Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 106 results
1.
The server returned a malformed response.
2011-08-12
চাৰ্ভাৰে এটা ক্ষতিগ্ৰস্থ প্ৰতিক্ৰিয়া দিছে।
2.
Cannot connect to the service's server.
2011-08-12
সেৱাৰ চাৰ্ভাৰলে সংযোগ কৰিব নোৱাৰি।
3.
Cannot connect to the proxy server.
2011-08-12
প্ৰক্সি চাৰ্ভাৰলে সংযোগ কৰিব নোৱাৰি।
4.
Invalid request URI or header, or unsupported nonstandard parameter: %s
2012-02-08
অবৈধ URI অনুৰোধ অথবা হেডাৰ, বা অসমৰ্থিত অপ্ৰামাণিক প্ৰাচল: %s
2011-08-12
অবৈধ অনুৰোধ অথবা হেডাৰ, বা অসমৰ্থিত অপ্ৰামাণিক প্ৰাচল: %s
5.
Authentication required: %s
2011-08-12
প্ৰমাণীকৰণৰ প্ৰয়োজন: %s
6.
The requested resource was not found: %s
2011-08-12
অনুৰোধ কৰা সম্পদ পোৱা নগল: %s
7.
The entry has been modified since it was downloaded: %s
2011-08-12
প্ৰবিষ্টিটো ডাউনলোডৰ পিছত সলনি কৰা হৈছে: %s
8.
Error code %u when authenticating: %s
2011-08-12
প্ৰমাণীকৰণৰ সময়ত ত্ৰুটি কোড %u: %s
9.
A CAPTCHA must be filled out to log in.
2011-08-12
লগিন কৰিবলে এটা CAPTCHA পূৰ্ণ কৰিব লাগিব।
10.
This account requires an application-specific password. (%s)
2014-09-24
এই একাওন্টৰ এটা অনুপ্ৰয়োগ ধাৰ্য্য পাছৱৰ্ডৰ প্ৰয়োজন। (%s)
2012-02-08
এই একাওন্টৰ এটা অনুপ্ৰয়োগ ধাৰ্য্য পাছৱাৰ্ডৰ প্ৰয়োজন। (%s)
11.
Your username or password were incorrect.
2014-09-24
আপোনাৰ ব্যৱহাৰকাৰী নাম অথবা পাছৱৰ্ড ভুল আছিল।
2012-02-08
আপোনাৰ ব্যৱহাৰকাৰী নাম অথবা পাছৱাৰ্ড ভুল আছিল।
2011-08-12
আপোনাৰ ব্যৱহাৰকাৰী নাম অথবা পাছওৱাৰ্ড ভুল আছিল।
12.
Your account's e-mail address has not been verified. (%s)
2011-08-12
আপোনাৰ একাওন্টৰ ই-মেইল ঠিকনা সতা সত্য নিৰূপণ কৰা হোৱা নাই। (%s)
13.
You have not agreed to the service's terms and conditions. (%s)
2012-02-08
আপুনি সেৱাৰ নিয়ম আৰু চুক্তিসমূহ মানি লোৱা নাই। (%s)
2011-08-12
আপুনি সেৱাৰ নিয়ম আৰু চুক্তি সমীহ মানি লোৱা নাই। (%s)
14.
This account has been migrated. Please log in online to receive your new username and password. (%s)
2014-09-24
এই একাওন্ট প্ৰব্ৰজন কৰা হৈছে। আপোনাৰ নতুন ব্যৱহাৰকাৰী নাম আৰু পাছৱৰ্ডৰ বাবে অনুগ্ৰহ কৰি অনলাইন লগিন কৰক। (%s)
2012-02-08
এই একাওন্ট প্ৰব্ৰজন কৰা হৈছে। আপোনাৰ নতুন ব্যৱহাৰকাৰী নাম আৰু পাছৱাৰ্ডৰ বাবে অনুগ্ৰহ কৰি অনলাইন লগিন কৰক। (%s)
2011-08-12
এই একাওন্ট প্ৰব্ৰজন কৰা হৈছে। আপোনাৰ নতুন ব্যৱহাৰকাৰী নাম আৰু পাছওৱাৰ্ডৰ বাবে অনুগ্ৰহ কৰি অনলাইন লগিন কৰক। (%s)
15.
This account has been deleted. (%s)
2011-08-12
এই একাওন্ট মচি পেলোৱা হৈছে। (%s)
16.
This account has been disabled. (%s)
2011-08-12
এই একাওন্ট অসামৰ্থবান কৰা হৈছে। (%s)
17.
