Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 95 results
1.
Disable connected notifications
2022-02-08
সংযুক্ত অধিসূচনাসমূহ অসামৰ্থবান কৰক
2.
Set this to true to disable notifications when connecting to a network.
2022-02-08
এটা নেটৱৰ্কলে সংযোগ কৰোতে অধিসূচনাসমূহ অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
3.
Disable disconnected notifications
2022-02-08
বিচ্ছিন্ন হোৱাৰ অধিসূচনা অসামৰ্থবান কৰা হ'ব
4.
Set this to true to disable notifications when disconnecting from a network.
2022-02-08
এটা নেটৱৰ্কৰ পৰা বিচ্ছিন্ন হওতে অধিসূচনাসমূহ অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
5.
Disable VPN notifications
2022-02-08
VPN অধিসূচনাসমূহ অসামৰ্থবান কৰক
6.
Set this to true to disable notifications when connecting to or disconnecting from a VPN.
2022-02-08
এটা VPN লে সংযোগ কৰোতে অথবা তাৰ পৰা বিচ্ছিন্ন হওতে অধিসূচনাসমূহ অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
7.
Suppress networks available notifications
2022-02-08
উপলব্ধ নেটৱৰ্কৰ অধিসূচনা প্ৰদৰ্শন লুকুৱা হ'ব
8.
Set this to true to disable notifications when Wi-Fi networks are available.
2022-02-08
যেতিয়া Wi-Fi নেটৱৰ্কসমূহ উপলব্ধ থাকে অধিসূচনাসমূহ অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
9.
Stamp
2022-02-08
স্টেম্প
10.
Used to determine whether settings should be migrated to a new version.
2022-02-08
নতুন সংস্কৰণত সংহতিসমূহ প্ৰব্ৰজন কৰা হ'ব নে নহয় নিৰ্ধাৰণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
12.
Set to true to disable creation of adhoc networks when using the applet.
2022-02-08
এপ্লেট ব্যৱহাৰ কৰি থাকোতে adhoc নেটৱৰ্কসমূহৰ সৃষ্টি অসামৰ্থবান কৰিবলে সত্যলে সংহতি কৰক।
13.
Show the applet in notification area
2022-02-08
এপ্লেটক অধিসূচনা স্থানত দেখুৱাওক
14.
Set to FALSE to disable displaying the applet in the notification area.
2022-02-08
এপ্লেটক অধিসূচনা স্থানত প্ৰদৰ্শন অসামৰ্থবান কৰিবলে FALSE লৈ সংহত।
15.
Ignore CA certificate
2022-02-08
CA প্ৰমাণপত্ৰ উপেক্ষা কৰক
16.
Set this to true to disable warnings about CA certificates in EAP authentication.
2022-02-08
EAP প্ৰমাণীকৰণত CA প্ৰমাণপত্ৰসমূহৰ বিষয়ে সতৰ্কবাৰ্তা অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
17.
Set this to true to disable warnings about CA certificates in phase 2 of EAP authentication.
2022-02-08
EAP প্ৰমাণীকৰণৰ স্তৰ ২ ত CA প্ৰমাণপত্ৰসমূহৰ বিষয়ে সতৰ্কবাৰ্তাসমূহ অসামৰ্থবান কৰিবলে ইয়াক সত্যলে সংহতি কৰক।
24.
Network
2022-02-08
নেটৱৰ্ক
42.
Sho_w passwords
2022-06-17
পাছৱৰ্ডসমূহ দেখুৱাওক (_w)
43.
Default
2022-02-08
অবিকল্পিত
44.
My country is not listed
2022-02-08
মোৰ দেশ তালিকাত নাই
45.
GSM
2022-02-08
GSM
46.
CDMA
2022-02-08
CDMA
47.
Unlisted
2022-02-08
তালিকা বহিৰ্ভূত
49.
Provider
2022-02-08
সেৱা উপলব্ধকৰ্তা
50.
Installed GSM device
2022-02-08
ইনস্টল কৰা GSM ডিভাইচ
51.
