্ভ কৰক (_S)...