Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 288 results
~
If true, allow applications in the terminal to make text boldface.
2014-11-26
মান সত্য হ'লে, টাৰ্মিনেলত অনুপ্ৰয়োগসমূহক লিখনিক ডাঠপৃষ্ঠা কৰাৰ অনুমতি দিয়া হব।
~
Whether to allow bold text
2014-11-26
ডাঠ লিখনি ব্যৱহাৰ কৰা হব নে
~
If true, allow applications in the terminal to make text boldface.
2012-09-28
মান সত্য হ'লে, টাৰ্মিনেলত এপ্লিকেচনসমূহক লিখনীক ডাঠপৃষ্ঠা কৰাৰ অনুমতি দিয়া হব।
~
Gujarati
2012-08-20
গুজৰাটী
~
Whether to allow bold text
2012-08-20
ডাঠ লিখনী ব্যৱহাৰ কৰা হব নে
~
Set _Character Encoding
2012-08-20
কেৰেক্টাৰ এনক'ডিং নিৰ্ধাৰণ কৰক (_C)
~
Whether to allow bold text
2011-12-15
গাঢ় শব্দ ব্যৱহাৰ কৰক নে নাই
~
If true, allow applications in the terminal to make text boldface.
2011-12-15
মান সত্য হ'লে, টাৰ্মিনেলত অনুপ্ৰয়োগসমূহক লিখনীক ডাঠপৃষ্ঠা কৰাৰ অনুমতি দিয়া হব।
5.
Use the command line
2011-12-15
কমান্ড শাৰী ব্যৱহাৰ কৰক
6.
GNOME Terminal is a terminal emulator application for accessing a UNIX shell environment which can be used to run programs available on your system.
2014-11-26
GNOME টাৰ্মিনেল এটা UNIX শ্বেল পৰিৱেশ অভিগম কৰিবলে এটা টাৰ্মিনেল ইমুলেটৰ এপ্লিকেচন যাক আপোনাৰ চিস্টেমত উপলব্ধ প্ৰগ্ৰামসমূহ চলাবলে ব্যৱহাৰ কৰিব পাৰি।
7.
It supports several profiles, multiple tabs and implements several keyboard shortcuts.
2014-11-26
ই কেইবাটাও আলেখ্য, একাধিক টেবসমূহ সমৰ্থন কৰে আৰু কেইবাটাও কি'বৰ্ড চৰ্টকাট প্ৰণয়ন কৰে।
26.
Preferences
2014-11-26
পছন্দসমূহ
27.
'Unnamed'
2014-11-26
'নামবিহীন'
28.
Human-readable name of the profile
2011-12-15
আলেখ্যৰ পাঠযোগ্য নাম
29.
Human-readable name of the profile.
2011-12-15
আলেখ্যৰ পাঠযোগ্য নাম।
34.
Default color of bold text in the terminal
2014-11-26
টাৰ্মিনেলত ডাঠ লিখনিৰ অবিকল্পিত ৰঙ
2011-12-15
টাৰ্মিনেলত ডাঠ লিখনীৰ অবিকল্পিত ৰঙ
36.
Whether bold text should use the same color as normal text
2014-11-26
ডাঠ লিখনিয়ে সাধাৰণ লিখনিৰ দৰে একে ৰঙ ব্যৱহাৰ কৰিব নে
2011-12-15
ডাঠ লিখনীয়ে সাধাৰণ লিখনীৰ দৰে একে ৰঙ ব্যৱহাৰ কৰিব নে
37.
If true, boldface text will be rendered using the same color as normal text.
2014-11-26
যদি সত্য, ডাঠপৃষ্ঠা লিখনিক একে ৰঙকে সাধাৰণ লিখনি হিচাপে ব্যৱহাৰ কৰি ৰেণ্ডাৰ কৰা হব।
2011-12-15
যদি সত্য, ডাঠপৃষ্ঠা লিখনীক একে ৰঙকে সাধাৰণ লিখনী হিচাপে ব্যৱহাৰ কৰি ৰেণ্ডাৰ কৰা হব।
58.
Whether to ring the terminal bell
2014-11-26
টাৰ্মিনেলৰ ঘন্টি বজোৱা হব নে
60.
Default number of columns
2011-12-15
স্তম্ভসমূহৰ অবিকল্পিত সংখ্যা
61.
Number of columns in newly created terminal windows. Has no effect if use_custom_default_size is not enabled.
2011-12-15
নতুনকে সৃষ্টি কৰা টাৰ্মিনেল উইন্ডোসমূহত স্তম্ভসমূহৰ সংখ্যা। কোনো প্ৰভাৱ নেপেলায় যদি use_custom_default_size সামৰ্থবান নাথাকে।
62.
Default number of rows
2011-12-15
শাৰীসমূহৰ অবিকল্পিত সংখ্যা
63.
Number of rows in newly created terminal windows. Has no effect if use_custom_default_size is not enabled.
2011-12-15
নতুনকে সৃষ্টি কৰা টাৰ্মিনেল উইন্ডোসমূহত শাৰীসমূহৰ সংখ্যা। কোনো প্ৰভাৱ নেপেলায় যদি use_custom_default_size সামৰ্থবান নাথাকে।
64.
