Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 389 results
~
GNOME Calculator
2014-11-28
GNOME গণক
~
GNOME Calculator is an application that solves mathematical equations. Though it at first appears to be a simple calculator with only basic arithmetic operations, you can switch into Advanced, Financial, or Programming mode to find a surprising set of capabilities.
2014-11-28
GNOME গণক এটা এপ্লিকেচন যি গাণিতিক সমীকৰণ সমাধান কৰে। যদিও ই প্ৰথমতে কেৱল মৌলিক গাণিতিক কাৰ্য্যৰ সৈতে এটা সাধাৰণ গণক ৰূপে থাকে, আপুনি উন্নত, বিত্তীয়, অথবা প্ৰগ্ৰামিং অৱস্থালৈ চুইচ কৰিব পাৰে।
~
Inverse
2013-04-11
উলোটা
~
Store
2013-04-11
সংৰক্ষণ কৰক
~
Unable to open help file
2013-04-11
সহায়িকাৰ ফাইল খুলিবলৈ ব্যৰ্থ
~
Subscript
2013-04-11
চাবস্ক্ৰিপ্ট
~
Calculator with financial and scientific modes.
2013-04-11
অৰ্থনৈতিক এবং বৈজ্ঞানিক অৱস্থাসহ গণক।
~
Insert Character
2013-04-11
আখৰ সুমুৱাওক
~
Factorial
2013-04-11
গৌণিক
~
Superscript
2013-04-11
চুপাৰস্ক্ৰিপ্ট
~
Scientific Exponent
2013-04-11
বৈজ্ঞানিক ঘাতচিহ্ন
~
Exponent
2013-04-11
ঘাতচিহ্ন
~
Factorize
2013-04-11
গৌণিকৰণ
~
Absolute Value
2013-04-11
সম্পূৰ্ণ মান
1.
Calculator
2013-04-11
গণক
2.
Perform arithmetic, scientific or financial calculations
2013-04-11
গণিতিক, বিজ্ঞানভিত্তিক অথবা আৰ্থিক গণনাসমূহ কৰক
4.
The Advanced calculator supports many operations, including: logarithms, factorials, trigonometric and hyperbolic functions, modulus division, complex numbers, random number generation, prime factorization and unit conversions.
2014-11-28
উন্নত গণকে বহুতো কাৰ্য্য সমৰ্থন কৰে, যেনে: লগাৰিথিম, গৌণিক, ত্ৰিকোণমিতি আৰু অতিবৃত্তীয় ফলনসমূহ, গুণাংক হৰণ, জটিল সংখ্যা, যাদৃচ্ছিক সংখ্যা সৃজন, মৌলিক গুণিতক আৰু একক পৰিবৰ্তন।
5.
Financial mode supports several computations, including periodic interest rate, present and future value, double declining and straight line depreciation, and many others.
2014-11-28
বিত্তীয় অৱস্থায় বহুতো গণনা সমৰ্থন কৰে যেনে, চক্ৰীয় সুতৰ হাৰ, বৰ্তমান আৰু ভৱিষ্যত মান, দ্বিগুণ হ্ৰাস আৰু সৰল ৰেখা অৱমূল্যন, আৰু অন্য বহুতো।
6.
Programming mode supports conversion between common bases (binary, octal, decimal, and hexadecimal), boolean algebra, one’s and two’s complementation, character to character code conversion, and more.
2014-11-28
প্ৰগ্ৰামিং অৱস্থায় সাধাৰণ ভিত্তি (বাইনাৰি, অকটেল, ডেচিমেল, আৰু হেক্সাডেচিমেল), বুলিয়ান এলজেব্ৰা, এক আৰু দুইৰ কমপ্লিমেন্টেষণ, আখৰৰ পৰা আখৰ ক'ড পৰিবৰ্তন, আৰু অধিক।
8.
calculation;arithmetic;scientific;financial;
2013-04-11
গণনা;গণিতিক;বিজ্ঞানভিত্তিক;আৰ্থিক;
9.
Accuracy value
2013-04-11
নির্ভুলতাৰ মাত্ৰা
10.
The number of digits displayed after the numeric point
2013-04-11
সাংখ্যিক বিন্দুৰ পিছত প্ৰদৰ্শিত ডিজিটসমূহৰ সংখ্যা
11.
Word size
2013-04-11
শব্দৰ মাপ
12.
The size of the words used in bitwise operations
2013-04-11
bitwise কাৰ্য্যসমূহত ব্যৱহৃত শব্দৰ আকাৰ
13.
Numeric Base
2013-04-11
সাংখ্যিক ভিত্তি
14.
The numeric base
2013-04-11
সাংখ্যিক ভিত্তি
15.
Show Thousands Separators
2013-04-11
হাজাৰৰ বিভাজকসমূহ দেখুৱাওক
16.
Indicates whether thousands separators are shown in large numbers.
2013-04-11
হাজাৰৰ বিভাজকসমূহ ডাঙৰ সংখ্যাত দেখুৱা হব নে ইংগিত দিয়ে।
17.
Show Trailing Zeroes
2013-04-11
অনুসৰণকাৰী শূণ্য দেখুৱাওক
18.
Indicates whether any trailing zeroes after the numeric point should be shown in the display value.
2013-04-11
প্ৰদৰ্শন মানত সাংখ্যিক বিন্দুৰ পিছত কোনো অনুসৰণকাৰী শূন্য দেখুৱা হব নে ইংগিত দিয়ে।
19.
Number format
2013-04-11
সংখ্যাৰ বিন্যাস
20.
The format to display numbers in
2013-04-11
সংখ্যা প্ৰদৰ্শন কৰাৰ বিন্যাস
21.
Angle units
2013-04-11
কোণৰ এককসমূহ
22.
The angle units to use
2013-04-11
ব্যৱহাৰ কৰিবলে কোণ এককসমূহ
25.
Button mode
2013-04-11
বুটাম অৱস্থা
26.
The button mode
2013-04-11
বুটাম অৱস্থা
27.
Source currency
2013-04-11
টকা দেখুৱাওক
28.
Currency of the current calculation
2013-04-11
বৰ্তমান গণনাৰ টকা
29.
Target currency
2013-04-11
লক্ষ্যৰ টকা
30.
Currency to convert the current calculation into
2013-04-11
বৰ্তমান গণনা পৰিবৰ্তন কৰিবলে টকা
31.
Source units
2013-04-11
উৎস এককসমূহ
32.
Units of the current calculation
2013-04-11
বৰ্তমান গণনাত ব্যৱহাৰ কৰা এককসমূহ
33.
Target units
2013-04-11
লক্ষ্য এককসমূহ
34.
Units to convert the current calculation into
2013-04-11
বৰ্তমান গণনাক পৰিবৰ্তন কৰিবলে এককসমূহ
39.
UAE Dirham
2013-04-11
UAE ডিৰহাম
40.
Australian Dollar
2013-04-11
অস্ট্ৰেলিয়ান ড'লাৰ
42.
Bulgarian Lev
2013-04-11
বুলগেৰিয়ান লেভ
43.
Bahraini Dinar
2013-04-11
বাহৰেইনি দিনাৰ
44.
Brunei Dollar
2013-04-11
ব্ৰুনেই ড'লাৰ
45.
Brazilian Real
2013-04-11
ব্ৰাজিলিয়ান ৰিয়াল