Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 313 results
2.
Web browser for GNOME
2018-10-02
GNOME ৰ ৱেব ব্ৰাউছাৰ
6.
Web
2018-10-02
ৱেব
7.
Web Browser
2018-10-02
ৱেব ব্ৰাউছাৰ
9.
web;browser;internet;
2018-10-02
ৱেব;ব্ৰাউছাৰ;ইণ্টাৰনেট;
13.
Browse with caret
2018-10-02
কেৰেটৰ সৈতে ব্ৰাউজ কৰক
14.
Home page
2018-10-02
ঘৰ পৃষ্ঠা
16.
URL Search
2018-10-02
URL সন্ধান
23.
User agent
2018-10-02
ব্যবহাৰকাৰী সহায়ক
25.
Force new windows to be opened in tabs
2018-10-02
নতুন উইন্ডোসমূহক টেবসমূহত খুলিবলে বাধ্য কৰক
26.
Force new window requests to be opened in tabs instead of using a new window.
2018-10-02
নতুন উইন্ডো অনুৰোধসমূহক এটা নতুন উইন্ডো ব্যৱহাৰ কৰাৰ পৰিবৰ্তে টেবসমূহত খুলিবলে বলৱৎ কৰক।
27.
Remember passwords
2018-10-02
পাছৱৰ্ডসমূহ মনত ৰাখক
29.
Enable smooth scrolling
2018-10-02
নিমজ স্ক্ৰলিং সামৰ্থবান কৰক
32.
Whether to automatically restore the last session
2018-10-02
সৰ্বশেষ অধিবেশন স্বচালিতভাৱে পুনৰুদ্ধাৰ কৰা হব নে
34.
Whether to delay loading of tabs that are not immediately visible on session restore
2018-10-02
অধিবেশন পুনৰুদ্ধাৰত তৎক্ষনাত দৃশ্যমান নহোৱা টেবসমূহৰ ল'ডিং বিলম্ব কৰা হব নে
35.
When this option is set to true, tabs will not start loading until the user switches to them, upon session restore.
2018-10-02
যেতিয়া এই বিকল্পক সত্য সংহতি কৰা হয়, টেবসমূহ ল'ড কৰা আৰম্ভ নকৰে যেতিয়ালৈকে ব্যৱহাৰকাৰীজন তালৈকে নাযায়, অধিবেশন পুনৰুদ্ধাৰত।
36.
Process model
2018-10-02
প্ৰক্ৰিয়া আৰ্হি
46.
The visibility policy for the tabs bar.
2018-10-02
টেবসমূহ বাৰৰ বাবে দৃশ্যমানতা নীতি।
48.
Minimum font size
2018-10-02
নূন্যতম ফন্ট আকাৰ
49.
Use GNOME fonts
2018-10-02
GNOME ফন্টসমূহ ব্যৱহাৰ কৰক
50.
Use GNOME font settings.
2018-10-02
GNOME ফন্ট সংহতিসমূহ ব্যৱহাৰ কৰক।
51.
Custom sans-serif font
2018-10-02
স্বনিৰ্বাচিত sans-serif ফন্ট
52.
A value to be used to override sans-serif desktop font when use-gnome-fonts is set.
2018-10-02
যেতিয়া use-gnome-fonts সংহতি কৰা হয় তেতিয়া sans-serif ডেস্কটপ ফন্টক অভাৰৰাইড কৰিবলে ব্যৱহাৰ কৰিব লগিয়া মান।
53.
Custom serif font
2018-10-02
স্বনিৰ্বাচিত serif ফন্ট
54.
A value to be used to override serif desktop font when use-gnome-fonts is set.
2018-10-02
যেতিয়া use-gnome-fonts সংহতি কৰা হয় তেতিয়া serif ডেস্কটপ ফন্টক অভাৰৰাইড কৰিবলে ব্যৱহাৰ কৰিব লগিয়া মান।
55.
Custom monospace font
2018-10-02
স্বনিৰ্বাচিত monospace ফন্ট
56.
