Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 239 results
~
Determines how the image set by wallpaper_filename is rendered. Possible values are "none", "wallpaper", "centered", "scaled", "stretched", "zoom".
2009-03-18
wallpaper_filename এ নিৰ্ধাৰণ কৰা প্ৰতিমূৰ্তি কেনেদৰে ৰেণ্ডাৰ হয় সেইটো নিৰ্ধাৰণ কৰে । সম্ভাব্য মান হ'ল "none", "wallpaper", "centered", "scaled", "stretched", "zoom" ।
3.
Log in
2009-03-18
প্ৰৱেশ
4.
Log out
2009-03-18
প্ৰস্থান কৰক
6.
Question dialog
2009-03-18
প্ৰশ্নবোধক সম্বাদ
7.
System events
2009-03-18
ব্যৱস্থাপ্ৰণালীৰ ঘটনা
9.
Default Background
2009-03-18
অবিকল্পিত পটভূমি
10.
Choose menu item
2009-03-18
তালিকাৰ বস্তু নিৰ্বাচন কৰক
11.
Click on command button
2009-03-18
আদেশ-বুটাম ক্লিক কৰক
12.
Select check box
2009-03-18
চেক-বক্স নিৰ্বাচন কৰক
13.
User interface events
2009-03-18
ব্যৱহাৰকৰ্তা সংযোগক্ষেত্ৰৰ ঘটনা
14.
Cannot find a terminal, using xterm, even if it may not work
2009-03-18
কোনো টাৰ্মিনেল নোপোৱাৰ ফলত xterm ব্যৱহাৰ কৰা হৈছে, সম্ভৱতঃ এইটো সঠিকৰূপে নচলিব
16.
Unable to find the GNOME_FILE_DOMAIN_APP_HELP domain
2009-03-18
GNOME_FILE_DOMAIN_APP_HELP ডোমেইন পোৱা নাযায়
17.
Unable to find the GNOME_FILE_DOMAIN_HELP domain.
2009-03-18
GNOME_FILE_DOMAIN_HELP ডোমেইন পোৱা নাযায় ।
18.
Unable to show help as %s is not a directory. Please check your installation.
2009-03-18
পঞ্জিকা নোহোৱাৰ ফলত %s, সহায়িকা ৰূপে প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ । অনুগ্ৰহ কৰি আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ সংস্থাপন পৰীক্ষা কৰক ।
19.
Unable to find help paths %s or %s. Please check your installation
2009-03-18
%s আৰু %s'ত সহায়তাৰ সংক্ৰান্ত নথিপত্ৰ পোৱা নাযায় । অনুগ্ৰহ কৰি আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ সংস্থাপন পৰীক্ষা কৰক ।
20.
Unable to find the help files in either %s or %s. Please check your installation
2009-03-18
%s আৰু %s'ত সহায়তাৰ সংক্ৰান্ত নথিপত্ৰ পোৱা নাযায় । অনুগ্ৰহ কৰি আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ সংস্থাপন পৰীক্ষা কৰক ।
21.
Unable to find doc_id %s in the help path
2009-03-18
সহায়তাৰ বাবে চিহ্নিত পাথত doc_id %s পোৱা নাযায়
22.
Help document %s/%s not found
2009-03-18
সহায়তাৰ উদ্দেশ্যে আলেখ্যন %s/%s পোৱা নাযায়
25.
Could not create per-user gnome configuration directory `%s': %s
2009-03-18
প্ৰত্যেক ব্যৱহাৰকৰ্তাৰ বাবে gnome বিন্যাস পঞ্জিকা `%s' নিৰ্মাণ কৰিবলৈ ব্যৰ্থ: %s
26.
Could not stat private per-user gnome configuration directory `%s': %s
2009-03-18
প্ৰত্যেক ব্যৱহাৰকৰ্তাৰ বাবে ব্যক্তিগত gnome বিন্যাস পঞ্জিকা `%s' stat কৰিবলৈ ব্যৰ্থ: %s
27.
Could not set mode 0700 on private per-user gnome configuration directory `%s': %s
2009-03-18
প্ৰত্যেক ব্যৱহাৰকৰ্তাৰ ব্যক্তিগত gnome বিন্যাস পঞ্জিকা`%s'-ৰ বাবে 0700 মোড নিৰ্ধাৰণ কৰিবলৈ ব্যৰ্থ: %s
28.
