Translations by Sebastien Bacher

Sebastien Bacher has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 153 results
3.
gedit
2009-09-21
gedit
4.
A custom font that will be used for the editing area. This will only take effect if the "Use Default Font" option is turned off.
2009-09-21
সম্পাদন ক্ষেত্ৰত ব্যৱহাৰৰ কৰিব লগা আপোনাৰ পছন্দৰ কোনো আখৰ । এইটো প্ৰয়োগ কৰাৰ বাবে "অবিকল্পিত আখৰ ব্যৱহাৰ কৰক" বিকল্পটো বন্ধ থকা আৱশ্যক ।
22.
If this value is 0, then no line numbers will be inserted when printing a document. Otherwise, gedit will print line numbers every such number of lines.
2009-09-21
মান ০ হ'লে, মূদ্ৰণৰ সময়ত আলেখ্যনত কোনো শাৰী সংখ্যা উল্লেখ কৰা ন'হ'ব । নহ'লে, প্ৰতি শাৰীৰ বাবে gedit এ সংখ্যা মূদ্ৰণ কৰিব ।
26.
List of VFS schemes gedit supports in write mode. The 'file' scheme is writable by default.
2009-09-21
লিখাৰ ধৰণত gedit দ্বাৰা সমৰ্থিত VFS আঁচনি । অবিকল্পিতৰূপে 'file' স্কিম লিখাৰ যোগ্য ।
27.
List of active plugins. It contains the "Location" of the active plugins. See the .gedit-plugin file for obtaining the "Location" of a given plugin.
2009-09-21
সক্ৰিয় প্লাগ-ইনৰ তালিকা । ইয়াত সক্ৰিয় প্লাগ-ইনৰ "স্থান" আছে । কোনো নিৰ্দিষ্ট প্লাগ-ইনৰ "অৱস্থান" জানিবলৈ .gedit-plugin নথিপত্ৰ চাওক ।
31.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions.
2009-09-21
gedit-ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব । অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যে "-1" মান প্ৰয়োগ কৰক ।
32.
Maximum number of actions that gedit will be able to undo or redo. Use "-1" for unlimited number of actions. Deprecated since 2.12.0
2009-09-21
gedit-ৰ দ্বাৰা সৰ্বাধিক যি সংখ্যক কৰ্ম বাতিল বা পুনঃ কৰা সম্ভৱ হ'ব । অসীমিত কৰ্ম বাতিল কৰাৰ উদ্দেশ্যে "-1" মান প্ৰয়োগ কৰক । 2.12.0 সংস্কৰণৰ পৰা হ্ৰাস কৰা হৈছে
47.
Specifies how the cursor moves when the HOME and END keys are pressed. Use "DISABLED" to always move at the start/end of the line, "AFTER" to move to the start/end of the line the first time the keys are pressed and to the start/end of the text ignoring whitespaces the second time the keys are pressed, "BEFORE" to move to the start/end of the text before moving to the start/end of the line and "ALWAYS" to always move to the start/end of the text instead of the start/end of the line.
2009-09-21
HOME আৰু END চাবি পোঁতে কাৰ্ছাৰ কেনেকৈ গমন কৰি তাকে নিৰ্ধাৰিত কৰি । শাৰীৰ আৰম্ভনি/অন্তলৈ সদায়ে যাবলৈ "DISABLED" ব্যৱহাৰ কৰক, "AFTER" প্ৰথম বাৰ চাবি পিলে শাৰীৰ আৰম্ভনি/অন্তলৈ যাবলৈ আৰু দ্বিতীয় বাৰ চাবি পিলে ৰিক্তস্থান আওকাণ কৰি লিপিৰ আৰম্ভনি/অন্তলৈ যাবলৈ, "BEFORE" শাৰীৰ আৰম্ভনি/অন্তলৈ যোৱাৰ আগতে লিপিৰ আৰম্ভনি/অন্তলৈ যাবলৈ আৰু "ALWAYS" শাৰীৰ আৰম্ভনি/অন্তলৈ যোৱাৰ আগতে সদায়ে লিপিৰআৰম্ভনি/অন্তলৈ যাবলৈ ।
48.
