Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 231 results
~
Unmaximize
2017-06-27
স্বাভাৱিক আকাৰ দিয়ক
~
Minimize
2017-06-27
সৰু কৰক
11.
Screenshots
2022-02-25
স্ক্ৰিনশ্বটসমূহ
16.
System
2020-03-24
চিস্টেম
18.
Focus the active notification
2020-03-24
সক্ৰিয় অধিসূচনাত ফকাচ কৰক
19.
Show the overview
2020-03-24
অভাৰভিউ দেখুৱাওক
20.
Show all applications
2020-03-24
সকলো এপ্লিকেচন দেখুৱাওক
21.
Open the application menu
2020-03-24
এপ্লিকেচন মেনু খোলক
22.
GNOME Shell
2017-06-27
GNOME শ্বেল
23.
Window management and application launching
2017-06-27
উইন্ডো ব্যৱস্থাপনা আৰু এপ্লিকেচনৰ লঞ্চ
24.
Enable internal tools useful for developers and testers from Alt-F2
2017-06-27
Alt-F2 ৰ পৰা উন্নয়নকাৰী আৰু পৰীক্ষকসমূহৰ কাৰণে লাভদায়ক অভ্যন্তৰীক সঁজুলিসমূহ সামৰ্থবান কৰক
25.
Allows access to internal debugging and monitoring tools using the Alt-F2 dialog.
2017-06-27
Alt-F2 ডাইলগ ব্যৱহাৰ কৰি অভ্যন্তৰীক ডিবাগিং আৰু মনিটৰিং সঁজুলিসমূহলে অভিগমৰ অনুমতি দিয়ে।
26.
UUIDs of extensions to enable
2017-06-27
সামৰ্থবান কৰিব লগিয়া সম্প্ৰসাৰণসমূহৰ UUIDs
27.
GNOME Shell extensions have a UUID property; this key lists extensions which should be loaded. Any extension that wants to be loaded needs to be in this list. You can also manipulate this list with the EnableExtension and DisableExtension D-Bus methods on org.gnome.Shell.
2017-06-27
GNOME শ্বেল সম্প্ৰসাৰণসমূহৰ এটা UUID বৈশিষ্ট্য আছে; এই কি'য়ে ল'ড হব লগিয়া সমপ্ৰসাৰণসমূহ তালিকাভুক্ত কৰে। যিকোনো সম্প্ৰসাৰন যি ল'ড হব বিচাৰে এই তালিকাত থাকিব লাগিব। আপুনি এই তালিকাক org.gnome.Shell ত EnableExtension আৰু DisableExtension D-Bus পদ্ধতিৰ সৈতে সলনি কৰিব পাৰিব।
32.
Disables the validation of extension version compatibility
2017-06-27
সম্প্ৰসাৰন সংস্কৰণ সংগতাৰ বৈধতাক অসামৰ্থবান কৰে
33.
GNOME Shell will only load extensions that claim to support the current running version. Enabling this option will disable this check and try to load all extensions regardless of the versions they claim to support.
2017-06-27
GNOME শ্বেলে কেৱল বৰ্তমান চলি থকা সংস্কৰণক সমৰ্থন কৰা সম্প্ৰসাৰনসমূহ ল'ড কৰিব। এই বিকল্প সামৰ্থবান কৰিলে এই নিৰীক্ষণ অসামৰ্থবান কৰা হব আৰু সিহতে সমৰ্থন কৰা সংস্কৰণসমূহৰ নিৰপেক্ষে সকলো সম্প্ৰসাৰন ল'ড কৰিব।
34.
List of desktop file IDs for favorite applications
2017-06-27
পছন্দৰ এপ্লিকেচনসমূহৰ কাৰণে ডেস্কটপ ফাইল IDসমূহৰ তালিকা
35.
The applications corresponding to these identifiers will be displayed in the favorites area.
2017-06-27
এই পৰিচয়কসমূহৰ লগত আনুষংগিক এপ্লিকেচনসমূহ পছন্দৰ স্থানত প্ৰদৰ্শীত কৰা হব।
36.
History for command (Alt-F2) dialog
2017-06-27
কমান্ড (Alt-F2) ডাইলগৰ কাৰণে ইতিহাস
37.
History for the looking glass dialog
2017-06-27
চোৱা কাঁচ ডাইলগৰ কাৰণে ইতিহাস
40.
Whether to remember password for mounting encrypted or remote filesystems
2017-06-27
ইনক্ৰিপ্টেড অথবা দূৰৱৰ্তী ফাইলচিস্টেমসমূহ মাউণ্ট কৰাৰ বাবে পাছৱৰ্ড মনত ৰখা হব নে
48.