Could not create gnome accelerators directory `%s': %s
2009-03-18
gnome গতিবৰ্দ্ধক পঞ্জিকা `%s' নিৰ্মাণ কৰিবলৈ ব্যৰ্থ: %s
29.
GNOME Virtual Filesystem
2009-03-18
GNOME ভাৰ্চুৱেল নথিপত্ৰপ্ৰণালী
30.
Disable sound server usage
2009-03-18
ধ্বনি সেৱকৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰা হ'ব
31.
Enable sound server usage
2009-03-18
ধ্বনি সেৱকৰ ব্যৱহাৰ সক্ৰিয় কৰা হ'ব
32.
Host:port on which the sound server to use is running
2009-03-18
ধ্বনি সেৱক সঞ্চালনকাৰী গৃহস্থ:প'ৰ্ট
35.
Show GNOME options
2009-03-18
GNOME সংক্ৰান্ত বিকল্প প্ৰদৰ্শন কৰা হ'ব
36.
Popt Table
2009-03-18
Popt টেবুল
37.
The table of options for popt
2009-03-18
popt'ৰ ক্ষেত্ৰত প্ৰযোজ্য বিকল্পৰ টেবুল
38.
Popt Flags
2009-03-18
Popt ফ্লেগ
39.
The flags to use for popt
2009-03-18
popt'ৰ বাবে ব্যৱহাৰযোগ্য ফ্লেগ
41.
The popt context pointer that GnomeProgram is using
2009-03-18
GnomeProgram'ৰ দ্বাৰা ব্যৱহৃত popt কনটেক্সট নিৰ্দেশক
43.
The goption context pointer that GnomeProgram is using
2009-03-18
GnomeProgram'ৰ দ্বাৰা ব্যৱহৃত goption কনটেক্সট নিৰ্দেশক
45.
Human readable name of this application
2009-03-18
অনুপ্ৰয়োগৰ পাঠযোগ্য নাম
47.
Path in which to look for installed files
2009-03-18
সংস্থাপন কৰাৰ নথিপত্ৰ অনুসন্ধানৰ বাবে চিহ্নিত পাথ
48.
App ID
2009-03-18
অনুপ্ৰয়োগৰ ID
49.
ID string to use for this application
2009-03-18
অনুপ্ৰয়োগৰ বাবে ব্যৱহাৰযোগ্য ID
50.
App version
2009-03-18
অনুপ্ৰয়োগৰ সংস্কৰণ
51.
Version of this application
2009-03-18
অনুপ্ৰয়োগৰ সংস্কৰণ সংখ্যা
53.
Prefix where GNOME was installed
2009-03-18
GNOME সংস্থাপনৰ অৱস্থানৰ প্ৰেফিক্স
55.
Library prefix where GNOME was installed
2009-03-18
GNOME সংস্থাপনৰ অৱস্থানৰ লাইব্ৰেৰি প্ৰেফিক্স
57.
Data prefix where GNOME was installed
2009-03-18
GNOME সংস্থাপনৰ অৱস্থানৰ তথ্য প্ৰেফিক্স
59.
Configuration prefix where GNOME was installed
2009-03-18
GNOME সংস্থাপনৰ অৱস্থানৰ বিন্যাস প্ৰেফিক্স
61.
Prefix where this application was installed
2009-03-18
অনুপ্ৰয়োগৰ সংস্থাপনৰ অৱস্থানৰ প্ৰেফিক্স
63.
Library prefix where this application was installed
2009-03-18
অনুপ্ৰয়োগ সংস্থাপনৰ অৱস্থানৰ লাইব্ৰেৰি প্ৰেফিক্স
65.
Data prefix where this application was installed
2009-03-18
অনুপ্ৰয়োগ সংস্থাপনৰ অৱস্থানৰ তথ্য প্ৰেফিক্স
67.
Configuration prefix where this application was installed
2009-03-18
অনুপ্ৰয়োগ সংস্থাপনৰ অৱস্থানৰ বিন্যাস প্ৰেফিক্স
68.
Create Directories
2009-03-18
পঞ্জিকা নিৰ্মাণ কৰা হ'ব
69.
Create standard GNOME directories on startup
2009-03-18
আৰম্ভত GNOME'ৰ প্ৰমিত পঞ্জিকা নিৰ্মাণ কৰা হ'ব
70.
Enable Sound
2009-03-18
শব্দ সক্ৰিয় কৰা হ'ব