Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 1048 results
~
Switch off to connect to a Wi-Fi network
2015-01-06
এটা Wi-Fi নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলে বন্ধ কৰক
~
_Always Show Universal Access Menu
2014-09-30
সাৰ্বভৈমক অভিগম মেনু সদায় দেখুৱাব (_A)
~
2014-09-30
~
Wi-Fi Hotspot
2014-05-29
Wi-Fi হটস্পট
~
Power;Sleep;Suspend;Hibernate;Battery;Brightness;Dim;Blank;Monitor;DPMS;Idle;
2014-05-29
Power;Sleep;Suspend;Hibernate;Battery;Brightness;Dim;Blank;Monitor;DPMS;Idle;
~
Switch off to connect to a Wi-Fi network
2014-05-29
এটা Wi-Fi নেটৱাৰ্কৰ সৈতে সংযোগ কৰিবলে বন্ধ কৰক
~
Security type
2013-04-08
সুৰক্ষা ধৰণ
~
Could not access any fingerprint readers
2012-12-25
কোনো আঙ্গুলিৰ ছাপ ৰিডাৰ অভিগম কৰিব নোৱাৰি
~
Please contact your system administrator for help.
2012-12-25
অনুগ্ৰহ কৰি সহায়তাৰ বাবে আপোনাৰ চিস্টেম প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।
~
Enrolling fingerprints
2012-12-25
আঙ্গুলিৰ ছাপসমূহ এনৰোল কৰা
~
Enable Fingerprint Login
2012-12-25
আঙ্গুলিৰ ছাপ লগিন সক্ৰিয় কৰক
~
Your fingerprint was successfully saved. You should now be able to log in using your fingerprint reader.
2012-03-27
সাফল্যেৰ সৈতে আপোনাৰ আঙ্গুলিৰ ছাপ সংৰক্ষিত হৈছে। আঙ্গুলিৰ ছাপ পাঠৰ ব্যবস্থা (ৰিডাৰ) সহযোগে আপুনি এতিয়া লগিন কৰিবলৈ সক্ষম হ'ব।
~
Enable Fingerprint Login
2012-03-27
আঙ্গুলিৰ ছাপ সহযোগে লগিন সক্ৰিয় কৰক
~
Universal Access
2012-03-27
সাৰ্বভৈমক অভিগম
~
Please contact your system administrator for help.
2012-03-27
অনুগ্ৰহ কৰি সহায়তাৰ বাবে আপোনাৰ প্ৰণালী প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।
~
Could not access any fingerprint readers
2012-03-27
আঙ্গুলিৰ ছাপ পাঠৰ কোনো ব্যবস্থা প্ৰয়োগ কৰা নাযায়
~
An internal error occurred.
2012-03-27
এটা অভ্যন্তৰীক ত্ৰুটি দেখা দিছে।
~
To create a user account, click the * icon first
2012-03-27
এজন ব্যৱহাৰকাৰী সৃষ্টি কৰিবলে, * আইকন প্ৰথমতে ক্লিক কৰক
~
The device is already in use.
2012-03-27
ডিভাইচ বৰ্তমানে ব্যবহৃত হৈছে।
~
Selecting finger
2012-03-27
আঙুলি নিৰ্বাচন কৰা
~
You are not allowed to access the device. Contact your system administrator.
2012-03-27
আপুনি এই ডিভাইচ ব্যবহাৰ কৰিবলৈ অনুমোদিত নহয়। অনুগ্ৰহ কৰি প্ৰণালী প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।
~
_Other finger:
2012-03-27
অন্য আঙুলি (_O):
~
Enrolling fingerprints
2012-03-27
ফিংগাৰপ্ৰিন্টসমূহ এনৰোল কৰা
4.
Devices
2012-12-25
ডিভাইচ
6.
Network
2015-01-06
নেটৱৰ্ক
2012-03-27
নেটৱাৰ্ক
10.
File System
2012-12-25
ফাইল-চিস্টেম
2012-03-27
নথিপত্ৰ-চিস্টেম
11.
Settings
2014-05-29
সংহতিসমূহ
28.
Applications
2012-12-25
এপ্লিকেচনসমূহ
2012-03-27
অনুপ্ৰয়োগসমূহ
43.
Notifications
2014-05-29
অধিসূচনাসমূহ
50.
Reset
2014-05-29
পুনৰসংহতি কৰক
67.
_Cancel
2012-03-27
বাতিল কৰক (_C)
70.
%d × %d
2012-03-27
%d × %d
71.
No Desktop Background
2012-12-25
কোনো ডেস্কটপ পটভূমি নাই
72.
Current background
2012-03-27
বৰ্তমান পটভূমী
76.
Change your background image to a wallpaper or photo
2014-05-29
আপোনাৰ পটভূমি ছবিক এটা ৱালপেপাৰ অথবা ফ'টোলে পৰিবৰ্তন কৰক
78.
Wallpaper;Screen;Desktop;
2014-05-29
ৱালপেপাৰ;পৰ্দা;ডেস্কটপ;
2013-04-08
ৱালপেপাৰ;পৰ্দা;ডেস্কটপ
88.
Bluetooth
2012-03-27
ব্লুটুথ
89.
Turn Bluetooth on and off and connect your devices
2014-05-29
ব্লুটুথ অন বা অফ কৰক আৰু আপোনাৰ ডিভাইচসমূহ সংযোগ কৰক
99.
screen;lock;diagnostics;crash;private;recent;temporary;tmp;index;name;network;identity;
2014-05-29
screen;lock;diagnostics;crash;private;recent;temporary;tmp;index;name;network;identity;
103.
Shut the laptop lid
2014-05-29
লেপটপ লিড বন্ধ কৰক
104.
An internal error occurred that could not be recovered.
2014-05-29
এটা অভ্যন্তৰীক ত্ৰুটি দেখা দিছে যাক উদ্ধাৰ কৰিব নোৱাৰি।
105.
Tools required for calibration are not installed.
2014-05-29
মানাংকনৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ ইনস্টল্ড নাই।
106.
The profile could not be generated.
2014-05-29
আলেখ্য সৃজন কৰিব পৰা নগল।
107.
The target whitepoint was not obtainable.
2014-05-29
লক্ষ্য বগাবিন্দু অপ্ৰাপ্য আছিল।
108.
Complete!
2014-05-29
সম্পূৰ্ণ!
109.
Calibration failed!
2014-05-29
মানাংকন ব্যৰ্থ হল!