Translations by Amitakhya Phukan

Amitakhya Phukan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 180 results
10.
Use Default Font
2009-03-16
অবিকল্পিত আখৰ ব্যৱহাৰ কৰা হ'ব
13.
Editor Font
2009-03-16
সম্পাদকৰ আখৰ
15.
Style Scheme
2009-03-16
ধৰণৰ শৈলী
29.
Tab Size
2009-03-16
টেবৰ আকাৰ
30.
Specifies the number of spaces that should be displayed instead of Tab characters.
2009-03-16
টেব অক্ষৰৰ পৰিবৰ্তে যি সংখ্যক শূণ্যস্থান ব্যৱহৃত হ'ব সেইটো উল্লেখ কৰে ।
32.
Whether gedit should insert spaces instead of tabs.
2009-03-16
টেবৰ পৰিবৰ্তে gedit-ৰ দ্বাৰা শূণ্যস্থান সন্নিবেশ কৰা হ'ব নে নহয় ।
36.
Whether gedit should display line numbers in the editing area.
2009-03-16
সম্পাদনাৰ স্থানত gedit-ৰ দ্বাৰা শাৰী সংখ্যা প্ৰদৰ্শিত হ'ব নে নহয় ।
38.
Whether gedit should highlight the current line.
2009-03-16
gedit-ৰ দ্বাৰা বৰ্ত্তমান শাৰী উজ্জ্বল কৰা হ'ব নে নহয় ।
42.
Whether gedit should display the right margin in the editing area.
2009-03-16
সম্পাদন ক্ষেত্ৰত gedit-ৰ দ্বাৰা সোঁ ফালৰ প্ৰান্ত প্ৰদৰ্শিত হ'ব নে নহয় ।
44.
Specifies the position of the right margin.
2009-03-16
সোঁ ফালৰ অৱস্থান নিৰ্ধাৰণ কৰে ।
52.
Whether gedit should restore the previous cursor position when a file is loaded.
2009-03-16
নথিপত্ৰ লোড কৰা হ'লে gedit দ্বাৰা পূৰ্ববৰ্তী কাৰ্ছাৰৰ অৱস্থালৈ অক্ষুন্ন ৰখা হ'ব নে নহয় ।
53.
Enable Syntax Highlighting
2009-03-16
বাক্যবিন্যাসৰ আলোকপাত সক্ৰিয় কৰক
54.
Whether gedit should enable syntax highlighting.
2009-03-16
gedit-ৰ দ্বাৰা শব্দবিন্যাসৰ বিভিন্ন অংশ পৃথকৰূপে প্ৰদৰ্শিত হ'ব নে নহয় ।
56.
Whether gedit should highlight all the occurrences of the searched text.
2009-03-16
অনুসন্ধান কৰা টেক্সটৰ উপস্থিতি gedit দ্বাৰা উজ্জ্বল কৰা হ'ব নে নহয় ।
60.
Whether the toolbar should be visible in editing windows.
2009-03-16
সম্পাদন ক্ষেত্ৰৰ সংযোগক্ষেত্ৰত টুল-বাৰ প্ৰদৰ্শিত হ'ব নে নহয় ।
63.
Status Bar is Visible
2009-03-16
অৱস্থা-বাৰ প্ৰদৰ্শন কৰা হ'ব
64.
Whether the status bar at the bottom of editing windows should be visible.
2009-03-16
সম্পাদন ক্ষেত্ৰৰ সংযোগক্ষেত্ৰৰ তলত অৱস্থা-বাৰ প্ৰদৰ্শিত হ'ব নে নহয় ।
69.
Print Syntax Highlighting
2009-03-16
শব্দবিন্যাসৰ আলোকপাত মূদ্ৰণ কৰক
70.
Whether gedit should print syntax highlighting when printing documents.
2009-03-16
নথিপত্ৰ মূদ্ৰণ কৰাৰ সময় gedit-ৰ দ্বাৰা শব্দবিন্যাসৰ পৃথক বিন্যাস মূদ্ৰণ কৰা হ'ব নে নহয় ।
72.
Whether gedit should include a document header when printing documents.
2009-03-16
নথিপত্ৰ মূদ্ৰণ কৰাৰ সময় gedit-ৰ দ্বাৰা আলেখ্যনৰ হেডাৰ মূদ্ৰণ কৰা হ'ব নে নহয় ।
100.
Set the character encoding to be used to open the files listed on the command line
2009-03-16
আদেশ শাৰীত তালিকাভুক্ত নথিপত্ৰ খোলাৰ বাবে ব্যৱহৃত কেৰেক্টাৰ এনকোডিং নিৰ্ধাৰণ কৰক
101.
ENCODING
2009-03-16
ENCODING
103.
Create a new document in an existing instance of gedit
2009-03-16
বৰ্ত্তমানে চলমান gedit-ৰ কোনো চানেকিত এটা নতুন আলেখ্যন নিৰ্মাণ কৰক
109.
Close _without Saving
2009-03-16
সংৰক্ষণ নকৰি বন্ধ কৰা হ'ব (_w)
122.
Saving has been disabled by the system administrator.
2009-03-16
ব্যৱস্থাপ্ৰণালী প্ৰশাসক দ্বাৰা সংৰক্ষণৰ বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা হৈছে ।
123.