A value to be used to override monospace desktop font when use-gnome-fonts is set.
2018-10-02
যেতিয়া use-gnome-fonts সংহতি কৰা হয় তেতিয়া monospace ডেস্কটপ ফন্টক অভাৰৰাইড কৰিবলে ব্যৱহাৰ কৰিব লগিয়া মান।
57.
Use a custom CSS
2018-10-02
এটা স্বনিৰ্বাচিত CSS ব্যৱহাৰ কৰক
58.
Use a custom CSS file to modify websites own CSS.
2018-10-02
ৱেবছাইটসমূহৰ নিজস্ব CSS পৰিবৰ্তন কৰিবলে এটা স্বনিৰ্বাচিত CSS ব্যৱহাৰ কৰক।
59.
Enable spell checking
2018-10-02
বানান নিৰীক্ষণ সামৰ্থবান কৰক
60.
Spell check any text typed in editable areas.
2018-10-02
সম্পাদনযোগ্য স্থানসমূহত টাইপ কৰা যিকোনো লিখনিৰ বানান নিৰীক্ষণ কৰক।
61.
Default encoding
2018-10-02
অবিকল্পিত এনক'ডিং
62.
Default encoding. Accepted values are the ones WebKitGTK+ can understand.
2018-10-02
অবিকল্পিত এনক'ডিং। গ্ৰহণযোগ্য মানসমূহ হল সেইবোৰ যি WebKitGTK+ এ বুজি পায়।
63.
Languages
2018-10-02
ভাষাসমূহ
65.
Cookie accept
2018-10-02
কুকি গ্ৰহণ
67.
Allow popups
2018-10-02
পপআপসমূহৰ অনুমতি দিয়ক
68.
Allow sites to open new windows using JavaScript (if JavaScript is enabled).
2018-10-02
ছাইটসমূহক JavaScript (যদি JavaScript সামৰ্থবান) ব্যৱহাৰ কৰি নতুন উইন্ডোসমূহ খোলাৰ অনুমতি দিয়ক।
69.
Enable Plugins
2018-10-02
প্লাগিনসমূহ সামৰ্থবান কৰক
70.
Enable WebGL
2018-10-02
WebGL সামৰ্থবান কৰক
71.
Whether to enable support for WebGL contexts.
2018-10-02
WebGL পৰিপ্ৰেক্ষতিতসমূহৰ বাবে সমৰ্থন সামৰ্থবান কৰা হব নে।
72.
Enable WebAudio
2018-10-02
WebAudio সামৰ্থবান কৰক
73.
Whether to enable support for WebAudio.
2018-10-02
WebAudio ৰ বাবে সমৰ্থন সামৰ্থবান কৰা হব নে।
75.
String that will be used as user agent, to identify the browser to the web servers.
2018-10-02
স্ট্ৰিং যাক ব্যৱহাকাৰী সহায়ক হিচাপে ব্যৱহাৰ কৰা হব, ব্ৰাউছাৰক ৱেব চাৰ্ভাৰসমূহলে পৰিচয় কৰাবলে।
76.
Do Not Track
2018-10-02
অনুকৰণ নকৰিব
79.
Whether to block the embedded advertisements that web pages might want to show.
2018-10-02
ৱেব পৃষ্ঠাসমূহ দেখুৱাব বিচৰা অন্তৰ্ভুক্ত বিজ্ঞাপণসমূহ প্ৰতিৰোধ কৰা হব নে।
92.
The downloads folder
2018-10-02
ডাউনল'ডসমূহ ফোল্ডাৰ
145.
Memory usage
2018-10-02
মেমৰি ব্যৱহাৰ
146.
Version %s
2018-10-02
সংস্কৰণ %s
147.
About Web
2018-10-02
ৱেবৰ বিষয়ে
149.
A simple, clean, beautiful view of the web
2018-10-02
ৱেবৰ এটা সাধাৰণ, পৰিষ্কাৰ আৰু ধুনীয়া দৰ্শন
150.
Applications
2018-10-02
এপ্লিকেচনসমূহ