Specifies how to wrap long lines for printing. Use "GTK_WRAP_NONE" for no wrapping, "GTK_WRAP_WORD" for wrapping at word boundaries, and "GTK_WRAP_CHAR" for wrapping at individual character boundaries. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2009-09-21
মূদ্ৰণ কৰাৰ সময় দীঘল শাৰী কি পদ্ধতিতে বিভক্ত কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰি । বিভাজন নকৰিলে "GTK_WRAP_NONE" ব্যৱহাৰ কৰক, শব্দৰ শেষত বিভাজন কৰোঁতে "GTK_WRAP_WORD" আৰু অক্ষৰৰ প্ৰান্তে বিভাজন কৰোঁতে "GTK_WRAP_CHAR" ব্যৱহাৰ কৰক । উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত ।
49.
Specifies how to wrap long lines in the editing area. Use "GTK_WRAP_NONE" for no wrapping, "GTK_WRAP_WORD" for wrapping at word boundaries, and "GTK_WRAP_CHAR" for wrapping at individual character boundaries. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2009-09-21
সম্পাদন ক্ষেত্ৰত দীঘল শাৰী কি পদ্ধতিত বিভক্ত কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰি । বিভাজন নকৰিলে "GTK_WRAP_NONE" ব্যৱহাৰ কৰক, শব্দৰ শেষত বিভাজন কৰোঁতে "GTK_WRAP_WORD" আৰু অক্ষৰৰ প্ৰান্তে বিভাজন কৰোঁতে "GTK_WRAP_CHAR" ব্যৱহাৰ কৰক । উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত ।
50.
Specifies the font to use for a document's body when printing documents.
2009-09-21
নথি পত্ৰ মূদ্ৰণ কৰাৰ সময় মূল অংশত ব্যৱহৃত আখৰ নিৰ্ধাৰণ কৰি ।
51.
Specifies the font to use for line numbers when printing. This will only take effect if the "Print Line Numbers" option is non-zero.
2009-09-21
শাৰী সংখ্যা মূদ্ৰণ কৰোঁতে ব্যৱহৃত আখৰ নিৰ্ধাৰণ কৰি । এইটো প্ৰয়োগ কৰাৰ বাবে "শাৰী সংখ্যা মূদ্ৰণ কৰক" বিকল্পত শূণ্য নোহোৱা মান ব্যৱহাৰ কৰা আৱশ্যক ।
52.
Specifies the font to use for page headers when printing a document. This will only take effect if the "Print Header" option is turned on.
2009-09-21
আলেখ্যন মূদ্ৰণ কৰাৰ সময় পৃষ্ঠাৰ হেডাৰ মূদ্ৰণ কৰোঁতে ব্যৱহৃত আখৰ নিৰ্ধাৰণ কৰি । এইটো প্ৰয়োগ কৰাৰ বাবে "হেডাৰ মূদ্ৰণ কৰা হ'ব" বিকল্পটো সক্ৰিয় অৱস্থাত আৱশ্যক ।
53.
Specifies the maximum number of recently opened files that will be displayed in the "Recent Files" submenu.
2009-09-21
"সম্প্ৰতি ব্যৱহৃত নথিপত্ৰ" উপতালিকাত সম্প্ৰতি ব্যৱহৃত সৰ্বাধিক যি সংখ্যক নথিপত্ৰ প্ৰদৰ্শিত হ'ব সেইটো উল্লেখ কৰি ।
54.
Specifies the number of spaces that should be displayed instead of Tab characters.
2009-09-21
টেব অক্ষৰৰ পৰিবৰ্তে যি সংখ্যক শূণ্যস্থান ব্যৱহৃত হ'ব সেইটো উল্লেখ কৰি ।
55.
Specifies the position of the right margin.
2009-09-21
সোঁ ফালৰ অৱস্থান নিৰ্ধাৰণ কৰি ।
58.
Style for the toolbar buttons. Possible values are "GEDIT_TOOLBAR_SYSTEM" to use the system's default style, "GEDIT_TOOLBAR_ICONS" to display icons only, "GEDIT_TOOLBAR_ICONS_AND_TEXT" to display both icons and text, and "GEDIT_TOOLBAR_ICONS_BOTH_HORIZ" to display prioritized text beside icons. Note that the values are case-sensitive, so make sure they appear exactly as mentioned here.
