Translations by Ken VanDine

Ken VanDine has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

119 of 19 results
~
Enter your account details
2009-12-08
আপোনাৰ হিচাপৰ বিবৰণ ইয়াত লিখক
17.
The default folder to save file transfers in.
2009-12-08
বিনিময় কৰা সামগ্ৰী সংৰক্ষণৰ বাবে চিহ্নিত ফোল্ডাৰ ।
31.
Hide the main window.
2009-12-08
প্ৰধান সংযোগক্ষেত্ৰ লুকুৱা হ'ব ।
33.
The last directory that an avatar image was chosen from.
2009-12-08
সৰ্বশেষ অৱতাৰৰ বাবে ব্যৱহৃত ছবি যি পঞ্জিকাৰ পৰা নিৰ্বাচন কৰা হৈছে ।
35.
Always open a separate chat window for new chats.
2009-12-08
নতুন সম্বাদৰ বাবে সদায়ে পৃথক সম্বাদ সংযোগক্ষেত্ৰ খোলা হ'ব ।
77.
The theme that is used to display the conversation in chat windows.
2009-12-08
সম্বাদৰ সংযোগক্ষেত্ৰত কথোপকথন প্ৰদৰ্শনৰ বাবে ব্যৱহৃত থিম ।
83.
Whether WebKit developer tools, such as the Web Inspector, should be enabled.
2009-12-08
WebKit বিকাশক সৰঞ্জাম যেনে Web Inspector সক্ৰিয় কৰা হ'ব নে নাই ।
93.
Character to add after nickname when using nick completion (tab) in group chat.
2009-12-08
দলৰ সৈতে সম্বাদৰ সময়ত কোনো নাম উল্লেখ কৰাৰ বাবে নাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা (টেব) প্ৰয়োগ কৰিলে নামৰ পিছত ব্যৱহাৰযোগ্য চিহ্ন ।
108.
Empathy can use the network to guess the location
2009-12-08
নে'টৱৰ্ক সহযোগে Empathy দ্বাৰা ভৌগলিক অৱস্থান গণনা কৰা সম্ভৱ হ'ব
110.
Empathy can use the cellular network to guess the location
2009-12-08
ছেলুলাৰ নে'টৱৰ্ক সহযোগে Empathy দ্বাৰা ভৌগলিক অৱস্থান গণনা কৰা সম্ভৱ হ'ব
112.
Empathy can use the GPS to guess the location
2009-12-08
GPS সহযোগে Empathy দ্বাৰা ভৌগলিক অৱস্থান গণনা কৰা সম্ভৱ হ'ব
406.
Last Updated on:
2009-12-08
সৰ্বশেষ উন্নয়নৰ তাৰিখ:
416.
Contact Details
2009-12-08
যোগাযোগ সংক্ৰান্ত বিবৰণ
604.
Cyrillic/Ukrainian
2009-12-08
ছিৰিলিক/ইউক্ৰেনিয়ান
661.
To add a new account, you first have to install a backend for each protocol you want to use.
2009-12-08
নতুন হিচাপ যোগ কৰাৰ বাবে, প্ৰথমে ব্যৱহাৰযোগ্য প্ৰতি প্ৰোটোকলৰ বাবে এটা বেক লৈন্ড সংস্থাপন কৰা আৱশ্যক ।
683.
Connected — %d:%02dm
2009-12-08
সংযোগেৰ অবকাল — %d:%02dm
738.
Typing a message.
2009-12-08
বাৰ্তা লিখা হৈছে ।
837.
Normal Size With _Avatars
2009-12-08
অৱতাৰ সহযোগে স্বাভাবিক মাপ (_A)
942.
Category
2009-12-08
শ্ৰেণী