Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 100 results
2.
Observe power management
2011-09-27
শক্তি ব্যৱস্থাপনা নিৰীক্ষণ
3.
Power Statistics can show historical and current battery information and programs waking up that use power.
2014-11-25
শক্তি পৰিসংখ্যায় আগৰ আৰু বৰ্তমান বেটাৰি শক্তি আৰু সেই শক্তিক ব্যৱহাৰ কৰা প্ৰগ্ৰামসমূহ দেখুৱায়।
4.
You probably only need to install this application if you are having problems with your laptop battery, or are trying to work out what programs are using significant amounts of power.
2014-11-25
আপুনি এই এপ্লিকেচন তেতিয়াহে ইনস্টল কৰিব লাগে যদি আপোনাৰ লেপটপ বেটাৰিৰ সৈতে সমস্যা হৈ আছে, অথবা আপুনি জানিব বিচাৰে কোনবোৰ প্ৰগ্ৰামে অত্যাধিক শক্তি ব্যৱহাৰ কৰি আছে।
5.
Whether we should show the history data points
2011-09-27
আমি ইতিহাস তথ্য বিন্দুসমূহ দেখাব লাগে নে
6.
Whether we should show the history data points in the statistics window.
2011-09-27
আমি ইতিহাস তথ্য বিন্দুসমূহ পৰিসংখ্যা উইন্ডোত দেখাব লাগে নে।
7.
Whether we should smooth the history data
2011-09-27
আমি ইতিহাস তথ্য নিমজ কৰিব লাগে নে
8.
Whether we should smooth the history data in the graph.
2011-09-27
আমি লেখাচিত্ৰত ইতিহাস তথ্য নিমজ কৰিব লাগে নে।
9.
The default graph type to show for history
2011-09-27
ইতিহাসৰ বাবে দেখাব লগিয়া অবিকল্পিত লেখাচিত্ৰৰ ধৰণ
10.
The default graph type to show in the history window.
2011-09-27
ইতিহাস উইন্ডোত দেখাব লগিয়া অবিকল্পিত লেখাচিত্ৰ ধৰণ।
11.
The maximum time displayed for history
2011-09-27
ইতিহাসৰ বাবে প্ৰদৰ্শন হোৱা সৰ্বাধিক সময়
12.
The maximum duration of time displayed on the x-axis of the history graph.
2011-09-27
ইতিহাস লেখাচিত্ৰৰ x-অক্ষত প্ৰদৰ্শন হোৱা সময়ৰ সৰ্বাধিক অবধি।
13.
Whether we should show the stats data points
2011-09-27
আমি পৰিসংখ্যা তথ্য বিন্দুসমূহ দেখাব লাগে নে
14.
Whether we should show the stats data points in the statistics window.
2011-09-27
আমি পৰিসংখ্যা উইন্ডোত পৰিসংখ্যা তথ্য বিন্দুসমূহ দেখাব লাগে নে।
15.
Whether we should smooth the stats data
2011-09-27
আমি পৰিসংখ্যা তথ্যক নিমজ কৰিব লাগে নে
16.
Whether we should smooth the stats data in the graph.
2011-09-27
আমি লেখাচিত্ৰত পৰিসংখ্যা তথ্যসমূহ নিমজ কৰিব লাগে নে।
17.
The default graph type to show for stats
2011-09-27
পৰিসংখ্যাৰ বাবে দেখাব লগিয়া অবিকল্পিত লেখাচিত্ৰৰ ধৰণ
18.
The default graph type to show in the stats window.
2011-09-27
পৰিসংখ্যা উইন্ডোত দেখাব লগিয়া অবিকল্পিত লেখাচিত্ৰৰ ধৰণ।
19.
The index of the page number to show by default
2011-09-27
অবিকল্পিতভাৱে দেখাব লগিয়া পৃষ্ঠা নম্বৰৰ সুচী
20.
The index of the page number to show by default which is used to return focus to the correct page.
2011-09-27
অবিকল্পিতভাৱে দেখাব লগিয়া পৃষ্ঠা নম্বৰৰ সুচী যাক বৰ্তমান পৃষ্ঠালে মনোযোগ ঘুৰাই দিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয়।
21.
The ID of the last device selected
2011-09-27
সৰ্বশেষ নিৰ্বাচন কৰা ডিভাইচৰ ID
22.
The identifier of the last device which is used to return focus to the correct device.
2011-09-27
সৰ্বশেষ ডিভাইচৰ পৰিচয়ক যাক বৰ্তমান ডিভাইচলে মনোযোগ ঘুৰাই দিবলে ব্যৱহাৰ কৰা হয়।
23.
Power Statistics
2011-09-27
শক্তি পৰিসংখ্যা
39.
Charge
2011-09-27
চাৰ্জ
40.
Time to full
2011-09-27
সম্পূৰ্ণ হবলে সময়
41.
Time to empty
2011-09-27
ৰিক্ত কৰিবলৈ সময়
42.
10 minutes
2011-09-27
১০ মিনিট
43.
2 hours
2011-09-27
২ ঘন্টা
44.
6 hours
2011-09-27
৬ ঘন্টা
45.
1 day
2011-09-27
১ দিন
46.
1 week
2011-09-27
১ সপ্তাহ
47.
Charge profile
2011-09-27
চাৰ্জ আলেখ্য
48.
Discharge profile
2011-09-27
ডিচ্চাৰ্জ আলেখ্য
49.
Charge accuracy
2011-09-27
চাৰ্জ সঠিকতা
50.
Discharge accuracy
2011-09-27
ডিচ্চাৰ্জ সঠিকতা
51.
AC adapter
AC adapters
2011-09-27
AC এডাপ্টাৰ
AC এডাপ্টাৰসমূহ
52.
Laptop battery
Laptop batteries
2011-09-27
লেপটপ বেটাৰি
লেপটপ বেটাৰিসমূহ
54.
Monitor
Monitors
2011-09-27
মনিটৰ
মনিটৰসমূহ
55.
Mouse
Mice
2011-09-27
মাউছ
মাউছসমূহ
56.
Keyboard
Keyboards
2011-09-27
কিবৰ্ড
কিবৰ্ডসমূহ
58.
Cell phone
Cell phones
2011-09-27
চেল ফোন
চেল ফোনসমূহ
59.
Media player
Media players
2011-09-27
মিডিয়া প্লেয়াৰ
মিডিয়া প্লেয়াৰসমূহ
60.
Tablet
Tablets
2011-09-27
টেবলেট
টেবলেটসমূহ
61.
Computer
Computers
2011-09-27
কমপিউটাৰ
কমপিউটাৰসমূহ
63.
Lithium Polymer
2011-09-27
লিথিয়াম পলিমাৰ
64.
Lithium Iron Phosphate
2011-09-27
লিথিয়াম আইৰন ফস্ফেইট
65.
Lead acid
2012-08-25
লেড এচিড
66.
Nickel Cadmium
2011-09-27
নিকেল কেডমিয়াম
67.
Nickel metal hydride
2011-09-27
নিকেল মেটেল হাইড্ৰাইড
68.
Unknown technology
2011-09-27
অজ্ঞাত প্ৰযুক্তি
69.
Charging
2011-09-27
চাৰ্জ কৰা হৈ আছে