Translations by Mohsin Ali

Mohsin Ali has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

114 of 14 results
1.
Monitor Resolution Settings has detected that the virtual resolution must be set in your configuration file in order to apply your settings. Would you like Screen Resolution to set the virtual resolution for you? (Recommended)
2018-10-03
মনিটৰ প্রতিচ্ছায়া ছেটিংছে চিনাক্ত কৰিছে যে আপোনাৰ ছেটিংছ প্ৰয়োগ কৰিবলৈ আপোনাৰ কনফিগাৰেশ্বন নথিত ভাৰ্চুৱেল প্রতিচ্ছায়া নিৰ্ধাৰণ কৰিবই লাগিব। স্ক্ৰীণ প্রতিচ্ছায়াই আপোনাৰ বাবে ভাৰ্চুৱেল প্রতিচ্ছায়া নিৰ্ধাৰণ কৰাটো আপুনি পছন্দ কৰিবনে? (পৰামৰ্শমূলক)
2.
Could not connect to Monitor Resolution Settings DBUS service.
2018-09-11
মনিটৰ প্রতিচ্ছায়া ছেটিংছ DBUS পৰিসেৱা লৈ সংযোগ কৰিব পৰা নাই।
3.
Please log out and log back in again. You will then be able to use Monitor Resolution Settings to setup your monitors
2018-09-11
অনুগ্ৰহ কৰি লগ আউট কৰি পুনৰাই লগইন কৰক। পাছত আপুনি আপোনাৰ মনিটৰ ছেটআপ কৰিবলৈ মনিটৰ প্রতিচ্ছায়া ছেটিংছ ব্যৱহাৰ কৰাত সক্ষম হ'ব
4.
Monitor Resolution Settings can't apply your settings.
2018-10-03
মনিটৰ প্রতিচ্ছায়া ছেটিংছে আপোনাৰ ছেটিংছ প্ৰয়োগ কৰিব নোৱাৰে।
2018-09-11
মনিটৰ প্রতিচ্ছায়া ছেটিংছে আপোনাৰ ছেটিংছ প্ৰযোজ্য কৰিব নোৱাৰে।
5.
Monitor Resolution Settings
2018-09-11
মনিটৰ প্রতিচ্ছায়া ছেটিংছ
6.
Change Screen Resolution Configuration
2018-10-03
স্ক্ৰীণ প্রতিচ্ছায়া কনফিগাৰেশ্বন সলনি কৰক
2018-09-11
স্ক্ৰীণ প্রতিচ্ছায়া কনফিগাৰেশ্বন সলনি কৰণ
7.
Changing the Screen Resolution configuration requires privileges.
2018-09-11
স্ক্ৰীণ প্রতিচ্ছায়া কনফিগাৰেশ্বন সলনি কৰিবলৈ বিশেষাধিকাৰৰ প্ৰয়োজন।
8.
Change the effect of Ctrl+Alt+Backspace
2018-10-03
Ctrl+Alt+Backspace-ৰ প্ৰভাৱ সলনি কৰক
2018-09-11
Ctrl+Alt+Backspace-ৰ প্ৰভাৱ সলনি কৰণ
9.
Changing the effect of Ctrl+Alt+Backspace requires privileges.
2018-09-11
Ctrl+Alt+Backspace-ৰ প্ৰভাৱ সলনি কৰিবলৈ বিশেষাধিকাৰৰ প্ৰয়োজন।
10.
Enable or disable the NVIDIA GPU with PRIME
2018-09-11
PRIME-এৰে NVIDIA GPU সক্ষম বা অক্ষম কৰক
11.
Enabling or disabling the NVIDIA GPU requires privileges.
2018-09-11
NVIDIA GPU সক্ষম বা অক্ষম কৰিবলৈ বিশেষাধিকাৰৰ প্ৰয়োজন।