Changes to %d document will be permanently lost.
Changes to %d documents will be permanently lost.
2009-03-16
%d আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
%d আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
124.
There is %d document with unsaved changes. Save changes before closing?
There are %d documents with unsaved changes. Save changes before closing?
2009-03-16
%d আলেখ্যনত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয় । বন্ধ কৰাৰ পূৰ্বে কি আলেখ্যন সংৰক্ষণ কৰা হ'ব?
%d আলেখ্যনত কিছু পৰিবৰ্তন কৰা হৈছে আৰু সেইটো সংৰক্ষণ কৰা নহয় । বন্ধ কৰাৰ পূৰ্বে আলেখ্যন সংৰক্ষণ কৰা হ'ব নেকি?
126.
S_elect the documents you want to save:
2009-03-16
যি আলেখ্যনসমূহ সংৰক্ষণ কৰা হ'ব সেইসমূহ নিৰ্ব্বাচন কৰক: (_e)
129.
Loading %d file…
Loading %d files…
2009-03-16
%d নথিপত্ৰ লোড কৰা হৈছে...
%d নথিপত্ৰ লোড কৰা হৈছে...
133.
Do you want to try to replace it with the one you are saving?
2009-03-16
আপুনি উপস্থিত নথিপত্ৰৰ পৰিবৰ্তে নতুন নথিপত্ৰত সংৰক্ষণ কৰাৰ চেষ্টা কৰিব বিচাৰে নে ?
145.
Changes made to the document in the last %ld second will be permanently lost.
Changes made to the document in the last %ld seconds will be permanently lost.
2009-03-16
যোৱা %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
146.
Changes made to the document in the last minute will be permanently lost.
2009-03-16
যোৱা এক মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
147.
Changes made to the document in the last minute and %ld second will be permanently lost.
Changes made to the document in the last minute and %ld seconds will be permanently lost.
2009-03-16
যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা এক মিনিট আৰু %ld ছেকেণ্ডত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
148.
Changes made to the document in the last %ld minute will be permanently lost.
Changes made to the document in the last %ld minutes will be permanently lost.
2009-03-16
যোৱা %ld মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা %ld মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
149.
Changes made to the document in the last hour will be permanently lost.
2009-03-16
যোৱা এক ঘন্টাত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
150.
Changes made to the document in the last hour and %d minute will be permanently lost.
Changes made to the document in the last hour and %d minutes will be permanently lost.
2009-03-16
যোৱা এক ঘন্টা আৰু %d মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা এক ঘন্টা আৰু %d মিনিটত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
151.
Changes made to the document in the last %d hour will be permanently lost.
Changes made to the document in the last %d hours will be permanently lost.
2009-03-16
যোৱা %d ঘন্টাত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
যোৱা %d ঘন্টাত আলেখ্যনত কৰা সমস্ত পৰিবৰ্তন স্থায়ীৰূপে আঁতৰুৱা যাব ।
153.
gedit is a small and lightweight text editor for the GNOME Desktop
2009-03-16
GNOME Desktop ত ব্যৱহাৰৰ বাবে gedit এটা সহজ সৰল টেক্সট সম্পাদক
154.
translator-credits
2009-03-16
অমিতাক্ষ ফুকন (aphukan@fedoraproject.org)
155.
Found and replaced %d occurrence
Found and replaced %d occurrences
2009-03-16
%d বাৰ চিনাক্ত কৰি প্ৰতিস্থাপন কৰা হৈছে
%d বাৰ চিনাক্ত কৰি প্ৰতিস্থাপন কৰা হৈছে
156.
Found and replaced one occurrence
2009-03-16
এবাৰ চিনাক্ত কৰি প্ৰতিস্থাপন কৰা হৈছে
171.
All Files
2009-03-16
সৰ্বধৰনৰ নথিপত্ৰ
175.
Plain Text
2009-03-16
উকা টেক্সট
176.
_Retry
2009-03-16
পুনঃচেষ্টা(_R)
178.
Please check that you typed the location correctly and try again.
2009-03-16
সঠিক অৱস্থান লিখা হৈছে নে নাই পৰীক্ষা কৰি অনুগ্ৰহ কৰি পুনঃ চেষ্টা কৰক ।
187.
Connection timed out. Please try again.
2009-03-16
সংযোগৰ সময়সীমা উত্তীৰ্ণ হৈছে । অনুগ্ৰহ কৰি পুনঃ চেষ্টা কৰক ।
195.
The number of followed links is limited and the actual file could not be found within this limit.
2009-03-16
মানি চলা সংযোগৰ সংখ্যা সীমিত আৰু সেই সীমাত নথিপত্ৰ পোৱা ন'গ'ল ।
196.
You do not have the permissions necessary to open the file.
2009-03-16
নথিপত্ৰ খোলাৰ বাবে প্ৰয়োজনীয় অনুমতি আপোনাৰ নাই ।
198.
Please check that you are not trying to open a binary file.
2009-03-16
অনুগ্ৰহ কৰি পৰীক্ষা কৰক আপুনি কোনো বাইনাৰি নথিপত্ৰ খোলাৰ চেষ্টা কৰিছে নে নাই ।
211.
S_ave Anyway
2009-03-16
তথাপিও সংৰক্ষণ কৰক(_a)