Translations by Chris Coulson

Chris Coulson has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 135 results
2.
Free percentage notify threshold
2009-09-23
সতৰ্কতামূলক সূচনা উৎপন্ন কৰাৰ বাবে চিহ্নিত অৱশিষ্ট শতাংশৰ পৰিমাণৰ প্ৰান্তিক মাপ
3.
Free space no notify threshold
2009-09-23
সতৰ্কতামূলক সূচনা উৎপন্ন নকৰাৰ বাবে চিহ্নিত অৱশিষ্ট শতাংশৰ পৰিমাণৰ প্ৰান্তিক মাপ
4.
Minimum notify period for repeated warnings
2009-09-23
নিয়মিত সৰ্তকতামূলক বাৰ্তাৰ ক্ষেত্ৰত সৰ্বনিম্ন সূচনাপ্ৰদানৰ সময়কাল
5.
Mount paths to ignore
2009-09-23
উপেক্ষা কৰাৰ বাবে চিহ্নিত মাউন্ট পথ
6.
Percentage free space threshold for initial warning of low disk space. If the percentage free space drops below this, a warning will be shown
2009-09-23
ডিস্কৰ স্থান হ্ৰাস হোৱাৰ প্ৰাৰম্ভিক সতৰ্কবাৰ্তা প্ৰদৰ্শনৰ বাবে অৱশিষ্ট ৰিক্ত স্থানৰ প্ৰান্তিক পৰিমান শতাংশত ধাৰ্য । শতাংশত চিহ্নিত ডিস্কৰ অৱশিষ্ট স্থান এই পৰিমাণৰ পৰা কম হৈ গ'লে এটা সতৰ্কবাৰ্তা প্ৰদৰ্শন কৰা হ'ব ।
7.
Specify a list of mount paths to ignore when they run low on space.
2009-09-23
অৱশিষ্ট স্থান হ্ৰাস হ'লে উপেক্ষা কৰাৰ বাবে চিহ্নিত মাউন্ট পইন্টৰ তালিকা ।
8.
Specify a time in minutes. Subsequent warnings for a volume will not appear more often than this period.
2009-09-23
মিনিট অনুযায়ী সময় ধাৰ্য কৰক । কোনো ভলিউম সম্পৰ্কে সতৰ্কতামূলক বাৰ্তাসমূহ প্ৰদৰ্শন এই সময়ৰ অবকাল অবধি সীমিত ৰখা হ'ব ।
9.
Specify an amount in GB. If the amount of free space is more than this, no warning will be shown
2009-09-23
GB অনুযায়ী এটা পৰিমাণ ধাৰ্য কৰা হ'ব । এই পৰিমাণৰ পৰা অৱশিষ্ট স্থান 
উপস্থিত থাকিলে কোনো সতৰ্কবাৰ্তা প্ৰদৰ্শন কৰা ন'হ'ব ।
10.
Specify the percentage that the free disk space should reduce by before issuing a subsequent warning
2009-09-23
পৰবৰ্তী সতৰ্কবাৰ্তা প্ৰদৰ্শনৰ পূৰ্বে ডিস্কৰ অৱশিষ্ট স্থানৰ পৰিমাণ কি শতাংশ হ্ৰাস হ'ব সেইটো নিৰ্ধাৰণ কৰক
11.
Subsequent free percentage notify threshold
2009-09-23
পৰবৰ্তী সূচনাবাৰ্তাৰ ক্ষেত্ৰত প্ৰযোজ্য ৰিক্ত স্থানৰ শতাংশৰ প্ৰান্তিক মাপ
13.
Binding to launch the calculator.
2009-09-23
কেলকুলেটৰ আৰম্ভৰ বাবে বাইন্ড কৰক ।
14.
Binding to launch the email client.
2009-09-23
ই-মেইল ক্লায়েন্ট আৰম্ভ কৰাৰ বাবে বাইন্ড কৰক ।
15.
Binding to launch the help browser.