This account's access to this service has been disabled. (%s)
2011-08-12
এই একাওন্টৰ এই সেৱালে প্ৰবেশাধিকাৰ অসামৰ্থবান কৰা হৈছে। (%s)
18.
This service is not available at the moment. (%s)
2011-08-12
এই সেৱা এই মূহুৰ্তে উপলব্ধ নহয়। (%s)
19.
This entry does not support comments.
2012-02-08
এই প্ৰবিষ্টিয়ে মন্তব্যসমূহ সমৰ্থন নকৰে।
20.
Comments may not be added to this entry.
2012-02-08
এই প্ৰবিষ্টিলে মন্তব্যসমূহ যোগ কৰা নহব পাৰে।
21.
This comment may not be deleted.
2012-02-08
এই মন্তব্য মচা নহব পাৰে।
22.
Invalid seek request
2012-02-08
অবৈধ সন্ধান অনুৰোধ
23.
The server rejected the temporary credentials request.
2012-02-08
চাৰ্ভাৰে অস্থায়ী তথ্যসমূহৰ অনুৰোধ নাকচ কৰিছে।
24.
Access was denied by the user or server.
2012-02-08
অভিগম ব্যৱহাৰকাৰী বা চাৰ্ভাৰ দ্বাৰা নাকচ কৰা হৈছিল।
25.
Error parsing XML: %s
2011-08-12
XML বিশ্লেষন কৰোতে ত্ৰুটি: %s
26.
Empty document.
2011-08-12
খালি দস্তাবেজ।
27.
A %s element was missing required content.
2011-08-12
এটা %s উপাদানৰ প্ৰয়োজনীয় সমল সন্ধানহীন।
28.
The content of a %s element ("%s") was not in ISO 8601 format.
2011-08-12
এটা %s উপাদান ("%s") -ৰ সমল ISO ৮৬০১ বিন্যাসত নাছিল।
29.
The value of the %s property of a %s element ("%s") was unknown.
2011-08-12
এটা %s উপাদান ("%s") -ৰ %s বৈশিষ্টৰ মান অজ্ঞাত আছিল।
30.
The content of a %s element ("%s") was unknown.
2011-08-12
এটা %s উপাদান ("%s") -ৰ সমল অজ্ঞাত আছিল।
31.
A required property of a %s element (%s) was not present.
2011-08-12
এটা %s উপাদান ("%s") -ৰ এটা প্ৰয়োজনীয় বৈশিষ্ট উপস্থিত নাছিল।
32.
Values were present for properties %s and %s of a %s element when only one of the two is allowed.
2012-02-08
এটা %s উপাদানৰ বাবে বৈশিষ্টসমূহ %s আৰু %s -ৰ কাৰণে মানসমূহ উপস্থিত নাছিল যেতিয়া দুটাৰ যিকোনো এটাৰ হে অনুমতি আছে।
2011-08-12
এটা %s উপাদানৰ বাবে বৈশিষ্টসমূহ %s আৰু %s -ৰ কাৰণে মানসমূহ উপস্থিত নাছিল যাতিয়া দুটাৰ যিকোনো এটাৰ হে অনুমতি আছে।
33.
A required element (%s) was not present.
2011-08-12
এটা প্ৰয়োজনীয় উপাদান (%s) উপস্থিত নাছিল।
34.
A singleton element (%s) was duplicated.
2011-08-12
এটা একক উপাদান (%s) প্ৰতিলিপিত হৈছিল।
35.
Error code %u when querying: %s
2011-08-12
প্ৰশ্ন কৰাৰ সময়ত ত্ৰুটি কোড %u: %s
36.
Error code %u when inserting an entry: %s
2011-08-12
এটা প্ৰবিষ্টি সোমোৱাৰ সময়ত ত্ৰুটি কোড %u: %s
37.
Error code %u when updating an entry: %s
2011-08-12
এটা প্ৰবিষ্টি আপডেইট কৰাৰ সময়ত ত্ৰুটি কোড %u: %s
38.
Error code %u when deleting an entry: %s
2011-08-12
এটা প্ৰবিষ্টি মচাৰ সময়ত ত্ৰুটি কোড %u: %s
39.
Error code %u when downloading: %s
2011-08-12
ডাউনলোড কৰাৰ সময়ত ত্ৰুটি কোড %u: %s
40.
Error code %u when uploading: %s
2011-08-12
আপলোড কৰাৰ সময়ত ত্ৰুটি কোড %u: %s
41.
Error code %u when running a batch operation: %s
2012-02-08
এটা ছাম কাৰ্য্য চলোৱাৰ সময়ত ত্ৰুটি কোড %u: %s
2011-08-12
এটা বেচ কাৰ্য্য চলোৱাৰ সময়ত ত্ৰুটি কোড %u: %s