2009-09-21
টুল-বাৰৰ ওপৰত অৱস্থিত বুটামৰ বিন্যাস । সাম্ভাব্য মানসমূহ হ'ল, ব্যৱস্থাপ্ৰণালীৰ অবিকল্পিত বিন্যাস প্ৰয়োগ কৰাৰ বাবে "GEDIT_TOOLBAR_SYSTEM", অকল আইকন প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS", আইকন আৰু টেক্সট প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_AND_TEXT" আৰু আইকনৰ ওচৰত গুৰুত্বপূৰ্ণ টেক্সট প্ৰদৰ্শনৰ বাবে "GEDIT_TOOLBAR_ICONS_BOTH_HORIZ" । উল্লেখ্য এই মানসমূহ লিখোঁতে অক্ষৰৰ কেছ অক্ষুন্ন ৰখা আৱশ্যক, এই কাৰণে উল্লিখিত বিৱৰণ অনুযায়ী মান লিখা উচিত ।
66.
Whether gedit should create backup copies for the files it saves. You can set the backup file extension with the "Backup Copy Extension" option.
2009-09-21
gedit-ৰ দ্বাৰা সংৰক্ষিত নথিপত্ৰৰ বেক-আপ নকল নিৰ্মিত হ'ব নে নহয় । "বেক-আপ নকলৰ বাবে ব্যৱহৃত সম্প্ৰসাৰণ" বিকল্পৰ সহায়ত আপুনি বেক-আপ নথিপত্ৰৰ সম্প্ৰসাৰণ নিৰ্ধাৰণ কৰিব পাৰিব ।
67.
Whether gedit should display line numbers in the editing area.
2009-09-21
সম্পাদনাৰ স্থানত gedit-ৰ দ্বাৰা শাৰী সংখ্যা প্ৰদৰ্শিত হ'ব নে নহয় ।
68.
Whether gedit should display the right margin in the editing area.
2009-09-21
সম্পাদন ক্ষেত্ৰত gedit-ৰ দ্বাৰা সোঁ ফালৰ প্ৰান্ত প্ৰদৰ্শিত হ'ব নে নহয় ।
70.
Whether gedit should enable syntax highlighting.
2009-09-21
gedit-ৰ দ্বাৰা শব্দবিন্যাসৰ বিভিন্ন অংশ পৃথকৰূপে প্ৰদৰ্শিত হ'ব নে নহয় ।
71.
Whether gedit should highlight all the occurrences of the searched text.
2009-09-21
অনুসন্ধান কৰা টেক্সটৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয় ।
73.
Whether gedit should highlight the current line.
2009-09-21
gedit-ৰ দ্বাৰা বৰ্ত্তমান শাৰী উজ্জ্বল কৰা হ'ব নে নহয় ।
74.
Whether gedit should include a document header when printing documents.
2009-09-21
নথিপত্ৰ মূদ্ৰণ কৰাৰ সময় gedit-ৰ দ্বাৰা আলেখ্যনৰ হেডাৰ মূদ্ৰণ কৰা হ'ব নে নহয় ।
75.
Whether gedit should insert spaces instead of tabs.
2009-09-21
টেবৰ পৰিবৰ্তে gedit-ৰ দ্বাৰা শূণ্যস্থান সন্নিবেশ কৰা হ'ব নে নহয় ।
76.
Whether gedit should print syntax highlighting when printing documents.
2009-09-21
নথিপত্ৰ মূদ্ৰণ কৰাৰ সময় gedit-ৰ দ্বাৰা শব্দবিন্যাসৰ পৃথক বিন্যাস মূদ্ৰণ কৰা হ'ব নে নহয় ।
77.
Whether gedit should restore the previous cursor position when a file is loaded.
2009-09-21
নথিপত্ৰ লোড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয় ।
78.
Whether the bottom panel at the bottom of editing windows should be visible.
2009-09-21
সম্পাদন ক্ষেত্ৰৰ সংযোগক্ষেত্ৰৰ তলৰ অংশত পেনেল প্ৰদৰ্শিত হ'ব নে নহয় ।
80.
Whether the status bar at the bottom of editing windows should be visible.
2009-09-21
সম্পাদন ক্ষেত্ৰৰ সংযোগক্ষেত্ৰৰ তলত অৱস্থা-বাৰ প্ৰদৰ্শিত হ'ব নে নহয় ।
81.
Whether the toolbar should be visible in editing windows.
2009-09-21
সম্পাদন ক্ষেত্ৰৰ সংযোগক্ষেত্ৰত টুল-বাৰ প্ৰদৰ্শিত হ'ব নে নহয় ।
82.