Installed CDMA device
2022-02-08
ইনস্টল কৰা CDMA ডিভাইচ
52.
Any device
2022-02-08
যিকোনো ডিভাইচ
53.
New Mobile Broadband Connection
2022-02-08
নতুন ম'বাইল ব্ৰডবেণ্ড সংযোগ
54.
This assistant helps you easily set up a mobile broadband connection to a cellular (3G) network.
2022-02-08
এই সহায়ক ব্যৱস্থাৰ সহায়ত এটা চেলুলাৰ (3G) নেটৱৰ্কৰ সৈতে ম'বাইল ব্ৰডবেণ্ড সংযোগ স্থাপন কৰা যাব।
55.
You will need the following information:
2022-02-08
নিম্নলিখিত তথ্যৰ প্ৰয়োজন:
57.
Your broadband billing plan name
2022-02-08
ব্ৰডবেণ্ড বিলিং পৰিকল্পনাৰ নাম
58.
(in some cases) Your broadband billing plan APN (Access Point Name)
2022-02-08
(কিছু ক্ষেত্ৰত) আপোনাৰ ব্যৱহৃত ব্ৰডবেণ্ড বিলিং পৰিকল্পনা APN (এক্সেচ পইন্ট নেম)
59.
Create a connection for _this mobile broadband device:
2022-02-08
এই ম'বাইল ব্ৰডবেণ্ড ডিভাইচৰ বাবে সংযোগ সৃষ্টি কৰক (_t)
60.
Set up a Mobile Broadband Connection
2022-02-08
ম'বাইল ব্ৰডবেণ্ড সংযোগ প্ৰস্তুত কৰক
63.
Select your provider from a _list:
2022-02-08
তালিকাৰ পৰা সেৱা উপলব্ধকৰ্তাৰ নাম বাছক (_l):
65.
My provider uses GSM technology (GPRS, EDGE, UMTS, HSPA)
2022-02-08
মোৰ সেৱা উপলব্ধকৰ্তা দ্বাৰা GSM প্ৰযুক্তি ব্যৱহাৰ কৰা হয় (GPRS, EDGE, UMTS, HSPA)
66.
My provider uses CDMA technology (1xRTT, EVDO)
2022-02-08
মোৰ সেৱা উপলব্ধকৰ্তা দ্বাৰা CDMA প্ৰযুক্তি ব্যৱহাৰ কৰা হয় (1xRTT, EVDO)
67.
Choose your Provider
2022-02-08
সেৱা উপলব্ধকৰ্তা বাছক
68.
_Select your plan:
2022-02-08
আপোনাৰ পৰিকল্পনা বাছক (_S):
69.
Selected plan _APN (Access Point Name):
2022-02-08
নিৰ্বাচিত পৰিকল্পনাৰ APN (এক্সেচ পইন্ট নেম) (_A):
71.
Choose your Billing Plan
2022-02-08
ব্যৱহৃত বিল পৰিকল্পনা বাছক
72.
Your mobile broadband connection is configured with the following settings:
2022-02-08
নিম্নলিখিত সংহতিসমূহৰ সৈতে ম'বাইল ব্ৰডবেণ্ড সংযোগ সংৰূপণ কৰা হৈছে:
73.
Your Device:
2022-02-08
আপোনাৰ ডিভাইচ:
74.
Your Provider:
2022-02-08
আপোনাৰ সেৱা উপলব্ধকৰ্তা:
75.
Your Plan:
2022-02-08
আপোনাৰ পৰিকল্পনা:
77.
Confirm Mobile Broadband Settings
2022-02-08
ম'বাইল ব্ৰডবেণ্ডৰ সংহতিসমূহ নিশ্চিত কৰক
81.
Name
2022-02-08
নাম
92.
Sh_ow passwords
2022-02-08
পাছৱৰ্ডসমূহ দেখুৱাওক (_o)
94.
_Secondary Password:
2022-02-08
দ্বিতীয় পাছৱৰ্ড (_S):
95.
_Password:
2022-02-08
পাছৱৰ্ড (_P):