Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 105 results
1.
Photo mode
2014-02-19
ফ'টো অৱস্থা
2.
Photo
2014-05-29
ফ'টো
3.
Video mode
2014-02-19
ভিডিঅ' অৱস্থা
4.
Video
2014-05-29
ভিডিঅ'
5.
Photo burst mode
2014-02-19
ফ'টো বাৰ্স্ট অৱস্থা
6.
Burst
2014-05-29
বাৰ্স্ট
7.
Take a photo using a webcam
2014-02-19
ৱেবকেম ব্যৱহাৰ কৰি এটা ফ'টো লওক
8.
Navigate to the previous page of effects
2014-02-19
প্ৰভাৱসমূহৰ পূৰ্বৱৰ্তী পৃষ্ঠালৈ যাওক
9.
Effects
2014-02-19
প্ৰভাৱসমূহ
10.
_Effects
2014-02-19
প্ৰভাৱসমূহ (_E)
11.
Navigate to the next page of effects
2014-02-19
প্ৰভাৱসমূহৰ পৰৱৰ্তী পৃষ্ঠালৈ যাওক
12.
Leave fullscreen mode and go back to windowed mode
2014-02-19
পূৰ্নপৰ্দা অৱস্থা ত্যাগ কৰক আৰু উইন্ডোড অৱস্থালৈ উভতি যাওক
13.
Preferences
2014-02-19
পছন্দসমূহ
15.
_Close
2014-05-29
বন্ধ কৰক (_C)
16.
Device
2014-02-19
ডিভাইচ
17.
Photo resolution
2014-02-19
ফ'টো বিভেদন
18.
Video resolution
2014-02-19
ভিডিঅ' বিভেদন
19.
Webcam
2014-02-19
ৱেবকেম
21.
Saturation
2014-02-19
সংপৃক্তকৰণ
23.
Contrast
2014-02-19
প্ৰভেদ
24.
Image
2014-02-19
ছবি
25.
Shutter
2014-02-19
ষাটাৰ
26.
_Countdown
2014-02-19
উলোটা গণনা (_C)
27.
Fire _flash
2014-02-19
ফ্লেশ জ্বলাওক (_f)
28.
Burst mode
2014-02-19
বাৰ্স্ট অৱস্থা
29.
Number of photos
2014-02-19
ফ'টোৰ সংখ্যা
30.
Delay between photos (seconds)
2014-02-19
ফ'টোত অন্তৰ্বৰ্তী বিৰতি (ছেকেণ্ডত)
31.
Capture
2014-02-19
কৰগত
32.
_Fullscreen
2014-02-19
সম্পূৰ্ণপৰ্দা (_F)
33.
P_references
2014-02-19
পছন্দসমূহ (_r)
36.
Take a Photo
2014-02-19
এটা ফ'টো লওক
37.
Open
2014-02-19
খোলক
38.
Save _As…
2014-02-19
এই ধৰণে সংৰক্ষণ কৰক (_A)...
40.
Delete
2014-02-19
মচি পেলাওক
42.
Take photos and videos with your webcam, with fun graphical effects
2014-02-19
ৱেবকেমৰ সহায়ত আমোদময় গ্ৰাফিক্সসহ ফ'টো লওক আৰু ভিডিঅ' তৈয়াৰ কৰক
43.
Cheese uses your webcam to take photos and videos, applies fancy special effects and lets you share the fun with others.
2014-05-29
Cheese এ আপোনাৰ ৱেবকেম ব্যৱহাৰ কৰি ফ'টো আৰু ভিডিঅ' লয়, মনোহাৰী বিশেষ প্ৰভাৱসমূহ প্ৰয়োগ কৰে আৰু অন্যৰ সৈতে আনন্দ অংশীদাৰী কৰাৰ সুযোগ দিয়ে।
44.
Take multiple photos in quick succession with burst mode. Use the countdown to give yourself time to strike a pose, and wait for the flash!
2014-05-29
বাৰস্ট অৱস্থা ব্যৱহাৰ কৰি দ্ৰুত অৱধিত কেইবাটাও ফ'টো লওক। আপোনাক এটা ভঙ্গি ধৰাৰ সময় দিবলৈ কাউন্টডাউন ব্যৱহাৰ কৰক, আৰু ফ্লেশ্বৰ বাবে অপেক্ষা কৰক!
45.
Under the hood, Cheese uses GStreamer to apply fancy effects to photos and videos. With Cheese it is easy to take photos of you, your friends, pets or whatever you want and share them with others.
2014-05-29
অভ্যন্তৰীকভাৱে, Cheese এ ফ'টো আৰু ভিডিঅ'সমূহত মনোহাৰী প্ৰভাৱসমূহ দিবলৈ GStreamer ব্যৱহাৰ কৰে। Cheese ব্যৱহাৰ কৰি আপোনাৰ, আপোনাৰ বন্ধুৰ, চেনেহুৱা অথবা আপুনি বিচৰা যিকোনো বস্তুৰ ফ'টো লব পাৰিব আৰু অন্যৰ সৈতে অংশীদাৰী কৰিব পাৰিব।
49.
Set to true to show a countdown before taking a photo
2014-02-19
এটা ফ'টো লোৱাৰ আগত উলোটা গণনা কৰা দেখুৱাবলে true লে সংহত
50.
Countdown length
2014-02-19
গণনা দৈৰ্ঘ্য
51.
The duration of the countdown before taking a photo, in seconds
2014-02-19
ফ'টো লোৱাৰ আগত উলোটা গণনা কৰাৰ অবধি, ছেকেণ্ডত
52.
Fire flash before taking a photo
2014-02-19
এটা ছবি লোৱাৰ আগত ফ্লেশ জ্বলাব
53.
Set to true to fire a flash before taking a photo
2014-02-19
ফ'টো লোৱাৰ আগত এটা ফ্লেশ জ্বলাবলে true লে সংহতি কৰক
54.
Camera device string indicator
2014-02-19
কেমেৰা ডিভাইচ স্ট্ৰিং ইংগিতক
55.
The path to the device node which points to the camera, for example /dev/video0
2014-02-19
কেমেৰা লে ইংগিত কৰা ডিভাইচ ন'ডৰ পথ, উদাহৰণস্বৰূপ /dev/video0
56.
Last selected effect
2014-02-19
সৰ্বশেষ নিৰ্বাচিত প্ৰভাৱ
57.
Name of the installed effect that was selected last
2014-02-19
সৰ্বশেষ নিৰ্বাচিত ইনস্টল্ড প্ৰভাৱৰ নাম
58.
Photo width
2014-02-19
ফ'টোৰ প্ৰস্থ
59.
The width of the image captured from the camera, in pixels
2014-02-19
কেমেৰাৰ পৰা প্ৰাপ্ত ছবিৰ প্ৰস্থ, পিক্সেলসমূহত
60.
Photo height
2014-02-19
ফ'টোৰ উচ্চতা