When to show the scrollbar
2014-11-26
স্ক্ৰলবাৰ কেতিয়া দেখুৱা হব
65.
Number of lines to keep in scrollback
2011-12-15
স্ক্ৰলবেকত উপস্থিত পংক্তিৰ সংখ্যা
67.
Whether an unlimited number of lines should be kept in scrollback
2011-12-15
স্ক্ৰলবেকত শাৰীসমূহৰ অসীমিত সংখ্যা ৰখা হব নে
68.
If true, scrollback lines will never be discarded. The scrollback history is stored on disk temporarily, so this may cause the system to run out of disk space if there is a lot of output to the terminal.
2011-12-15
যদি সত্য, সক্ৰলবেক শাৰীসমূহক কেতিয়াও নাকচ কৰা নহব। স্ক্ৰলবেক ইতিহাসক ডিস্কত অস্থায়ীভাৱে সংৰক্ষণ কৰা হয়, সেয়েহে ইয়াৰ ফলত চিস্টেমত ডিস্ক স্থান কম হব পাৰে যদি টাৰ্মিনেললে বহুত আউটপুট থাকে।
69.
Whether to scroll to the bottom when a key is pressed
2012-08-20
কি' টিপা হ'লে তলৰ প্ৰান্ত অবধি স্ক্ৰল কৰা হব নে
2011-12-15
চাবি টিপা হ'লে তলৰ প্ৰান্ত অবধি স্ক্ৰল কৰক নে নাই
70.
If true, pressing a key jumps the scrollbar to the bottom.
2012-08-20
মান সত্য হ'লে, কোনো কি' টিপা হ'লে স্ক্ৰলবাৰ তললৈ স্থানান্তৰ হয়।
2011-12-15
মান সত্য হ'লে, কোনো চাবি টিপা হ'লে স্ক্ৰলবাৰ তললৈ স্থানান্তৰ হয়।
73.
What to do with the terminal when the child command exits
2011-12-15
চাইল্ড কমান্ড বন্ধ কৰিলে টাৰ্মিনেলৰ ক্ষেত্ৰত কৰণীয় কৰ্ম
75.
Whether to launch the command in the terminal as a login shell
2012-08-20
টাৰ্মিনেলত কমান্ডটি লগিন শ্বেল ৰূপে আৰম্ভ কৰা হব নে
2011-12-15
টাৰ্মিনেলত কমান্ডটি লগিন শ্বেল ৰূপে আৰম্ভ কৰক নে নাই
76.
If true, the command inside the terminal will be launched as a login shell (argv[0] will have a hyphen in front of it).
2014-11-26
মান সত্য হ'লে, টাৰ্মিনেলৰ কমান্ড লগিন শ্বেল হিচাপে আৰম্ভ কৰা হব (argv[0] ৰ পূৰ্বে এটা হাইফেন চিহ্ন উপস্থিত থাকিব)।
79.
Whether to run a custom command instead of the shell
2012-08-20
শ্বেলৰ পৰিবৰ্তে নিজস্ব পছন্দ অনুসাৰে কোনো কমান্ড চলোৱা হ'ব নে
2011-12-15
শ্বেলৰ পৰিবৰ্তে নিজস্ব পছন্দ অনুসাৰে কোনো কমান্ড চলোৱা হ'ব নে নাই
80.
If true, the value of the custom_command setting will be used in place of running a shell.
2011-12-15
মান সত্য হ'লে, এটা শ্বেল চলোৱাৰ পৰিবৰ্তে custom_command বৈশিষ্ট্যৰ মান প্ৰয়োগ কৰা হব।
81.
Whether to blink the cursor
2012-08-20
কাৰ্ছাৰ ব্লিংক হ'ব নে
85.
Custom command to use instead of the shell
2011-12-15
শ্বেলৰ পৰিবৰ্তে ব্যৱহাৰৰ বাবে চিহ্নিত স্বনিৰ্বাচিত কমান্ড
86.
Run this command in place of the shell, if use_custom_command is true.
2011-12-15
use_custom_command বিকল্পৰ মান সত্য হ'লে শ্বেলৰ পৰিবৰ্তে চিহ্নিত কমান্ড চলোৱা হ'ব।
87.
Palette for terminal applications
2012-09-28
টাৰ্মিনেলৰ এপ্লিকেচনৰ বাবে ব্যৱহাৰযোগ্য পেলেট
88.
A Pango font name and size
2014-11-26
এটা Pango ফন্ট নাম আৰু আকাৰ
89.
The code sequence the Backspace key generates
2014-11-26
Backspace কি' দ্বাৰা সৃজন কৰা ক'ড ক্ৰম
90.
The code sequence the Delete key generates
2014-11-26
Delete কি' দ্বাৰা সৃজন কৰা ক'ড ক্ৰম
91.
Whether to use the colors from the theme for the terminal widget
2012-08-20
টাৰ্মিনেল উইজেটৰ ক্ষেত্ৰত সামৰ্থবান থীমৰ ৰং প্ৰয়োগ কৰা হব নে
2011-12-15
টাৰ্মিনেল উইজেটৰ ক্ষেত্ৰত সক্ৰিয় থিমৰ ৰং প্ৰয়োগ কৰক নে নাই