2009-09-23
সহায়ক তথ্যেৰ ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
16.
Binding to launch the media player.
2009-09-23
মিডিয়া প্লেয়াৰ আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
17.
Binding to launch the search tool.
2009-09-23
অনুসন্ধানৰ সামগ্ৰী আৰম্ভ কৰিবলৈ বাইন্ড কৰক ।
18.
Binding to launch the web browser.
2009-09-23
ৱেব ব্ৰাউজাৰ আৰম্ভ কৰিবলৈ বাউন্ড কৰক ।
19.
Binding to lock the screen.
2009-09-23
পৰ্দা লক কৰাৰ বাবে বাইন্ড কৰক ।
20.
Binding to log out.
2009-09-23
লগ-আউটৰ বাবে বাইন্ড কৰক ।
21.
Binding to lower the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ হ্ৰাস কৰাৰ বাবে বাইন্ড কৰক ।
22.
Binding to mute the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ নিঃশব্দ কৰাৰ বাবে বাইন্ড কৰক ।
23.
Binding to open the Home folder.
2009-09-23
ব্যক্তিগত ফোল্ডাৰ খোলাৰ বাবে বাইন্ড কৰক ।
24.
Binding to pause playback.
2009-09-23
প্লে-বেক স্থগিত কৰাৰ বাবে বাইন্ড কৰক ।
25.
Binding to raise the system volume.
2009-09-23
ব্যৱস্থাপ্ৰণালীৰ শব্দ বৃদ্ধিৰ বাবে বাইন্ড কৰক ।
26.
Binding to skip to next track.
2009-09-23
পৰবৰ্তী গানে এৰি চলনাৰ বাবে বাইন্ড কৰক ।
27.
Binding to skip to previous track.
2009-09-23
পূৰ্ববৰ্তী গান পিছলৈ যাবলৈ বাবে বাইন্ড কৰক ।
28.
Binding to start playback (or toggle play/pause).
2009-09-23
প্লে-বেক অৰ্থাৎ চালনাৰ আৰম্ভৰ বাবে বাইন্ড কৰক (অথবা চালনা/স্থগিত কৰ্মত পৰিবৰ্তন) ।
29.
Binding to stop playback.
2009-09-23
প্লে-বেক বন্ধ কৰাৰ বাবে বাইন্ড কৰক ।
30.
Binding to suspend the computer.
2009-09-23
কম্পিউটাৰ স্থগিত কৰাৰ বাবে বাইন্ড কৰক ।
50.
Volume step as percentage of volume.
2009-09-23
শব্দসীমাৰ শতাংশ হিসাবে শব্দমাত্ৰা ।
53.
Show Displays in Notification Area
2009-09-23
সূচনাপ্ৰদানৰ স্থানে প্ৰদৰ্শনে প্ৰদৰ্শন কৰা হ'ব
61.
The type of hinting to use when rendering fonts. Possible values are: "none" for no hinting, "slight" for basic, "medium" for moderate, and "full" for maximum hinting (may cause distortion of letter forms).
2009-09-23
ফন্ট ৰেণ্ডাৰ কৰোঁতে ব্যৱহৃত hinting ৰ ধৰণ । সাম্ভাব্য মান হ'ল: "none" hinting নকৰাৰ বাবে, "slight" মৌলিকৰ বাবে, "medium" মধ্যমৰ বাবে, আৰু "full" সৰ্বাধিক hinting ৰ কাৰণে(আখৰৰ আকাৰ বেয়া কৰিবও পাৰে) ।
63.
If non-empty, keybindings will be ignored unless their GConf directory is in the list. This is useful for lockdown.
2009-09-23
ৰিক্ত ন'হ'ল, keybindings আওকাণ কৰা হ'ব যদিহে সিহঁতৰ GConf পঞ্জিকা তালকাত নাথাকে । এইটো lockdown ৰ কাৰণে সুবিধাজনক ।
64.
