Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 116 results
~
Unable to find newly created contact
2015-07-10
নতুনকৈ সৃষ্টি কৰা পৰিচয় বিচাৰি পোৱা নগল
~
Unable to create new contacts: %s
2015-07-10
নতুন পৰিচয়সমূহ সৃষ্টি কৰিবলে ব্যৰ্থ: %s
~
Add number
2015-07-10
ফোন নম্বৰ যোগ কৰক
~
Delete field
2015-07-10
ফিল্ড মচি পেলাওক
~
No primary addressbook configured
2015-07-10
কোনো প্ৰাথমিক ঠিকনাবহী সংৰূপণ কৰা হোৱা নাই
~
Change
2015-07-10
পৰিবৰ্তন কৰক
~
Setup complete
2015-07-10
সংস্থাপন সম্পূৰ্ণ
~
Add contact
2015-07-10
পৰিচয় যোগ কৰক
~
New contacts will be added to the selected address book. You are able to view and edit contacts from other address books.
2015-07-10
নতুন পৰিচয়সমূহ নিৰ্বাচিত ঠিকনা বহীত যোগ কৰা হব। আপুনি অন্য ঠিকনা বহীসমূহৰ পৰা পৰিচয়সমূহক দৰ্শন কৰি সম্পাদন কৰিব পাৰিব।
~
%d contacts linked
%d contacts linked
2013-06-08
%d পৰিচয়সমূহ সংযুক্ত
%d পৰিচয়সমূহ সংযুক্ত
~
%d contact deleted
%d contacts deleted
2013-06-08
%d পৰিচয় মচি পেলোৱা হৈছে
%d পৰিচয়সমূহ মচি পেলোৱা হৈছে
~
Edit
2013-06-08
সম্পাদন কৰক
~
Contact Management Application
2012-09-07
পৰিচয় ব্যৱস্থাপনা এপ্লিকেচন
~
Change Address Book
2012-08-22
ঠিকনা বহী সলনি কৰক
~
GNOME Contacts
2012-07-31
GNOME পৰিচয়সমূহ
~
Contact Management Application
2012-07-31
পৰিচয় ব্যৱস্থাপনা অনুপ্ৰয়োগ
~
translator-credits
2012-07-31
নীলমদ্যুতি গোস্বামী (ngoswami@redhat.com)
~
About GNOME Contacts
2012-07-31
GNOME পৰিচয়ৰ বিষয়ে
~
%s linked to the contact
2012-07-31
%s ক পৰিচয়ৰ সৈতে সংযুক্ত কৰা হল
~
Change Address Book
2012-07-31
ঠিকনা বহি সলনি কৰক
~
%s linked to %s
2012-07-31
%s ক %s ৰ সৈতে সংযুক্ত কৰা হল
~
Delete
2012-07-31
মচি পেলাওক
1.
Contacts
2012-07-31
পৰিচয়সমূহ
2.
A contacts manager for GNOME
2015-07-10
GNOME ৰ বাবে এটা পৰিচয় ব্যৱস্থাপক
3.
Contacts keeps and organize your contacts information. You can create, edit, delete and link together pieces of information about your contacts. Contacts aggregates the details from all your sources providing a centralized place for managing your contacts.
2015-07-10
পৰিচয়সমূহে আপোনাৰ পৰিচয়সমূহৰ তথ্যক সংৰক্ষিত আৰু সংঘঠিত ৰাখে। আপুনি আপোনাৰ পৰিচয়সমূহৰ বিষয়ে তথ্য সৃষ্টি, সম্পাদন, মচা আৰু সংযোগ কৰিব পাৰিব। পৰিচয়সমূহে আপোনাৰ সকলো উৎসৰ পৰা বিৱৰণ একত্ৰিত কৰে যাৰ সহায়ত আপোনাৰ পৰিচয়সমূহ ব্যৱস্থাপনা কৰিবলৈ এটা কেনদ্ৰিত স্থান পায়।
4.
Contacts will also integrate with online address books and automatically link contacts from different online sources.
2015-07-10
পৰিচয়সমূহে লগতে অনলাইন ঠিকনা বহীসমূহৰ সৈতে অনুকূলন কৰিব আৰু বিভিন্ন অনলাইন উৎসসমূহৰ পৰা পৰিচয়সমূহ সংযোগ কৰিব।
11.
friends;address book;
2013-06-08
বন্ধুসকল;ঠিকনা বহী;
20.
Cancel
2012-07-31
বাতিল কৰক
21.
Done
2013-06-08
কৰা হল
26.
Linked Accounts
2013-06-08
সংযুক্ত একাওন্টসমূহ
27.
You can link contacts by selecting them from the contacts list
2015-07-10
আপুনি পৰিচয় তালিকাৰ পৰা পৰিচয়সমূহ নিৰ্বাচন কৰি সিহতক সংযোগ কৰিব পাৰিব
41.
Loading
2015-07-10
ল'ড কৰা হৈছে
42.
Type to search
2015-07-10
সন্ধান কৰিবলৈ টাইপ কৰক
45.
Link
2012-07-31
সংযোগ
47.
Remove
2013-06-08
আতৰাওক
49.
_Cancel
2015-07-10
বাতিল কৰক (_C)
53.
Contacts Setup
2012-07-31
পৰিচয়সমূহ সংস্থাপন
54.
_Quit
2012-07-31
প্ৰস্থান কৰক (_Q)
60.
Show contact with this email address
2012-07-31
এই ই-মেইল ঠিকনাৰ সৈতে পৰিচয় দেখুৱাওক
61.
Show contact with this individual id
2012-07-31
এই সূকীয়া আই-ডিৰ সৈতে পৰিচয় দেখুৱাওক
64.
Contact not found
2012-07-31
পৰিচয় পোৱা নগল
65.
No contact with id %s found
2012-08-22
আই-ডি %s ৰ সৈতে কোনো পৰিচয় পোৱা নগল
2012-07-31
আই-ডি %s -ৰ সৈতে কোনো পৰিচা পোৱা নগল
68.
No contact with email address %s found
2012-08-22
ই-মেইল ঠিকনা %s ৰ সৈতে কোনো পৰিচয় পোৱা নগল
2012-07-31
ই-মেইল ঠিকনা %s -ৰ সৈতে কোনো পৰিচয় পোৱা নগল
84.
Browse for more pictures
2012-07-31
অধিক ছবিৰ বাবে ব্ৰাউছ কৰক
85.
_Open
2015-07-10
খোলক (_O)
87.
Change avatar
2015-07-10
অৱতাৰ সলনি কৰক
88.
Add name
2015-07-10
নাম যোগ কৰক
90.
Add email
2015-07-10
ইমেইল যোগ কৰক