Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 114 results
1.
...Time is running out...
2009-12-22
...সময় পাৰ হৈ গৈছে...
2.
...Sorry, your time is up!
2009-12-22
...ক্ষমা কৰিব, আপোনাৰ বাবে সময় অন্ত হ'ল!
3.
erroneous conversation (%d)
2009-12-22
ভুল সম্বাদ (%d)
4.
Password:
2009-12-22
গুপ্তশব্দ:
6.
New %s%spassword:
2009-12-22
নতুন %s%s গুপ্তশব্দ:
7.
Retype new %s%spassword:
2009-12-22
নতুন %s%s গুপ্তশব্দ পুনঃ লিখক:
8.
Sorry, passwords do not match.
2009-12-22
ক্ষমা কৰিব, গুপ্তশব্দৰ অমিল
9.
Retype %s
2009-12-22
%s পুনঃ লিখক
10.
Password change aborted.
2009-12-22
গুপ্ত শব্দ সলনি কৰা বাতিল কৰা হ'ল ।
11.
login:
2009-12-22
প্ৰৱেশ:
12.
Success
2009-12-22
সফলতা
13.
Critical error - immediate abort
2009-12-22
গুৰুত্বপূৰ্ণ ভুল - অবিলম্ব বন্ধ কৰক
14.
Failed to load module
2009-12-22
অংশ তুলি লওঁতে বিফল
15.
Symbol not found
2009-12-22
প্ৰতিকৃতি পোৱা ন'গ'ল
16.
Error in service module
2009-12-22
সেৱাৰ অংশত ভুল
17.
System error
2009-12-22
ব্যৱস্থাপ্ৰণালীৰ ভুল
18.
Memory buffer error
2009-12-22
স্মৃতিশক্তি প্ৰশমকৰ ভুল
19.
Permission denied
2009-12-22
আজ্ঞা নাই
20.
Authentication failure
2009-12-22
প্ৰমাণীকৰণত বিফল
21.
Insufficient credentials to access authentication data
2009-12-22
প্ৰমাণীকৰণৰ তথ্য উপক্ৰম কৰিবলৈ প্ৰশংসা পত্ৰৰ অভাৱ
22.
Authentication service cannot retrieve authentication info
2009-12-22
প্ৰমাণীকৰণৰ সেৱাই প্ৰমাণীকৰণৰ তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে
23.
User not known to the underlying authentication module
2009-12-22
অন্তৰ্নিহিত প্ৰমাণীকৰণ অংশৰ বাবে ব্যৱহাৰকৰোঁতা অপৰিচিত
24.
Have exhausted maximum number of retries for service
2009-12-22
সেৱাৰ বাবে সৰ্বাধিক পুনঃ চেষ্টাৰ সংখ্যাও আজৰাই দিয়া হ'ল
25.
Authentication token is no longer valid; new one required
2009-12-22
প্ৰমাণীকৰণৰ প্ৰতীক চিহ্ন বৈধ নহয়; নতুন এটাৰ প্ৰয়োজন
26.
User account has expired
2009-12-22
ব্যৱহাৰকৰোঁতাৰ হিচাপ শেষ হ'ল
27.
Cannot make/remove an entry for the specified session
2009-12-22
নিৰ্দ্দিষ্ট অধিবেশনৰ এটা নিবেশ বনাব/আঁতৰাব নোৱাৰি
28.
Authentication service cannot retrieve user credentials
2009-12-22
ব্যৱহাৰকৰোঁতাৰ প্ৰশংসা পত্ৰ প্ৰমাণীকৰন সেৱাই উদ্ধাৰ কৰিব পৰা নাই
29.
User credentials expired
2009-12-22
ব্যৱহাৰকৰোঁতাৰ প্ৰশংসা পত্ৰ অন্ত হ'ল
30.
Failure setting user credentials
2009-12-22
ব্যৱহাৰকৰোঁতাৰ প্ৰশংসা পত্ৰ প্ৰতিষ্ঠা কৰাত বিফল
31.
No module specific data is present
2009-12-22
কোনো অংশ নিৰ্দ্দিষ্ট তথ্য নাই
32.
Bad item passed to pam_*_item()
2009-12-22
pam_*_item() লৈ বেয়া পদাৰ্থ আগবঢ়োৱা হ'ল
33.
Conversation error
2009-12-22
সম্বাদৰ ভুল
34.
Authentication token manipulation error
2009-12-22
প্ৰমাণীকৰণ প্ৰতীক চিহ্নৰ পৰিবৰ্ত্তনত (মেনিপুলেশন) ভুল
35.
Authentication information cannot be recovered
2009-12-22
প্ৰমাণীকৰণৰ তথ্য উদ্ধাৰ কৰিব পৰা ন'গ'ল
36.
Authentication token lock busy
2009-12-22
প্ৰমাণীকৰণ প্ৰতীক চিহ্নৰ লক ব্যস্ত
37.
Authentication token aging disabled
2009-12-22
প্ৰমাণীকৰণ প্ৰতীক চিহ্নৰ পুৰণি হোৱা নিষ্ক্ৰীয় কৰা হ'ল
38.
Failed preliminary check by password service
2009-12-22
গুপ্তশব্দ সেৱাৰ দ্বাৰা প্ৰাৰম্ভিক পৰীক্ষা বিফল
39.
The return value should be ignored by PAM dispatch
2009-12-22
PAM dispatch ৰ দ্বাৰা প্ৰত্যুত্তৰৰ মান আওকাণ কৰিব লাগে
40.
Module is unknown
2009-12-22
অজ্ঞাত অংশ
41.
Authentication token expired
2009-12-22
প্ৰমাণীকৰণৰ প্ৰতীক চিহ্ন পুৰণি হ'ল
42.
Conversation is waiting for event
2009-12-22
সম্বাদ কোনো ঘটনাৰ বাবে অপেক্ষা কৰিছে
43.
Application needs to call libpam again
2009-12-22
অনুপ্ৰয়োগে আকৌ libpam ক মাতিব লাগে
44.
Unknown PAM error
2009-12-22
অজ্ঞাত PAM ভুল
45.
is the same as the old one
2009-12-22
পুৰণিটোৰ সৈতে একেই
47.
is a palindrome
2009-12-22
এটা অনুলোম‌-বিলোম বাক্য
48.
case changes only
2009-12-22
অকল কেচ সলনি কৰা
49.
is too similar to the old one
2009-12-22
পৰণিটোৰ সৈতে বহুত একেই
50.
is too simple
2009-12-22
বৰ সৰল
51.
is rotated
2009-12-22
পকোৱা হৈছে
52.
not enough character classes
2009-12-22
পৰ্যাপ্ত character classes নাই