Keybinding to open the application menu
2017-06-27
এপ্লিকেচন মেনু খোলিবলে Keybinding
49.
Keybinding to open the application menu.
2017-06-27
এপ্লিকেচন মেনু খোলিবলে Keybinding।
55.
Keybinding to open the overview
2017-06-27
অভাৰভিউ খোলিবলে কি'বাইণ্ডিং
56.
Keybinding to open the Activities Overview.
2017-06-27
কাৰ্য্যসমূহ অভাৰভিউ খোলিবলে কি'বাইণ্ডিং
59.
Keybinding to focus the active notification
2017-06-27
সক্ৰিয় অধিসূচনা ফকাচ কৰিবলে কি'বাইণ্ডিং
60.
Keybinding to focus the active notification.
2017-06-27
সক্ৰিয় অধিসূচনা ফকাচ কৰিবলে কি'বাইণ্ডিং।
70.
Limit switcher to current workspace.
2017-06-27
চুইচাৰক বৰ্তমান কাৰ্য্যস্থানলৈ সীমিত ৰাখক।
71.
If true, only applications that have windows on the current workspace are shown in the switcher. Otherwise, all applications are included.
2017-06-27
যদি সত্য, কেৱল বৰ্তমান কাৰ্য্যস্থানক উইন্ডো থকা এপ্লিকেচনসমূক চুইচাৰত দেখুৱা হব। নহলে, সকলো এপ্লিকেচন অন্তৰ্ভুক্ত কৰা হয়।
72.
The application icon mode.
2017-06-27
এপ্লিকেচন আইকন অৱস্থা।
74.
If true, only windows from the current workspace are shown in the switcher. Otherwise, all windows are included.
2017-06-27
যদি সত্য, কেৱল বৰ্তমান কাৰ্য্যস্থানৰ পৰা উইন্ডোসমূহক চুইচাৰত দেখুৱা হব। নহলে, সকলো উইন্ডো অন্তৰ্ভুক্ত কৰা হব।
79.
Location
2019-08-26
অবস্থান
81.
Attach modal dialog to the parent window
2017-06-27
মডাল ডাইলগ উপধায়ক উইন্ডোৰ সৈতে সংলগ্ন কৰক
82.
This key overrides the key in org.gnome.mutter when running GNOME Shell.
2017-06-27
GNOME শ্বেল চলাওতে এই কি'য়ে org.gnome.mutter ত থকা কি' অভাৰৰাইড কৰে।
83.
Enable edge tiling when dropping windows on screen edges
2017-06-27
উইন্ডোসমূহক পৰ্দাৰ প্ৰান্তসমূহত এৰোতে প্ৰান্ত টাইলিং সামৰ্থবান কৰক
84.
Workspaces are managed dynamically
2017-06-27
কাৰ্য্যস্থানসমূহক চলমানভাৱে ব্যৱস্থাপনা কৰা হয়
85.
Workspaces only on primary monitor
2017-06-27
কাৰ্য্যস্থানসমূহ কেৱল প্ৰাথমিক মনিটৰত
86.
Delay focus changes in mouse mode until the pointer stops moving
2017-06-27
বিলম্বৰ ফকাচ মাউছ অৱস্থাত পৰিবৰ্তন হয় যেতিয়ালৈকে পইন্টাৰে গমন কৰা বন্ধ নকৰে
93.
Cancel
2017-06-27
বাতিল কৰক
94.
Password
2017-06-27
পাছৱৰ্ড
95.
Choose Session
2017-06-27
অধিবেশন বাছক
96.
Not listed?
2017-06-27
তালিকাভুক্ত নহয়?
97.
(e.g., user or %s)
2017-06-27
(উদাহৰণ, ব্যৱহাৰকাৰী অথবা %s)
99.
Login Window
2017-06-27
লগিন উইন্ডো
100.
Authentication error
2017-06-27
প্ৰমাণীকৰণ ত্ৰুটি
120.
Command not found
2017-06-27
কমান্ড পোৱা নগল
121.
Could not parse command:
2017-06-27
কমান্ড বিশ্লেষন কৰিব নোৱাৰি:
122.
Execution of “%s” failed:
2017-06-27
“%s” ৰ প্ৰেৰণ ব্যৰ্থ হল:
131.
%H∶%M
2017-06-27
%H∶%M
132.
Yesterday, %H∶%M
2017-06-27
যোৱাকালী, %H∶%M