Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 58 results
5.
DEFAULT_COORDINATES
2012-07-17
22.5697° N, 88.3697° E
14.
Beaufort scale
2012-07-17
Beaufort স্কেইল
28.
Greenwich Mean Time
2012-07-17
গ্ৰিনউইচ গড় সময়
29.
Update the data automatically
2012-07-17
স্বয়ংক্ৰিয়ৰূপে তথ্য আপডেইট কৰক
30.
Determines whether the applet automatically updates its weather statistics or not.
2012-07-17
এপ্লেট দ্বাৰা স্বয়ংক্ৰিয়ৰূপে বতৰ সংক্ৰান্ত পৰিসংখ্যা আপডেইট কৰক নে নহয় নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত।
32.
The interval, in seconds, between automatic updates.
2012-07-17
স্বয়ংক্ৰিয় উন্নয়নৰ মধ্যবৰ্তী বিৰতি, ছেকেণ্ডত।
33.
Use metric units
2012-07-17
মেট্ৰিক একক ব্যৱহাৰ কৰক
34.
Use metric units instead of english units.
2012-07-17
ইংৰাজী এককৰ পৰিবৰ্তে মেট্ৰিক একক ব্যৱহাৰ কৰক
35.
Distance unit
2012-07-17
দূৰত্বৰ একক
36.
The unit to use for visibility.
2012-07-17
দৃষ্টিসীমা মাপৰ বাবে ব্যৱহৃত একক।
38.
The unit to use for pressure.
2012-07-17
চাপ মাপৰ একক।
40.
The unit to use for wind speed.
2012-07-17
বায়ুৰ গতি মাপৰ একক।
42.
The unit to use for temperature.
2012-07-17
তাপমাত্ৰা মাপৰ একক।
44.
Display radar map
2012-07-17
ৰেডাৰ মেপ প্ৰদৰ্শন কৰক
45.
Fetch a radar map on each update.
2012-07-17
প্ৰত্যেক উন্নয়নত এটা ৰেডাৰ মেপ পাব।
47.
Weather location information.
2012-07-17
অৱস্থানৰ বতৰ সংক্ৰান্ত তথ্য।
53.
A three-digit-long code for retrieving radar maps from weather.com, found from http://git.gnome.org/cgit/libgweather/plain/data/Locations.xml.in
2012-07-17
weather.com ৰ পৰা ৰেডাৰ মেপ প্ৰাপ্ত কৰাৰ বাবে ব্যবহৃত তিন-অক্ষৰ-বিশিষ্ট ক'ড। http://git.gnome.org/cgit/libgweather/plain/data/Locations.xml.in ৰ পৰা প্ৰাপ্ত
55.
The city that gweather displays information for.
2012-07-17
gweather দ্বাৰা যি চহৰৰ তথ্য প্ৰদৰ্শিত হয়।
57.
Latitude and longitude of your location expressed in DD-MM-SS[NS] DD-MM-SS[EW].
2012-07-17
DD-MM-SS[NS] DD-MM-SS[EW] ত উল্লিখিত আপোনাৰ অৱস্থানৰ অক্ষাংশ আৰু দ্ৰাঘিমা।
58.
Use custom url for the radar map
2012-07-17
ৰেডাৰ মেপৰ বাবে স্বনিৰ্বাচিত url ব্যৱহাৰ কৰক
59.
If true, then retrieve a radar map from a location specified by the "radar" key.
2012-07-17
মান true হ'লে "radar" কি'ৰ দ্বাৰা চিহ্নিত অবস্থানৰ পৰা ৰেডাৰ মেপ প্ৰাপ্ত কৰা হ'ব।
64.
WeatherInfo missing location
2015-01-12
WeatherInfo সন্ধানহীন অৱস্থান
2012-07-17
WeatherInfo সন্ধানহিন অৱস্থান
88.
Thunderstorm
2012-07-17
বিজুলী-ঢ়েৰেকণি ভৰা ধুমুহা
89.
Drizzle
2012-07-17
কিনকিনীয়া বৰষুণ
90.
Light drizzle
2012-07-17
পাতল কিনকিনীয়া বৰষুণ
91.
Moderate drizzle
2012-07-17
মধ্যম কিনকিনীয়া বৰষুণ
92.
Heavy drizzle
2012-07-17
ধাৰাসাৰ কিনকিনীয়া বৰষুণ
93.
Freezing drizzle
2012-07-17
হিমশীতল কিনকিনীয়া বৰষুণ
97.
Heavy rain
2012-07-17
ধাৰাসাৰ বৰষুণ
103.
Heavy snow
2012-07-17
প্ৰবল তুষাৰপাত
111.
Heavy snow grains
2012-07-17
প্ৰবল বৰফৰ দানা
112.
Ice crystals
2012-07-17
বৰফৰ স্ফটিক
113.
Ice pellets
2012-07-17
বৰফৰ গুটিকা
114.
Few ice pellets
2012-07-17
স্বল্প বৰফৰ গুটিকা
115.
Moderate ice pellets
2012-07-17
মধ্যম বৰফৰ গুটিকা
116.
Heavy ice pellets
2012-07-17
প্ৰবল বৰফৰ গুটিকা
117.
Ice pellet storm
2012-07-17
বৰফৰ গুটিকাৰ ধুমুহা
118.
Showers of ice pellets
2012-07-17
বৰফৰ গুটিকাৰ বৰ্ষা
119.
Hail
2012-07-17
শিলা
120.
Hailstorm
2012-07-17
শিলাধুমুহা
121.
Hail showers
2012-07-17
শিলাবৃষ্টি
122.
Small hail
2012-07-17
সৰু শিলা
123.
Small hailstorm
2012-07-17
পাতল শিলাধুমুহা
124.
Showers of small hail
2012-07-17
সৰু শিলাৰ বৃষ্টি
132.
Freezing fog
2012-07-17
হিমশীতল কুঁৱলী
137.
Drifting sand
2012-07-17
প্ৰবাহিত বালি
139.
Blowing sprays
2012-07-17
প্ৰবাহিত কণিকা
142.
Drifting dust
2012-07-17
প্ৰবাহিত ধুলি
145.
Sandstorm in the vicinity
2012-07-17
পাৰ্শ্ববৰ্তী অঞ্চলত মৰুধুমুহা