Translations by Mohsin Ali

Mohsin Ali has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

18 of 8 results
1.
Ubuntu installer main menu
2018-10-03
উবুন্টু ইনষ্ট'লাৰ মুখ্য মেন্যু
2.
Choose the next step in the install process:
2018-10-03
ইনষ্ট'ল প্ৰক্ৰিয়াত পৰৱৰ্তী পদক্ষেপ বাচি ল'ব
3.
Installation step failed
2018-10-03
ইনষ্ট'লেশ্বন পদক্ষেপ ব্যৰ্থ হ'ল
4.
An installation step failed. You can try to run the failing item again from the menu, or skip it and choose something else. The failing step is: ${ITEM}
2018-10-03
ইনষ্ট'লেশ্বন পদক্ষেপ ব্যৰ্থ হ'ল। আপুনি ব্যৰ্থ হোৱা পদক্ষেপটো মুখ্য মেন্যুৰ পৰা পুনৰ চলাব পাৰে বা এইটো বাদ দি অন্য কিবা বাচি ল'ব পাৰে। ব্যৰ্থ হোৱা পদক্ষেপটো হ'ল: ${ITEM}
5.
Choose an installation step:
2018-10-03
ইনষ্ট'লেশ্বন পদক্ষেপ এটা বাচি লওক:
6.
This installation step depends on one or more other steps that have not yet been performed.
2018-10-03
এই ইনষ্ট'লেশ্বন পদক্ষেপটো আন এটা বা অধিক পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰে যিবোৰ এতিয়ালৈকে অভিনীত কৰা হোৱা নাই।
11.
Ignore questions with a priority less than:
2018-10-03
ইয়াতকৈ কম প্ৰাথমিকতা থকা প্ৰশ্নসমূহ প্ৰত্যাখ্যান কৰক:
12.
Packages that use debconf for configuration prioritize the questions they might ask you. Only questions with a certain priority or higher are actually shown to you; all less important questions are skipped.
2018-10-03
বিন্যাস কৰিবলৈ debconf ব্যৱহাৰ কৰা পেকেজবোৰে আপোনাক সুধিব পৰা প্ৰশ্নসমূহক প্ৰাথমিকতা দিয়ে। কেৱল কোনো নিৰ্দিষ্ট প্ৰাথমিকতা থকা প্ৰশ্নসমূহে আপোনাক দেখুৱা হয়; সকলো কম প্ৰাথমিকতা থকা প্ৰশ্নসমূহ বাদ দিয়া হয়।