Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

149 of 49 results
1.
About GNOME
2009-03-17
GNOME ৰ বিষয়ে
2.
Learn more about GNOME
2009-03-17
GNOME সম্পৰ্কে বিস্তাৰিত তথ্য পঢ়ক
3.
News
2009-03-17
খবৰ
4.
GNOME Library
2009-03-17
GNOME লাইব্ৰৰি
5.
Friends of GNOME
2009-03-17
GNOME-ৰ বন্ধুগণ
6.
Contact
2009-03-17
পৰিচিত ব্যক্তি
7.
The Mysterious GEGL
2009-03-17
ৰহস্যময় GEGL
8.
The Squeaky Rubber GNOME
2009-03-17
The Squeaky Rubber GNOME
9.
Wanda The GNOME Fish
2009-03-17
GNOME মাছ ৱেণ্ডা
10.
_Open URL
2009-03-17
URL খোলক (_O)
11.
_Copy URL
2009-03-17
URL কপি কৰক (_C)
12.
About the GNOME Desktop
2009-03-17
GNOME ডেস্কট'পৰ বিষয়ে
13.
%(name)s: %(value)s
2009-03-17
%(name)s: %(value)s
14.
Welcome to the GNOME Desktop
2009-03-17
GNOME ডেস্কট'পলৈ স্বাগত্বম
15.
Brought to you by:
2009-03-17
প্ৰস্তুক কৰিছে:
16.
<b>%(name)s:</b> %(value)s
2009-03-17
<b>%(name)s:</b> %(value)s
17.
Version
2009-03-17
সংস্কৰণ
18.
Distributor
2009-03-17
বিতৰণকাৰী
19.
Build Date
2009-03-17
বিল্ডৰ তাৰিখ
20.
Display information on this GNOME version
2009-03-17
GNOME-ৰ সংস্কৰণ সংক্ৰান্ত তথ্য প্ৰদৰ্শন কৰা হ'ব
21.
GNOME also includes a complete development platform for applications programmers, allowing the creation of powerful and complex applications.
2009-03-17
GNOME-ত উন্নত ক্ষমতাসম্পন্ন আৰু জটিল এপ্লিকেশন নিৰ্মাণৰ বাবে বিভিন্ন উপকৰণসহ এপ্লিকেশন নিৰ্মাতাৰ বাবে সম্পূৰ্ণ বিকাশ প্লেটফৰ্ম উপস্থিত কৰা হৈছে ।
22.
GNOME includes most of what you see on your computer, including the file manager, web browser, menus, and many applications.
2009-03-17
কম্পিউটাৰৰ প্ৰেক্ষাপটে প্ৰদৰ্শিত অধিকাংশ বিষয়বস্তু যিনে নথিপত্ৰ পৰিচালন ব্যৱস্থা, ৱেব চৰক, মেনু প্ৰভৃতি অন্যান্য এপ্লিকেশন GNOME-ত অন্তৰ্ভুক্ত আছে ।
23.
GNOME is a Free, usable, stable, accessible desktop environment for the Unix-like family of operating systems.
2009-03-17
Unix-পৰিবাৰৰ বিভিন্ন কাৰ্য্যকৰ প্ৰণালীত ব্যৱহাৰৰ বাবে GNOME এটা মুক্ত, ব্যৱহাৰযোগ্য, স্থায়ী আৰু সহজলভ্য ডেস্কট'প ।
24.
GNOME's focus on usability and accessibility, regular release cycle, and strong corporate backing make it unique among Free Software desktops.
2009-03-17
ব্যৱহাৰযোগ্যতা আৰু সহজলভ্যতা উপৰ বিশেষ গুৰুত্ব প্ৰদান, সুনিয়মিত নিৰ্মাণ আৰু প্ৰকাশনা সময় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ দৃঢ় সমৰ্থন আৰু উৎসাহৰ ফলত GNOME অন্যান্য মুক্ত চালনাজ্ঞান ডেস্কট'পৰ তুলনাত নিজৰ অদ্বিতীয় স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে ।
25.
GNOME's greatest strength is our strong community. Virtually anyone, with or without coding skills, can contribute to making GNOME better.
2009-03-17
শক্তিশালী সম্প্ৰদায়ৰ উপস্থিতি GNOME-ৰ মূল্যবান বৈশিষ্ট্য । কোড কৰাৰ ক্ষমতা নিৰ্বিশেষে যি কোনো ব্যক্তি GNOME ডেস্কট'প উন্নত কৰিবলৈ সহায় কৰিবলৈ পাৰিব ।
26.
Hundreds of people have contributed code to GNOME since it was started in 1997; many more have contributed in other important ways, including translations, documentation, and quality assurance.