Whether to use the system's default fixed width font for editing text instead of a font specific to gedit. If this option is turned off, then the font named in the "Editor Font" option will be used instead of the system font.
2009-09-21
টেক্সট সম্পাদনাৰ কামত gedit-ৰ বাবে সুনিশ্চিত কোনো আখৰৰ পৰিবৰ্তে ব্যৱস্থাপ্ৰণালীৰ অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব নে নহয় । এই বিকল্পটো নিষ্ক্ৰিয় কৰা হ'লে ব্যৱস্থাপ্ৰণালী আখৰৰ পৰিবৰ্তে "সম্পাদকত ব্যৱহৃত আখৰ" বিকল্পত চিহ্নিত আখৰ ব্যৱহৃত হ'ব ।
90.
If you don't save, changes from the last %ld second will be permanently lost.
If you don't save, changes from the last %ld seconds will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে সৰ্বশেষ %ld ছেকেণ্ডত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
সংৰক্ষণ নকৰিলে সৰ্বশেষ %ld ছেকেণ্ডত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
91.
If you don't save, changes from the last minute will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা এক মিনিটত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
92.
If you don't save, changes from the last minute and %ld second will be permanently lost.
If you don't save, changes from the last minute and %ld seconds will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
সংৰক্ষণ নকৰিলে যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
93.
If you don't save, changes from the last %ld minute will be permanently lost.
If you don't save, changes from the last %ld minutes will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা %ld মিনিটত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
সংৰক্ষণ নকৰিলে যোৱা %ld মিনিটত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
94.
If you don't save, changes from the last hour will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টাত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
95.
If you don't save, changes from the last hour and %d minute will be permanently lost.
If you don't save, changes from the last hour and %d minutes will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টা আৰু %d মিনিটত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
সংৰক্ষণ নকৰিলে যোৱা এক ঘন্টা আৰু %d মিনিটত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
96.
If you don't save, changes from the last %d hour will be permanently lost.
If you don't save, changes from the last %d hours will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে যোৱা %d ঘন্টাত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
সংৰক্ষণ নকৰিলে যোৱা %d ঘন্টাত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
97.
Changes to document "%s" will be permanently lost.
2009-09-21
"%s" আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
99.
Saving has been disabled by the system administrator.
2009-09-21
ব্যৱস্থাপ্ৰণালী প্ৰশাসক দ্বাৰা সংৰক্ষণৰ বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা হৈছে ।
100.
Changes to %d document will be permanently lost.
Changes to %d documents will be permanently lost.
2009-09-21
%d আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
%d আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
101.
There is %d document with unsaved changes. Save changes before closing?
There are %d documents with unsaved changes. Save changes before closing?
2009-09-21
%d আলেখ্যনত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয় । বন্ধ কৰাৰ পূৰ্বে কি আলেখ্যন সংৰক্ষণ কৰা হ'ব?
%d আলেখ্যনত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয় । বন্ধ কৰাৰ পূৰ্বে আলেখ্যন সংৰক্ষণ কৰা হ'ব নেকি?
104.
If you don't save, all your changes will be permanently lost.
2009-09-21
সংৰক্ষণ নকৰিলে সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
113.
The selected color scheme cannot be installed.
2009-09-21
নিৰ্ব্বাচিত ৰঙৰ আঁচনি সংস্থাপন কৰিব নোৱাৰি ।
118.
Could not remove color scheme "%s".
2009-09-21
"%s" ৰঙৰ যোজনা আঁতৰাব পৰা ন'গ'ল ।
166.
Display list of possible values for the encoding option
2009-09-21
এনকোডিংৰ বাবে উপলব্ধ বিকল্পসমূহৰ সম্ভাব্য মানৰ তালিকা প্ৰদৰ্শন কৰা হ'ব
172.
%s Run '%s --help' to see a full list of available command line options.
2009-09-21
%s আদেশ শাৰীৰ সকলো বিকল্প চাবলৈ '%s --help' চলাওক ।
176.
The file "%s" is read-only.
2009-09-21
"%s" নথিপত্ৰ অকল পাঠযোগ্য ।
182.
Changes made to the document in the last %ld second will be permanently lost.
Changes made to the document in the last %ld seconds will be permanently lost.
2009-09-21
যোৱা %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
183.
Changes made to the document in the last minute will be permanently lost.
2009-09-21
যোৱা এক মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।