Disable touchpad while typing
2009-09-23
টাইপ কৰাৰ সময় টাচ-পেড নিষ্ক্ৰিয় কৰা হ'ব
65.
Enable horizontal scrolling
2009-09-23
অনুভূমিক দিশত স্ক্ৰোলিং ব্যৱস্থা সক্ৰিয় কৰক
66.
Enable mouse clicks with touchpad
2009-09-23
টাচ-পেডৰ সৈতে মাউছ ক্লিক সক্ৰিয় কৰা হ'ব
67.
Select the touchpad scroll method
2009-09-23
টাচ-পেড স্ক্ৰোলৰ ব্যৱস্থা নিৰ্বাচন কৰা হ'ব
68.
Select the touchpad scroll method. Supported values are: 0 - disabled, 1 - edge scrolling, 2 - two-finger scrolling
2009-09-23
টাচ-পেড স্ক্ৰোলৰ ব্যৱস্থা নিৰ্বাচন কৰা হ'ব । সমৰ্থিত মান হ'ল: ০ - নিষ্ক্ৰিয়, ১ - প্ৰান্তে স্ক্ৰোলিং, ২ - দুই আঙ্গুলিৰ স্ক্ৰোলিং
69.
Set this to TRUE if you have problems with accidentally hitting the touchpad while typing.
2009-09-23
টাইপ কৰাৰ সময় ভুলবসত টাচ-পেড চুই দিয়াৰ সমস্যা থাকিলে এই মান TRUE ধাৰ্য কৰক ।
70.
Set this to TRUE to allow horizontal scrolling by the same method selected with the scroll_method key.
2009-09-23
scroll_method চাবি দ্বাৰা নিৰ্বাচিত পদ্ধতি দ্বাৰা অনুভূমিক স্ক্ৰোলিং ব্যৱস্থাৰ অনুমতি প্ৰদান কৰাৰ উদ্দেশ্যে এই মান TRUE ধাৰ্য কৰক ।
71.
Set this to TRUE to be able to send mouse clicks by tapping on the touchpad.
2009-09-23
টাচ-পেডত টেপ কৰি মাউছৰ ক্লিকেৰ অনুকৰণৰ বাবে এই মান TRUE ধাৰ্য কৰক ।
73.
Binding to toggle the magnifier.
2009-09-23
বিবৰ্দ্ধক টগল কৰিবলৈ বাইন্ডিং ।
74.
Binding to toggle the on-screen keyboard.
2009-09-23
পৰ্দ্দাত দেখা চাবিৰফলক টগল কৰিবলৈ বাইন্ডিং ।
75.
Binding to toggle the screen reader.
2009-09-23
স্ক্ৰিন ৰিডাৰ টগল কৰিবলৈ বাইন্ডিং ।
77.
Command used to turn the magnifier on or off.
2009-09-23
বিবৰ্দ্ধক আৰম্ভ বা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা আদেশ ।
78.
Command used to turn the on-screen keyboard on or off.
2009-09-23
পৰ্দ্দাত দেখা চাবিৰফলক আৰম্ভ বা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা আদেশ ।
79.
Command used to turn the screen reader on or off.
2009-09-23
স্ক্ৰিন ৰিডাৰ আৰম্ভ বা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা আদেশ ।
80.
Enable accessibility keyboard plugin
2009-09-23
বিশেষ ব্যৱহাৰপ্ৰণালীৰ ক্ষেত্ৰত প্ৰযোজ্য চাবিৰ ফলক প্লাগ-ইন সক্ৰিয় কৰা হ'ব
86.
Enable keyboard plugin
2009-09-23
চাবিৰ ফলক প্লাগ-ইন সক্ৰিয় কৰক
95.
On-screen keyboard
2009-09-23
স্ক্ৰিনৰ উপিছত অবস্থিত চাবিৰ ফলক
96.
Screen magnifier
2009-09-23
পৰ্দা বিবৰ্ধক ব্যৱস্থা