2009-03-17
১৯৯৭ চনত GNOME আৰম্ভ হোৱাৰ পিছত শতশত মানুহে এই ডেস্কট'প নিৰ্মাণৰ কামত নিজৰ লেখা কোড অন্তৰ্ভুক্ত কৰিছে; অন্যান্য অনেক বিভিন্ন কৰ্ম যেনে অনুবাদ, নথিপত্ৰ লিখা আৰু গুণমান পৰীক্ষণ কৰি গুৰুপূৰ্ণ যোগদান কৰিছে ।
28.
Error reading file '%s': %s
2009-03-17
'%s' নথিপত্ৰ পঢ়িবলৈ সমস্যা: %s
29.
Error rewinding file '%s': %s
2009-03-17
'%s' নথিপত্ৰৰ বিপৰীত দিশত পঢ়িবলৈ সমস্যা: %s
30.
No name
2009-03-17
নাম অনুপস্থিত
31.
File '%s' is not a regular file or directory.
2009-03-17
'%s' নামক নথিপত্ৰ সাধাৰণ নথিপত্ৰ অথবা পঞ্জিকা নহয় ।
33.
No filename to save to
2009-03-17
সংৰক্ষণ কৰাৰ বাবে নথিপত্ৰৰ নাম উল্লিখিত নহয়
34.
Starting %s
2009-03-17
%s আৰম্ভ কৰা হৈছে
35.
No URL to launch
2009-03-17
আৰম্ভ কৰাৰ উদ্দেশ্যি URL উল্লিখিত নহয়
36.
Not a launchable item
2009-03-17
প্ৰাৰম্ভ কৰাৰ যোগ্য বস্তু নহয়
37.
No command (Exec) to launch
2009-03-17
আৰম্ভ কৰাৰ উদ্দেশ্যি আদেশ (Exec) উল্লিখিত নহয়
38.
Bad command (Exec) to launch
2009-03-17
আৰম্ভ কৰাৰ উদ্দেশ্যি সঠিক আদেশ (Exec) নহয়
39.
Unknown encoding of: %s
2009-03-17
এনকোডিং পৰিচিত নহয়: %s
40.
Cannot find a terminal, using xterm, even if it may not work
2009-03-17
টাৰ্মিনেল পোৱা নাযায়, xterm ব্যৱহাৰৰ প্ৰচেষ্টা কৰা হৈছে, যদিও এই চেষ্টা ব্যৰ্থ হ'ব পাৰে ।
41.
could not get the screen resources (CRTCs, outputs, modes)
2009-03-17
পৰ্দা সম্বন্ধীয় সামগ্ৰী (CRTC, আউটপুট, মোড) পোৱা নাযায়
42.
unhandled X error while getting the range of screen sizes
2009-03-17
পৰ্দাৰ মাপৰ সীমা প্ৰাপ্ত কৰাৰ সময় উৎপন্ন X সংক্ৰান্ত এটা ত্ৰুটিৰ ব্যৱস্থাপনা কৰা সম্ভব নহয়
43.
could not get the range of screen sizes
2009-03-17
পৰ্দাৰ মাপৰ সীমা প্ৰাপ্ত কৰিবলৈ ব্যৰ্থ
44.
RANDR extension is not present
2009-03-17
RANDR এক্সটেনশন উপস্থিত নাই
45.
could not get information about output %d
2009-03-17
ফলাফল %d সম্বন্ধে কোনো তথ্য পোৱা নাযায়
46.
requested position/size for CRTC %d is outside the allowed limit: position=(%d, %d), size=(%d, %d), maximum=(%d, %d)
2009-03-17
CRTC %d-ৰ বাবে অনুৰোধ কৰা অবস্থান/মাপ সীমাবহিৰ্ভূত: অবস্থান=(%d, %d), মাপ=(%d, %d), সৰ্বাধিক=(%d, %d)
47.
could not set the configuration for CRTC %d
2009-03-17
CRTC %d-ৰ বিন্যাস নিৰ্ধাৰণ কৰিবলৈ ব্যৰ্থ
48.
could not get information about CRTC %d
2009-03-17
CRTC %d সংক্ৰান্ত তথ্য প্ৰাপ্ত কৰিবলৈ ব্যৰ্থ
49.
Laptop
2009-03-17
লেপ্ট'প
50.
none of the saved display configurations matched the active configuration
2009-05-05
প্ৰদৰ্শন সংক্ৰান্ত সংৰক্ষিত কোনো বিন্যাসৰ সৈতে সক্ৰিয় বিন্যাসৰ মিল পোৱা নাযায়
60.
required virtual size does not fit available size: requested=(%d, %d), minimum=(%d, %d), maximum=(%d, %d)
2009-03-17
আবশ্যক ভাৰ্চুৱেল মাপ, উপলব্ধ মাপৰ সৈতে নিমিলে: অনুৰোধ কৰা মাপ=(%d, %d), সৰ্বনিম্ন=(%d, %d), সৰ্বাধিক=(%d, %d)